logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিশ্বনাথত খিলঞ্জীয়াৰ ভূমি সন্দেহ যুক্ত ব্যক্তিক গতাই দিয়াৰ ষড়যন্ত্ৰ। ## খিলঞ্জীয়াৰ মাটি সংখ্যালঘুক গতোৱাৰ চক্ৰান্ত ## ধন সংগ্ৰহত নামিল একাংশ মধ্যভোগী ##মুখ্যমন্ত্ৰীৰ খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ প্ৰচেষ্টাক প্ৰত্যাহ্বান বিশ্বনাথত প্ৰায় ২ শতাধিক বিঘা ভূমি সংখ্যালঘুক গতাবলৈ এটা চক্ৰ তৎপৰ হৈ পৰিছে।ঐতিহাসিক বিশ্বনাথ ক্ষেত্ৰত আহোম কীৰ্তিচিহ্নৰে ভৰপূৰ অঞ্চলটোত এতিয়াও বাংলাদেশীমূলৰ লোকৰ আগ্ৰাসন চলি থকা বুলি অভিযোগ উত্থাপিত হৈছে।তাৎপৰ্যপূৰ্ণ যে এই সংখ্যালঘুলোক সকলে কুক্ষিগত কৰিছে বৃহৎ পৰিমাণৰ ভূমি।বৰ্তমান বিশ্বনাথৰ এক নিদিষ্ট অঞ্চলত এফ চি গ্ৰাণ্টৰ ভূমি সংখ্যালঘুলোকক বিক্ৰিৰ ৰাজহুৱা প্ৰচেষ্টাৰ অভিযোগে স্থানীয় ৰাইজক স্তম্ভিত কৰি তুলিছে।অভিযোগ উঠামতে গড় ভিতৰ গাৱৰ ১নং এফ চি গ্ৰাণ্টৰ মাটি সংখ্যালঘু লোকক বিক্ৰিৰ বাবে ৰাজহুৱা সভা অনুষ্ঠিত কৰি দৰ নিৰ্ধাৰণ কৰা হৈছে।প্ৰায় দুশতকৈ অধিক বিঘা ভূমি বিক্ৰিৰ বাবে প্ৰতি বিঘা ভূমিৰ দৰ ৯ লাখ ৮০ হাজাৰ টকা নিৰ্ধাৰণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।এই সন্দৰ্ভত ১০ জনকৈ আহ্বায়ক মণ্ডলীৰ এটা গোটে এই ভূমি ক্ৰয়কাৰীক কিস্তি কিস্তিকৈ ধন আদায়ৰ সুবিধা দিয়াৰো ব্যৱস্থা কৰিছে।তাৎপৰ্যপূৰ্ণ যে ইতিমধ্যে দখলীকৃত ভূমিৰ স্বত্ব সাধাৰণ সংখ্যালঘু লোকক গতাই দিয়াৰ প্ৰলোভনৰে এই চক্ৰটোৱে মধ্যভোগীৰ ভূমিকাত অৱত্তীৰ্ণ হোৱা বুলিও অভিযোগ উঠিছে।ঘাইকৈ হিন্দু পট্টাদাৰৰ ভূমিৰ বৃহৎ অংশ দখল সাব্যস্ত কৰি কুক্ষিগত কৰা কাৰ্যক বৈধতা দিয়াৰ উদ্দেশ্যে এই কাৰ্যত জড়িত মধ্যভোগীৰ ভূমিকাকলৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ তৎপৰতাত কেতবোৰ নিদিষ্ট এলেকাত সন্দেহজনক অথবা অনাহিন্দু লোকক ভূমি বিক্ৰিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইফালে এই আহ্বায়ক মণ্ডলীয়ে একাংশ সংখ্যালঘুলোকৰ পৰা ভূমিৰ নামত প্ৰায় ১৫ লাখ টকা সংগ্ৰহ কৰা হৈছে বুলি অভিযোগ উঠিছে।তদুপৰি এই ভূমিৰ দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰতো বৈষম্য হোৱা বুলি অভিযোগ উঠিছে।৯ লাখ ৮০ হাজাৰৰ পৰিৱৰ্তে এই ভূমিৰ দৰ ব্যক্তি বিশেষে কম বুলিও অভিযোগ কৰা হৈছে।জানিব পৰামতে এফ চি গ্ৰাণ্টৰ ভূমি ম্যাদী কৰিবলৈ চৰকাৰীভাৱে কেবিনেট সভাৰ সিদ্ধান্তমৰ্মে ৰাজ্যপালে যোৱা ২০২৪ চনৰ ২১ এপ্ৰিলত এখন নিৰ্দেশনা জাৰি কৰিলে যদিও এই সন্দৰ্ভত কোনো কাৰ্যব্যৱস্থা ৰূপায়ণ কৰা হোৱা নাই।অতি সম্প্ৰতি চৰকাৰীভাৱে এনে শ্ৰেণী ভূমিৰ জৰীপ আৰু মেপিঙৰ কাম আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।কিন্তু চৰকাৰীভাৱে কাম আৰম্ভ নৌহঁ‌ওতেই সভা পাতি ভূমিৰ ধন আদায়ৰ বাবে মধ্যভোগীয়ে লোৱা পন্থাটোকলৈ সৰৱ হৈছে একাংশ লোক।ইফালে কিস্তি আদায়ৰ বাবে সংখ্যালঘুলোকক মাইকযোগে আহ্বান জনোৱাৰ দৰে ঘটনাও বিশ্বনাথত সংঘটিত হৈছে।এই সন্দৰ্ভত আৰক্ষী জ্ঞাত যদিও সমগ্ৰ বিষয় সন্দৰ্ভত তদন্তৰো দাবী উত্থাপিত হৈছে।স্বাভাৱিকতে বিশ্বনাথত ভূমি ক্ৰয়-বিক্ৰয় মধ্যভোগীৰ অৰাজকতাকলৈয়ো প্ৰশ্ন উঠিছে। সাধাৰণ সংখ্যালঘুলোকক আভুৱা ভাৰি এনেদৰে ধন সংগ্ৰহৰ অভিযান আইন সংগত নে বুলি স্থানীয় ৰাইজে প্ৰশ্ন তুলিছে। যাৰফলত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া জনতাৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰচেষ্টা বিফলে যোৱাৰ উপক্ৰম হৈছে।

5 hrs ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
5 hrs ago
e59888a1-4cc2-43a2-b482-f3f696feea4d

বিশ্বনাথত খিলঞ্জীয়াৰ ভূমি সন্দেহ যুক্ত ব্যক্তিক গতাই দিয়াৰ ষড়যন্ত্ৰ। ## খিলঞ্জীয়াৰ মাটি সংখ্যালঘুক গতোৱাৰ চক্ৰান্ত ## ধন সংগ্ৰহত নামিল একাংশ মধ্যভোগী ##মুখ্যমন্ত্ৰীৰ খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ প্ৰচেষ্টাক প্ৰত্যাহ্বান বিশ্বনাথত প্ৰায় ২ শতাধিক বিঘা ভূমি সংখ্যালঘুক গতাবলৈ এটা চক্ৰ তৎপৰ হৈ পৰিছে।ঐতিহাসিক বিশ্বনাথ ক্ষেত্ৰত আহোম কীৰ্তিচিহ্নৰে ভৰপূৰ অঞ্চলটোত এতিয়াও বাংলাদেশীমূলৰ লোকৰ আগ্ৰাসন চলি থকা বুলি অভিযোগ উত্থাপিত হৈছে।তাৎপৰ্যপূৰ্ণ যে এই সংখ্যালঘুলোক সকলে কুক্ষিগত কৰিছে বৃহৎ পৰিমাণৰ ভূমি।বৰ্তমান বিশ্বনাথৰ এক নিদিষ্ট অঞ্চলত এফ চি গ্ৰাণ্টৰ ভূমি সংখ্যালঘুলোকক বিক্ৰিৰ ৰাজহুৱা প্ৰচেষ্টাৰ অভিযোগে স্থানীয় ৰাইজক স্তম্ভিত কৰি তুলিছে।অভিযোগ উঠামতে গড় ভিতৰ গাৱৰ ১নং এফ চি গ্ৰাণ্টৰ মাটি সংখ্যালঘু লোকক বিক্ৰিৰ বাবে ৰাজহুৱা সভা অনুষ্ঠিত কৰি দৰ নিৰ্ধাৰণ কৰা হৈছে।প্ৰায় দুশতকৈ অধিক বিঘা ভূমি বিক্ৰিৰ বাবে প্ৰতি বিঘা ভূমিৰ দৰ ৯ লাখ ৮০ হাজাৰ টকা নিৰ্ধাৰণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।এই সন্দৰ্ভত ১০ জনকৈ আহ্বায়ক মণ্ডলীৰ এটা গোটে এই ভূমি ক্ৰয়কাৰীক কিস্তি কিস্তিকৈ ধন আদায়ৰ সুবিধা দিয়াৰো ব্যৱস্থা কৰিছে।তাৎপৰ্যপূৰ্ণ যে ইতিমধ্যে দখলীকৃত ভূমিৰ স্বত্ব সাধাৰণ সংখ্যালঘু লোকক গতাই দিয়াৰ প্ৰলোভনৰে এই চক্ৰটোৱে মধ্যভোগীৰ ভূমিকাত অৱত্তীৰ্ণ হোৱা বুলিও অভিযোগ উঠিছে।ঘাইকৈ হিন্দু পট্টাদাৰৰ ভূমিৰ বৃহৎ অংশ দখল সাব্যস্ত কৰি কুক্ষিগত কৰা কাৰ্যক বৈধতা দিয়াৰ উদ্দেশ্যে এই কাৰ্যত জড়িত মধ্যভোগীৰ ভূমিকাকলৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।শেহতীয়াকৈ

e95ba1e6-66e4-41ca-80dc-ab446df17acc

মুখ্যমন্ত্ৰীৰ তৎপৰতাত কেতবোৰ নিদিষ্ট এলেকাত সন্দেহজনক অথবা অনাহিন্দু লোকক ভূমি বিক্ৰিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইফালে এই আহ্বায়ক মণ্ডলীয়ে একাংশ সংখ্যালঘুলোকৰ পৰা ভূমিৰ নামত প্ৰায় ১৫ লাখ টকা সংগ্ৰহ কৰা হৈছে বুলি অভিযোগ উঠিছে।তদুপৰি এই ভূমিৰ দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰতো বৈষম্য হোৱা বুলি অভিযোগ উঠিছে।৯ লাখ ৮০ হাজাৰৰ পৰিৱৰ্তে এই ভূমিৰ দৰ ব্যক্তি বিশেষে কম বুলিও অভিযোগ কৰা হৈছে।জানিব পৰামতে এফ চি গ্ৰাণ্টৰ ভূমি ম্যাদী কৰিবলৈ চৰকাৰীভাৱে কেবিনেট সভাৰ সিদ্ধান্তমৰ্মে ৰাজ্যপালে যোৱা ২০২৪ চনৰ ২১ এপ্ৰিলত এখন নিৰ্দেশনা জাৰি কৰিলে যদিও এই সন্দৰ্ভত কোনো কাৰ্যব্যৱস্থা ৰূপায়ণ কৰা হোৱা নাই।অতি সম্প্ৰতি চৰকাৰীভাৱে এনে শ্ৰেণী ভূমিৰ জৰীপ আৰু মেপিঙৰ কাম আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।কিন্তু চৰকাৰীভাৱে কাম আৰম্ভ নৌহঁ‌ওতেই সভা পাতি ভূমিৰ ধন আদায়ৰ বাবে মধ্যভোগীয়ে লোৱা পন্থাটোকলৈ সৰৱ হৈছে একাংশ লোক।ইফালে কিস্তি আদায়ৰ বাবে সংখ্যালঘুলোকক মাইকযোগে আহ্বান জনোৱাৰ দৰে ঘটনাও বিশ্বনাথত সংঘটিত হৈছে।এই সন্দৰ্ভত আৰক্ষী জ্ঞাত যদিও সমগ্ৰ বিষয় সন্দৰ্ভত তদন্তৰো দাবী উত্থাপিত হৈছে।স্বাভাৱিকতে বিশ্বনাথত ভূমি ক্ৰয়-বিক্ৰয় মধ্যভোগীৰ অৰাজকতাকলৈয়ো প্ৰশ্ন উঠিছে। সাধাৰণ সংখ্যালঘুলোকক আভুৱা ভাৰি এনেদৰে ধন সংগ্ৰহৰ অভিযান আইন সংগত নে বুলি স্থানীয় ৰাইজে প্ৰশ্ন তুলিছে। যাৰফলত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া জনতাৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰচেষ্টা বিফলে যোৱাৰ উপক্ৰম হৈছে।

More news from অসম and nearby areas
  • Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।
    1
    Breaking@Desk 

চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।

চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন  লৈ উধাও চোৰ। 
Breaking@Desk 
চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।
চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন  লৈ উধাও চোৰ। 
ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে।
চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    13 hrs ago
  • বিহপুৰীয়া ৰ কেঞামৰা সোণাৰী গাৱত ৰাধা গোবিন্দ। মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন ৭০ বছৰ পুৰণি তামাল গছ সংৰক্ষণ বিহপুৰীযাঃ বিহপুৰীয়াৰ কেঞামৰা সোণাৰী গাৱত ৰধা গোবিন্দ মন্দিৰত ৰ প্ৰতিষ্ঠা দিৱস টি ২৩ আগষ্টৰ পৰা চাৰিদিনীয়া কায্যসূচীৰে ৰাইজে উলহমালহেৰে পালন কৰি আছে৷ এই কায্যসূচী ৰূপায়ন। কৰিবলৈ যাওতে স্হানীয় উদ্যমী ব্যক্তি সুশীল ৰয়ে ৭০ বছৰীয়া এজোপা তামাল গছ সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷
    3
    বিহপুৰীয়া ৰ কেঞামৰা সোণাৰী গাৱত ৰাধা গোবিন্দ। মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন
৭০ বছৰ পুৰণি তামাল গছ সংৰক্ষণ
বিহপুৰীযাঃ বিহপুৰীয়াৰ কেঞামৰা সোণাৰী গাৱত ৰধা গোবিন্দ মন্দিৰত ৰ প্ৰতিষ্ঠা দিৱস টি ২৩ আগষ্টৰ পৰা চাৰিদিনীয়া কায্যসূচীৰে ৰাইজে উলহমালহেৰে পালন কৰি আছে৷ এই কায্যসূচী ৰূপায়ন। কৰিবলৈ যাওতে স্হানীয় উদ্যমী ব্যক্তি সুশীল ৰয়ে ৭০ বছৰীয়া এজোপা তামাল গছ সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰে৷
নৱজ্যোতি শৰ্মা 
বিহপুৰীয়া৷
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    21 hrs ago
  • #ASSU Protest rally against price hike at Morigaon town.# "বজাৰত লাগিছে জুই চৰকাৰ আছে শুই" সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে এনেদৰেই মৰিগাঁও চহৰত মূ্ল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ সমদল উলিয়াই সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ আহ্বান মৰ্মে অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ নেতা-কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে। **“বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই”** আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। প্ৰসৰ ৰ’দকো নেওচি মৰিগাঁও চহৰৰ মাজমজিয়াত আছুৰ নেতৃত্বত উলিওৱা হয় এই বিক্ষোভ সমদল। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ জীৱন-যাত্ৰাত ব্যাপক প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনায়। মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও আছুৰ নেতৃত্বই সকীয়াই দিয়ে।
    1
    #ASSU Protest rally against price hike at Morigaon town.#

"বজাৰত লাগিছে জুই চৰকাৰ আছে শুই" 
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে এনেদৰেই মৰিগাঁও চহৰত মূ্ল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ সমদল উলিয়াই সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই।


সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ আহ্বান মৰ্মে অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ নেতা-কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে। **“বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই”** আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।
প্ৰসৰ ৰ’দকো নেওচি মৰিগাঁও চহৰৰ মাজমজিয়াত আছুৰ নেতৃত্বত উলিওৱা হয় এই বিক্ষোভ সমদল। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ জীৱন-যাত্ৰাত ব্যাপক প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনায়।
মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও আছুৰ নেতৃত্বই সকীয়াই দিয়ে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    26 min ago
  • মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মানস জ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি: ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবী মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মানস জ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি: ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবী শিৱসাগৰ জিলাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি, সাহসী যুৱক মানস জ্যোতি চেতিয়া অস্বাভাৱিক মৃত্যুক লৈ মৰিগাঁও জিলাতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। এই সন্দৰ্ভত মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মৰিগাঁও চহৰৰ মাজমজিয়াত এক বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ বিষয়ববীয়া তথা সদস্যসকলে বন্তি প্ৰজ্বলন কৰি প্ৰয়াত সতীৰ্থ মানস জ্যোতি চেতিয়া প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। জিলা সমিতিৰ মূল দাবিসমূহ: উচ্চ পৰ্যায়ৰ তদন্ত: শিমলুগুৰিৰ সাহসী যুৱ নেতাগৰাকীৰ অস্বাভাৱিক আৰু ৰহস্যজনক মৃত্যুৰ এক নিৰপেক্ষ আৰু দ্ৰুত তদন্ত সম্পন্ন কৰিব লাগিব। দোষীক দৃষ্টান্তমূলক শাস্তি: এই ঘটনাৰ আঁৰত থকা প্ৰতিগৰাকী অপৰাধীক অনতিপলমে চিনাক্ত কৰি কঠোৰতম আইনী শাস্তি প্ৰদান কৰিব লাগিব। ন্যায় প্ৰদানৰ দাবী: প্ৰয়াত মানস জ্যোতি বৰাৰ শোকসন্তপ্ত পৰিয়ালক প্ৰশাসনে শীঘ্ৰে উচিত ন্যায় প্ৰদান কৰিব লাগিব।
    1
    মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মানস জ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি: ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবী

মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মানস জ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি: ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবী
শিৱসাগৰ জিলাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি, সাহসী যুৱক মানস জ্যোতি চেতিয়া  অস্বাভাৱিক মৃত্যুক লৈ মৰিগাঁও জিলাতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। এই সন্দৰ্ভত মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মৰিগাঁও চহৰৰ মাজমজিয়াত এক বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
কাৰ্যসূচীত মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ বিষয়ববীয়া তথা সদস্যসকলে বন্তি প্ৰজ্বলন কৰি প্ৰয়াত সতীৰ্থ মানস জ্যোতি চেতিয়া  প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।
জিলা সমিতিৰ মূল দাবিসমূহ:
উচ্চ পৰ্যায়ৰ তদন্ত: শিমলুগুৰিৰ সাহসী যুৱ নেতাগৰাকীৰ অস্বাভাৱিক আৰু ৰহস্যজনক মৃত্যুৰ এক নিৰপেক্ষ আৰু দ্ৰুত তদন্ত সম্পন্ন কৰিব লাগিব।
দোষীক দৃষ্টান্তমূলক শাস্তি: এই ঘটনাৰ আঁৰত থকা প্ৰতিগৰাকী অপৰাধীক অনতিপলমে চিনাক্ত কৰি কঠোৰতম আইনী শাস্তি প্ৰদান কৰিব লাগিব।
ন্যায় প্ৰদানৰ দাবী: প্ৰয়াত মানস জ্যোতি বৰাৰ শোকসন্তপ্ত পৰিয়ালক প্ৰশাসনে শীঘ্ৰে উচিত ন্যায় প্ৰদান কৰিব লাগিব।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    16 hrs ago
  • গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ
    1
    গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু
দুৰাৰোগ্য ৰোগত মৃ/ত্যু  দ্বীপন ৰাজবংশীৰ
সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি
দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ

 
গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু
দুৰাৰোগ্য ৰোগত মৃ/ত্যু  দ্বীপন ৰাজবংশীৰ
সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি
দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    18 hrs ago
  • গোলাঘাটত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন 🛑 গোলাঘাটত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন 🛑 গোলাঘাটত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। অনুষ্ঠানত প্ৰথিতযশা সাহিত্যিক ড° অনুৰাধা শৰ্মা পূজাৰীক প্ৰদান কৰা হয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য বঁটা। লগতে ‘সংগ্ৰাম’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন আৰু বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিয়ে অনুষ্ঠানটোক বিশেষ তাৎপৰ্য প্ৰদান কৰে। গোলাঘাটৰ পৰা চিতা চুমু দত্তৰ ৰিপ'ৰ্ট Focus axom 24 . . . . #Golaghat #SangramiYuvaChatraParishad #AnuradhaSharmaPujari #As #nonfollowers #follower #FocusAxom24
    1
    গোলাঘাটত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

🛑 গোলাঘাটত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
🛑 গোলাঘাটত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। অনুষ্ঠানত প্ৰথিতযশা সাহিত্যিক ড° অনুৰাধা শৰ্মা পূজাৰীক প্ৰদান কৰা হয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য বঁটা। লগতে ‘সংগ্ৰাম’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন আৰু বিভিন্ন 
জাতীয় সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিয়ে অনুষ্ঠানটোক বিশেষ তাৎপৰ্য প্ৰদান কৰে।
গোলাঘাটৰ পৰা চিতা চুমু দত্তৰ ৰিপ'ৰ্ট 
Focus axom 24 
.
.
.
.
#Golaghat #SangramiYuvaChatraParishad #AnuradhaSharmaPujari #As #nonfollowers #follower #FocusAxom24
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    12 hrs ago
  • ১ মিনিটতে Bilibili App Download কৰক ! • Untold by Ali Hussain 📍 Assam, India
    1
    ১ মিনিটতে Bilibili App Download কৰক !
• Untold by Ali Hussain 
📍 Assam, India
    user_Untold by ALI HUSSAIN
    Untold by ALI HUSSAIN
    Local News Reporter লংকা, হোজাই, অসম•
    2 hrs ago
  • ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল। ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
    1
    ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    17 hrs ago
  • চীন-নেপাল সীমান্তত ভ/য়ং/ক/ৰ বান: প্ৰ/চ/ণ্ড ঢৌত শ শ লোকৰ মৃ/ত্যু/-আশংকা চীন-নেপাল সীমান্তত ভ/য়ং/ক/ৰ বান: প্ৰ/চ/ণ্ড ঢৌত শ শ লোকৰ মৃ/ত্যু/-আশংকা চীন-নেপাল সীমান্তত বি/ধ্বং/সী বান/পানীয়ে সৃষ্টি কৰিছে ভ/য়ং/কৰ পৰিস্থিতি। প্ৰচণ্ড বানৰ ঢৌত বহু লোক সন্ধানহীন হোৱাৰ লগতে শ শ লোকৰ মৃ/ত্যু/হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে আতংকময় পৰিৱেশ। #ChinaNepalBorder #FloodAlert #NepalFlood #BreakingNews #FloodDisaster।
    1
    চীন-নেপাল সীমান্তত ভ/য়ং/ক/ৰ বান: প্ৰ/চ/ণ্ড ঢৌত শ শ লোকৰ মৃ/ত্যু/-আশংকা
চীন-নেপাল সীমান্তত ভ/য়ং/ক/ৰ বান: প্ৰ/চ/ণ্ড ঢৌত শ শ লোকৰ মৃ/ত্যু/-আশংকা
চীন-নেপাল সীমান্তত বি/ধ্বং/সী বান/পানীয়ে সৃষ্টি কৰিছে ভ/য়ং/কৰ পৰিস্থিতি। প্ৰচণ্ড বানৰ ঢৌত বহু লোক সন্ধানহীন হোৱাৰ লগতে শ শ লোকৰ মৃ/ত্যু/হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে আতংকময় পৰিৱেশ।
#ChinaNepalBorder #FloodAlert #NepalFlood #BreakingNews #FloodDisaster।
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.