logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চামগুৰিত সমষ্টিৰ অগপ দলৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ কংগ্ৰেছত যোগদান চামগুৰিত সমষ্টিৰ অগপ দলৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ কংগ্ৰেছত যোগদান

on 22 March
user_Time Talks 24
Time Talks 24
Video Creator ৰূপাহী, নগাঁও, অসম•
on 22 March
5de2a966-9ec9-4bbd-a743-f5213dddfb7b

চামগুৰিত সমষ্টিৰ অগপ দলৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ কংগ্ৰেছত যোগদান চামগুৰিত সমষ্টিৰ অগপ দলৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ কংগ্ৰেছত যোগদান

More news from অসম and nearby areas
  • বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। চকুৰ সন্মুখতে দাউ দাউ কৈ জ্বলি উঠিল এটা বয়লাৰ ফ্ৰাম। জানিব পৰা মতে কেইবা লাখ টকাৰ সামগ্ৰী জুলাইত ভস্মীভূত হয়। সমগ্ৰ ঘটনাটো প্ৰত্যেক কৰি শুক শুকাই কান্ধোনত ভাংঙি পৰে ফ্ৰামটোৰ মালিকজন। পৰিয়ালটোৰ উপাৰ্জন একমাত্ৰ ভৰষা আছিল ফ্ৰামটো।
    1
    বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
চকুৰ সন্মুখতে দাউ দাউ কৈ জ্বলি উঠিল এটা বয়লাৰ ফ্ৰাম।
জানিব পৰা মতে কেইবা লাখ টকাৰ সামগ্ৰী জুলাইত ভস্মীভূত হয়।
সমগ্ৰ ঘটনাটো প্ৰত্যেক কৰি শুক শুকাই কান্ধোনত ভাংঙি পৰে ফ্ৰামটোৰ মালিকজন।
পৰিয়ালটোৰ উপাৰ্জন একমাত্ৰ ভৰষা আছিল ফ্ৰামটো।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    4 hrs ago
  • অধিক উত্তপ্ত হৈ পৰিছে চামগুৰিৰ নিৰ্বাচনকেন্দ্ৰিক পৰিস্থিতি। পুনৰ চামগুৰিত ভয়ংকৰ নিৰ্বাচনী হিংসাৰ ঘটনা। নিশা চামগুৰিৰ গেৰুৱাটীত তিনিটাকৈ কংগ্ৰেছ কাৰ্যালয়ত অগ্নি সংযোগ। অঞ্চলটোৰ বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি কংগ্ৰেছ কাৰ্যালয়ৰ লগতে জ্বলাই দিলে এখন ব্ৰয়লাৰ দোকানো। আনুৱাৰ হুছেইনৰ বাসগৃহত থকা নিৰ্বাচনী কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ লগতে মুচ্চাদিক ইকবালৰ ব্ৰয়লাৰৰ দোকানত অগ্নি সংযোগ কৰাৰ অভিযোগ বিজেপিৰ সমৰ্থকৰ বিৰুদ্ধে। ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
    1
    অধিক উত্তপ্ত হৈ পৰিছে চামগুৰিৰ নিৰ্বাচনকেন্দ্ৰিক পৰিস্থিতি।
পুনৰ চামগুৰিত ভয়ংকৰ নিৰ্বাচনী হিংসাৰ ঘটনা।
নিশা চামগুৰিৰ গেৰুৱাটীত তিনিটাকৈ কংগ্ৰেছ কাৰ্যালয়ত অগ্নি সংযোগ।
অঞ্চলটোৰ বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি কংগ্ৰেছ কাৰ্যালয়ৰ লগতে জ্বলাই দিলে এখন ব্ৰয়লাৰ দোকানো।
আনুৱাৰ হুছেইনৰ বাসগৃহত থকা নিৰ্বাচনী কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ লগতে মুচ্চাদিক ইকবালৰ ব্ৰয়লাৰৰ দোকানত অগ্নি সংযোগ কৰাৰ অভিযোগ বিজেপিৰ সমৰ্থকৰ বিৰুদ্ধে।
ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    16 hrs ago
  • সমষ্টিৰ টোৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক দূৰ্লভ চমুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছৰ বয়সীয়াল নেতাজনে অসমত কংগ্ৰেছ চৰকাৰ হ'লে ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰ্নীতিৰ তদন্ত হ'ব বুলি মন্তব্য কৰে বাঘেলে উল্লেখ্য যে শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰচাৰ সভা খনিত অংশগ্ৰহণ কৰে শ শ ৰাইজে
    1
    সমষ্টিৰ টোৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক দূৰ্লভ চমুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছৰ বয়সীয়াল নেতাজনে
অসমত কংগ্ৰেছ চৰকাৰ হ'লে ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰ্নীতিৰ তদন্ত হ'ব বুলি মন্তব্য কৰে বাঘেলে
উল্লেখ্য যে শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰচাৰ সভা খনিত অংশগ্ৰহণ কৰে শ শ ৰাইজে
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    20 hrs ago
  • চামগুৰি সমষ্টিৰ কাঠপাৰাত পুনৰ নিৰ্বাচনী হিংসা দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় নিশা আন্ধাৰৰ সোযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই অস্থায়ী নিৰ্বাচনী কাৰ্যালয়টো ভাঙি লণ্ডভণ্ড কৰি থৈ যায় সমগ্ৰ ঘটনাটোৰ লগত কংগ্ৰেছী জড়িত থকাৰ অভিযোগ বিজেপি কৰ্মীৰ ঘটনাস্থলীত ৰূপহী হাট আৰক্ষী আৰু আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে
    1
    চামগুৰি সমষ্টিৰ কাঠপাৰাত পুনৰ নিৰ্বাচনী হিংসা 
দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় 
নিশা আন্ধাৰৰ সোযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই অস্থায়ী নিৰ্বাচনী কাৰ্যালয়টো ভাঙি লণ্ডভণ্ড কৰি থৈ যায় 
সমগ্ৰ ঘটনাটোৰ লগত কংগ্ৰেছী জড়িত থকাৰ অভিযোগ বিজেপি কৰ্মীৰ 
ঘটনাস্থলীত ৰূপহী হাট আৰক্ষী  আৰু আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    20 hrs ago
  • Post by Salman Hussain
    1
    Post by Salman Hussain
    user_Salman Hussain
    Salman Hussain
    Doboka, Hojai•
    20 hrs ago
  • শোণিতপুৰ জিলাৰ শিঙৰীৰ ঘোৰামাৰা গাঁৱৰ পৰা কিশোৰী নিৰুদ্দেশ
    1
    শোণিতপুৰ জিলাৰ শিঙৰীৰ ঘোৰামাৰা গাঁৱৰ পৰা কিশোৰী নিৰুদ্দেশ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    12 min ago
  • Post by Rahul Vlogk
    1
    Post by Rahul Vlogk
    user_Rahul Vlogk
    Rahul Vlogk
    হোজাই, হোজাই, অসম•
    9 hrs ago
  • সমষ্টি পুণৰ নিৰ্ধাৰণ কৰাৰ ফলত ৰহা, জমুনামুখ, বঢ়মপুৰ, চামগুৰি আদি সমষ্টিত সিচৰতি হৈ থকা কাৰ্বি ভূমিপুত্ৰসকল এইবাৰ বঢ়মপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। সেয়ে বঢ়মপুৰৰ কাৰ্বি ভূমিপুত্ৰ সকলে বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ সমৰ্থনত আয়োজন কৰিছে এক বিশাল নিৰ্বাচনী সভা। এই সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলি ৰাম ৰংহাং, কাৰ্বি ৱেলফেয়াৰ ছ'চাইটিৰ মূখ্য কাৰ্যবাহী সদস্য ড° চাৰ সিং ইংতি কাথাৰ আৰু বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী জিতু গোস্বামী। আজি অঞ্চলটোৰ বহু সংখ্যক কাৰ্বি মহিলাই সভা স্থলীত শ্ৰমদান কৰি অহা ৫ তাৰিখে অনুষ্ঠিত হ'ব লগা অনুষ্ঠান ভাগি সাফল্যমণ্ডিত হোৱাৰ কামনা কৰিছে। আজি এই কথা জানিবলৈ দিয়ে অন্যতম উদ্যোক্তা মংগল সিং তেৰণ আৰু গৌতম তিমুঙে
    1
    সমষ্টি পুণৰ নিৰ্ধাৰণ কৰাৰ ফলত ৰহা, জমুনামুখ, বঢ়মপুৰ, চামগুৰি আদি সমষ্টিত সিচৰতি হৈ থকা কাৰ্বি ভূমিপুত্ৰসকল এইবাৰ বঢ়মপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। সেয়ে বঢ়মপুৰৰ কাৰ্বি ভূমিপুত্ৰ সকলে  
বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ সমৰ্থনত আয়োজন কৰিছে এক বিশাল নিৰ্বাচনী সভা। এই সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলি ৰাম ৰংহাং, কাৰ্বি ৱেলফেয়াৰ ছ'চাইটিৰ মূখ্য কাৰ্যবাহী সদস্য ড° চাৰ সিং ইংতি কাথাৰ আৰু বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী জিতু গোস্বামী। আজি অঞ্চলটোৰ বহু সংখ্যক কাৰ্বি মহিলাই সভা স্থলীত শ্ৰমদান কৰি অহা ৫ তাৰিখে অনুষ্ঠিত হ'ব লগা অনুষ্ঠান ভাগি সাফল্যমণ্ডিত হোৱাৰ কামনা কৰিছে। আজি এই কথা জানিবলৈ দিয়ে অন্যতম উদ্যোক্তা মংগল সিং তেৰণ আৰু গৌতম তিমুঙে
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.