logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিধায়ক হিমাংশু শেখৰ বৈশ্যক কুকুৰমাৰা গাঁৱত ৰাজহুৱা সম্বৰ্ধনা বিধায়ক হিমাংশু শেখৰ বৈশ্যক কুকুৰমাৰা গাঁৱত ৰাজহুৱা সম্বৰ্ধনা একেদিনাই ছয়গাঁৱত ৩টা গুৰুত্বপূৰ্ণ পথ আৰু চাইবাৰ কেফেৰ শুভ উদ্বোধন ছয়গাঁও: ছয়গাঁও সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যক কুকুৰমাৰা গাঁৱত আজি ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। স্থানীয় ৰাইজে বিধায়কগৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে অঞ্চলটোৰ উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত বিভিন্ন বিষয় অৱগত কৰে। ইফালে, একেদিনাই ছয়গাঁও অঞ্চলত তিনিটাকৈ গুৰুত্বপূৰ্ণ পথৰ শুভ উদ্বোধন কৰা হয়। ইয়াৰ লগতে এটা চাইবাৰ কেফেৰো শুভ উদ্বোধন কৰা হয়। এই পদক্ষেপসমূহে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা আৰু ডিজিটেল সেৱাৰ ক্ষেত্ৰত ৰাইজক উপকৃত কৰিব বুলি আশা কৰা হৈছে। আনহাতে, বিধায়ক হিমাংশু শেখৰ বৈশ্যই অঞ্চলটোৰ জলাশয়সমূহৰ উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ কথা প্ৰকাশ কৰে। বিশেষকৈ কলহী নদী, চাইতেনী বিল আৰু কলনী বিল মাছ ধৰাৰ উপযোগী কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। জলাশয়সমূহ উন্নত কৰি মাছ ধৰাৰ উপযোগী কৰি তুলিলে স্থানীয় মৎস্যজীৱী তথা ৰাইজৰ জীৱিকা আৰু অৰ্থনৈতিক দিশতো ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে। সমগ্ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি কুকুৰমাৰা আৰু ছয়গাঁও অঞ্চলত ৰাইজৰ মাজত উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়।

22 hrs ago
user_NE TIME NEWS
NE TIME NEWS
ছয়গাঁও, কামৰূপ, অসম•

More news from অসম and nearby areas
  • এইবাৰ লোকসভা নিৰ্বাচনত নগাঁৱত বিজেপি জয়ী হ'লে, ২০৩১ৰ বিধানসভা নির্বাচনত ১২৬ খন আসনতে বিজেপিয়ে জয়ী হ'ব': মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
    1
    এইবাৰ লোকসভা নিৰ্বাচনত নগাঁৱত বিজেপি জয়ী হ'লে,
২০৩১ৰ বিধানসভা নির্বাচনত ১২৬ খন আসনতে বিজেপিয়ে জয়ী হ'ব': মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    23 hrs ago
  • চোৰাং ঔষধৰ পিছত এইবাৰ এলুমনিয়াম তাঁৰেৰে ভৰিছে ঘগ্ৰাপাৰ থানা৷* *এজন দুজন নহয়,এটা ৰাতিতে কৰায়ত্ব ৮ জনকৈ তাঁৰ চোৰ৷*
    1
    চোৰাং ঔষধৰ পিছত এইবাৰ এলুমনিয়াম তাঁৰেৰে ভৰিছে ঘগ্ৰাপাৰ থানা৷*

*এজন দুজন নহয়,এটা ৰাতিতে কৰায়ত্ব ৮ জনকৈ তাঁৰ চোৰ৷*
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    3 hrs ago
  • মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান #BarpetaKhabar #বৰপেটাখবৰ #NewsUpdate #PoshanMela #Mandia
    1
    মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান

মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান
#BarpetaKhabar #বৰপেটাখবৰ #NewsUpdate #PoshanMela #Mandia
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    19 min ago
  • নগাঁও লোকসভাৰ উপ নিৰ্বাচন: মুছলমান সমাজক কি আহ্বান জনালে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে।
    1
    নগাঁও লোকসভাৰ উপ নিৰ্বাচন: মুছলমান সমাজক কি আহ্বান জনালে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    12 hrs ago
  • 📌বাক্সাৰ শালবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সমদল । 📌বাক্সা জিলা আছুৰ উদ্যোগত ৰূপায়ণ হয় এই কাৰ্যসূচী । 📌বাক্সাৰ শালবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সমদল । 📌বাক্সা জিলা আছুৰ উদ্যোগত ৰূপায়ণ হয় এই কাৰ্যসূচী ।
    1
    📌বাক্সাৰ শালবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সমদল ।
📌বাক্সা জিলা আছুৰ উদ্যোগত ৰূপায়ণ হয় এই কাৰ্যসূচী  ।

📌বাক্সাৰ শালবাৰীত ড্ৰাগছ বিৰোধী সজাগতা সমদল ।
📌বাক্সা জিলা আছুৰ উদ্যোগত ৰূপায়ণ হয় এই কাৰ্যসূচী  ।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    23 hrs ago
  • অসম মালাৰ অধীনত ঢাকনাবাৰীত নিৰ্মাণৰত এটা কালভাৰ্টৰ নিৰ্মাণত ব্যপক দুৰ্নীতি। #Breaking অসম মালাৰ অধীনত ঢাকনাবাৰীত নিৰ্মাণৰত এটা কালভাৰ্টৰ নিৰ্মাণত ব্যপক দুৰ্নীতি। দুৰ্নীতিৰ অভিযোগ তুলি তিব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ! অসম মালাৰ অধীনত বঙাইগাওঁ আৰু যোগীঘোপা সংযোগী ঢাকনাবাৰীত নিৰ্মাণৰত এটা কালভাৰ্টৰ নিৰ্মাণত ব্যপক দুৰ্নীতি। তথ্য অনুশৰি কালভাৰ্টটোৰ নিৰ্মাণকাৰ্যৰ প্ৰথম অৱস্থাত ঢালাই মাৰি নিৰ্মাণ কৰা হৈছিল। কিন্তু পিছ'লৈ কালভাৰ্টটোৰ ওপৰত প্ৰায় ২ ইঞ্চি বালি আৰু শিলৰ স্তৰ পেলাই পিচ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে। কালভাৰ্টটোৰ নিৰ্মাণত প্ৰয়োজনীয় মানদণ্ড আৰু নিৰ্ধাৰিত নিয়ম-নীতি মানি নচলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ অভিযো ,উচিত তদন্ত কৰি নিৰ্মাণকাৰ্যৰ গুণগত মান পৰীক্ষা কৰাৰ লগতে অনিয়ম ধৰা পৰিলে দায়ী পক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে। ইফালে, এই বিষয়টোক কেন্দ্ৰ কৰি শিঘ্ৰে ঠিকাদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে।
    1
    অসম মালাৰ অধীনত ঢাকনাবাৰীত নিৰ্মাণৰত এটা কালভাৰ্টৰ নিৰ্মাণত ব্যপক দুৰ্নীতি।
#Breaking
অসম মালাৰ অধীনত ঢাকনাবাৰীত নিৰ্মাণৰত এটা কালভাৰ্টৰ নিৰ্মাণত ব্যপক দুৰ্নীতি।
দুৰ্নীতিৰ অভিযোগ তুলি তিব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ!
অসম মালাৰ অধীনত বঙাইগাওঁ আৰু যোগীঘোপা সংযোগী ঢাকনাবাৰীত নিৰ্মাণৰত এটা কালভাৰ্টৰ নিৰ্মাণত ব্যপক দুৰ্নীতি।
তথ্য অনুশৰি কালভাৰ্টটোৰ নিৰ্মাণকাৰ্যৰ প্ৰথম অৱস্থাত ঢালাই মাৰি নিৰ্মাণ কৰা হৈছিল। 
কিন্তু পিছ'লৈ কালভাৰ্টটোৰ ওপৰত প্ৰায় ২ ইঞ্চি বালি আৰু শিলৰ স্তৰ পেলাই পিচ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে।
কালভাৰ্টটোৰ নিৰ্মাণত প্ৰয়োজনীয় মানদণ্ড আৰু নিৰ্ধাৰিত নিয়ম-নীতি মানি নচলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
স্থানীয় ৰাইজৰ অভিযো ,উচিত তদন্ত কৰি নিৰ্মাণকাৰ্যৰ গুণগত মান পৰীক্ষা কৰাৰ লগতে অনিয়ম ধৰা পৰিলে দায়ী পক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে।
ইফালে, এই বিষয়টোক কেন্দ্ৰ কৰি শিঘ্ৰে ঠিকাদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    44 min ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰেংকাতি গাঁৱত কৰম পূজা উদ্‌যাপন
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰেংকাতি গাঁৱত কৰম পূজা উদ্‌যাপন
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    12 hrs ago
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰ লৈকে সেৱা সমৰ্পণ মাহ হিচাপে পালন কৰিব ৰাজ্য চৰকাৰে
    1
    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰ লৈকে সেৱা সমৰ্পণ মাহ হিচাপে পালন কৰিব ৰাজ্য চৰকাৰে
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.