Shuru
Apke Nagar Ki App…
নেপালৰ ৰৌতাঘাটত প্ৰায় ১৫ ফুট দীঘল এক প্ৰকাণ্ড প্ৰাপ্ত বয়স্ক ৰজা ফেঁটী উদ্ধাৰ কৰা হৈছে। এই বৃহৎ আকাৰৰ ৰজা ফেঁটীটোক অঞ্চলটোত দেখাৰ পিছতে উদ্ধাৰ অভিযান চলোৱা হয়।
Golaghat খবৰ
নেপালৰ ৰৌতাঘাটত প্ৰায় ১৫ ফুট দীঘল এক প্ৰকাণ্ড প্ৰাপ্ত বয়স্ক ৰজা ফেঁটী উদ্ধাৰ কৰা হৈছে। এই বৃহৎ আকাৰৰ ৰজা ফেঁটীটোক অঞ্চলটোত দেখাৰ পিছতে উদ্ধাৰ অভিযান চলোৱা হয়।
More news from Assam and nearby areas
- গোলাঘাটৰ কাবৰু গাঁৱৰ বাবুল দাস আৰু ৰূপালী দাসৰ আঢ়ৈ বছৰীয়া সন্তানটি এক জটিল ৰোগত আক্ৰান্ত হোৱাত উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছে। এই কঠিন সময়ত ‘মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম’ এই বাণী আখৰে আখৰে পালন কৰি আলোড়ন যুৱক সংঘৰ উদ্যোগত নাক-কাতি কাবৰু গাঁওৰক্ষী বাহিনী, হিল্লোল যুৱক আৰু স্থানীয় যুৱকসকলৰ সহযোগত দুৱাৰে দুৱাৰে ঘূৰি আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰি শিশুটিৰ চিকিৎসাৰ বাবে মানৱ সেৱা আগবঢ়াইছে।1
- সৰুপথাৰ সম-জিলা জাম্পাৰ মালিক সন্থা আৰু চালকসকলে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। দীৰ্ঘদিন ধৰি বনবিভাগে T.P. সমূহ বন্ধ কৰি ৰখাৰ সন্দৰ্ভত তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে।1
- বৰষুণ নাই সৰুপথাৰত, ৰাইজে পাতিলে ভেকুলী বিয়া #shorts #youtubeshorts #trending #viral #fogmarriage Cover Topic:- fog marriage marriage fog shorts youtube shorts short video viral trending #shorts #youtubeshorts #trending #viral #fogmarriage1
- আজি সৰুপথাৰ সমজিলাৰ ডাম্পাৰ মালিক সন্থা আৰু চালকসকলে গোলাঘাট সংমণ্ডল বন প্ৰাধিকাৰীৰ কাৰ্যালয়ত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে অভিযোগ কৰে যে বিগত চাৰি মাহ ধৰি প্ৰশাসনৰ বিভিন্ন সিদ্ধান্তৰ বাবে তেওঁলোকৰ ডাম্পাৰসমূহ চলাচল কৰিব পৰা নাই। ইয়াৰ ফলত ডাম্পাৰৰ মালিক, চালক, মিস্ত্ৰী, টায়াৰ দোকান, হোটেলকে ধৰি বিভিন্ন লোকৰ পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।1
- লখিমপুৰ জিলাৰ লালুকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন এম্বুলেন্স আৰু এখন এল্টো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।1
- বিশ্বনাথ প্ৰশাসনৰ উদ্যোগত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। এই কাৰ্যসূচী বিশ্বনাথ সংহিতা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হয়, য'ত 'স্বাস্থ্যকৰ বাৰ্ধক্যকৰ বাবে যোগ' শীৰ্ষক বিষয় হিচাপে লোৱা হৈছিল।1
- পুৱাৰে পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নাজিৰা নগৰৰ কেইবাটাও ৱাৰ্ডত ভয়াবহ জলাবদ্ধতাৰ সৃষ্টি হৈছে। নিষ্কাশন ব্যৱস্থাৰ দুৰ্বলতাৰ বাবে বহু এলেকা কৃত্ৰিম বানৰ কবলত পৰাত জনসাধাৰণৰ দৈনন্দিন জীৱন ব্যাহত হৈছে।1
- নুমলীগড়ৰ এনআৰএল (NRL) নগৰাঞ্চলত নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শাখাটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান আৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস উদযাপন কৰা হয়। এই যৌথ অনুষ্ঠানত ড° নন্দ সিং বৰকলা উপস্থিত আছিল। গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই সমগ্ৰ অনুষ্ঠান সফলতাৰে সম্পন্ন হয়।1