Shuru
Apke Nagar Ki App…
মানকাচৰৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামে এআইইউডিএফ দল ত্যাগ কৰি এনপিপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ
Md Romio Mehadi
মানকাচৰৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামে এআইইউডিএফ দল ত্যাগ কৰি এনপিপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ
More news from অসম and nearby areas
- Post by Md Romio Mehadi1
- সুৰ বিহীন ৬ মাহ জুবিন গাৰ্গৰ মৃত্যুতিথি উপলক্ষ্যে নাম প্ৰসংগৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ৬ মহীয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। জুবিন গাৰ্গ ন্যায় নোপোৱা লৈকে অসমৰ ৰাইজৰ মনত জ্বলা জুই কেতিয়াও নিৰ্বাপন নহয় বুলি কয় আছু জিলা সম্পাদক জীৱন জ্যোতি বৰুৱাই। SIT য়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট এনেকৈ তৈয়াৰ কৰিব লাগে যাতে দোষীয়ে কেতিয়াও সাৰি যাব নোৱাৰে। জুবিন গাৰ্গে ন্যায় পাব লাগিব। ৰাজনৈতিক আৰু অৰাজনৈতিক দলক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিব বুলি আহ্বান জনায় আছু ধুবুৰী জিলা সমিতিয়ে। অসমৰ জ্বলন্ত সমস্যাৰ সময়ত জুবিন গাৰ্গে অসমৰ ৰাইজৰ লগত থাকি আন্দোলন কৰিছিল বুলিও মন্তব্য কৰে সম্পাদক গৰাকীয়ে। ধুবুৰী জিলা সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰক দাবী আৰু আহ্বান যে অতি সোনকালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট এনেকৈ দাখিল কৰি দোষীক কঠোৰতম শাস্তি প্ৰদান দাবী জনায়।1
- 📌ধুবুৰীত জুবিন গাৰ্গৰ মৃত্যুতিথি উপলক্ষ্যে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। 📌আজি সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ৬ মহীয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।1
- ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:১৯ মাৰ্চ ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পিছত গৌৰীপুৰ ৰেল ওভাৰ ব্ৰীজৰ উদ্বোধন ৰ পিছত ৰাইজৰ যাতায়তৰ সকাহ পাইছে। তীব্ৰ যানজঁটৰ পৰা ৰক্ষা পৰিছে। প্ৰনৱাশীষ ৰয় ধুবুৰী1
- DHUBRI DISTRICT ASSAM NIWES VIDEO DAY BHATIPETLA ALOKJHARI NIWES VIDEO DAY1
- বামুণীপানীখবাত বনৰীয়া হাতী বাসগৃহ লণ্ডভণ্ড কৰাৰ সমষ্টিবাসী ৰাইজৰ কাষত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ ৰাভা ।1
- kodom Toli wart no. 12 road ka hal bohat bura he our koi kam nahi karta aur dren bi bohat kharap he3
- Post by Md Romio Mehadi1