logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত ৯০.৬%নম্বৰ লাভ কৰি সফলতা অৰ্জন চৱনম চুলতানাৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯০.৬% নম্বৰ লাভ কৰি উজলিল পলাশবাৰী সমষ্টিৰ ছয়গাঁও ধেকেনাবঢ়ীৰ মঃ খৰ্চান আলীৰ জীয়ৰী চৱনম চুলতানাই। পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী খৰচান আলী আৰু ব্যক্তিগত কোম্পানীত কৰ্মৰত ৰহিমা বেগমৰ কন্যাৰ এই সফলতাই গৌৰৱ কঢ়িয়াই আনিছে ছয়গাঁৱলৈ ৷ । উল্লেখযোগ্য যে চৱনম চুলতানাৰ পিতৃ এগৰাকী ফুটপাথৰ ক্ষুদ্ৰ ব্যৱসায়ী লগতে মাতৃয়ে কোম্পানীত কাম কৰে। অতি দৰিদ্ৰ পৰিয়ালটো হ'লেও ছোৱালীৰ এই সফলতাৰ বাবে পিতৃ মাতৃ আজি গৌৰৱান্বিত। চৱনম চুলতানাই ছয়গাঁও মহাবিদ্যালয়ৰ পৰা কলা শাখাত আটাইকেইটা বিষয়তে লেটাৰ লাভ কৰি ৯০.৬ % নম্বৰৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। জীয়ৰীৰ এই সফলতাৰ পাছতে আবেগিক হৈ পৰিল পিতৃ মাতৃ। কিয়নো চাৰিগৰাকী কন্যা সন্তানৰ পিতৃ খৰচান আলীয়ে অতি কষ্টেৰে ডাঙৰ দীঘল কৰিছে তেওঁৰ ছোৱালী কেইগৰাকীক। তেওঁ কনিষ্ঠ গৰাকী জীয়ৰীৰ এই সফলতাৰ বাবে তেওঁ আবেগিক হৈ পৰে।

1 hr ago
user_TIME OF ASSAM
TIME OF ASSAM
ছয়গাঁও, কামৰূপ, অসম•
1 hr ago

উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত ৯০.৬%নম্বৰ লাভ কৰি সফলতা অৰ্জন চৱনম চুলতানাৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯০.৬% নম্বৰ লাভ কৰি উজলিল পলাশবাৰী সমষ্টিৰ ছয়গাঁও ধেকেনাবঢ়ীৰ মঃ খৰ্চান আলীৰ জীয়ৰী চৱনম চুলতানাই। পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী খৰচান আলী আৰু ব্যক্তিগত কোম্পানীত কৰ্মৰত ৰহিমা বেগমৰ কন্যাৰ এই সফলতাই গৌৰৱ কঢ়িয়াই আনিছে ছয়গাঁৱলৈ ৷ । উল্লেখযোগ্য যে চৱনম চুলতানাৰ পিতৃ এগৰাকী ফুটপাথৰ ক্ষুদ্ৰ ব্যৱসায়ী লগতে মাতৃয়ে কোম্পানীত কাম কৰে। অতি দৰিদ্ৰ পৰিয়ালটো হ'লেও ছোৱালীৰ এই সফলতাৰ বাবে পিতৃ মাতৃ আজি গৌৰৱান্বিত। চৱনম চুলতানাই ছয়গাঁও মহাবিদ্যালয়ৰ পৰা কলা শাখাত আটাইকেইটা বিষয়তে লেটাৰ লাভ কৰি ৯০.৬ % নম্বৰৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। জীয়ৰীৰ এই সফলতাৰ পাছতে আবেগিক হৈ পৰিল পিতৃ মাতৃ। কিয়নো চাৰিগৰাকী কন্যা সন্তানৰ পিতৃ খৰচান আলীয়ে অতি কষ্টেৰে ডাঙৰ দীঘল কৰিছে তেওঁৰ ছোৱালী কেইগৰাকীক। তেওঁ কনিষ্ঠ গৰাকী জীয়ৰীৰ এই সফলতাৰ বাবে তেওঁ আবেগিক হৈ পৰে।

More news from অসম and nearby areas
  • সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯০.৬% নম্বৰ লাভ কৰি উজলিল পলাশবাৰী সমষ্টিৰ ছয়গাঁও ধেকেনাবঢ়ীৰ মঃ খৰ্চান আলীৰ জীয়ৰী চৱনম চুলতানাই। পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী খৰচান আলী আৰু ব্যক্তিগত কোম্পানীত কৰ্মৰত ৰহিমা বেগমৰ কন্যাৰ এই সফলতাই গৌৰৱ কঢ়িয়াই আনিছে ছয়গাঁৱলৈ ৷ । উল্লেখযোগ্য যে চৱনম চুলতানাৰ পিতৃ এগৰাকী ফুটপাথৰ ক্ষুদ্ৰ ব্যৱসায়ী লগতে মাতৃয়ে কোম্পানীত কাম কৰে। অতি দৰিদ্ৰ পৰিয়ালটো হ'লেও ছোৱালীৰ এই সফলতাৰ বাবে পিতৃ মাতৃ আজি গৌৰৱান্বিত। চৱনম চুলতানাই ছয়গাঁও মহাবিদ্যালয়ৰ পৰা কলা শাখাত আটাইকেইটা বিষয়তে লেটাৰ লাভ কৰি ৯০.৬ % নম্বৰৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। জীয়ৰীৰ এই সফলতাৰ পাছতে আবেগিক হৈ পৰিল পিতৃ মাতৃ। কিয়নো চাৰিগৰাকী কন্যা সন্তানৰ পিতৃ খৰচান আলীয়ে অতি কষ্টেৰে ডাঙৰ দীঘল কৰিছে তেওঁৰ ছোৱালী কেইগৰাকীক। তেওঁ কনিষ্ঠ গৰাকী জীয়ৰীৰ এই সফলতাৰ বাবে তেওঁ আবেগিক হৈ পৰে।
    1
    সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯০.৬% নম্বৰ লাভ কৰি উজলিল পলাশবাৰী সমষ্টিৰ ছয়গাঁও ধেকেনাবঢ়ীৰ  মঃ খৰ্চান আলীৰ জীয়ৰী চৱনম চুলতানাই। পদপথৰ  ক্ষুদ্ৰ ব্যৱসায়ী খৰচান আলী আৰু ব্যক্তিগত কোম্পানীত কৰ্মৰত  ৰহিমা বেগমৰ কন্যাৰ এই  সফলতাই  গৌৰৱ কঢ়িয়াই আনিছে ছয়গাঁৱলৈ ৷ ।  উল্লেখযোগ্য যে চৱনম চুলতানাৰ পিতৃ এগৰাকী ফুটপাথৰ ক্ষুদ্ৰ ব্যৱসায়ী লগতে মাতৃয়ে কোম্পানীত কাম কৰে।  অতি দৰিদ্ৰ পৰিয়ালটো হ'লেও ছোৱালীৰ এই সফলতাৰ বাবে পিতৃ মাতৃ আজি গৌৰৱান্বিত। চৱনম চুলতানাই ছয়গাঁও মহাবিদ্যালয়ৰ পৰা কলা  শাখাত আটাইকেইটা বিষয়তে লেটাৰ লাভ কৰি ৯০.৬ % নম্বৰৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। জীয়ৰীৰ এই সফলতাৰ পাছতে আবেগিক হৈ পৰিল পিতৃ মাতৃ। কিয়নো চাৰিগৰাকী কন্যা সন্তানৰ পিতৃ খৰচান আলীয়ে অতি কষ্টেৰে ডাঙৰ দীঘল কৰিছে তেওঁৰ ছোৱালী কেইগৰাকীক। তেওঁ কনিষ্ঠ গৰাকী জীয়ৰীৰ এই সফলতাৰ বাবে তেওঁ আবেগিক হৈ পৰে।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    1 hr ago
  • ছমৰীয়াত ৰংমন সাংস্কৃতিক সন্ধিয়া ২০২৬ ইং বৰ্ষৰ অস্থায়ী কাৰ্যালয় উদ্ধোধন । কামৰূপ জিলাৰ বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ যুৱপ্ৰজন্মৰ এক অনুষ্ঠান ৰংমন সাংস্কৃতিক সন্ধিয়া । প্ৰতিবছৰে ৯ জুনত অনুষ্ঠিত হয় এই সাংস্কৃতিক সন্ধিয়া । ২০০২ চনত জন্মগ্ৰহন কৰা "ৰংমন সাংস্কৃতিক গোষ্ঠী" য়ে এইবেলি ভৰি দিলেহি ৰূপালী জয়ন্তী বৰ্ষত । এইবেলি "ৰংমন সাংস্কৃতিক গোষ্ঠী"য়ে ২০২৬ ইং বৰ্ষত ৰূপালী জয়ন্তীৰ সাংস্কৃতিক সন্ধিয়া খনি ৯ জুন ২০২৬ ইং তাৰিখে উলহ মালহেৰে উদযাপন কৰিব । সাংস্কৃতিক সন্ধিয়া খনি উদযাপন কৰিবলৈ গঠন কৰা হৈছে এখন শক্তিশালী সমিতি । কাৰ্যালয় মুকলি অনুষ্ঠানত ৰংমন সাংস্কৃতিক সন্ধিয়াৰ তৰফৰ পৰা বিশিষ্ট ব্যক্তি সকলৰ লগতে উদযাপন সমিতিৰ সভাপতিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ লগতে সমূহ সদস্যবৃন্দ উপস্থিত থাকে ।
    3
    ছমৰীয়াত ৰংমন সাংস্কৃতিক সন্ধিয়া ২০২৬ ইং বৰ্ষৰ অস্থায়ী কাৰ্যালয় উদ্ধোধন । কামৰূপ জিলাৰ বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ যুৱপ্ৰজন্মৰ এক অনুষ্ঠান ৰংমন সাংস্কৃতিক সন্ধিয়া । প্ৰতিবছৰে ৯ জুনত অনুষ্ঠিত হয় এই সাংস্কৃতিক সন্ধিয়া । ২০০২ চনত জন্মগ্ৰহন কৰা "ৰংমন সাংস্কৃতিক গোষ্ঠী" য়ে এইবেলি ভৰি দিলেহি ৰূপালী জয়ন্তী বৰ্ষত । এইবেলি "ৰংমন সাংস্কৃতিক গোষ্ঠী"য়ে ২০২৬ ইং বৰ্ষত ৰূপালী জয়ন্তীৰ সাংস্কৃতিক সন্ধিয়া খনি ৯ জুন ২০২৬ ইং তাৰিখে উলহ মালহেৰে উদযাপন কৰিব । সাংস্কৃতিক সন্ধিয়া খনি উদযাপন কৰিবলৈ গঠন কৰা হৈছে এখন শক্তিশালী সমিতি । কাৰ্যালয় মুকলি অনুষ্ঠানত ৰংমন সাংস্কৃতিক সন্ধিয়াৰ তৰফৰ পৰা বিশিষ্ট ব্যক্তি সকলৰ লগতে উদযাপন সমিতিৰ সভাপতিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ লগতে সমূহ সদস্যবৃন্দ উপস্থিত থাকে ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    12 hrs ago
  • বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৬ তম মৃত্যুবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য
    1
    বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৬ তম মৃত্যুবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য
    user_Subal Biswas
    Subal Biswas
    Guwahati, Kamrup Metro•
    1 hr ago
  • মঠঘৰীয়া দুৰ্ঘটনাৰ পাছতে ছামিমে তে....জ লগা পোচাকযোৰ দলিয়াইছিল নলালৈ । তাৰ পাছতে অন্য গাড়ী মাতি পলাই গৈছিল ছামিম গুৱাহাটীৰ পৰা।
    1
    মঠঘৰীয়া দুৰ্ঘটনাৰ পাছতে ছামিমে তে....জ লগা পোচাকযোৰ দলিয়াইছিল নলালৈ । তাৰ পাছতে অন্য গাড়ী মাতি পলাই গৈছিল ছামিম গুৱাহাটীৰ পৰা।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    2 hrs ago
  • 📌WB Elections में बड़ा आरोप! Kunal Ghosh बोले – BJP कर रही है ‘Golmaal’! 📌TMC vs BJP: Kunal Ghosh का बड़ा हमला – ‘Election में गड़बड़ी!’ 📌Bengal Politics Heat BJP आकर खेल बिगाड़ रही है’ – Kunal Ghosh
    1
    📌WB Elections में बड़ा आरोप! Kunal Ghosh बोले – BJP कर रही है ‘Golmaal’!
📌TMC vs BJP: Kunal Ghosh का बड़ा हमला – ‘Election में गड़बड़ी!’
📌Bengal Politics Heat BJP आकर खेल बिगाड़ रही है’ – Kunal Ghosh
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    3 hrs ago
  • EXIT POLL को लेकर एआईयूडीएफ और साधारण लोगों की प्रतिक्रिया।। #newsreport
    1
    EXIT POLL को लेकर एआईयूडीएफ और साधारण लोगों की प्रतिक्रिया।।
#newsreport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    5 hrs ago
  • Post by Sangku das
    1
    Post by Sangku das
    user_Sangku das
    Sangku das
    Artist চেঙা, বৰপেটা, অসম•
    6 hrs ago
  • মঠঘৰীয়াত দুৰ্ঘটনা সংঘটিত কৰা ছামিমৰ আৰক্ষী জিম্মাৰ আজি অন্তিম দিন পুৱাই মঠঘৰীয়া দুর্ঘটনাস্থলীলৈ আৰক্ষীয়ে লৈ যায় ছামিমক
    1
    মঠঘৰীয়াত দুৰ্ঘটনা সংঘটিত কৰা ছামিমৰ আৰক্ষী জিম্মাৰ আজি অন্তিম দিন
পুৱাই মঠঘৰীয়া দুর্ঘটনাস্থলীলৈ আৰক্ষীয়ে লৈ যায় ছামিমক
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.