logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

এইখন শংকৰদেৱৰ ভূমি, জুবিন গাৰ্গৰ ভূমি.. ____ৰাহুল গান্ধী। #NewsUpdate #BreakingNews #election2026 #assam #Biswanath #খবৰ২৪বিশ্বনাথ

2 hrs ago
user_KHABAR 24 BISWANATH
KHABAR 24 BISWANATH
বিশ্বনাথ, বিশ্বনাথ, অসম•
2 hrs ago

এইখন শংকৰদেৱৰ ভূমি, জুবিন গাৰ্গৰ ভূমি.. ____ৰাহুল গান্ধী। #NewsUpdate #BreakingNews #election2026 #assam #Biswanath #খবৰ২৪বিশ্বনাথ

More news from Nagaon and nearby areas
  • আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈৰ
    1
    আমাৰ চৰকাৰ গঠন হোৱাৰ এমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জেলত দিয়াৰ ব্যৱস্থা কৰিম মন্তব্য অখিল গগৈৰ
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    58 min ago
  • ৰূপহী ৰৌমাৰি পঞ্চায়তৰ অন্তৰ্গত এগৰাকী নেতাই তেওঁৰ পঞ্চায়তৰ লোকসকলৰ ভোট দিয়াৰ নামত ১৫ লাখ টকা বিচাৰিছিল। এই অভিযোগ চামগুৰিৰ বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াৰ।
    1
    ৰূপহী ৰৌমাৰি পঞ্চায়তৰ অন্তৰ্গত এগৰাকী নেতাই তেওঁৰ পঞ্চায়তৰ লোকসকলৰ ভোট দিয়াৰ নামত ১৫ লাখ টকা বিচাৰিছিল। এই অভিযোগ চামগুৰিৰ বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াৰ।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • গোলাঘাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিশাল জন সভা l গোলাঘাট সমষ্টিৰ পাঁচটা বিধান সভা সমষ্টিৰ পাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী l 2026 ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ জয়জুক্ত হোৱাতো নিস্বিত l অসমক হিমন্ত বিশ্ব শৰ্মাই এ টি এম হিচাপে ব্যৱহাৰ কৰিছে বুলি দেওবাৰে উদাত্ত ভাষণ প্ৰদান ৰাহুল গান্ধীৰ।
    1
    গোলাঘাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিশাল জন সভা l গোলাঘাট সমষ্টিৰ পাঁচটা বিধান সভা সমষ্টিৰ পাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী l 2026 ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ জয়জুক্ত হোৱাতো নিস্বিত l অসমক হিমন্ত বিশ্ব শৰ্মাই এ টি এম হিচাপে ব্যৱহাৰ কৰিছে বুলি   দেওবাৰে উদাত্ত  ভাষণ প্ৰদান ৰাহুল গান্ধীৰ।
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    8 hrs ago
  • ৰূপহীহাটত ভ/য়ং/কৰ অ/গ্নি/কা/ণ্ডৰ ঘটনা। ৰূপহীহাটৰ ফুটালজাৰত সংঘটিত হয় এই ভ/য়ংক/ৰ অ/গ্নি/কা/ণ্ডৰ ঘটনাটো।
    1
    ৰূপহীহাটত ভ/য়ং/কৰ অ/গ্নি/কা/ণ্ডৰ ঘটনা।
ৰূপহীহাটৰ ফুটালজাৰত সংঘটিত হয় এই ভ/য়ংক/ৰ অ/গ্নি/কা/ণ্ডৰ ঘটনাটো।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    14 hrs ago
  • বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। চকুৰ সন্মুখতে দাউ দাউ কৈ জ্বলি উঠিল এটা বয়লাৰ ফ্ৰাম। জানিব পৰা মতে কেইবা লাখ টকাৰ সামগ্ৰী জুলাইত ভস্মীভূত হয়। সমগ্ৰ ঘটনাটো প্ৰত্যেক কৰি শুক শুকাই কান্ধোনত ভাংঙি পৰে ফ্ৰামটোৰ মালিকজন। পৰিয়ালটোৰ উপাৰ্জন একমাত্ৰ ভৰষা আছিল ফ্ৰামটো।
    1
    বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
চকুৰ সন্মুখতে দাউ দাউ কৈ জ্বলি উঠিল এটা বয়লাৰ ফ্ৰাম।
জানিব পৰা মতে কেইবা লাখ টকাৰ সামগ্ৰী জুলাইত ভস্মীভূত হয়।
সমগ্ৰ ঘটনাটো প্ৰত্যেক কৰি শুক শুকাই কান্ধোনত ভাংঙি পৰে ফ্ৰামটোৰ মালিকজন।
পৰিয়ালটোৰ উপাৰ্জন একমাত্ৰ ভৰষা আছিল ফ্ৰামটো।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    22 hrs ago
  • 🛑মাজুলীত  বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ কৰ্মী সকলৰ নিৰ্বাচনী প্ৰচাৰ  🛑৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল মাজৰ দেউৰী গাৱৰ বিজেপি কৰ্মী সকল। 🛑আজি ভুৱন গামৰ হৈ বিজেপি কৰ্মী সকলে গাৱেঁ গাঁৱে পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই।
    1
    🛑মাজুলীত  বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ কৰ্মী সকলৰ নিৰ্বাচনী প্ৰচাৰ 
🛑৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল মাজৰ দেউৰী গাৱৰ বিজেপি কৰ্মী সকল।
🛑আজি ভুৱন গামৰ হৈ বিজেপি কৰ্মী সকলে গাৱেঁ গাঁৱে পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    35 min ago
  • Post by দিব্য জ্যোতি ভূঞা
    1
    Post by দিব্য জ্যোতি ভূঞা
    user_দিব্য জ্যোতি ভূঞা
    দিব্য জ্যোতি ভূঞা
    Local News Reporter নাৰায়ণপুৰ, লখিমপুৰ, অসম•
    1 hr ago
  • বঢ়মপুৰৰ বৰ কণ্ডলী পঞ্চায়তৰ অন্তৰ্গত পুখুৰী বস্তীত আজি বিজেপিৰ বিশাল সভা। হেলিকপ্টাৰত উঠি তুলিৰাম ৰংহাং আহিল জিতু গোস্বামীৰ বঢ়মপুৰৰ নিৰ্বাচনী সভালৈ। সকলো কাৰ্বি জনগোষ্ঠীৰ লোকসকলক বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে
    1
    বঢ়মপুৰৰ বৰ কণ্ডলী পঞ্চায়তৰ অন্তৰ্গত পুখুৰী বস্তীত আজি বিজেপিৰ বিশাল সভা। হেলিকপ্টাৰত উঠি
তুলিৰাম ৰংহাং আহিল জিতু গোস্বামীৰ বঢ়মপুৰৰ  নিৰ্বাচনী সভালৈ। সকলো কাৰ্বি জনগোষ্ঠীৰ লোকসকলক বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী। চামগুৰি সমষ্টিত কোন হব বিধায়ক। কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন হব নেকি? চামগুৰি সমষ্টিৰ বিধায়ক। এই জনেই হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন। সমষ্টিটোত দুই লাখ ২৩ হেজাৰ ভোটাৰ আছে ইয়াৰে প্ৰায় ২৪ হেজাৰ হিন্দু ভোটাৰ। সমষ্টিটোত কেইজন মান লোকে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰি সংবাদ মাধ্যমৰ আগত বাল্য ও শিশু নেতা বুলি আখ্যা দিয়া সেই সকল লোকৰ মুখত চূঙা ছাই পৰাৰ দিশত। কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ জনপ্ৰিয়তা দেখি ভিতিগ্ৰস্ত হৈ পৰিছে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰা ব্যক্তি সকল । চামগুৰি সমষ্টিৰ জনতাই এই বাৰ তানজিন হুছেইনক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে। বিপুল ভোটত জয় লাভ কৰি চামগুৰি সমষ্টিত তানজিন হুছেইন বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা চলিছে।
    1
    নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা  দিন বাকী।
চামগুৰি সমষ্টিত কোন হব বিধায়ক।
কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ 
তানজিল হুছেইন হব নেকি? চামগুৰি সমষ্টিৰ বিধায়ক।
এই জনেই হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন।
সমষ্টিটোত দুই লাখ ২৩ হেজাৰ ভোটাৰ আছে ইয়াৰে প্ৰায় ২৪ হেজাৰ হিন্দু ভোটাৰ।
সমষ্টিটোত কেইজন মান লোকে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰি সংবাদ মাধ্যমৰ আগত বাল্য  ও শিশু নেতা বুলি আখ্যা দিয়া 
সেই সকল লোকৰ মুখত চূঙা ছাই পৰাৰ দিশত।
কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ জনপ্ৰিয়তা দেখি 
ভিতিগ্ৰস্ত হৈ পৰিছে তানজিল হুছেইনক তুচছ তাচ্ছিল্য কৰা 
ব্যক্তি সকল ।
চামগুৰি সমষ্টিৰ জনতাই এই বাৰ তানজিন হুছেইনক বিপুল সঁহাৰি ও মৰম দিয়া দেখা গৈছে।
বিপুল ভোটত জয় লাভ কৰি চামগুৰি সমষ্টিত তানজিন হুছেইন বিধায়ক হব বুলি সমষ্টিটোত ব্যাপক চৰ্চা চলিছে।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.