logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে দলীয় মনোনয়ন দাখিল APCCৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্র ইমদাদ হুছেইনৰ।

1 hr ago
user_Morigaon batori
Morigaon batori
মৰিগাঁও, মৰিগাঁও, অসম•
1 hr ago
8d198484-88d9-4b90-8a32-46e3b6d1909a

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে দলীয় মনোনয়ন দাখিল APCCৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্র ইমদাদ হুছেইনৰ।

More news from অসম and nearby areas
  • 📌 ধিং সমষ্টিৰ ধিং আৰু নিজধিং ব্লক কংগ্ৰেছৰ উদ্যোগত বুথ সন্মিলন অনুষ্ঠিত। 📌বুথ সন্মিলনত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ।
    1
    📌 ধিং সমষ্টিৰ ধিং আৰু নিজধিং ব্লক কংগ্ৰেছৰ উদ্যোগত বুথ সন্মিলন অনুষ্ঠিত। 
📌বুথ সন্মিলনত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ।
    user_Morigaon batori
    Morigaon batori
    মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • মৰিগাঁও জিলা কাৰাগাৰৰ আধুনিকীকৰণ আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা মৰিগাঁও জিলা কাৰাগাৰৰ আধুনিকীকৰণ আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা : মৰিগাঁও জিলাৰ উপায়ুক্ত শ্ৰীমতী সৃষ্টী সিং, আই এ এছৰ সভাপতিত্বত আজি জিলা কাৰাগাৰ, মৰিগাঁৱৰ উন্নয়ন, আধুনিকীকৰণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ অধিক উন্নতিৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা অনুষ্ঠিত হয়। সভাত জিলা কাৰাগাৰৰ অধীক্ষক, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ (DICC) মহাপ্ৰবন্ধক, APDCLৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO), দক্ষতা উন্নয়ন বিভাগৰ জিলা প্ৰকল্প প্ৰবন্ধক (DPM) আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)ৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সভাত কাৰাগাৰখনৰ আন্তঃগাঁথনিৰ উন্নয়ন, প্ৰশাসনিক ব্যৱস্থাৰ আধুনিকীকৰণ, বন্দীসকলৰ কল্যাণ, পুনৰ্বাসন আৰু দক্ষতা বিকাশৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। বিভিন্ন বিভাগৰ সমন্বিত সহযোগিতাৰ জৰিয়তে কাৰাগাৰখনত বন্দীসকলৰ সামগ্ৰিক পুনৰ্বাসন, দক্ষতা বিকাশৰ সুযোগ সৃষ্টি আৰু কল্যাণমূলক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
    1
    মৰিগাঁও জিলা কাৰাগাৰৰ আধুনিকীকৰণ আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা
মৰিগাঁও জিলা কাৰাগাৰৰ আধুনিকীকৰণ আৰু কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা
: মৰিগাঁও জিলাৰ উপায়ুক্ত শ্ৰীমতী সৃষ্টী সিং, আই এ এছৰ সভাপতিত্বত আজি জিলা কাৰাগাৰ, মৰিগাঁৱৰ উন্নয়ন, আধুনিকীকৰণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ অধিক উন্নতিৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় সভা অনুষ্ঠিত হয়।
সভাত জিলা কাৰাগাৰৰ অধীক্ষক, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ (DICC) মহাপ্ৰবন্ধক, APDCLৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO), দক্ষতা উন্নয়ন বিভাগৰ জিলা প্ৰকল্প প্ৰবন্ধক (DPM) আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)ৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
সভাত কাৰাগাৰখনৰ আন্তঃগাঁথনিৰ উন্নয়ন, প্ৰশাসনিক ব্যৱস্থাৰ আধুনিকীকৰণ, বন্দীসকলৰ কল্যাণ, পুনৰ্বাসন আৰু দক্ষতা বিকাশৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়।
বিভিন্ন বিভাগৰ সমন্বিত সহযোগিতাৰ জৰিয়তে কাৰাগাৰখনত বন্দীসকলৰ সামগ্ৰিক পুনৰ্বাসন, দক্ষতা বিকাশৰ সুযোগ সৃষ্টি আৰু কল্যাণমূলক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    3 hrs ago
  • জালুগুটি টকুনাবড়িৰ ৰাইজে গৰু সহ কৰায়ত্ব কৰি দুই চোৰক উত্তম মাধ্যম দিয়াৰ লগতে ভাঙি চুৰমাৰ কৰিলে গৰু চুৰিত ব্যৱহৃত বাহন। বিগত নিশা জালুগুটি আৰক্ষী পহৰা চকীৰ সমীপৰ টকুনাবড়িৰত চোৰে মহবত আলীৰ ঘৰৰ ভিতৰৰ পৰা গৰু চুৰ কৰি গাড়ীত উঠাওতে ৰাইজে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ৰাইজে দুটা চুৰ কৰায়ত্ত কৰে যদিও অন্য কেইবাটাও চুৰ পলাই যাবলৈ সক্ষম হয়। কৰায়ত্ত কৰা চুৰ কেইটাক ৰাইজে জেৰা কৰাত টকুনাবড়িৰ অঞ্চলত বিগত বহুদিন ধৰি এই কেইটা চোৰে চুৰিকাণ্ড সংঘটিত কৰি অহাৰ কথা স্বীকাৰ কৰে। চুৰ কেইটাৰ স্বীকাৰোক্তিৰ পিছতেই ৰাইজে উত্তেজিত হৈ চুৰ কেইটাক উত্তম মাধ্যম দিয়াৰ লগতে চুৰি কাণ্ডত ব্যৱহৃত এখন স্কুটি আৰু এখন চাৰিচকীয়া বাহন ভাঙি চুৰমাৰ কৰে। ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম দিয়া চুৰ কেইটাৰ হৈছে বৰ চকাবাহাৰ ইনামূল আৰু নগাঁৱৰ চাৰিকুল। উল্লেখযোগ্য যে ইনামূল চুৰি আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰত বহুবাৰ জেললৈ গৈছে।
    1
    জালুগুটি টকুনাবড়িৰ ৰাইজে গৰু সহ কৰায়ত্ব কৰি দুই চোৰক উত্তম মাধ্যম দিয়াৰ লগতে ভাঙি চুৰমাৰ কৰিলে গৰু চুৰিত ব্যৱহৃত বাহন।

বিগত নিশা জালুগুটি আৰক্ষী পহৰা চকীৰ সমীপৰ টকুনাবড়িৰত চোৰে মহবত আলীৰ ঘৰৰ ভিতৰৰ পৰা গৰু চুৰ কৰি গাড়ীত উঠাওতে ৰাইজে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
ৰাইজে দুটা চুৰ কৰায়ত্ত কৰে যদিও অন্য কেইবাটাও চুৰ পলাই যাবলৈ সক্ষম হয়।
কৰায়ত্ত কৰা চুৰ কেইটাক ৰাইজে জেৰা কৰাত টকুনাবড়িৰ অঞ্চলত বিগত বহুদিন ধৰি এই কেইটা চোৰে চুৰিকাণ্ড সংঘটিত কৰি অহাৰ কথা স্বীকাৰ কৰে।
চুৰ কেইটাৰ স্বীকাৰোক্তিৰ পিছতেই ৰাইজে উত্তেজিত হৈ চুৰ কেইটাক উত্তম মাধ্যম দিয়াৰ লগতে চুৰি কাণ্ডত ব্যৱহৃত এখন স্কুটি আৰু এখন চাৰিচকীয়া বাহন ভাঙি চুৰমাৰ কৰে।
ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম দিয়া চুৰ কেইটাৰ হৈছে বৰ চকাবাহাৰ ইনামূল আৰু নগাঁৱৰ চাৰিকুল।
উল্লেখযোগ্য যে ইনামূল চুৰি আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰত বহুবাৰ জেললৈ গৈছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    10 hrs ago
  • নগাঁও লোকসভাৰ উপনিৰ্বাচন সন্দৰ্ভত বিধায়ক মুজিবুৰ ৰহমানৰ মন্তব্য এ আই ইউ ডি এফ আৰু কংগ্ৰেছ একেই পাৰ্টী। কংগ্ৰছ মুছলিম পাৰ্টী আৰু এ আই ইউ ডি এফো মুছলিম পাৰ্টী। নগাঁও লোকসভাৰ উপনিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে মিলি এজন মুছলমান প্ৰাৰ্থী দিল্লী পঠাও। নগাঁও লোকসভা সমষ্টি আমাৰ কাৰণে ছুইটেবুল। যদি কংগ্ৰেছে ডিষ্টাৰ্ব দিয়ে আৰু বিজেপিৰ লগত ফিটিং হয় আমাৰ কৰিবলগীয়া একো নাই।এইদৰে মন্তব্য কৰে দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে। প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থী দি পাপ কৰা বুলি কোৱা ৰকিবুল হুছেইন সন্দৰ্ভত কয় ৰকিবুলে এইবোৰ বাহানা আৰম্ভ কৰি মুছলিম মানুহক মিছ গাইড কৰিব বিছাৰিছে। বিৰোধী দলপতি ৱাজেদ আলী আৰু ৰকিবুল হুছেইন বিজেপিৰ এজেন্ট বুলি মজিবুৰ ৰহমানে সাংবাদিকৰ আগত প্ৰকাশ কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰত্তুতি সন্দৰ্ভত লাহৰীঘাট সমষ্টিৰ ভূৰাগাঁৱত কৰ্মী সভাত অংশ গ্ৰহণ কৰে দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে।
    1
    নগাঁও লোকসভাৰ উপনিৰ্বাচন সন্দৰ্ভত বিধায়ক মুজিবুৰ ৰহমানৰ মন্তব্য 
এ আই ইউ ডি এফ আৰু কংগ্ৰেছ একেই পাৰ্টী। কংগ্ৰছ মুছলিম পাৰ্টী আৰু এ আই ইউ ডি এফো মুছলিম পাৰ্টী। নগাঁও লোকসভাৰ উপনিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে মিলি এজন মুছলমান প্ৰাৰ্থী দিল্লী পঠাও। নগাঁও লোকসভা সমষ্টি আমাৰ কাৰণে ছুইটেবুল। যদি কংগ্ৰেছে ডিষ্টাৰ্ব দিয়ে আৰু বিজেপিৰ লগত ফিটিং হয় আমাৰ কৰিবলগীয়া একো নাই।এইদৰে মন্তব্য কৰে দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে। প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থী দি পাপ কৰা বুলি কোৱা  ৰকিবুল হুছেইন সন্দৰ্ভত কয় ৰকিবুলে এইবোৰ বাহানা আৰম্ভ কৰি মুছলিম মানুহক মিছ গাইড কৰিব বিছাৰিছে। বিৰোধী দলপতি ৱাজেদ আলী আৰু ৰকিবুল হুছেইন বিজেপিৰ এজেন্ট বুলি মজিবুৰ ৰহমানে সাংবাদিকৰ আগত প্ৰকাশ কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰত্তুতি সন্দৰ্ভত লাহৰীঘাট সমষ্টিৰ ভূৰাগাঁৱত কৰ্মী সভাত অংশ গ্ৰহণ কৰে দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে।
    user_Khabor 24
    Khabor 24
    Journalist ভূৰাগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • ধুবুৰী জিলাৰ চাপৰত আছুৰ উদ্যোগত মূল্যবৃদ্ধি আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ ধুবুৰী জিলাৰ চাপৰত আছুৰ উদ্যোগত মূল্যবৃদ্ধি আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ খোৱা-বস্তুসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে চাপৰ আঞ্চলিক আছু। ধুবুৰী জিলা আছুৰ অন্তৰ্গত চাপৰ আঞ্চলিক আছুৰ উদ্যোগত বিভিন্ন দল-সংগঠনৰ সহযোগত বৃহৎ প্ৰতিবাদী বিক্ষোভ সমদল উলিওৱা হয়। চাপৰ বজাৰস্থিত আছু কাৰ্যালয়ৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি,স্থানীয় ৰাইজৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সমগ্ৰ ৰাজ্যত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ উপৰি চাপৰ অঞ্চলত বৃদ্ধি পোৱা ড্ৰাগছ, মদ, ভাং,জুৱা আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। প্ৰতিবাদকাৰীসকলে। হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে “অসম চৰকাৰ হায় হায়”, “যোগান বিভাগ মুৰ্দাবাদ” আদি শ্লোগানেৰে চাপৰৰ পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ব্যাপক অংশগ্ৰহণে বিশেষ তাৎপৰ্য বহন
    1
    ধুবুৰী জিলাৰ চাপৰত আছুৰ উদ্যোগত মূল্যবৃদ্ধি আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ
ধুবুৰী জিলাৰ চাপৰত আছুৰ উদ্যোগত মূল্যবৃদ্ধি আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ
খোৱা-বস্তুসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে চাপৰ আঞ্চলিক আছু।
ধুবুৰী জিলা আছুৰ অন্তৰ্গত চাপৰ আঞ্চলিক আছুৰ উদ্যোগত বিভিন্ন দল-সংগঠনৰ সহযোগত বৃহৎ প্ৰতিবাদী বিক্ষোভ সমদল উলিওৱা হয়।
চাপৰ বজাৰস্থিত আছু কাৰ্যালয়ৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি,স্থানীয় ৰাইজৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
সমগ্ৰ ৰাজ্যত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ উপৰি চাপৰ অঞ্চলত বৃদ্ধি পোৱা ড্ৰাগছ, মদ, ভাং,জুৱা আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
প্ৰতিবাদকাৰীসকলে।
হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে “অসম চৰকাৰ হায় হায়”, “যোগান বিভাগ মুৰ্দাবাদ” আদি শ্লোগানেৰে চাপৰৰ পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদী কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ব্যাপক অংশগ্ৰহণে বিশেষ তাৎপৰ্য বহন
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    1 hr ago
  • মেজিক চালকৰ গুণ্ডাগিৰি... ছাত্ৰীক বেয়া ব্যৱহাৰ এজন যুৱকৰ ভাড়া কৰি যোৱা গাড়ী চালকক ভাবুকি এই ঘটনা যোৰহাট টিয়কৰ মেজিক চালকৰ গুণ্ডাগিৰি... ছাত্ৰীক বেয়া ব্যৱহাৰ এজন যুৱকৰ ভাড়া কৰি যোৱা গাড়ী চালকক ভাবুকি এই ঘটনা যোৰহাট টিয়কৰ
    1
    মেজিক চালকৰ গুণ্ডাগিৰি...
ছাত্ৰীক বেয়া ব্যৱহাৰ এজন যুৱকৰ
ভাড়া কৰি যোৱা গাড়ী চালকক ভাবুকি
এই ঘটনা যোৰহাট টিয়কৰ

মেজিক চালকৰ গুণ্ডাগিৰি...
ছাত্ৰীক বেয়া ব্যৱহাৰ এজন যুৱকৰ
ভাড়া কৰি যোৱা গাড়ী চালকক ভাবুকি
এই ঘটনা যোৰহাট টিয়কৰ
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    9 hrs ago
  • নগাঁৱত বাবা ভূতনাথ সমাজৰ বলবম যাত্ৰা সামৰণি অনুষ্ঠান সম্পন্ন নগাঁও জিলাৰ চকিটুপ সাৰ্বজনীন পূজাবাৰী ও সাংস্কৃতিক কেন্দ্ৰত বাবা ভূতনাথ সমাজৰ উদ্যোগত বলবম যাত্ৰাৰ সামৰণি অনুষ্ঠানটি উলহ-মালহেৰে সম্পন্ন হয়। ১৯৫১ চনত স্থাপিত এই পূজাবাৰীত আৰু ২০১৪ চনত স্থাপিত বাবা ভূতনাথ সমাজে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰি নগাঁৱত বাবা ভূতনাথ সমাজৰ বলবম যাত্ৰা সামৰণি অনুষ্ঠান সম্পন্ন নগাঁও জিলাৰ চকিটুপ সাৰ্বজনীন পূজাবাৰী ও সাংস্কৃতিক কেন্দ্ৰত বাবা ভূতনাথ সমাজৰ উদ্যোগত বলবম যাত্ৰাৰ সামৰণি অনুষ্ঠানটি উলহ-মালহেৰে সম্পন্ন হয়। ১৯৫১ চনত স্থাপিত এই পূজাবাৰীত আৰু ২০১৪ চনত স্থাপিত বাবা ভূতনাথ সমাজে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰি
    1
    নগাঁৱত বাবা ভূতনাথ সমাজৰ বলবম যাত্ৰা সামৰণি অনুষ্ঠান সম্পন্ন

নগাঁও জিলাৰ চকিটুপ সাৰ্বজনীন পূজাবাৰী ও সাংস্কৃতিক কেন্দ্ৰত বাবা ভূতনাথ সমাজৰ উদ্যোগত বলবম যাত্ৰাৰ সামৰণি অনুষ্ঠানটি উলহ-মালহেৰে সম্পন্ন হয়। ১৯৫১ চনত স্থাপিত এই পূজাবাৰীত আৰু ২০১৪ চনত স্থাপিত বাবা ভূতনাথ সমাজে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰি
নগাঁৱত বাবা ভূতনাথ সমাজৰ বলবম যাত্ৰা সামৰণি অনুষ্ঠান সম্পন্ন
নগাঁও জিলাৰ চকিটুপ সাৰ্বজনীন পূজাবাৰী ও সাংস্কৃতিক কেন্দ্ৰত বাবা ভূতনাথ সমাজৰ উদ্যোগত বলবম যাত্ৰাৰ সামৰণি অনুষ্ঠানটি উলহ-মালহেৰে সম্পন্ন হয়। ১৯৫১ চনত স্থাপিত এই পূজাবাৰীত আৰু ২০১৪ চনত স্থাপিত বাবা ভূতনাথ সমাজে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰি
    user_News 9
    News 9
    Photographer চামাগুৰি, নগাঁও, অসম•
    6 hrs ago
  • বেংকৰ পৰা ঋণ পৰিশোধ নকৰাৰ বাবেই মৈৰাবাৰীৰ হাতীমূৰিয়াত ঘৰ চীল কৰিলে পাঞ্জাৱ নেচনেল বেংকৰ কৰ্তৃপক্ষই।
    1
    বেংকৰ পৰা ঋণ পৰিশোধ নকৰাৰ বাবেই মৈৰাবাৰীৰ হাতীমূৰিয়াত ঘৰ চীল কৰিলে পাঞ্জাৱ নেচনেল বেংকৰ কৰ্তৃপক্ষই।
    user_Morigaon batori
    Morigaon batori
    মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.