শিৱসাগৰৰ আমগুৰিত কুশল দুৱৰীৰ নিৰ্বাচনী প্ৰচাৰঃঅখিল গগৈক তীব্ৰ সমালোচনা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী কুশল দুৱৰীয়ে আজি আমগুৰিত বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সূচনা কৰে। প্ৰচাৰৰ মাজতে বিধায়ক অখিল গগৈক লক্ষ্য কৰি দুৱৰীয়ে কয় যে যোৱাবাৰ শিৱসাগৰবাসীয়ে গগৈক উন্নয়নৰ বাবে নহয়, কেৱল কাৰাগাৰৰ পৰা উলিয়াবলৈহে নিৰ্বাচিত কৰিছিল। এইবাৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপিৰ পক্ষতেই ভোটদান কৰিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।অখিল গগৈয়ে কংগ্ৰেছৰ সহায়ত নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ চেষ্টা কৰা কাৰ্যক কটাক্ষ কৰি দুৱৰীয়ে কয় যে আকাশত চাং পাতি গগৈৰ কোনো লাভ নহয়। গগৈয়ে ৰাজহুৱা কৰা ৬১ জনীয়া তালিকাখনক মিছা বুলি অভিহিত কৰি তেওঁ প্ৰত্যাহ্বান জনায় যে যদিহে অভিযোগসমূহ সত্য হ’লহেঁতেন, তেন্তে ইমান দিনে কিয় কোনোবাই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই। আনকি অখিল গগৈৰ বিৰুদ্ধেও বিস্ফোৰক ব্যক্তিগত অভিযোগ উত্থাপন কৰি দুৱৰীয়ে কয় যে তেওঁ কাকো ব্যক্তিগত আক্ৰমণ কৰিব নিবিচাৰে, তেওঁৰ মূল লক্ষ্য কেৱল শিৱসাগৰৰ উন্নয়ন।
শিৱসাগৰৰ আমগুৰিত কুশল দুৱৰীৰ নিৰ্বাচনী প্ৰচাৰঃঅখিল গগৈক তীব্ৰ সমালোচনা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী কুশল দুৱৰীয়ে আজি আমগুৰিত বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সূচনা কৰে। প্ৰচাৰৰ মাজতে বিধায়ক অখিল গগৈক লক্ষ্য কৰি দুৱৰীয়ে কয় যে যোৱাবাৰ শিৱসাগৰবাসীয়ে গগৈক উন্নয়নৰ বাবে নহয়, কেৱল কাৰাগাৰৰ
পৰা উলিয়াবলৈহে নিৰ্বাচিত কৰিছিল। এইবাৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপিৰ পক্ষতেই ভোটদান কৰিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।অখিল গগৈয়ে কংগ্ৰেছৰ সহায়ত নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ চেষ্টা কৰা কাৰ্যক কটাক্ষ কৰি দুৱৰীয়ে কয় যে আকাশত চাং পাতি গগৈৰ কোনো লাভ নহয়। গগৈয়ে ৰাজহুৱা কৰা ৬১ জনীয়া তালিকাখনক
মিছা বুলি অভিহিত কৰি তেওঁ প্ৰত্যাহ্বান জনায় যে যদিহে অভিযোগসমূহ সত্য হ’লহেঁতেন, তেন্তে ইমান দিনে কিয় কোনোবাই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই। আনকি অখিল গগৈৰ বিৰুদ্ধেও বিস্ফোৰক ব্যক্তিগত অভিযোগ উত্থাপন কৰি দুৱৰীয়ে কয় যে তেওঁ কাকো ব্যক্তিগত আক্ৰমণ কৰিব নিবিচাৰে, তেওঁৰ মূল লক্ষ্য কেৱল শিৱসাগৰৰ উন্নয়ন।
- শিৱসাগৰৰ আমগুৰিৰ বৰুৱা পুখুৰীত অনুষ্ঠিত এক নিৰ্বাচনী সভাত উপস্থিত হৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে তীব্ৰ ৰাজনৈতিক সমালোচনা আগবঢ়ায়। উক্ত সভাত তেওঁ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিশেষকৈ কুশল দুৱৰীক তেওঁ 'হত্যাকাৰী' আখ্যা দি আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ লগতে মুখ্যমন্ত্রীৰ সৈতে তেওঁৰ টেলিফোনিক বাৰ্তালাপ হোৱা বুলি ভুৱা বাতৰি প্ৰচাৰ কৰা কাৰ্যক লৈ বিধায়কগৰাকীয়ে 'অসম লাইভ ২৪' আৰু 'NB নিউজ'ৰ দৰে সংবাদ মাধ্যমক কঠোৰ সকীয়নি প্ৰদান কৰে।2
- বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে প্ৰচাৰ অভিযান। শাসক বিৰোধী সকলোৱে ব্যস্ত প্ৰচাৰ কাৰ্য্যত। বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে অব্যাহত ৰাখিছে প্ৰচাৰ কাৰ্য্য।1
- চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টিৰ নিমনাগড় গাওঁ পঞ্চায়ত অন্তৰ্গত মথুৰাপুৰ সদৰ তিনিআলিত মাহমৰা বিধানসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ নিৰ্বাচিত প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্য্যালয়ৰ শুভ উদ্বোধন কৰে প্ৰাৰ্থী জ্ঞানদীপ মহনে। উক্ত অনুষ্ঠানত চৰাইদেউ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নৃপেন কোঁৱৰ, ৰাইজৰ দল আৰু অজাপৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা উপস্থিত থাকে।1
- বিজেপিয়ে ৯০ খনতকৈ অধিক আসন পাব কিন্তু কংগ্ৰেছে এইবাৰ ১৫ খনতকৈ কম আসন হে লাভ কৰিব। মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয় খন স্থাপন কৰিছিল শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে ৰাজনীতি কৰিবৰ বাবে নহয় কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ৰাজনীতি কৰিছে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ক লৈ। নিৰ্বাচনৰ পিছত প্ৰফেচাৰ সকলে যাতে চাকৰি ত্যগ নকৰাকৈ ৰাজনীতি কৰিব নোৱাৰে তাৰ ওপৰত আনিব আইন। অখিল গগৈ নিৰ্বাচন উঠক মই একদম বেয়া নাপাওঁ।2
- চাপৰৰ শালকোচাত NDA ৰ প্ৰাৰ্থী জীৱেশ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল সাংসদ ফনিভুষণ চৌধুৰী।1
- বিহালীত এই বাৰ বিধায়ক হ'ব মুনিন্দ্ৰ দাস । এই সন্দৰ্ভত কি কয় বিহালী বিজেপিয়ে । বিশেষকৈ সংখ্যালঘু ৰাইজে এইবা হিয়াৰ উজাৰি ভোট দিব মুনীন্দ্ৰ দাসক।1
- Post by KHABAR 24 BISWANATH1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী কুশল দুৱৰীয়ে আজি আমগুৰিত বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সূচনা কৰে। প্ৰচাৰৰ মাজতে বিধায়ক অখিল গগৈক লক্ষ্য কৰি দুৱৰীয়ে কয় যে যোৱাবাৰ শিৱসাগৰবাসীয়ে গগৈক উন্নয়নৰ বাবে নহয়, কেৱল কাৰাগাৰৰ পৰা উলিয়াবলৈহে নিৰ্বাচিত কৰিছিল। এইবাৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপিৰ পক্ষতেই ভোটদান কৰিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।অখিল গগৈয়ে কংগ্ৰেছৰ সহায়ত নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ চেষ্টা কৰা কাৰ্যক কটাক্ষ কৰি দুৱৰীয়ে কয় যে আকাশত চাং পাতি গগৈৰ কোনো লাভ নহয়। গগৈয়ে ৰাজহুৱা কৰা ৬১ জনীয়া তালিকাখনক মিছা বুলি অভিহিত কৰি তেওঁ প্ৰত্যাহ্বান জনায় যে যদিহে অভিযোগসমূহ সত্য হ’লহেঁতেন, তেন্তে ইমান দিনে কিয় কোনোবাই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই। আনকি অখিল গগৈৰ বিৰুদ্ধেও বিস্ফোৰক ব্যক্তিগত অভিযোগ উত্থাপন কৰি দুৱৰীয়ে কয় যে তেওঁ কাকো ব্যক্তিগত আক্ৰমণ কৰিব নিবিচাৰে, তেওঁৰ মূল লক্ষ্য কেৱল শিৱসাগৰৰ উন্নয়ন।3