Shuru
Apke Nagar Ki App…
📌AAP से BJP तक Swati Maliwal का बड़ा सियासी U-turn | Modi-Shah से inspired! 📌Breaking Swati Maliwal joins BJP! Kejriwal को बड़ा झटका? 📌AAP से BJP तक Swati Maliwal का बड़ा सियासी U-turn | Modi-Shah से inspired! 📌Breaking Swati Maliwal joins BJP! Kejriwal को बड़ा झटका?
H News National
📌AAP से BJP तक Swati Maliwal का बड़ा सियासी U-turn | Modi-Shah से inspired! 📌Breaking Swati Maliwal joins BJP! Kejriwal को बड़ा झटका? 📌AAP से BJP तक Swati Maliwal का बड़ा सियासी U-turn | Modi-Shah से inspired! 📌Breaking Swati Maliwal joins BJP! Kejriwal को बड़ा झटका?
More news from অসম and nearby areas
- মঠঘৰীয়া দুৰ্ঘটনাৰ পাছতে ছামিমে তে....জ লগা পোচাকযোৰ দলিয়াইছিল নলালৈ । তাৰ পাছতে অন্য গাড়ী মাতি পলাই গৈছিল ছামিম গুৱাহাটীৰ পৰা।1
- 📌WB Elections में बड़ा आरोप! Kunal Ghosh बोले – BJP कर रही है ‘Golmaal’! 📌TMC vs BJP: Kunal Ghosh का बड़ा हमला – ‘Election में गड़बड़ी!’ 📌Bengal Politics Heat BJP आकर खेल बिगाड़ रही है’ – Kunal Ghosh1
- EXIT POLL को लेकर एआईयूडीएफ और साधारण लोगों की प्रतिक्रिया।। #newsreport1
- Apply online for Dibrugarh University B.Ed Admission 2026. Check DU B.Ed CET exam date, eligibility, application process, fee, syllabus and important dates.1
- সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯০.৬% নম্বৰ লাভ কৰি উজলিল পলাশবাৰী সমষ্টিৰ ছয়গাঁও ধেকেনাবঢ়ীৰ মঃ খৰ্চান আলীৰ জীয়ৰী চৱনম চুলতানাই। পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী খৰচান আলী আৰু ব্যক্তিগত কোম্পানীত কৰ্মৰত ৰহিমা বেগমৰ কন্যাৰ এই সফলতাই গৌৰৱ কঢ়িয়াই আনিছে ছয়গাঁৱলৈ ৷ । উল্লেখযোগ্য যে চৱনম চুলতানাৰ পিতৃ এগৰাকী ফুটপাথৰ ক্ষুদ্ৰ ব্যৱসায়ী লগতে মাতৃয়ে কোম্পানীত কাম কৰে। অতি দৰিদ্ৰ পৰিয়ালটো হ'লেও ছোৱালীৰ এই সফলতাৰ বাবে পিতৃ মাতৃ আজি গৌৰৱান্বিত। চৱনম চুলতানাই ছয়গাঁও মহাবিদ্যালয়ৰ পৰা কলা শাখাত আটাইকেইটা বিষয়তে লেটাৰ লাভ কৰি ৯০.৬ % নম্বৰৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। জীয়ৰীৰ এই সফলতাৰ পাছতে আবেগিক হৈ পৰিল পিতৃ মাতৃ। কিয়নো চাৰিগৰাকী কন্যা সন্তানৰ পিতৃ খৰচান আলীয়ে অতি কষ্টেৰে ডাঙৰ দীঘল কৰিছে তেওঁৰ ছোৱালী কেইগৰাকীক। তেওঁ কনিষ্ঠ গৰাকী জীয়ৰীৰ এই সফলতাৰ বাবে তেওঁ আবেগিক হৈ পৰে।1
- Post by Sangku das1
- তামুলপুৰত ‘জীৱন আলোকপাত’ গ্ৰন্থ উন্মোচন — বীৰেণ দাসক ৰাজহুৱা সম্বৰ্ধনা তামুলপুৰ, প্ৰতিবেদনঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তামুলপুৰ আঞ্চলিক শাখাৰ অন্তৰ্গত গদাধৰ প্ৰাথমিক শাখা, কচুবাৰী নামঘৰৰ গুৰু আসন (সিংহাসন) প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। সংঘ পৰিয়াল আৰু তামুলপুৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত ‘জীৱন আলোকপাত’ শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়, য’ত শৰণ সদস্য তথা শলকৰী কলা-সংস্কৃতিৰ সৈতে জড়িত বীৰেণ দাসৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰা হৈছে। অনুষ্ঠানৰ আৰম্ভণিতে শৰাই স্থাপন আৰু গছপুলি ৰোপনৰ পাছত পুৱা ১১ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাংবাদিক কামেশ্বৰ দাসৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। লোকগীতেৰে আৰম্ভ হোৱা এই সভাৰ আঁত ধৰে তামুলপুৰ আঞ্চলিক শঙ্কৰদেৱ সঙ্ঘৰ সাধাৰণ সম্পাদক ভুবনেশ্বৰ দাসে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, অসমৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা। বিশিষ্ট শিক্ষাবিদ নাৰায়ণচন্দ্ৰ ব্ৰহ্মই অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে। এই সভাত তামুলপুৰ, ৰঙিয়া আৰু নলবাৰী জিলা শঙ্কৰদেৱ সঙ্ঘৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে। গ্ৰন্থ উন্মোচনৰ পূৰ্বে বৈষ্ণৱ বাপ পাঠক বীৰেণ দাসক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শৰাই, গামোচা আৰু ফুলাম জাপিৰে ৰাজহুৱা সম্বৰ্ধনা জনায়। সভাত ভাষণ প্ৰদান কৰি পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই বীৰেণ দাসৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে জীৱিত অৱস্থাতেই এনে স্বীকৃতি প্ৰদান কৰাটো এক প্ৰশংসনীয় পদক্ষেপ বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, এই গ্ৰন্থ উন্মোচনী সভাতেই পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ ৮৩ সংখ্যক জন্মদিন উপলক্ষে বাপ-বান্ধৱ আৰু উপস্থিত ৰাইজে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।1
- মঠঘৰীয়াত দুৰ্ঘটনা সংঘটিত কৰা ছামিমৰ আৰক্ষী জিম্মাৰ আজি অন্তিম দিন পুৱাই মঠঘৰীয়া দুর্ঘটনাস্থলীলৈ আৰক্ষীয়ে লৈ যায় ছামিমক1