logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৈৰাবাৰীত AIUDF ৰ সভাত জনসমুদ্ৰত পৰিণত। লাহৰীঘাটৰ মৈৰাবাৰীত উপস্থিত 👉মৈৰাবাৰীত AIUDF ৰ সভাত জনসমুদ্ৰত পৰিণত। 👉লাহৰীঘাটৰ মৈৰাবাৰীত উপস্থিত AIMIM প্ৰধান আছাদুদ্দিন ওৱেইছি। 👉বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ অসমলৈ উপস্থিত আছাদুদ্দিন ওৱেইছি 👉আজি মৈৰাবাৰীত উপস্থিত আছাদুদ্দিন ওৱেইছি

2 hrs ago
user_News 16 Northeast
News 16 Northeast
Newsagent নগাঁও, নগাঁও, অসম•
2 hrs ago

মৈৰাবাৰীত AIUDF ৰ সভাত জনসমুদ্ৰত পৰিণত। লাহৰীঘাটৰ মৈৰাবাৰীত উপস্থিত 👉মৈৰাবাৰীত AIUDF ৰ সভাত জনসমুদ্ৰত পৰিণত। 👉লাহৰীঘাটৰ মৈৰাবাৰীত উপস্থিত AIMIM প্ৰধান আছাদুদ্দিন ওৱেইছি। 👉বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ অসমলৈ উপস্থিত আছাদুদ্দিন ওৱেইছি 👉আজি মৈৰাবাৰীত উপস্থিত আছাদুদ্দিন ওৱেইছি

More news from অসম and nearby areas
  • *বিশ বছৰ ধৰি এ আই ইউ ডি এফ দলৰ হৈ কাম কৰা একাংশ সক্ৰিয় তথা জেষ্ঠ কৰ্মীৰ কংগ্ৰেছত যোগদান* চামগুৰি সমষ্টিত এ আই ইউ ডি এফ দলৰ জিলা পৰ্যায়ৰ নেতা কৰ্মীয়ে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান। চামগুৰি সমষ্টিত বিজেপি আৰু aiudf মিলি যিমান খিনি ভোট পাব তাতকৈ তাঞ্জিল হুছেইনে বেছি ভোট পাব বুলি মন্তব্য ন কংগ্ৰেছীৰ। চামগুৰি সমষ্টিৰ শিঙিমাৰীত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰে কৰ্মী জনে চামগুৰি নহয় সমগ্ৰ অসমৰ পৰাই এ আই ইউ ডি এফ দল নাইকিয়া কৰাৰ পন লৈছে বুলি মন্তব্য কৰে ন কংগ্ৰেছী মফিজুল ইছলামে। এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চম্পক কলিতা আৰু বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অসন্তুষ্টি হৈ দল ত্যাগ জিলা পৰ্যায়ৰ কেইবা গৰাকী পুৰনা কৰ্মীয়ে। চামগুৰি সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আব্দুল আজিজৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ন কংগ্ৰেছীয়ে। চম্পক কলিতা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী আব্দুল আজিজ হৈছে বিজেপিৰ এজেণ্ট বুলি মন্তব্য কৰে ন কংগ্ৰেছী মফিজুল ইছলামে। ন কংগ্ৰেছী সকলে এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চম্পক কলিতা আৰু বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি দল ত্যাগ কৰে। প্ৰাৰ্থী আব্দুল আজিজে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে হেলিকপ্টাৰৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ অনা সন্দৰ্ভত ন কংগ্ৰেছী মফিজুল ইছলামে কয় যে মিছলীয়াৰো এটা সীমা থাকিব লাগে, তেওঁৰ কোনো কাণ্ডক জ্ঞান নাই, আজি তেওঁক ৰাইজে বিধায়ক বনাই বিধানসভালৈ পঠাব কালি তেওঁ হিমন্তৰ গাড়ীত উঠি গুচি যাব ।
    1
    *বিশ বছৰ ধৰি এ আই ইউ ডি এফ দলৰ হৈ কাম কৰা একাংশ সক্ৰিয় তথা জেষ্ঠ কৰ্মীৰ কংগ্ৰেছত যোগদান*
চামগুৰি সমষ্টিত এ আই ইউ ডি এফ দলৰ জিলা পৰ্যায়ৰ নেতা কৰ্মীয়ে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান।
চামগুৰি সমষ্টিত বিজেপি আৰু aiudf মিলি যিমান খিনি ভোট পাব তাতকৈ তাঞ্জিল হুছেইনে বেছি ভোট পাব বুলি মন্তব্য ন কংগ্ৰেছীৰ।
চামগুৰি সমষ্টিৰ শিঙিমাৰীত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰে কৰ্মী জনে
চামগুৰি নহয় সমগ্ৰ অসমৰ পৰাই এ আই ইউ ডি এফ দল নাইকিয়া কৰাৰ পন লৈছে বুলি মন্তব্য কৰে ন কংগ্ৰেছী মফিজুল ইছলামে।
এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চম্পক কলিতা আৰু বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অসন্তুষ্টি হৈ দল ত্যাগ জিলা পৰ্যায়ৰ কেইবা গৰাকী পুৰনা কৰ্মীয়ে।
চামগুৰি সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আব্দুল আজিজৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ন কংগ্ৰেছীয়ে।
চম্পক কলিতা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী আব্দুল আজিজ হৈছে বিজেপিৰ এজেণ্ট বুলি মন্তব্য কৰে ন কংগ্ৰেছী মফিজুল ইছলামে।
ন কংগ্ৰেছী সকলে এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চম্পক কলিতা আৰু বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি দল ত্যাগ কৰে।
প্ৰাৰ্থী আব্দুল আজিজে  সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে হেলিকপ্টাৰৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ অনা সন্দৰ্ভত ন কংগ্ৰেছী মফিজুল ইছলামে কয় যে  মিছলীয়াৰো এটা সীমা থাকিব লাগে, তেওঁৰ কোনো কাণ্ডক জ্ঞান নাই, আজি তেওঁক ৰাইজে বিধায়ক বনাই বিধানসভালৈ পঠাব কালি তেওঁ হিমন্তৰ গাড়ীত উঠি গুচি যাব ।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    1 hr ago
  • 👉মৈৰাবাৰীত AIUDF ৰ সভাত জনসমুদ্ৰত পৰিণত। 👉লাহৰীঘাটৰ মৈৰাবাৰীত উপস্থিত AIMIM প্ৰধান আছাদুদ্দিন ওৱেইছি। 👉বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ অসমলৈ উপস্থিত আছাদুদ্দিন ওৱেইছি 👉আজি মৈৰাবাৰীত উপস্থিত আছাদুদ্দিন ওৱেইছি
    1
    👉মৈৰাবাৰীত AIUDF ৰ সভাত জনসমুদ্ৰত পৰিণত। 
👉লাহৰীঘাটৰ মৈৰাবাৰীত উপস্থিত AIMIM প্ৰধান আছাদুদ্দিন ওৱেইছি।
👉বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ অসমলৈ উপস্থিত আছাদুদ্দিন ওৱেইছি
👉আজি মৈৰাবাৰীত উপস্থিত আছাদুদ্দিন ওৱেইছি
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    2 hrs ago
  • আজিৰে পৰা নগাঁও জিলাৰ বিভিন্ন বিধানসভা সমষ্টিত আৰম্ভ হৈছে ৮৫ বছৰীয়া বৃদ্ধ আৰু দিব্যাংগ লোক সকলৰ বাবে ঘৰে ঘৰে গৈ ভোট গ্ৰহণৰ কাৰ্যসূচী। ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন। কি শাসক কি বিৰোধী সকলো এতিয়া তৎপৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। নগাঁও জিলা প্ৰশাসনে যুদ্ধকালীন প্ৰস্তুতি চলাইছে আগন্তুক নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে। আজিৰে পৰা নিৰ্বাচন আয়োগৰ লোকসকলে ঘৰে ঘৰে গৈ ৮৫ বছৰীয়া বৃদ্ধ আৰু দিব্যাংগ লোক সকলৰ ভোট গ্ৰহণৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। তেওঁ এক ভিডিঅ' বাৰ্তা যোগে সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখি নগাঁও জিলাখনত যাতে সুকলমে নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে ৰাইজলৈ আহ্বান জনাইছে।
    1
    আজিৰে পৰা নগাঁও জিলাৰ বিভিন্ন বিধানসভা সমষ্টিত আৰম্ভ হৈছে ৮৫ বছৰীয়া বৃদ্ধ আৰু দিব্যাংগ লোক সকলৰ বাবে ঘৰে ঘৰে গৈ ভোট গ্ৰহণৰ কাৰ্যসূচী। ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন। কি শাসক কি বিৰোধী সকলো এতিয়া তৎপৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। নগাঁও জিলা প্ৰশাসনে যুদ্ধকালীন প্ৰস্তুতি চলাইছে আগন্তুক নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে। আজিৰে পৰা নিৰ্বাচন আয়োগৰ লোকসকলে ঘৰে ঘৰে গৈ ৮৫ বছৰীয়া বৃদ্ধ আৰু দিব্যাংগ লোক সকলৰ ভোট গ্ৰহণৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। তেওঁ এক ভিডিঅ' বাৰ্তা যোগে সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখি নগাঁও জিলাখনত যাতে সুকলমে  নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে ৰাইজলৈ আহ্বান জনাইছে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল তেওঁ হাৱাই চেন্ডেল পিন্ধি ৰাজনীতিলৈ আহিছিল_মন্তব্য চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ
    1
    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল তেওঁ হাৱাই চেন্ডেল পিন্ধি ৰাজনীতিলৈ আহিছিল_মন্তব্য চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    8 hrs ago
  • Post by Sujan Das
    1
    Post by Sujan Das
    user_Sujan Das
    Sujan Das
    নগাঁও, নগাঁও, অসম•
    13 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
  • মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে নিৰ্বাচনৰ প্ৰচাৰ যোৱাকালি দিনটো কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ দেশা পোৱা গল মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী
    1
    মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে নিৰ্বাচনৰ প্ৰচাৰ  যোৱাকালি দিনটো কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ দেশা পোৱা গল মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    9 hrs ago
  • বাবুল আলীৰ বাসগৃহত ৰকিবুল হুছেইন আৰু চামগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ উপস্থিতিত গেৰুৱা দল এৰি কংগ্ৰেছত যোগদান কৰে বাবুল আলীয়ে।নিৰ্বাচনৰ পূৰ্বে চামগুৰিত বিজেপিৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছে। বিজেপিৰ প্ৰভাৱশালী নেতা বাবুল আলীয়ে আজি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। কেৱল বাবুল আলীয়েই নহয়, তেওঁৰ সৈতে বিজেপিৰ হাজাৰ হাজাৰ কৰ্মীয়ে আজি কংগ্ৰেছৰ হাত ধৰে।
    1
    বাবুল আলীৰ বাসগৃহত ৰকিবুল হুছেইন আৰু চামগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ উপস্থিতিত গেৰুৱা দল এৰি কংগ্ৰেছত যোগদান কৰে বাবুল আলীয়ে।নিৰ্বাচনৰ পূৰ্বে চামগুৰিত বিজেপিৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছে। বিজেপিৰ প্ৰভাৱশালী নেতা বাবুল আলীয়ে আজি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। কেৱল বাবুল আলীয়েই নহয়, তেওঁৰ সৈতে বিজেপিৰ হাজাৰ হাজাৰ কৰ্মীয়ে আজি কংগ্ৰেছৰ হাত ধৰে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.