logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ছমৰীয়াত ৰংমন সাংস্কৃতিক সন্ধিয়া ২০২৬ ইং বৰ্ষৰ অস্থায়ী কাৰ্যালয় উদ্ধোধন ছমৰীয়াত ৰংমন সাংস্কৃতিক সন্ধিয়া ২০২৬ ইং বৰ্ষৰ অস্থায়ী কাৰ্যালয় উদ্ধোধন । কামৰূপ জিলাৰ বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ যুৱপ্ৰজন্মৰ এক অনুষ্ঠান ৰংমন সাংস্কৃতিক সন্ধিয়া । প্ৰতিবছৰে ৯ জুনত অনুষ্ঠিত হয় এই সাংস্কৃতিক সন্ধিয়া । ২০০২ চনত জন্মগ্ৰহন কৰা "ৰংমন সাংস্কৃতিক গোষ্ঠী" য়ে এইবেলি ভৰি দিলেহি ৰূপালী জয়ন্তী বৰ্ষত । এইবেলি "ৰংমন সাংস্কৃতিক গোষ্ঠী"য়ে ২০২৬ ইং বৰ্ষত ৰূপালী জয়ন্তীৰ সাংস্কৃতিক সন্ধিয়া খনি ৯ জুন ২০২৬ ইং তাৰিখে উলহ মালহেৰে উদযাপন কৰিব । সাংস্কৃতিক সন্ধিয়া খনি উদযাপন কৰিবলৈ গঠন কৰা হৈছে এখন শক্তিশালী সমিতি । কাৰ্যালয় মুকলি অনুষ্ঠানত ৰংমন সাংস্কৃতিক সন্ধিয়াৰ তৰফৰ পৰা বিশিষ্ট ব্যক্তি সকলৰ লগতে উদযাপন সমিতিৰ সভাপতিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ লগতে সমূহ সদস্যবৃন্দ উপস্থিত থাকে ।

2 hrs ago
user_অবিৰত বাৰ্তা
অবিৰত বাৰ্তা
বকো, কামৰূপ, অসম•
2 hrs ago

ছমৰীয়াত ৰংমন সাংস্কৃতিক সন্ধিয়া ২০২৬ ইং বৰ্ষৰ অস্থায়ী কাৰ্যালয় উদ্ধোধন ছমৰীয়াত ৰংমন সাংস্কৃতিক সন্ধিয়া ২০২৬ ইং বৰ্ষৰ অস্থায়ী কাৰ্যালয় উদ্ধোধন । কামৰূপ জিলাৰ বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ যুৱপ্ৰজন্মৰ এক অনুষ্ঠান ৰংমন সাংস্কৃতিক সন্ধিয়া । প্ৰতিবছৰে ৯ জুনত অনুষ্ঠিত হয় এই সাংস্কৃতিক

সন্ধিয়া । ২০০২ চনত জন্মগ্ৰহন কৰা "ৰংমন সাংস্কৃতিক গোষ্ঠী" য়ে এইবেলি ভৰি দিলেহি ৰূপালী জয়ন্তী বৰ্ষত । এইবেলি "ৰংমন সাংস্কৃতিক গোষ্ঠী"য়ে ২০২৬ ইং বৰ্ষত ৰূপালী জয়ন্তীৰ সাংস্কৃতিক সন্ধিয়া খনি ৯ জুন ২০২৬ ইং তাৰিখে উলহ মালহেৰে উদযাপন কৰিব । সাংস্কৃতিক সন্ধিয়া খনি

উদযাপন কৰিবলৈ গঠন কৰা হৈছে এখন শক্তিশালী সমিতি । কাৰ্যালয় মুকলি অনুষ্ঠানত ৰংমন সাংস্কৃতিক সন্ধিয়াৰ তৰফৰ পৰা বিশিষ্ট ব্যক্তি সকলৰ লগতে উদযাপন সমিতিৰ সভাপতিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ লগতে সমূহ সদস্যবৃন্দ উপস্থিত থাকে ।

More news from অসম and nearby areas
  • ছমৰীয়াত ৰংমন সাংস্কৃতিক সন্ধিয়া ২০২৬ ইং বৰ্ষৰ অস্থায়ী কাৰ্যালয় উদ্ধোধন । কামৰূপ জিলাৰ বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ যুৱপ্ৰজন্মৰ এক অনুষ্ঠান ৰংমন সাংস্কৃতিক সন্ধিয়া । প্ৰতিবছৰে ৯ জুনত অনুষ্ঠিত হয় এই সাংস্কৃতিক সন্ধিয়া । ২০০২ চনত জন্মগ্ৰহন কৰা "ৰংমন সাংস্কৃতিক গোষ্ঠী" য়ে এইবেলি ভৰি দিলেহি ৰূপালী জয়ন্তী বৰ্ষত । এইবেলি "ৰংমন সাংস্কৃতিক গোষ্ঠী"য়ে ২০২৬ ইং বৰ্ষত ৰূপালী জয়ন্তীৰ সাংস্কৃতিক সন্ধিয়া খনি ৯ জুন ২০২৬ ইং তাৰিখে উলহ মালহেৰে উদযাপন কৰিব । সাংস্কৃতিক সন্ধিয়া খনি উদযাপন কৰিবলৈ গঠন কৰা হৈছে এখন শক্তিশালী সমিতি । কাৰ্যালয় মুকলি অনুষ্ঠানত ৰংমন সাংস্কৃতিক সন্ধিয়াৰ তৰফৰ পৰা বিশিষ্ট ব্যক্তি সকলৰ লগতে উদযাপন সমিতিৰ সভাপতিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ লগতে সমূহ সদস্যবৃন্দ উপস্থিত থাকে ।
    3
    ছমৰীয়াত ৰংমন সাংস্কৃতিক সন্ধিয়া ২০২৬ ইং বৰ্ষৰ অস্থায়ী কাৰ্যালয় উদ্ধোধন । কামৰূপ জিলাৰ বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ যুৱপ্ৰজন্মৰ এক অনুষ্ঠান ৰংমন সাংস্কৃতিক সন্ধিয়া । প্ৰতিবছৰে ৯ জুনত অনুষ্ঠিত হয় এই সাংস্কৃতিক সন্ধিয়া । ২০০২ চনত জন্মগ্ৰহন কৰা "ৰংমন সাংস্কৃতিক গোষ্ঠী" য়ে এইবেলি ভৰি দিলেহি ৰূপালী জয়ন্তী বৰ্ষত । এইবেলি "ৰংমন সাংস্কৃতিক গোষ্ঠী"য়ে ২০২৬ ইং বৰ্ষত ৰূপালী জয়ন্তীৰ সাংস্কৃতিক সন্ধিয়া খনি ৯ জুন ২০২৬ ইং তাৰিখে উলহ মালহেৰে উদযাপন কৰিব । সাংস্কৃতিক সন্ধিয়া খনি উদযাপন কৰিবলৈ গঠন কৰা হৈছে এখন শক্তিশালী সমিতি । কাৰ্যালয় মুকলি অনুষ্ঠানত ৰংমন সাংস্কৃতিক সন্ধিয়াৰ তৰফৰ পৰা বিশিষ্ট ব্যক্তি সকলৰ লগতে উদযাপন সমিতিৰ সভাপতিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ লগতে সমূহ সদস্যবৃন্দ উপস্থিত থাকে ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    2 hrs ago
  • 🔸সুখ্যাতিৰে উত্তীৰ্ণ সোণতলীৰ ছামিমা ইয়াচমিনক ডাঃ কুৰবান আলী আহমেদৰ লগতে বিভিন্ন জনৰ সম্বৰ্ধনা। 🔸বিজ্ঞান শাখাত ৮৯•২ শতাংশ লৈ উতীৰ্ণ ছামিমা চিকিৎসক হোৱাৰ মন।
    1
    🔸সুখ্যাতিৰে উত্তীৰ্ণ সোণতলীৰ ছামিমা ইয়াচমিনক ডাঃ কুৰবান আলী আহমেদৰ লগতে বিভিন্ন জনৰ সম্বৰ্ধনা।
🔸বিজ্ঞান শাখাত ৮৯•২ শতাংশ লৈ উতীৰ্ণ ছামিমা চিকিৎসক হোৱাৰ মন।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    17 hrs ago
  • সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।
    1
    সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।
    user_Axom News Live
    Axom News Live
    চেঙা, বৰপেটা, অসম•
    13 hrs ago
  • ৰসায়নত 99/100। মুঠ 92% ৰে HS ত বিজ্ঞান শাখাত উজলিল শ্ৰেয়া শৰ্মা। সকলো বিষয়তে লেটাৰ মাৰ্ক।
    1
    ৰসায়নত 99/100। মুঠ 92% ৰে HS ত বিজ্ঞান শাখাত উজলিল শ্ৰেয়া শৰ্মা। সকলো বিষয়তে লেটাৰ মাৰ্ক।
    user_Kayakuchi Express
    Kayakuchi Express
    Media house বৰপেটা, বৰপেটা, অসম•
    6 hrs ago
  • Post by Shomesh Uddin
    1
    Post by Shomesh Uddin
    user_Shomesh Uddin
    Shomesh Uddin
    বৰপেটা, বৰপেটা, অসম•
    23 hrs ago
  • Apply online for Dibrugarh University B.Ed Admission 2026. Check DU B.Ed CET exam date, eligibility, application process, fee, syllabus and important dates.
    1
    Apply online for Dibrugarh University B.Ed Admission 2026. Check DU B.Ed CET exam date, eligibility, application process, fee, syllabus and important dates.
    user_Recruitment Assam
    Recruitment Assam
    Media company Guwahati, Kamrup Metro•
    5 hrs ago
  • সন্ধিয়া চাৰি বজাৰ পৰা লেখা পানী লিডু এলেকাত যাক যাক বৰষুণ দিব লৈ ধৰিছে এতিয়া লৈকে ব্ৰুখুন এৰাৰ কোনো সন্ধান দেখা নাই গাওঁৰ লোক সকলে বৰুখো নৰ পৰা চৌকা পৰ্যন্ত যোলাব পৰা ভাত ৰান্ধিবো কেনে কৈ ঘৰৰ ভিতৰুৱা ঠাইত পানিহে হুমালে গৈ
    1
    সন্ধিয়া চাৰি বজাৰ পৰা লেখা পানী লিডু এলেকাত যাক যাক বৰষুণ দিব লৈ ধৰিছে এতিয়া লৈকে ব্ৰুখুন এৰাৰ কোনো সন্ধান দেখা নাই গাওঁৰ লোক সকলে  বৰুখো নৰ পৰা চৌকা পৰ্যন্ত যোলাব পৰা ভাত ৰান্ধিবো কেনে কৈ ঘৰৰ ভিতৰুৱা ঠাইত পানিহে হুমালে গৈ
    user_Umasankar Deb
    Umasankar Deb
    Acoustical consultant মেঘালয়, इंडिया•
    7 hrs ago
  • 🔹মগনীয়াৰ সন্তানৰ কৃতিত্বত উৎফুল্লিত পৰিয়ালৰ লগতে গাওঁবাসীৰ। 🔹দৰিদ্ৰতাক প্ৰত্যহ্বান জনাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিল ছাদ্দাম হুছেইন। 🔹আগন্তুক উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ্থিক সাহায্য বিচাৰি সামাজিক মাধ্যমত আহ্বান। 🔹কামৰূপ জিলাৰ ছমৰীয়াৰ সোণতলী পাথালিপাৰা গাঁৱৰ আয়নাল হকৰ পুত্ৰ ছাদ্দাম হুছেইন ।
    1
    🔹মগনীয়াৰ সন্তানৰ কৃতিত্বত উৎফুল্লিত পৰিয়ালৰ লগতে গাওঁবাসীৰ।
🔹দৰিদ্ৰতাক প্ৰত্যহ্বান জনাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিল ছাদ্দাম হুছেইন।
🔹আগন্তুক উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ্থিক সাহায্য বিচাৰি সামাজিক মাধ্যমত আহ্বান।
🔹কামৰূপ জিলাৰ ছমৰীয়াৰ সোণতলী পাথালিপাৰা গাঁৱৰ আয়নাল হকৰ পুত্ৰ ছাদ্দাম হুছেইন ।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.