Shuru
Apke Nagar Ki App…
ab tak pichhle 2 1/2 mahinon mein anek Veet kadam uthae Gaye gunehgaron ko pakda gaya hai jail mein pade Hain hamara sabse mahatvpurn jamana tha vidyarthiyon ka ek varsh barbad Na Ho
Suryabiswas
ab tak pichhle 2 1/2 mahinon mein anek Veet kadam uthae Gaye gunehgaron ko pakda gaya hai jail mein pade Hain hamara sabse mahatvpurn jamana tha vidyarthiyon ka ek varsh barbad Na Ho
More news from অসম and nearby areas
- Barpeta District or ji kunu area t Glow sign board lagile jonabo1
- ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতো কুলশী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ পিছতেই পুনৰ উত্তাল হৈ পৰিছে ছয়গাঁও1
- সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে । 8.29 SGPA ৰে বিশেষ সফলতা কঢ়িয়াই অনা আফচানা মুস্কান ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা ৰে'ল বিভাগৰ কৰ্মচাৰী ৰষ্টুম আলী আৰু আনোৱাৰা বেগমৰ কন্যা । আফচানাৰ কৃতিত্বত সমগ্ৰ ৰঙিয়াতে আনন্দ বিৰাজ কৰিছে।1
- বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলৰ কাষত থিয় দিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে বানত ক্ষতিগ্ৰস্ত কৃষিভূমিত পুনৰ খেতি আৰম্ভ কৰাৰ বাবে কৃষকসকলক উৎসাহিত কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী সুশান্ত বৰগোঁহায়ে কৃষিভূমিত উপস্থিত হৈ প্ৰতীকীভাৱে কঠিয়া সিঁচে। এই কাৰ্যসূচীৰ জৰিয়তে বানৰ পিছত কৃষি উৎপাদন পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীদ্বয়ে কৃষকসকলৰ সৈতে মতবিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয় আৰু চৰকাৰৰ পৰা প্ৰদান কৰা সহায়-সাহায্য, বীজ, সাৰ আৰু অন্যান্য কৃষি সামগ্ৰী সময়মতে যোগান ধৰা হ'ব বুলি আশ্বাস দিয়ে। তেওঁলোকে কয় যে কৃষকসকল অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড। সেয়েহে বানৰ ফলত হোৱা ক্ষতিৰ পৰা কৃষকসকলক উদ্ধাৰ কৰি পুনৰ স্বাভাৱিক কৃষিকাৰ্য আৰম্ভ কৰাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। ৰাজ্য চৰকাৰে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু কৃষি খণ্ডক পুনৰ শক্তিশালী কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি যাব বুলিও তেওঁলোকে উল্লেখ কৰে।1
- উজনি অসম বানাক্ৰান্ত ৰ বাবে বান সাহাৰ্য্য প্ৰেৰণ কৰিলে মন্ত্ৰী অশোক সিংহলে1
- কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য1
- অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কলিয়াবৰ অন্তৰ্গত লাওখোৱাত শাখা গঠন। দুদিনীয়াকৈ আয়োজন গীত আৰু কবিতা আবৃত্তিৰ দ্বাৰা কৰ্মশালা আয়োজন। লাওখোৱা বনগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গুণদা দাস হাজৰিকাৰ নেতৃত্ব কলিয়াবৰ সমষ্টিৰ লাওখোৱাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ নতুন শাখা আনুষ্ঠানিকভাৱে গঠন কৰা হয়। এই উপলক্ষে ৩০ আৰু ৩১ জুলাইত দুদিনীয়াকৈ গীত আৰু কবিতা আবৃত্তিৰ এক কৰ্মশালাৰ আয়োজন কৰিছে। কৰ্মশালাত অঞ্চলটোৰ শিক্ষাৰ্থী আৰু সংস্কৃতিপ্ৰেমীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। অভিজ্ঞ প্ৰশিক্ষকসকলে আবৃত্তি, কবিতা পাঠ, উচ্চাৰণ, কণ্ঠচৰ্চা আৰু গীত পৰিবেশনৰ বিভিন্ন দিশত হাতে-কলমে প্ৰশিক্ষণ প্ৰদান কৰে।1
- নগাঁৱৰ *ৰিজুৱানা মেমৰিয়েল গেলেক্সি ৱমেন হস্পিতালৰ বিৰুদ্ধে নগাঁও জিলা আয়ুক্তক অভিযোগ পত্ৰ দাখিল *অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ*৷ নগাঁৱৰ ৰিজুৱানা মেমৰিয়েল গেলেক্সি ৱমেন হস্পিতাল নামৰ এখন অৰ্ধ-নিৰ্মিত হস্পিতালত ৰোগীক ভুল চিকিৎসা প্ৰদান কৰাৰ অভিযোগ। অৰ্ধ-নিৰ্মিত হস্পিতালৰ ভুল চিকিৎসাৰ বাবেই মাতৃৰ গৰ্ভত মৃত্যু হৈ জন্ম লয় এটি শিশুৰ৷ চিকিৎসালয় খনত আল্ট্ৰাচাউণ্ড কৰা চিকিৎসকৰ পৰিৱৰ্তে আয়ুৰ্বেদিক চিকিৎসকে বিভাগীয় আল্ট্ৰাচাউণ্ড কৰাৰো ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। হস্পিতাল কৰ্তৃপক্ষই আশা কৰ্মীৰ সৈতে ধনৰ লেনদেন কৰি ৰূগীক কাঢ়ি আনি ভুৱা চিকিৎসা কৰাৰ অভিযোগ৷ বিগত কেইদিনমান পূৰ্বে বটদ্ৰৱাৰ থানাৰ অন্তৰ্গত ধনিয়া ভেটি গাঁৱৰ মিনাৰা খাতুন (৩৫) নামৰ এগৰাকী অন্তসত্তা মহিলাক অৰ্ধনিৰ্মিত হস্পিতালত আশা কৰ্মীয়ে লৈ গৈ কৰাইছিল ভুল চিকিৎসা। আল্ট্ৰাছাউণ্ডৰ ৰিপোৰ্টত খেলি মেলি থকাৰ বাবে মিনাৰা খাতুনৰ স্বামীয়ে আন এখন চিকিসালয়ত আল্ট্ৰাছাউণ্ড কৰাই গ’ম পায় তেখেতৰ গৰ্ভত থকা সন্তানৰ অৱস্থা জটিল। আনহাতে সমস্ত ঘটনাটো চিকিৎসালয়ৰ কৰ্তৃপক্ষক অৱগত কৰাত কৰ্তৃপক্ষই মিনাৰা খাতুনৰ স্বামীক ভয় ভাবুকি প্ৰদান কৰিছিল। উক্ত ঘটনাটোৰ সন্দৰ্ভত পৰিয়ালৰ লোক *সংগ্ৰাম পৰিষদ জনোৱাত, নগাঁও জিলা আয়ুক্তক অভিযোগ পত্ৰ দাখিল কৰে *অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে*। আনফালে চিকিৎসালয় খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে মিনাৰা খাতুনৰ স্বামীয়ে হয়বৰগাঁও আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। নগাঁৱৰ *ৰিজুৱানা মেমৰিয়েল গেলেক্সি ৱমেন হস্পিতালৰ বিৰুদ্ধে নগাঁও জিলা আয়ুক্তক অভিযোগ পত্ৰ দাখিল *অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ*৷ নগাঁৱৰ ৰিজুৱানা মেমৰিয়েল গেলেক্সি ৱমেন হস্পিতাল নামৰ এখন অৰ্ধ-নিৰ্মিত হস্পিতালত ৰোগীক ভুল চিকিৎসা প্ৰদান কৰাৰ অভিযোগ। অৰ্ধ-নিৰ্মিত হস্পিতালৰ ভুল চিকিৎসাৰ বাবেই মাতৃৰ গৰ্ভত মৃত্যু হৈ জন্ম লয় এটি শিশুৰ৷ চিকিৎসালয় খনত আল্ট্ৰাচাউণ্ড কৰা চিকিৎসকৰ পৰিৱৰ্তে আয়ুৰ্বেদিক চিকিৎসকে বিভাগীয় আল্ট্ৰাচাউণ্ড কৰাৰো ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। হস্পিতাল কৰ্তৃপক্ষই আশা কৰ্মীৰ সৈতে ধনৰ লেনদেন কৰি ৰূগীক কাঢ়ি আনি ভুৱা চিকিৎসা কৰাৰ অভিযোগ৷ বিগত কেইদিনমান পূৰ্বে বটদ্ৰৱাৰ থানাৰ অন্তৰ্গত ধনিয়া ভেটি গাঁৱৰ মিনাৰা খাতুন (৩৫) নামৰ এগৰাকী অন্তসত্তা মহিলাক অৰ্ধনিৰ্মিত হস্পিতালত আশা কৰ্মীয়ে লৈ গৈ কৰাইছিল ভুল চিকিৎসা। আল্ট্ৰাছাউণ্ডৰ ৰিপোৰ্টত খেলি মেলি থকাৰ বাবে মিনাৰা খাতুনৰ স্বামীয়ে আন এখন চিকিসালয়ত আল্ট্ৰাছাউণ্ড কৰাই গ’ম পায় তেখেতৰ গৰ্ভত থকা সন্তানৰ অৱস্থা জটিল। আনহাতে সমস্ত ঘটনাটো চিকিৎসালয়ৰ কৰ্তৃপক্ষক অৱগত কৰাত কৰ্তৃপক্ষই মিনাৰা খাতুনৰ স্বামীক ভয় ভাবুকি প্ৰদান কৰিছিল। উক্ত ঘটনাটোৰ সন্দৰ্ভত পৰিয়ালৰ লোক *সংগ্ৰাম পৰিষদ জনোৱাত, নগাঁও জিলা আয়ুক্তক অভিযোগ পত্ৰ দাখিল কৰে *অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে*। আনফালে চিকিৎসালয় খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে মিনাৰা খাতুনৰ স্বামীয়ে হয়বৰগাঁও আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।1
- আগন্তুক স্বাধীনতা দিৱস- ২০২৬ৰ আৰু জিলা খনৰ আইন শৃংখলা জনিত কাৰনত আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানৰ অংশ হিচাপে কালি নিশা আৰক্ষী প্ৰশাসনে এক অভিযান চলায়। আগন্তুক স্বাধীনতা দিৱস- ২০২৬ৰ আৰু জিলা খনৰ আইন শৃংখলা জনিত কাৰনত আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানৰ অংশ হিচাপে কালি নিশা আৰক্ষী প্ৰশাসনে এক অভিযান চলায় । আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনৰ নিৰাপত্তা আৰু আইন-শৃংখলা সুৰক্ষিত ৰখা, জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি, আৰু কোনো ধৰণৰ অশুভ কাণ্ড ৰোধ কৰাৰ বাবে কালি নিশা তামুলপুৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত যানবাহন যেনে চাৰিচকীয়া, দুচকীয়া বাহন চালক সকলৰ হেলমেট আদিৰ পৰীক্ষা কৰা হয়। নিশা তামুলপুৰ ওডালগুৰি পথ, ৰঙিয়া - ভুটান পথৰ মটঙা চ’কত তামুলপুৰ সদৰ আৰক্ষী থানাৰ আৰু অন্যান্য কৌশলগত স্থানত DySP (Security & Intelligence) ৰ সহযোগত মাননীয় জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নেতৃত্বত, তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে বেটেলিয়নৰ জোৱানৰ সৈতে নাকা পৰীক্ষা অভিযান চলোৱা হয়। অভিযান কালত কেবাখন টাহনৰ জৰিমনা বিহা হয়। এই অভিযানত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী , উপ আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰ দাস সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হস্থাইচুলা ব্ৰহ্মৰ নেতৃত্বত এই অভিযান চলোৱা হয়। বাইটঃ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৷1