logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ লগে লগে গৰম হ’ল ৰাজনৈতিক বতাহ ৷ সকলো ৰাজনৈতিক দলেই ব্যস্ত নিৰ্বাচনী প্ৰচাৰত৷ গীতে মাতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মৰিগাঁও সমষ্টিৰ কংগ্ৰেছ আৰু আঃজাঃপঃ ৰ প্ৰাৰ্থী বাণী কান্ত দাসৰ৷ নিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ লগে লগে গৰম হ’ল ৰাজনৈতিক বতাহ ৷ সকলো ৰাজনৈতিক দলেই ব্যস্ত নিৰ্বাচনী প্ৰচাৰত৷ গীতে মাতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মৰিগাঁও সমষ্টিৰ কংগ্ৰেছ আৰু আঃজাঃপঃ ৰ প্ৰাৰ্থী বাণী কান্ত দাসৰ৷

2 hrs ago
user_Dhiren Medhi
Dhiren Medhi
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
2 hrs ago

নিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ লগে লগে গৰম হ’ল ৰাজনৈতিক বতাহ ৷ সকলো ৰাজনৈতিক দলেই ব্যস্ত নিৰ্বাচনী প্ৰচাৰত৷ গীতে মাতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মৰিগাঁও সমষ্টিৰ কংগ্ৰেছ আৰু আঃজাঃপঃ ৰ প্ৰাৰ্থী বাণী কান্ত দাসৰ৷ নিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ লগে লগে গৰম হ’ল ৰাজনৈতিক বতাহ ৷ সকলো ৰাজনৈতিক দলেই ব্যস্ত নিৰ্বাচনী প্ৰচাৰত৷ গীতে মাতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মৰিগাঁও সমষ্টিৰ কংগ্ৰেছ আৰু আঃজাঃপঃ ৰ প্ৰাৰ্থী বাণী কান্ত দাসৰ৷

More news from অসম and nearby areas
  • নিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ লগে লগে গৰম হ’ল ৰাজনৈতিক বতাহ ৷ সকলো ৰাজনৈতিক দলেই ব্যস্ত নিৰ্বাচনী প্ৰচাৰত৷ গীতে মাতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মৰিগাঁও সমষ্টিৰ কংগ্ৰেছ আৰু আঃজাঃপঃ ৰ প্ৰাৰ্থী বাণী কান্ত দাসৰ৷
    2
    নিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ লগে লগে গৰম হ’ল ৰাজনৈতিক বতাহ ৷
সকলো ৰাজনৈতিক দলেই ব্যস্ত নিৰ্বাচনী প্ৰচাৰত৷
গীতে মাতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মৰিগাঁও সমষ্টিৰ কংগ্ৰেছ আৰু আঃজাঃপঃ ৰ প্ৰাৰ্থী বাণী কান্ত দাসৰ৷
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    2 hrs ago
  • gorma re rasta
    2
    gorma re rasta
    user_ANSARUL Islam
    ANSARUL Islam
    মিকিৰভেটা, মৰিগাঁও, অসম•
    19 hrs ago
  • *ধিং সমষ্টিত এআইইউডিএফৰ প্ৰচাৰ তীব্ৰ, শতাধিক কংগ্ৰেছ কৰ্মীৰ যোগদান।* নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী মতিউৰ ৰহমানে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে। তেওঁ দিনে-নিশাই সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ৰাইজৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে। মঙলবাৰে কটহগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰৌমাৰীত ৰহমানে এটি নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত বহু লোকৰ সমাগম ঘটে। ইফালে, কটহগুৰি পঞ্চায়তৰ শতাধিক কংগ্ৰেছৰ সক্ৰিয় কৰ্মীয়ে এআইইউডিএফৰ নীতি আৰু আদৰ্শত আস্থা প্ৰকাশ কৰি আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে। নতুনকৈ যোগদান কৰা কৰ্মীসকলক মতিউৰ ৰহমানে ফুলাম গামোছা আৰু দলীয় গামোছাৰে সন্মান জনায়। সভাত ভাষণ প্ৰদান কৰি ৰহমানে সকলো কৰ্মীক দলৰ শক্তি বৃদ্ধিৰ বাবে একত্ৰিতভাৱে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ৰাইজৰ সহযোগত এইবাৰ এআইইউডিএফে সমষ্টিটোত উন্নয়নৰ নতুন অধ্যায় সূচনা কৰিব।
    1
    *ধিং সমষ্টিত এআইইউডিএফৰ প্ৰচাৰ তীব্ৰ, শতাধিক কংগ্ৰেছ কৰ্মীৰ যোগদান।*
নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী মতিউৰ ৰহমানে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে। তেওঁ দিনে-নিশাই সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ৰাইজৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে।
মঙলবাৰে কটহগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰৌমাৰীত ৰহমানে এটি নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত বহু লোকৰ সমাগম ঘটে।
ইফালে, কটহগুৰি পঞ্চায়তৰ শতাধিক কংগ্ৰেছৰ সক্ৰিয় কৰ্মীয়ে এআইইউডিএফৰ নীতি আৰু আদৰ্শত আস্থা প্ৰকাশ কৰি আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে। নতুনকৈ যোগদান কৰা কৰ্মীসকলক মতিউৰ ৰহমানে ফুলাম গামোছা আৰু দলীয় গামোছাৰে সন্মান জনায়।
সভাত ভাষণ প্ৰদান কৰি ৰহমানে সকলো কৰ্মীক দলৰ শক্তি বৃদ্ধিৰ বাবে একত্ৰিতভাৱে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ৰাইজৰ সহযোগত এইবাৰ এআইইউডিএফে সমষ্টিটোত উন্নয়নৰ নতুন অধ্যায় সূচনা কৰিব।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    18 hrs ago
  • চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল। তাৰ কাৰণ ব্যাখ্যা কৰিলে এ আই ইউ ডি এফৰ একালৰ কৰ্মী সকলে। এ আই ইউ ডি এফৰ ধিং বিধায়ক আমিনুল ইছলাম কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা বিজেপি ৰ হৈ কাম কৰি আছে বুলি অভিযোগ আনে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ এ আই ইউ ডি এফত যোগদান কৰাৰ পিছত বহুতো পুৰণি কৰ্মকৰ্তা দল এৰি কংগ্ৰছত যোগদান কৰে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ ৰূপহী হাটৰ বিধায়ক ২০০৬ চনৰ পৰা ২০১১ চনলৈ আছিল। সেইটো সময়ত ৰাইজৰ কি কাম কৰিছিল তাৰ বিৱৰণ উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত। ৰাজ্যসভাত ভোট কাক দিছিল ৰাইজৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল তাকো উল্লেখ কৰে কৰ্মী সকলে। নেতা জন ৰাইজৰ কেনেকুৱা বিশ্বাস যোগ্য হয় তাৰ কথা দাঙি দৰে পুৰণি কৰ্মী সকলে।
    1
    চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল। 
তাৰ কাৰণ ব্যাখ্যা কৰিলে এ আই ইউ ডি এফৰ একালৰ কৰ্মী সকলে। 
এ আই ইউ ডি এফৰ ধিং বিধায়ক আমিনুল ইছলাম কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা বিজেপি ৰ হৈ কাম কৰি আছে বুলি অভিযোগ আনে।  
প্ৰাক্তন বিধায়ক আব্দুল আজিজ এ আই ইউ ডি এফত যোগদান কৰাৰ পিছত বহুতো পুৰণি কৰ্মকৰ্তা  দল এৰি কংগ্ৰছত যোগদান কৰে।  
প্ৰাক্তন বিধায়ক আব্দুল আজিজ ৰূপহী হাটৰ বিধায়ক ২০০৬ চনৰ পৰা ২০১১ চনলৈ আছিল। 
সেইটো সময়ত ৰাইজৰ কি  কাম কৰিছিল তাৰ বিৱৰণ উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত।
ৰাজ্যসভাত ভোট কাক দিছিল ৰাইজৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল তাকো উল্লেখ কৰে কৰ্মী সকলে। 
নেতা জন ৰাইজৰ কেনেকুৱা বিশ্বাস যোগ্য হয় তাৰ কথা দাঙি দৰে পুৰণি কৰ্মী সকলে।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    19 min ago
  • চামগুৰিত AIUDF ৰ নিৰ্বাচনী সভাত আকাশ মাৰ্গৰ পৰাই উভতি যাব লগা হল বদৰ উদ্দিন আজমল
    1
    চামগুৰিত AIUDF ৰ নিৰ্বাচনী সভাত আকাশ মাৰ্গৰ পৰাই উভতি যাব লগা হল বদৰ উদ্দিন আজমল
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • ৰকিয়ে PWD ৰ অভিযন্তাৰ লগত মিলি খেলিমেলি কৰিছে ,কিন্ত ৰাইজে এটা চিয়াৰো ভাঙা নাই ,বদৰ উদ্দিন আজমল এইদৰে প্ৰতিক্ৰিয়া কৰে৷ উল্লেখযোগ্য যে যোৱা কালি চামগুৰিত AIUDFৰ সভাত অঘটন সংঘটিত হৈছিল , হেলিকপ্টাৰেৰে গৈও অংশগ্ৰহণ কৰিব নোৱাৰিছিল আজমলে,ৰকিবুল হুছেইনৰ পুত্ৰৰ বাবেই এই ষড়যন্ত্ৰ কৰিছিল বুলি অভিযোগ কৰে আজমলে
    1
    ৰকিয়ে PWD ৰ অভিযন্তাৰ লগত মিলি খেলিমেলি কৰিছে ,কিন্ত ৰাইজে এটা চিয়াৰো ভাঙা নাই ,বদৰ উদ্দিন আজমল এইদৰে প্ৰতিক্ৰিয়া কৰে৷
উল্লেখযোগ্য যে যোৱা কালি চামগুৰিত AIUDFৰ সভাত অঘটন সংঘটিত হৈছিল , হেলিকপ্টাৰেৰে গৈও অংশগ্ৰহণ কৰিব নোৱাৰিছিল  আজমলে,ৰকিবুল হুছেইনৰ পুত্ৰৰ বাবেই এই ষড়যন্ত্ৰ কৰিছিল বুলি অভিযোগ কৰে আজমলে
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    4 hrs ago
  • চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়। সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়।
    1
    চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়।
সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    13 hrs ago
  • Post by Dhiren Medhi
    1
    Post by Dhiren Medhi
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.