logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

প্ৰাক্তন অৰ্থনৈতিক উপদেষ্টা Ashok Kumar Lahiri ক NITI Aayog ৰ নতুন Vice-Chairman পদত নিযুক্তি : দেশৰ সৰ্ব্বোচ্চ নীতি নিৰ্ধাৰণ সংস্থা Planning Commission ৰ ঠাইত ২০১৫ চনত NITI Aayog গঠন কৰা হৈছিল । দেশৰ প্ৰধান মন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ গঠিত এই NITI Aayog যোৱা ২৫ এপ্ৰিল, ২০২৬ ত পুনৰ গঠন কৰে । চৰকাৰে প্ৰাক্তন অৰ্থনৈতিক উপদেষ্টা অশোক কুমাৰ লাহিৰি ক Vice Chairman পদত নিযুক্তি দিয়ে আৰু পাচ গৰাকী ব্যক্তি ক্ৰমে Shri Rajiv Gauba, বিশিষ্ট অৰ্থনীতিবিদ Prof. K.V. Raju, Prof. Gobardhan Das, AIIMS ৰ Director Prof. M. Srinivas, আৰু Prof. Abhay Karandikar ক নীতি আয়োগৰ সদস্য পদত নিযুক্তি দিয়ে ।

9 hrs ago
user_Bipul Saikia
Bipul Saikia
গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
9 hrs ago
9ecefc92-b66b-4ad0-82e2-0359705284aa
bda1de5f-cf90-47ef-9f44-78163b802703

প্ৰাক্তন অৰ্থনৈতিক উপদেষ্টা Ashok Kumar Lahiri ক NITI Aayog ৰ নতুন Vice-Chairman পদত নিযুক্তি : দেশৰ সৰ্ব্বোচ্চ নীতি নিৰ্ধাৰণ সংস্থা Planning Commission ৰ ঠাইত ২০১৫ চনত NITI Aayog গঠন কৰা হৈছিল । দেশৰ প্ৰধান মন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ গঠিত এই NITI Aayog যোৱা ২৫ এপ্ৰিল, ২০২৬ ত পুনৰ গঠন কৰে । চৰকাৰে প্ৰাক্তন অৰ্থনৈতিক উপদেষ্টা অশোক কুমাৰ লাহিৰি ক Vice Chairman পদত নিযুক্তি দিয়ে আৰু পাচ গৰাকী ব্যক্তি ক্ৰমে Shri Rajiv Gauba, বিশিষ্ট অৰ্থনীতিবিদ Prof. K.V. Raju, Prof. Gobardhan Das, AIIMS ৰ Director Prof. M. Srinivas, আৰু Prof. Abhay Karandikar ক নীতি আয়োগৰ সদস্য পদত নিযুক্তি দিয়ে ।

More news from Kamrup Metro and nearby areas
  • 📌AAP से BJP तक Swati Maliwal का बड़ा सियासी U-turn | Modi-Shah से inspired! 📌Breaking Swati Maliwal joins BJP! Kejriwal को बड़ा झटका?
    1
    📌AAP से BJP तक Swati Maliwal का बड़ा सियासी U-turn | Modi-Shah से inspired!
📌Breaking  Swati Maliwal joins BJP! Kejriwal को बड़ा झटका?
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    22 min ago
  • EXIT POLL को लेकर एआईयूडीएफ और साधारण लोगों की प्रतिक्रिया।। #newsreport
    1
    EXIT POLL को लेकर एआईयूडीएफ और साधारण लोगों की प्रतिक्रिया।।
#newsreport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    2 hrs ago
  • বৃহস্পতিবাৰে পুৱা কাটাক ৰেলৱে ষ্টেচনত ১৫৬২৮ নং চিলচাৰ–কইম্বাটুৰ এক্সপ্ৰেছ ৰেলৱে ষ্টেচনত প্ৰৱেশ কৰাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা স্থানীয় ৰে’ল এখনে একে সময়তে একেটা ট্ৰেকতে প্ৰৱেশ কৰাত যাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে। শিলচৰ–কইম্বাটুৰ এক্সপ্ৰেছৰ ইঞ্জিন পাইলটৰ সজাগতা আৰু ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণৰ বাবে সম্ভাৱ্য বিপৰ্যয়জনক দুৰ্ঘটনা ৰোধ হয়। সময়ত বিপদ অনুভৱ কৰি ডাইভাৰে ৰে’লখনৰ গতি বহু পৰিমাণে হ্ৰাস কৰিলে, যাৰ ফলত সংঘৰ্ষৰ পৰা হাত সাৰিব পাৰিলে আৰু ৰেলখন থকা হাজাৰ হাজাৰ যাত্ৰীৰ সুৰক্ষা নিশ্চিত হ’ল। ৰে’লৱেৰ বিষয়াসকলে কয় যে সেই জটিল মুহূৰ্তত গতি হ্ৰাস নকৰিলে গুৰুতৰ দুৰ্ঘটনা সংঘটিত হ’ল হেঁতেন।
    1
    বৃহস্পতিবাৰে পুৱা কাটাক ৰেলৱে ষ্টেচনত ১৫৬২৮ নং চিলচাৰ–কইম্বাটুৰ এক্সপ্ৰেছ ৰেলৱে ষ্টেচনত প্ৰৱেশ কৰাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা স্থানীয় ৰে’ল এখনে একে সময়তে একেটা ট্ৰেকতে প্ৰৱেশ কৰাত যাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে। 
শিলচৰ–কইম্বাটুৰ এক্সপ্ৰেছৰ ইঞ্জিন পাইলটৰ সজাগতা আৰু ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণৰ বাবে সম্ভাৱ্য বিপৰ্যয়জনক দুৰ্ঘটনা ৰোধ  হয়।  সময়ত বিপদ অনুভৱ কৰি ডাইভাৰে ৰে’লখনৰ গতি বহু পৰিমাণে হ্ৰাস কৰিলে, যাৰ ফলত সংঘৰ্ষৰ পৰা হাত সাৰিব পাৰিলে আৰু ৰেলখন থকা হাজাৰ হাজাৰ যাত্ৰীৰ সুৰক্ষা নিশ্চিত হ’ল।  ৰে’লৱেৰ বিষয়াসকলে কয় যে সেই জটিল মুহূৰ্তত গতি হ্ৰাস নকৰিলে গুৰুতৰ দুৰ্ঘটনা সংঘটিত হ’ল হেঁতেন।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    5 hrs ago
  • Apply online for Dibrugarh University B.Ed Admission 2026. Check DU B.Ed CET exam date, eligibility, application process, fee, syllabus and important dates.
    1
    Apply online for Dibrugarh University B.Ed Admission 2026. Check DU B.Ed CET exam date, eligibility, application process, fee, syllabus and important dates.
    user_Recruitment Assam
    Recruitment Assam
    Media company Guwahati, Kamrup Metro•
    11 hrs ago
  • উত্তৰ গুৱাহাটী আৰু ৰঙিয়া আৰক্ষীৰ যুটীয়া অভিযানত আজি ৰঙিয়াত বৃহৎ পৰিমাণৰ ধনসহ আটক হয় বহিঃৰাজ্যৰ এজন প্ৰৱঞ্চক । ধৃত প্ৰৱঞ্চকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ৪ লাখ ৭০ হাজাৰ ৫ শ টকা । ধৃত প্ৰৱঞ্চকজন বিহাৰৰ মায়া নগৰ সমষ্টিপুৰৰ কৃষ্ণ কুমাৰ শ্বাহ । অভিযোগ অনুসৰি, উত্তৰ গুৱাহাটীৰ ব্যৱসায়ী এগৰাকীৰ তাত কৰ্মচাৰী হিচাপে থকা প্ৰৱঞ্চক কৃষ্ণ কুমাৰ শ্বাহে স্বাক্ষৰ থকা এখন চেক চুৰি কৰি গোপনে বেংকৰ পৰা টকা উলিয়াই পলায়ন কৰিছিল । ব্যৱসায়ীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীক অভিযোগ দিয়ে । অৱশেষত আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ চোচাইটি মুৰাৰাৰ পৰা টকা ভৰ্তি বেগ সহ প্ৰৱঞ্চকজনে এখন "কেব" ভাড়া কৰি পলায়ন কৰিবলৈ লোৱাৰ মুহুৰ্ততে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।
    1
    উত্তৰ গুৱাহাটী আৰু ৰঙিয়া আৰক্ষীৰ যুটীয়া অভিযানত আজি ৰঙিয়াত বৃহৎ পৰিমাণৰ ধনসহ আটক হয় বহিঃৰাজ্যৰ এজন প্ৰৱঞ্চক । ধৃত প্ৰৱঞ্চকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ৪ লাখ ৭০ হাজাৰ ৫ শ টকা । ধৃত প্ৰৱঞ্চকজন বিহাৰৰ মায়া নগৰ সমষ্টিপুৰৰ কৃষ্ণ কুমাৰ শ্বাহ । অভিযোগ অনুসৰি, উত্তৰ গুৱাহাটীৰ ব্যৱসায়ী এগৰাকীৰ তাত কৰ্মচাৰী হিচাপে থকা প্ৰৱঞ্চক কৃষ্ণ কুমাৰ শ্বাহে  স্বাক্ষৰ থকা এখন চেক চুৰি কৰি  গোপনে বেংকৰ পৰা টকা উলিয়াই পলায়ন কৰিছিল । ব্যৱসায়ীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীক অভিযোগ দিয়ে । অৱশেষত আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ চোচাইটি মুৰাৰাৰ পৰা টকা ভৰ্তি বেগ সহ  প্ৰৱঞ্চকজনে এখন "কেব" ভাড়া কৰি পলায়ন কৰিবলৈ লোৱাৰ মুহুৰ্ততে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    23 hrs ago
  • Post by Sangku das
    1
    Post by Sangku das
    user_Sangku das
    Sangku das
    Artist চেঙা, বৰপেটা, অসম•
    2 hrs ago
  • তামুলপুৰত ‘জীৱন আলোকপাত’ গ্ৰন্থ উন্মোচন — বীৰেণ দাসক ৰাজহুৱা সম্বৰ্ধনা তামুলপুৰ, প্ৰতিবেদনঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তামুলপুৰ আঞ্চলিক শাখাৰ অন্তৰ্গত গদাধৰ প্ৰাথমিক শাখা, কচুবাৰী নামঘৰৰ গুৰু আসন (সিংহাসন) প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। সংঘ পৰিয়াল আৰু তামুলপুৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত ‘জীৱন আলোকপাত’ শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়, য’ত শৰণ সদস্য তথা শলকৰী কলা-সংস্কৃতিৰ সৈতে জড়িত বীৰেণ দাসৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰা হৈছে। অনুষ্ঠানৰ আৰম্ভণিতে শৰাই স্থাপন আৰু গছপুলি ৰোপনৰ পাছত পুৱা ১১ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাংবাদিক কামেশ্বৰ দাসৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। লোকগীতেৰে আৰম্ভ হোৱা এই সভাৰ আঁত ধৰে তামুলপুৰ আঞ্চলিক শঙ্কৰদেৱ সঙ্ঘৰ সাধাৰণ সম্পাদক ভুবনেশ্বৰ দাসে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, অসমৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা। বিশিষ্ট শিক্ষাবিদ নাৰায়ণচন্দ্ৰ ব্ৰহ্মই অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে। এই সভাত তামুলপুৰ, ৰঙিয়া আৰু নলবাৰী জিলা শঙ্কৰদেৱ সঙ্ঘৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে। গ্ৰন্থ উন্মোচনৰ পূৰ্বে বৈষ্ণৱ বাপ পাঠক বীৰেণ দাসক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শৰাই, গামোচা আৰু ফুলাম জাপিৰে ৰাজহুৱা সম্বৰ্ধনা জনায়। সভাত ভাষণ প্ৰদান কৰি পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই বীৰেণ দাসৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে জীৱিত অৱস্থাতেই এনে স্বীকৃতি প্ৰদান কৰাটো এক প্ৰশংসনীয় পদক্ষেপ বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, এই গ্ৰন্থ উন্মোচনী সভাতেই পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ ৮৩ সংখ্যক জন্মদিন উপলক্ষে বাপ-বান্ধৱ আৰু উপস্থিত ৰাইজে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
    1
    তামুলপুৰত ‘জীৱন আলোকপাত’ গ্ৰন্থ উন্মোচন — বীৰেণ দাসক ৰাজহুৱা সম্বৰ্ধনা
তামুলপুৰ, প্ৰতিবেদনঃ
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তামুলপুৰ আঞ্চলিক শাখাৰ অন্তৰ্গত গদাধৰ প্ৰাথমিক শাখা, কচুবাৰী নামঘৰৰ গুৰু আসন (সিংহাসন) প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। সংঘ পৰিয়াল আৰু তামুলপুৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত ‘জীৱন আলোকপাত’ শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়, য’ত শৰণ সদস্য তথা শলকৰী কলা-সংস্কৃতিৰ সৈতে জড়িত বীৰেণ দাসৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰা হৈছে।
অনুষ্ঠানৰ আৰম্ভণিতে শৰাই স্থাপন আৰু গছপুলি ৰোপনৰ পাছত পুৱা ১১ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাংবাদিক কামেশ্বৰ দাসৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। লোকগীতেৰে আৰম্ভ হোৱা এই সভাৰ আঁত ধৰে তামুলপুৰ আঞ্চলিক শঙ্কৰদেৱ সঙ্ঘৰ সাধাৰণ সম্পাদক ভুবনেশ্বৰ দাসে।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, অসমৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা। বিশিষ্ট শিক্ষাবিদ নাৰায়ণচন্দ্ৰ ব্ৰহ্মই অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে। এই সভাত তামুলপুৰ, ৰঙিয়া আৰু নলবাৰী জিলা শঙ্কৰদেৱ সঙ্ঘৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে।
গ্ৰন্থ উন্মোচনৰ পূৰ্বে বৈষ্ণৱ বাপ পাঠক বীৰেণ দাসক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শৰাই, গামোচা আৰু ফুলাম জাপিৰে ৰাজহুৱা সম্বৰ্ধনা জনায়। সভাত ভাষণ প্ৰদান কৰি পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই বীৰেণ দাসৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে জীৱিত অৱস্থাতেই এনে স্বীকৃতি প্ৰদান কৰাটো এক প্ৰশংসনীয় পদক্ষেপ বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে, এই গ্ৰন্থ উন্মোচনী সভাতেই পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ ৮৩ সংখ্যক জন্মদিন উপলক্ষে বাপ-বান্ধৱ আৰু উপস্থিত ৰাইজে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    2 hrs ago
  • #MaithiliThakur #BiharPolitics #PoliticalNews #BreakingNews #ViralVideo #Trending #LawAndOrder #IndiaNews #Shorts
    1
    #MaithiliThakur #BiharPolitics #PoliticalNews #BreakingNews #ViralVideo #Trending #LawAndOrder #IndiaNews #Shorts
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    33 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.