logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কলগাছিয়াৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন জ্যোতি ৰাভা নজৰুল সংঘই কলগাছিয়া পাব্লিক স্কুলৰ সহযোগত বিদ্যালয় চৌহদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত এক দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰে। এই অনুষ্ঠানত গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান আৰু কবিতা আবৃত্তি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই উদযাপন সভাত বিশিষ্ট নাট্যকাৰ ছায়েদ আলী, ইমান আলী আহমেদ, ওচমান গণি, বাহাদুৰ আলী আহমেদ, আব্দুল কৰিম, শ্বহিদুল ইছলাম, আৰু মোঃ নূৰুল আমিনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

6 hrs ago
user_RECENT TIME
RECENT TIME
Media Consultant কলগাছিয়া, বৰপেটা, অসম•
6 hrs ago

কলগাছিয়াৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন জ্যোতি ৰাভা নজৰুল সংঘই কলগাছিয়া পাব্লিক স্কুলৰ সহযোগত বিদ্যালয় চৌহদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত এক দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰে। এই অনুষ্ঠানত গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান আৰু কবিতা আবৃত্তি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই উদযাপন সভাত বিশিষ্ট নাট্যকাৰ ছায়েদ আলী, ইমান আলী আহমেদ, ওচমান গণি, বাহাদুৰ আলী আহমেদ, আব্দুল কৰিম, শ্বহিদুল ইছলাম, আৰু মোঃ নূৰুল আমিনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

More news from অসম and nearby areas
  • কলগাছিয়াৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন জ্যোতি ৰাভা নজৰুল সংঘই কলগাছিয়া পাব্লিক স্কুলৰ সহযোগত বিদ্যালয় চৌহদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত এক দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰে। এই অনুষ্ঠানত গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান আৰু কবিতা আবৃত্তি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই উদযাপন সভাত বিশিষ্ট নাট্যকাৰ ছায়েদ আলী, ইমান আলী আহমেদ, ওচমান গণি, বাহাদুৰ আলী আহমেদ, আব্দুল কৰিম, শ্বহিদুল ইছলাম, আৰু মোঃ নূৰুল আমিনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    1
    কলগাছিয়াৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন জ্যোতি ৰাভা নজৰুল সংঘই কলগাছিয়া পাব্লিক স্কুলৰ সহযোগত বিদ্যালয় চৌহদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত এক দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰে। এই অনুষ্ঠানত গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান আৰু কবিতা আবৃত্তি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।

এই উদযাপন সভাত বিশিষ্ট নাট্যকাৰ ছায়েদ আলী, ইমান আলী আহমেদ, ওচমান গণি, বাহাদুৰ আলী আহমেদ, আব্দুল কৰিম, শ্বহিদুল ইছলাম, আৰু মোঃ নূৰুল আমিনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    6 hrs ago
  • হোজাইৰ আজমল কলেজৰ এজন ছাত্ৰ হঠাৎ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
    1
    হোজাইৰ আজমল কলেজৰ এজন ছাত্ৰ হঠাৎ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    9 hrs ago
  • মন্দিয়া অঞ্চলত সংঘটিত মাৰিফা তামান্না নামৰ এগৰাকীৰ হত্যাকাণ্ডক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। এই চাঞ্চল্যকৰ ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে আৰু দোষীক শীঘ্ৰে চিনাক্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰা হৈছে।
    1
    মন্দিয়া অঞ্চলত সংঘটিত মাৰিফা তামান্না নামৰ এগৰাকীৰ হত্যাকাণ্ডক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। এই চাঞ্চল্যকৰ ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে আৰু দোষীক শীঘ্ৰে চিনাক্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰা হৈছে।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    13 hrs ago
  • আজি পৱিত্ৰ ৰাভা দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি কলা-সংস্কৃতিৰ মহীৰূহ, বৰেণ্য অসমীয়া, গণশিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু বাৰ্ষিকী শ্ৰদ্ধাৰে সোঁৱৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজে গীতে-মাতে বৰেণ্য অসমীয়াগৰাকীক স্মৰণ কৰে। বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন দল-সংগঠনে কলাগুৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ লগতে তেখেতৰ অমৰ সৃষ্টিসমূহৰ চৰ্চাৰে শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবতো অনুষ্টুপীয়াভাৱে ৰাভা দিৱস উদযাপন কৰা হয়। প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল আৰু সাংবাদিকসকলে একত্ৰিত হৈ শ্ৰদ্ধাৰ শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাংবাদিকসকলে কলাগুৰুৰ কালজয়ী গীতৰ সুৰেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। এই অনুষ্ঠানত সকলোৱে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসমীয়া জাতীয় জীৱন, সমাজ আৰু সংস্কৃতিলৈ আগবঢ়াই যোৱা অনবদ্য অৱদানৰ কথা শ্ৰদ্ধাৰে সুঁৱৰে।
    1
    আজি পৱিত্ৰ ৰাভা দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি কলা-সংস্কৃতিৰ মহীৰূহ, বৰেণ্য অসমীয়া, গণশিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু বাৰ্ষিকী শ্ৰদ্ধাৰে সোঁৱৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজে গীতে-মাতে বৰেণ্য অসমীয়াগৰাকীক স্মৰণ কৰে। বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন দল-সংগঠনে কলাগুৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ লগতে তেখেতৰ অমৰ সৃষ্টিসমূহৰ চৰ্চাৰে শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবতো অনুষ্টুপীয়াভাৱে ৰাভা দিৱস উদযাপন কৰা হয়। প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল আৰু সাংবাদিকসকলে একত্ৰিত হৈ শ্ৰদ্ধাৰ শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাংবাদিকসকলে কলাগুৰুৰ কালজয়ী গীতৰ সুৰেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। এই অনুষ্ঠানত সকলোৱে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসমীয়া জাতীয় জীৱন, সমাজ আৰু সংস্কৃতিলৈ আগবঢ়াই যোৱা অনবদ্য অৱদানৰ কথা শ্ৰদ্ধাৰে সুঁৱৰে।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    12 hrs ago
  • বাক্সা জিলাৰ শিলবাৰীত বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগী হিচাপে পৰিচিত প্ৰয়াত থিৰো জহলাওৰ পত্নী ৰঞ্জনী জহলাও আৰু প্ৰয়াত গৌৰীকান্ত ব্ৰহ্মৰ পত্নী জাথুবি ব্ৰহ্মৰ মনত আজিও কমৰেড বিষ্ণু ৰাভাৰ ছবি জিলিকি আছে।
    1
    বাক্সা জিলাৰ শিলবাৰীত বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগী হিচাপে পৰিচিত প্ৰয়াত থিৰো জহলাওৰ পত্নী ৰঞ্জনী জহলাও আৰু প্ৰয়াত গৌৰীকান্ত ব্ৰহ্মৰ পত্নী জাথুবি ব্ৰহ্মৰ মনত আজিও কমৰেড বিষ্ণু ৰাভাৰ ছবি জিলিকি আছে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    11 hrs ago
  • আজি চিৰাং জিলাৰ মাদলীপাৰা এল,পি,স্কুলত এক সম্প্ৰীতি ভোজনৰ আয়োজন কৰা হৈছিল। এই কাৰ্যসূচী দিনটোৰ বাবে অঞ্চলটোত এক উল্লেখযোগ্য অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।
    1
    আজি চিৰাং জিলাৰ মাদলীপাৰা এল,পি,স্কুলত এক সম্প্ৰীতি ভোজনৰ আয়োজন কৰা হৈছিল। এই কাৰ্যসূচী দিনটোৰ বাবে অঞ্চলটোত এক উল্লেখযোগ্য অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।
    user_Odalguritv viral
    Odalguritv viral
    চিডলি (পিটি), চিৰাং, অসম•
    12 hrs ago
  • বৰপেটা জিলাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং ৰছুলপুৰ গাঁৱৰ নৈপৰীয়া ৰাইজে বিশুদ্ধ খোৱাপানীৰ অভাৱত বেকী নৈৰ ঘোলা পানী সেৱন কৰি প্ৰাণ বচাবলগীয়া হৈছে। গাঁওখনত পানী যোগানৰ এটা আঁচনি আছে যদিও ৰাইজে এটুপি পানীও পোৱা নাই। পানীৰ পাইপসমূহ সংযোগ কৰাৰ পিছতেই বেকী নদীৰ খহনীয়াই উটুৱাই লৈ যোৱাৰ ফলত গাঁওবাসী বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে। ফলস্বৰূপে, তেওঁলোকে নদীৰ এই লেতেৰা পানীৰে ৰন্ধা-বঢ়া, খোৱা-লোৱা, গা ধোৱা আদি সকলো দৈনন্দিন কাম কাজ সম্পন্ন কৰিবলৈ বাধ্য হৈছে। এই লেতেৰা পানী সেৱন কৰি ১ নং ৰছুলপুৰ গাঁৱৰ নৈপৰীয়া ৰাইজ বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে। ভুক্তভোগী ৰাইজে অভিযোগ কৰিছে যে চৰকাৰৰ জল জীৱন আঁচনি ফুটুকাৰ ফেনত পৰিণত হৈছে। সেয়েহে, তেওঁলোকে চৰকাৰক শীঘ্ৰে খোৱাপানীৰ সু-ব্যৱস্থা কৰিবলৈ দাবী জনাইছে আৰু এই ক্ষেত্ৰত চৰকাৰৰ সুদৃষ্টি কামনা কৰিছে।
    1
    বৰপেটা জিলাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং ৰছুলপুৰ গাঁৱৰ নৈপৰীয়া ৰাইজে বিশুদ্ধ খোৱাপানীৰ অভাৱত বেকী নৈৰ ঘোলা পানী সেৱন কৰি প্ৰাণ বচাবলগীয়া হৈছে। গাঁওখনত পানী যোগানৰ এটা আঁচনি আছে যদিও ৰাইজে এটুপি পানীও পোৱা নাই।

পানীৰ পাইপসমূহ সংযোগ কৰাৰ পিছতেই বেকী নদীৰ খহনীয়াই উটুৱাই লৈ যোৱাৰ ফলত গাঁওবাসী বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে। ফলস্বৰূপে, তেওঁলোকে নদীৰ এই লেতেৰা পানীৰে ৰন্ধা-বঢ়া, খোৱা-লোৱা, গা ধোৱা আদি সকলো দৈনন্দিন কাম কাজ সম্পন্ন কৰিবলৈ বাধ্য হৈছে। এই লেতেৰা পানী সেৱন কৰি ১ নং ৰছুলপুৰ গাঁৱৰ নৈপৰীয়া ৰাইজ বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে।

ভুক্তভোগী ৰাইজে অভিযোগ কৰিছে যে চৰকাৰৰ জল জীৱন আঁচনি ফুটুকাৰ ফেনত পৰিণত হৈছে। সেয়েহে, তেওঁলোকে চৰকাৰক শীঘ্ৰে খোৱাপানীৰ সু-ব্যৱস্থা কৰিবলৈ দাবী জনাইছে আৰু এই ক্ষেত্ৰত চৰকাৰৰ সুদৃষ্টি কামনা কৰিছে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    6 hrs ago
  • গত ১৪ জুনত অভয়াপুৰীত এগৰাকী ৮ বছৰীয়া কিশোৰী এজন লম্পটৰ কামনাৰ বলি হৈছিল। এই ঘটনা সংঘটিত কৰা লম্পটটোৰ নাম মনিৰুদ্দিন। ঘটনা সংঘটিত কৰাৰ পিছতেই মনিৰুদ্দিনে পলায়ন কৰিছিল। অভয়াপুৰী আৰক্ষীয়ে বহিঃৰাজ্যৰ পৰা মনিৰুদ্দিনক গ্ৰেপ্তাৰ কৰি আজি অভয়াপুৰী থানাত হাজিৰ কৰে। এই ঘটনা সন্দৰ্ভত আমছুৱে মনিৰুদ্দিনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।
    1
    গত ১৪ জুনত অভয়াপুৰীত এগৰাকী ৮ বছৰীয়া কিশোৰী এজন লম্পটৰ কামনাৰ বলি হৈছিল। এই ঘটনা সংঘটিত কৰা লম্পটটোৰ নাম মনিৰুদ্দিন। ঘটনা সংঘটিত কৰাৰ পিছতেই মনিৰুদ্দিনে পলায়ন কৰিছিল। অভয়াপুৰী আৰক্ষীয়ে বহিঃৰাজ্যৰ পৰা মনিৰুদ্দিনক গ্ৰেপ্তাৰ কৰি আজি অভয়াপুৰী থানাত হাজিৰ কৰে। এই ঘটনা সন্দৰ্ভত আমছুৱে মনিৰুদ্দিনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।
    user_NEWS NE
    NEWS NE
    Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.