Shuru
Apke Nagar Ki App…
দিয়াশ্ৰী এজনী ছোৱালীক নতুন নামাকৰণ কৰি এই কবিতাটি লিখা হৈছে
U song my videos
দিয়াশ্ৰী এজনী ছোৱালীক নতুন নামাকৰণ কৰি এই কবিতাটি লিখা হৈছে
More news from অসম and nearby areas
- Post by U song my videos1
- আনন্দ উল্লাসৰ মাজেৰে তামুলপুৰৰ অময়াপুৰস্থিত 'নিৰ্বাণা বৃদ্ধাৱাস'ত ৰঙালী বিহু উদযাপন।1
- চিবিএছইৰ পৰীক্ষাত ৰঙিয়াৰ চাৰ্চ পাব্লিক স্কুলৰ সফলতা অৰ্জন। ৯০ শতাংশৰো অধিক নম্বৰ প্ৰাপ্তিৰে ৰঙিয়ালৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিলে ২১ গৰাকী শিক্ষাৰ্থীয়ে।বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনা কৃতি শিক্ষাৰ্থী সকলক আজি উষ্ম আদৰণি জনায় বিদ্যালয় কৰ্তৃপক্ষই।তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৯৭.২ শতাংশ নম্বৰ প্ৰাপ্ত উদিপ্ত নাথ , গীতাৰ্থ ডেকা,ধিমান শালৈ ,নিশিতা শালৈ প্ৰমুখ্যে আন আন কৃতিত্ব অৰ্জন কাৰী সকলকো বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।ইয়াকে লৈ বিদ্যালয়খনত উছব মুখৰ পৰিবেশৰ সৃষ্টি হয়।উল্লেখ্য যে এইবেলি বিদ্যালয় খনৰ পৰা চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৭৭ গৰাকী শিক্ষাৰ্থী ।এশ শতাংশ উত্তীৰ্ণৰে বিদ্যালয় খনে পূৰ্বৰ সফলতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱাত ৰঙিয়াত স্বাভিৱিকতে সৃষ্টি হৈছে উছব মুখৰ পৰিবেশৰ।1
- 📌বাক্সাৰ পূৱ খাগ্ৰাবাৰী নতুন আলিগুৰীত বোৱাৰী নিৰুদ্দেশৰ ঘটনা। 📌নিৰুদ্দেশ হোৱা বোৱাৰী গৰাকী জুনুমনি দাস। 📌কোনো সদাশয় ব্যক্তিয়ে যদি এই বোৱাৰী গৰাকীৰ সন্ধান পায় তেন্তে স্বামীৰ ৮৭৬১০০৯৯৮১নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।1
- गुवाहाटी इस्लामपुर स्थित हाजी मुसाफिरखाना से 18 तारीख को पहले हाजियों का दल मक्का की और गुवाहाटी एयरपोर्ट से रवाना होंगे #Newsreport #NationalNews1
- গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত মাকৈৰ বজাৰ মূল্য হ্ৰাস পোৱাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।1
- 📌বিহুৰ অনুষ্ঠানত জুবিন গাৰ্গৰ গীত বিকৃত কৰি গোৱাক লৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ৷ 📌নিজৰ শৈলীৰে গীত পৰিৱেশন কৰিবলৈ গৈ জুবিন গাৰ্গৰ গান, সৃষ্টি সমূহক বিকৃত কৰাৰ মৰসাহ আৰু ধৃষ্টতা কোনেও কৰিব নালাগে। মৰ্মিতা মিত্ৰৰ এয়াই শেষ ধৃষ্টতা হওক-উৎপল শৰ্মা৷1
- 📌মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা। 📌পৰ্যটকৰ বাহনলৈ তীব্ৰ চোঁচা এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ। 📌মানাহৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা ।1