Shuru
Apke Nagar Ki App…
বৰপেটা জিলাৰ মন্দিয়া অঞ্চলত হাজাৰ হাজাৰ যুৱকে ধৰ্ষণকাৰীক শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে।
News Headlines 24×7
বৰপেটা জিলাৰ মন্দিয়া অঞ্চলত হাজাৰ হাজাৰ যুৱকে ধৰ্ষণকাৰীক শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে।
More news from অসম and nearby areas
- হোজাইৰ আজমল কলেজৰ এজন ছাত্ৰ হঠাৎ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।1
- মন্দিয়া অঞ্চলত সংঘটিত মাৰিফা তামান্না নামৰ এগৰাকীৰ হত্যাকাণ্ডক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। এই চাঞ্চল্যকৰ ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে আৰু দোষীক শীঘ্ৰে চিনাক্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰা হৈছে।1
- কলগাছিয়াৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন জ্যোতি ৰাভা নজৰুল সংঘই কলগাছিয়া পাব্লিক স্কুলৰ সহযোগত বিদ্যালয় চৌহদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত এক দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰে। এই অনুষ্ঠানত গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান আৰু কবিতা আবৃত্তি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই উদযাপন সভাত বিশিষ্ট নাট্যকাৰ ছায়েদ আলী, ইমান আলী আহমেদ, ওচমান গণি, বাহাদুৰ আলী আহমেদ, আব্দুল কৰিম, শ্বহিদুল ইছলাম, আৰু মোঃ নূৰুল আমিনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।1
- অসম সাহিত্য সভাৰ স্বৰ্ণ শাখা স্বীকৃতিপ্ৰাপ্ত ছয়গাঁও সাহিত্য সভাৰ উদ্যোগত আৰু কুকুৰমাৰাস্থিত শঙ্কৰদেৱ বিদ্যা মন্দিৰৰ সহযোগত আজি বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰা হয়।1
- সমজিলা আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ নেতৃত্বত সোণতলীৰ এক চাইবাৰ জালিয়াতি আৰু অনলাইন বেটিং নেটৱৰ্কৰ চক্ৰ উৎখাত কৰা হৈছে। এই অভিযানত নগদ ধন, বেংক পাচবুক, মোবাইল হেণ্ডছেট, এটিএম কাৰ্ড, চেক বুক, আৰু আন আপত্তিজনক নথিপত্ৰসহ চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল হ'ল মোল্লা জাকিৰ হুছেইন, জাহিদুল ইচলাম, মাতিনুল হক আৰু হাছানুৰ ৰহমান। তেওঁলোকক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।1
- বাক্সা জিলাৰ শিলবাৰীত বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগী হিচাপে পৰিচিত প্ৰয়াত থিৰো জহলাওৰ পত্নী ৰঞ্জনী জহলাও আৰু প্ৰয়াত গৌৰীকান্ত ব্ৰহ্মৰ পত্নী জাথুবি ব্ৰহ্মৰ মনত আজিও কমৰেড বিষ্ণু ৰাভাৰ ছবি জিলিকি আছে।1
- বৰপেটা জিলাৰ মন্দিয়া অঞ্চলত হাজাৰ হাজাৰ যুৱকে ধৰ্ষণকাৰীক শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে।1
- গত ১৪ জুনত অভয়াপুৰীত এগৰাকী ৮ বছৰীয়া কিশোৰী এজন লম্পটৰ কামনাৰ বলি হৈছিল। এই ঘটনা সংঘটিত কৰা লম্পটটোৰ নাম মনিৰুদ্দিন। ঘটনা সংঘটিত কৰাৰ পিছতেই মনিৰুদ্দিনে পলায়ন কৰিছিল। অভয়াপুৰী আৰক্ষীয়ে বহিঃৰাজ্যৰ পৰা মনিৰুদ্দিনক গ্ৰেপ্তাৰ কৰি আজি অভয়াপুৰী থানাত হাজিৰ কৰে। এই ঘটনা সন্দৰ্ভত আমছুৱে মনিৰুদ্দিনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।1