logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কংগ্ৰেছ এই আই ইউ দি এফক কোঠৰ সমালোচনা কৰি নৱ গঠিত চেঙা সমষ্টিত জোৰদাৰ প্ৰচাৰ অভিযান মিত্ৰজোঁটৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনৰ । আগন্তুক দিনত বিজেপি মিত্ৰজোটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত ছাদ্দাম হুছেইন । সংখ্যালঘু ৰাইজে মুৰব্বী নোহোৱা দলৰ প্ৰাৰ্থীক ভোট দি লাভ নাই বিগত সময়ত কংগ্ৰেছে কেৱল মাত্ৰ ডিটেনশন কেম্প হে উপহাৰ দিছে সংখ্যালঘু ৰাইজৰ হৈ একো কাম নকৰিলে । AIUDF কংগ্ৰেছ মুৰব্বী নথকা দল কংগ্ৰেছ আৰু এ আই ইউ দি এফে অসমত কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য ছাদ্দাম হুছেইনৰ । চেঙাত মিত্ৰজোটৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনৰ জোৰদাৰ প্ৰচাৰ অভিযান জনতাৰ অভূতপূৰ্ব সঁহাৰি । অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ২৩ নং চেঙা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰে ব্যাপক ৰূপ ধাৰণ কৰিছে । বিজেপি-অগপ মিত্ৰজোটৰ মনোনীত অসম গণ পৰিষদৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনে সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ চলাইছে তীব্ৰ প্ৰচাৰ অভিযান । সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থীগৰাকীক দেখিবলৈ পোৱা গ’ল এক উষ্ম পৰিৱেশ । চেঙা সমষ্টিৰ ৰাইজক চৰকাৰৰ অংশীদাৰ হ'বলৈ আহ্বান চেঙাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনৰ । কংগ্ৰেছ এই আই ইউ দি এফক কোঠৰ সমালোচনা কৰি কয় বিগত নিৰ্বাচনত চেঙাৰ ৰাইজে আছৰাফুলক কনী বিক্ৰী কৰা টকা দি জয় কৰিছিল কিন্তু বিধায়ক হৈ ৰাইজক সেৱা নকৰিলে বুলি মন্তব্য কৰে ছাদ্দাম হুছেইনে ।

11 hrs ago
user_Sampler Group Assam
Sampler Group Assam
Farmer Barpeta, Assam•
11 hrs ago

কংগ্ৰেছ এই আই ইউ দি এফক কোঠৰ সমালোচনা কৰি নৱ গঠিত চেঙা সমষ্টিত জোৰদাৰ প্ৰচাৰ অভিযান মিত্ৰজোঁটৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনৰ । আগন্তুক দিনত বিজেপি মিত্ৰজোটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত ছাদ্দাম হুছেইন । সংখ্যালঘু ৰাইজে মুৰব্বী নোহোৱা দলৰ প্ৰাৰ্থীক ভোট দি লাভ নাই বিগত সময়ত কংগ্ৰেছে কেৱল মাত্ৰ ডিটেনশন কেম্প হে উপহাৰ দিছে সংখ্যালঘু ৰাইজৰ হৈ একো কাম নকৰিলে । AIUDF কংগ্ৰেছ মুৰব্বী নথকা দল কংগ্ৰেছ আৰু এ আই ইউ দি এফে অসমত কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য ছাদ্দাম হুছেইনৰ । চেঙাত মিত্ৰজোটৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনৰ জোৰদাৰ প্ৰচাৰ অভিযান জনতাৰ অভূতপূৰ্ব সঁহাৰি । অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ২৩ নং চেঙা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰে ব্যাপক ৰূপ ধাৰণ কৰিছে । বিজেপি-অগপ মিত্ৰজোটৰ মনোনীত অসম গণ পৰিষদৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনে সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ চলাইছে তীব্ৰ প্ৰচাৰ অভিযান । সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থীগৰাকীক দেখিবলৈ পোৱা গ’ল এক উষ্ম পৰিৱেশ । চেঙা সমষ্টিৰ ৰাইজক চৰকাৰৰ অংশীদাৰ হ'বলৈ আহ্বান চেঙাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনৰ । কংগ্ৰেছ এই আই ইউ দি এফক কোঠৰ সমালোচনা কৰি কয় বিগত নিৰ্বাচনত চেঙাৰ ৰাইজে আছৰাফুলক কনী বিক্ৰী কৰা টকা দি জয় কৰিছিল কিন্তু বিধায়ক হৈ ৰাইজক সেৱা নকৰিলে বুলি মন্তব্য কৰে ছাদ্দাম হুছেইনে ।

More news from Assam and nearby areas
  • আগন্তুক দিনত বিজেপি মিত্ৰজোটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত ছাদ্দাম হুছেইন । সংখ্যালঘু ৰাইজে মুৰব্বী নোহোৱা দলৰ প্ৰাৰ্থীক ভোট দি লাভ নাই বিগত সময়ত কংগ্ৰেছে কেৱল মাত্ৰ ডিটেনশন কেম্প হে উপহাৰ দিছে সংখ্যালঘু ৰাইজৰ হৈ একো কাম নকৰিলে । AIUDF কংগ্ৰেছ মুৰব্বী নথকা দল কংগ্ৰেছ আৰু এ আই ইউ দি এফে অসমত কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য ছাদ্দাম হুছেইনৰ । চেঙাত মিত্ৰজোটৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনৰ জোৰদাৰ প্ৰচাৰ অভিযান জনতাৰ অভূতপূৰ্ব সঁহাৰি । অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ২৩ নং চেঙা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰে ব্যাপক ৰূপ ধাৰণ কৰিছে । বিজেপি-অগপ মিত্ৰজোটৰ মনোনীত অসম গণ পৰিষদৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনে সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ চলাইছে তীব্ৰ প্ৰচাৰ অভিযান । সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থীগৰাকীক দেখিবলৈ পোৱা গ’ল এক উষ্ম পৰিৱেশ । চেঙা সমষ্টিৰ ৰাইজক চৰকাৰৰ অংশীদাৰ হ'বলৈ আহ্বান চেঙাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনৰ । কংগ্ৰেছ এই আই ইউ দি এফক কোঠৰ সমালোচনা কৰি কয় বিগত নিৰ্বাচনত চেঙাৰ ৰাইজে আছৰাফুলক কনী বিক্ৰী কৰা টকা দি জয় কৰিছিল কিন্তু বিধায়ক হৈ ৰাইজক সেৱা নকৰিলে বুলি মন্তব্য কৰে ছাদ্দাম হুছেইনে ।
    1
    আগন্তুক দিনত বিজেপি মিত্ৰজোটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত ছাদ্দাম হুছেইন ।
সংখ্যালঘু ৰাইজে মুৰব্বী নোহোৱা দলৰ প্ৰাৰ্থীক ভোট দি লাভ নাই বিগত সময়ত কংগ্ৰেছে কেৱল মাত্ৰ ডিটেনশন কেম্প হে উপহাৰ দিছে সংখ্যালঘু ৰাইজৰ হৈ একো কাম নকৰিলে ।
AIUDF কংগ্ৰেছ মুৰব্বী নথকা দল কংগ্ৰেছ আৰু এ আই ইউ দি এফে অসমত কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য ছাদ্দাম হুছেইনৰ ।
চেঙাত মিত্ৰজোটৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনৰ জোৰদাৰ প্ৰচাৰ অভিযান জনতাৰ অভূতপূৰ্ব সঁহাৰি ।
অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ২৩ নং চেঙা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰে ব্যাপক ৰূপ ধাৰণ কৰিছে ।
বিজেপি-অগপ মিত্ৰজোটৰ মনোনীত অসম গণ পৰিষদৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনে সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ চলাইছে তীব্ৰ প্ৰচাৰ অভিযান ।
সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থীগৰাকীক দেখিবলৈ পোৱা গ’ল এক উষ্ম পৰিৱেশ ।
চেঙা সমষ্টিৰ ৰাইজক চৰকাৰৰ অংশীদাৰ হ'বলৈ আহ্বান চেঙাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনৰ ।
কংগ্ৰেছ এই আই ইউ দি এফক কোঠৰ সমালোচনা কৰি কয় বিগত নিৰ্বাচনত চেঙাৰ ৰাইজে আছৰাফুলক কনী বিক্ৰী কৰা টকা দি জয় কৰিছিল কিন্তু বিধায়ক হৈ ৰাইজক সেৱা নকৰিলে বুলি মন্তব্য কৰে ছাদ্দাম হুছেইনে ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    11 hrs ago
  • Post by Musomi Akter
    4
    Post by Musomi Akter
    user_Musomi Akter
    Musomi Akter
    কলগাছিয়া, বৰপেটা, অসম•
    18 hrs ago
  • বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জনীয়াত আছাদুদ্দিন ওৱাইছিয়ে এ আই ইউ ডি এফৰ বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি ভাষণ দিয়ে। সভাত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত এ আই ইউ ডি এফৰ হৈ ভোট ভিক্ষা কৰে। সভাত যুৱ প্ৰজন্মৰ উপস্থিতি চাই উৎফুল্লিত হয় ডঃ হাফিজ ৰফিকুল ইছলামে।
    1
    বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জনীয়াত আছাদুদ্দিন ওৱাইছিয়ে এ আই ইউ ডি এফৰ বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি ভাষণ দিয়ে। সভাত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত এ আই ইউ ডি এফৰ হৈ ভোট ভিক্ষা কৰে। সভাত যুৱ প্ৰজন্মৰ উপস্থিতি চাই উৎফুল্লিত হয় ডঃ হাফিজ ৰফিকুল ইছলামে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    21 hrs ago
  • 📌সোণতলী আৰক্ষীৰ সহযোগত এন ডি আৰ এফ, এচ ডি আৰ এফ বাহিনী উদ্ধাৰকাৰী দলৰ মাৰাথন অভিযান। 📌 তিনিদিন উকলি যোৱাৰ পিছতো সন্ধান নোপোৱাত উৎকন্ঠাত অঞ্চল বাসী
    1
    📌সোণতলী আৰক্ষীৰ সহযোগত এন ডি আৰ এফ, এচ ডি আৰ এফ বাহিনী উদ্ধাৰকাৰী দলৰ মাৰাথন অভিযান।
📌 তিনিদিন উকলি যোৱাৰ পিছতো সন্ধান নোপোৱাত উৎকন্ঠাত অঞ্চল বাসী
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    13 hrs ago
  • 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী তথা বড়ো ভিচিডি জগতৰ কমেডীয়ান অভিনেতা জৌংশ্ৰাং ব্ৰহ্মই তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। 📌বড়ো মহিলাৰ নৃত্যৰ তালে তালে গীত গাই নিৰ্বাচনী প্ৰচাৰ জৌংশ্ৰাং ব্ৰহ্মৰ। 📌সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলি ধৰাৰ সময়তেই বাক্সা জিলাৰ বাতাবাৰীত কালি বিয়লি ৪১ নং মানাহ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী তথা বড়ো ভিচিডি জগতৰ জনপ্ৰিয় কমেডীয়ান অভিনেতা জৌংশ্ৰাং ব্ৰহ্মই বড়ো মহিলাৰ নৃত্যৰ তালে তালে গীত গাই গাই নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
    1
    📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী তথা বড়ো ভিচিডি জগতৰ কমেডীয়ান অভিনেতা জৌংশ্ৰাং ব্ৰহ্মই তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ।
📌বড়ো মহিলাৰ নৃত্যৰ তালে তালে গীত গাই নিৰ্বাচনী প্ৰচাৰ জৌংশ্ৰাং ব্ৰহ্মৰ।
📌সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলি ধৰাৰ সময়তেই বাক্সা জিলাৰ বাতাবাৰীত কালি বিয়লি ৪১ নং মানাহ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী তথা বড়ো ভিচিডি জগতৰ জনপ্ৰিয় কমেডীয়ান অভিনেতা জৌংশ্ৰাং ব্ৰহ্মই বড়ো মহিলাৰ নৃত্যৰ তালে তালে গীত গাই গাই নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    18 hrs ago
  • এটা video uploaded Kori চালো দিয়ক যদি ভাল লাগে এটা coment kari দিয়ক Thank you Everyone
    1
    এটা video uploaded Kori চালো দিয়ক যদি ভাল লাগে এটা coment kari দিয়ক Thank you Everyone
    user_BHASKAR DAS
    BHASKAR DAS
    Handloom Weaver হাজো, কামৰূপ, অসম•
    5 hrs ago
  • ৰঙিয়াৰ দলৈ গাঁৱত যোৱা নিশা সংঘটিত চুৰি কাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।কমল বনিয়া নামৰ ব্যৱসায়ী জনৰ বাসগৃহত গডৰেজৰ তলা ভাগি চোৰে চাৰি লক্ষাধিক নগদ ধনসহ এটি বাণিজ্যিক চিলিণ্ডাৰ লুট কৰি নিয়ে। নিশা পত্নীৰ সৈতে ৰঙিয়াস্থিত নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত হৈ থকাৰ সময়তে চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত আজি দিনৰ ভাগত তুলসীবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত আৰক্ষীৰ দল আহি উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । উল্লেখ্য যে ৰঙিয়াৰ বিভিন্ন ঠাইত সঘনে এনেধৰণৰ চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।
    1
    ৰঙিয়াৰ দলৈ গাঁৱত যোৱা নিশা সংঘটিত  চুৰি কাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।কমল বনিয়া নামৰ ব্যৱসায়ী জনৰ
বাসগৃহত গডৰেজৰ তলা ভাগি চোৰে  চাৰি লক্ষাধিক নগদ ধনসহ এটি বাণিজ্যিক চিলিণ্ডাৰ লুট কৰি নিয়ে। নিশা  পত্নীৰ সৈতে ৰঙিয়াস্থিত নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত  হৈ থকাৰ সময়তে  চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হয়।  ঘটনা সন্দৰ্ভত আজি  দিনৰ ভাগত তুলসীবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত  আৰক্ষীৰ দল আহি উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । উল্লেখ্য যে ৰঙিয়াৰ বিভিন্ন ঠাইত সঘনে এনেধৰণৰ চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    7 hrs ago
  • বৰপেটা জিলাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জনীয়াত আছাদুদ্দিন ওৱাইছিৰ ভাষণ । তেওঁ মন্দিয়া সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰে ভাষণ দিয়ে। তেওঁ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰি ক'য় যে যিমানেই মুছলমানৰ ৰাজহাড় নাভাঙক কিয় মুছলমানে মৰিবলৈ ভয় নকৰে। তেওঁ ডঃ হাফিজ ৰফিকুল ইছলামৰ বাবে ভোট ভিক্ষা কৰে।
    1
    বৰপেটা জিলাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জনীয়াত আছাদুদ্দিন ওৱাইছিৰ ভাষণ । তেওঁ মন্দিয়া সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰে ভাষণ দিয়ে। তেওঁ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰি ক'য় যে যিমানেই মুছলমানৰ ৰাজহাড় নাভাঙক কিয় মুছলমানে মৰিবলৈ ভয় নকৰে। তেওঁ ডঃ হাফিজ ৰফিকুল ইছলামৰ বাবে ভোট ভিক্ষা কৰে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.