logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

দক্ষিণ কামৰূপৰ can ছয়গাঁৱত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ছয়গাঁৱৰ শিংখাটৰ আমজেদ খান ওৰফে দ্বীপ নামৰ এজন ব্যক্তিক দুৰ্বৃত্তৰ দলে হাত-ভৰি বান্ধি হত্যা কৰি থৈ যায়। মৃত আমজেদ আলী এগৰাকী আদা ব্যৱসায়ী আছিল। দুৰ্বৃত্তৰ দলটোৱে দ্বীপ আলীৰ পত্নী, কন্যা আৰু মাতৃ ঘৰত নথকাৰ সুযোগ লৈ এই হত্যাকাণ্ড সংঘটিত কৰে। হত্যা কৰাৰ পিছত দুৰ্বৃত্তই ঘৰৰ আচবাব আৰু গড্ৰেজ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

1 hr ago
user_TIME OF ASSAM
TIME OF ASSAM
ছয়গাঁও, কামৰূপ, অসম•
1 hr ago

দক্ষিণ কামৰূপৰ can ছয়গাঁৱত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ছয়গাঁৱৰ শিংখাটৰ আমজেদ খান ওৰফে দ্বীপ নামৰ এজন ব্যক্তিক দুৰ্বৃত্তৰ দলে হাত-ভৰি বান্ধি হত্যা কৰি থৈ যায়। মৃত আমজেদ আলী এগৰাকী আদা ব্যৱসায়ী আছিল। দুৰ্বৃত্তৰ দলটোৱে দ্বীপ আলীৰ পত্নী, কন্যা আৰু মাতৃ ঘৰত নথকাৰ সুযোগ লৈ এই হত্যাকাণ্ড সংঘটিত কৰে। হত্যা কৰাৰ পিছত দুৰ্বৃত্তই ঘৰৰ আচবাব আৰু গড্ৰেজ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

More news from অসম and nearby areas
  • দক্ষিণ কামৰূপৰ can ছয়গাঁৱত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ছয়গাঁৱৰ শিংখাটৰ আমজেদ খান ওৰফে দ্বীপ নামৰ এজন ব্যক্তিক দুৰ্বৃত্তৰ দলে হাত-ভৰি বান্ধি হত্যা কৰি থৈ যায়। মৃত আমজেদ আলী এগৰাকী আদা ব্যৱসায়ী আছিল। দুৰ্বৃত্তৰ দলটোৱে দ্বীপ আলীৰ পত্নী, কন্যা আৰু মাতৃ ঘৰত নথকাৰ সুযোগ লৈ এই হত্যাকাণ্ড সংঘটিত কৰে। হত্যা কৰাৰ পিছত দুৰ্বৃত্তই ঘৰৰ আচবাব আৰু গড্ৰেজ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
    1
    দক্ষিণ কামৰূপৰ can ছয়গাঁৱত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ছয়গাঁৱৰ শিংখাটৰ আমজেদ খান ওৰফে দ্বীপ নামৰ এজন ব্যক্তিক দুৰ্বৃত্তৰ দলে হাত-ভৰি বান্ধি হত্যা কৰি থৈ যায়। মৃত আমজেদ আলী এগৰাকী আদা ব্যৱসায়ী আছিল।

দুৰ্বৃত্তৰ দলটোৱে দ্বীপ আলীৰ পত্নী, কন্যা আৰু মাতৃ ঘৰত নথকাৰ সুযোগ লৈ এই হত্যাকাণ্ড সংঘটিত কৰে। হত্যা কৰাৰ পিছত দুৰ্বৃত্তই ঘৰৰ আচবাব আৰু গড্ৰেজ ভাঙি লণ্ডভণ্ড কৰে। ইতিমধ্যে ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    1 hr ago
  • কামৰূপৰ বকোত বন্যহস্তীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হৈছে। বৰ্তমান আহত লোকজন চিকিৎসাধীন হৈ আছে।
    1
    কামৰূপৰ বকোত বন্যহস্তীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হৈছে। বৰ্তমান আহত লোকজন চিকিৎসাধীন হৈ আছে।
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    1 hr ago
  • দৌলাশালত মুখ্য মন্ত্ৰীয়ে নিজে ৰোলাৰ চলাই ড্ৰাগছ ধ্বংস কৰিছে। এই ড্ৰাগছসমূহ ধ্বংস কৰিবলৈ মুখ্য মন্ত্ৰীগৰাকীয়ে নিজেই ৰোলাৰখন চলাইছিল।
    1
    দৌলাশালত মুখ্য মন্ত্ৰীয়ে নিজে ৰোলাৰ চলাই ড্ৰাগছ ধ্বংস কৰিছে। এই ড্ৰাগছসমূহ ধ্বংস কৰিবলৈ মুখ্য মন্ত্ৰীগৰাকীয়ে নিজেই ৰোলাৰখন চলাইছিল।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    2 hrs ago
  • বৰপেটা জিলাৰ হাউলীত নিৰ্মালি দাসৰ কণ্ঠত এটি অসমীয়া গীত পৰিৱেশন কৰা হৈছে।
    1
    বৰপেটা জিলাৰ হাউলীত নিৰ্মালি দাসৰ কণ্ঠত এটি অসমীয়া গীত পৰিৱেশন কৰা হৈছে।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    7 hrs ago
  • Post by Manik AIi
    1
    Post by Manik AIi
    user_Manik AIi
    Manik AIi
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    10 hrs ago
  • ৰঙিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ বাসিন্দাসকলৰ আধ্যাত্মিক পীঠস্থান ম'হখলিস্থিত হৰি মন্দিৰত যোৱা নিশা চোৰে তলা ভাঙি এক ভয়ংকৰ লুটপাত চলায়। চোৰে মন্দিৰৰ মূল তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সোণ-ৰূপৰ অলংকাৰ, পিতলৰ বন্তি গছা আৰু ডাঙৰ টিলিঙা আদিকে ধৰি সকলো সামগ্ৰী লৈ নিৰ্বিঘ্নে পলায়ন কৰে। ইয়াৰ উপৰিও চোৰে দান পাত্ৰত থকা সকলো ধন হস্তগত কৰে। কেৱল হৰি মন্দিৰেই নহয়, চোৰে মন্দিৰ চৌহদৰ মূল কাৰ্যালয়ৰ তলা ভাঙি পেলোৱাৰ লগতে মা বৈষ্ণু দেৱী মন্দিৰৰো তলা ভঙাৰ চেষ্টা চলায়। ৰঙিয়াত ধাৰাবাহিকভাৱে চলি থকা এনে চুৰিকাণ্ডৰ ঘটনাত এতিয়া স্থানীয় আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
    1
    ৰঙিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ বাসিন্দাসকলৰ আধ্যাত্মিক পীঠস্থান ম'হখলিস্থিত হৰি মন্দিৰত যোৱা নিশা চোৰে তলা ভাঙি এক ভয়ংকৰ লুটপাত চলায়। চোৰে মন্দিৰৰ মূল তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সোণ-ৰূপৰ অলংকাৰ, পিতলৰ বন্তি গছা আৰু ডাঙৰ টিলিঙা আদিকে ধৰি সকলো সামগ্ৰী লৈ নিৰ্বিঘ্নে পলায়ন কৰে। ইয়াৰ উপৰিও চোৰে দান পাত্ৰত থকা সকলো ধন হস্তগত কৰে।

কেৱল হৰি মন্দিৰেই নহয়, চোৰে মন্দিৰ চৌহদৰ মূল কাৰ্যালয়ৰ তলা ভাঙি পেলোৱাৰ লগতে মা বৈষ্ণু দেৱী মন্দিৰৰো তলা ভঙাৰ চেষ্টা চলায়। ৰঙিয়াত ধাৰাবাহিকভাৱে চলি থকা এনে চুৰিকাণ্ডৰ ঘটনাত এতিয়া স্থানীয় আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    11 hrs ago
  • তামুলপুৰ জিলাৰ নাগ্ৰিজুলীৰ ২ নং পাহাৰপুৰ আৰু হস্তীনাপুৰ গাঁৱত ১২ জুলাইত একেদিনাই দুটাকৈ উন্নতমানৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী ভজন দাসে এক মাংগলিক কাৰ্যসূচীৰে ফিটা কাটি দুয়োখন কেন্দ্ৰৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে। শিশুৰ প্ৰাৰম্ভিক শিক্ষা, খেল-ধেমালি, পুষ্টি আৰু সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে আধুনিক সা-সুবিধাৰে এই কেন্দ্ৰ দুটা নিৰ্মাণ কৰা হৈছে, যিয়ে অঞ্চলটোৰ শিশু আৰু অভিভাৱকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কাৰ্যবাহী সদস্য লক্ষী ভজন দাসে শিশুৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পৰ্যায়ক্ৰমে জিলাৰ সকলো জৰাজীৰ্ণ অংগনবাড়ী কেন্দ্ৰক আদৰ্শ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অতি শীঘ্ৰেই তামুলপুৰ জিলাত আৰু কেইবাটাও আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। এই অনুষ্ঠানত টিচিএলচিচিৰ অধ্যক্ষ শংকৰ দাস, সহকাৰী আয়ুক্ত প্ৰাগ্যজ্যোতি লস্কৰ, স্থানীয় ভিচিডিচিৰ অধ্যক্ষ, সদস্যসকল, শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াসকল, অংগনবাড়ী কৰ্মী-সহায়িকা আৰু স্থানীয় ৰাইজ উপস্থিত আছিল। নতুন কেন্দ্ৰ দুটা লাভ কৰি স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।
    1
    তামুলপুৰ জিলাৰ নাগ্ৰিজুলীৰ ২ নং পাহাৰপুৰ আৰু হস্তীনাপুৰ গাঁৱত ১২ জুলাইত একেদিনাই দুটাকৈ উন্নতমানৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী ভজন দাসে এক মাংগলিক কাৰ্যসূচীৰে ফিটা কাটি দুয়োখন কেন্দ্ৰৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে। শিশুৰ প্ৰাৰম্ভিক শিক্ষা, খেল-ধেমালি, পুষ্টি আৰু সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে আধুনিক সা-সুবিধাৰে এই কেন্দ্ৰ দুটা নিৰ্মাণ কৰা হৈছে, যিয়ে অঞ্চলটোৰ শিশু আৰু অভিভাৱকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কাৰ্যবাহী সদস্য লক্ষী ভজন দাসে শিশুৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পৰ্যায়ক্ৰমে জিলাৰ সকলো জৰাজীৰ্ণ অংগনবাড়ী কেন্দ্ৰক আদৰ্শ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অতি শীঘ্ৰেই তামুলপুৰ জিলাত আৰু কেইবাটাও আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। এই অনুষ্ঠানত টিচিএলচিচিৰ অধ্যক্ষ শংকৰ দাস, সহকাৰী আয়ুক্ত প্ৰাগ্যজ্যোতি লস্কৰ, স্থানীয় ভিচিডিচিৰ অধ্যক্ষ, সদস্যসকল, শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াসকল, অংগনবাড়ী কৰ্মী-সহায়িকা আৰু স্থানীয় ৰাইজ উপস্থিত আছিল। নতুন কেন্দ্ৰ দুটা লাভ কৰি স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    2 hrs ago
  • কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ বকোৰ বনগাঁও কেম্পত উপস্থিত হৈছে।
    1
    কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ বকোৰ বনগাঁও কেম্পত উপস্থিত হৈছে।
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.