logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

হাইলাকান্দিতে বিগত বছরে ভয়াবহ বন্যায় ক্ষতিগ্রস্ত অসহায়দের মধ্যে অনেকেই সরকারি সাহায্য বঞ্চিত হয়েছেন। এ নিয়ে সরব হয়ে বিভাগীয় হস্তক্ষেপ কামনা করেন ZPM দিলোয়ার হোসেন বড়ভুইয়া। হাইলাকান্দিতে বিগত বছরে ভয়াবহ বন্যায় ক্ষতিগ্রস্ত অসহায়দের মধ্যে অনেকেই সরকারি সাহায্য বঞ্চিত হয়েছেন। এ নিয়ে সরব হয়ে বিভাগীয় হস্তক্ষেপ কামনা করেন ZPM দিলোয়ার হোসেন বড়ভুইয়া।

1 hr ago
user_Amir Hussain Mazumder
Amir Hussain Mazumder
Local News Reporter আলগাপুৰ, হাইলাকান্দি, অসম•
1 hr ago

হাইলাকান্দিতে বিগত বছরে ভয়াবহ বন্যায় ক্ষতিগ্রস্ত অসহায়দের মধ্যে অনেকেই সরকারি সাহায্য বঞ্চিত হয়েছেন। এ নিয়ে সরব হয়ে বিভাগীয় হস্তক্ষেপ কামনা করেন ZPM দিলোয়ার হোসেন বড়ভুইয়া। হাইলাকান্দিতে বিগত বছরে ভয়াবহ বন্যায় ক্ষতিগ্রস্ত অসহায়দের মধ্যে অনেকেই সরকারি সাহায্য বঞ্চিত হয়েছেন। এ নিয়ে সরব হয়ে বিভাগীয় হস্তক্ষেপ কামনা করেন ZPM দিলোয়ার হোসেন বড়ভুইয়া।

More news from অসম and nearby areas
  • Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।
    1
    Breaking@Desk 

চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।

চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন  লৈ উধাও চোৰ। 
Breaking@Desk 
চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।
চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন  লৈ উধাও চোৰ। 
ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে।
চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    17 hrs ago
  • মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মানস জ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি: ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবী মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মানস জ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি: ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবী শিৱসাগৰ জিলাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি, সাহসী যুৱক মানস জ্যোতি চেতিয়া অস্বাভাৱিক মৃত্যুক লৈ মৰিগাঁও জিলাতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। এই সন্দৰ্ভত মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মৰিগাঁও চহৰৰ মাজমজিয়াত এক বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ বিষয়ববীয়া তথা সদস্যসকলে বন্তি প্ৰজ্বলন কৰি প্ৰয়াত সতীৰ্থ মানস জ্যোতি চেতিয়া প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। জিলা সমিতিৰ মূল দাবিসমূহ: উচ্চ পৰ্যায়ৰ তদন্ত: শিমলুগুৰিৰ সাহসী যুৱ নেতাগৰাকীৰ অস্বাভাৱিক আৰু ৰহস্যজনক মৃত্যুৰ এক নিৰপেক্ষ আৰু দ্ৰুত তদন্ত সম্পন্ন কৰিব লাগিব। দোষীক দৃষ্টান্তমূলক শাস্তি: এই ঘটনাৰ আঁৰত থকা প্ৰতিগৰাকী অপৰাধীক অনতিপলমে চিনাক্ত কৰি কঠোৰতম আইনী শাস্তি প্ৰদান কৰিব লাগিব। ন্যায় প্ৰদানৰ দাবী: প্ৰয়াত মানস জ্যোতি বৰাৰ শোকসন্তপ্ত পৰিয়ালক প্ৰশাসনে শীঘ্ৰে উচিত ন্যায় প্ৰদান কৰিব লাগিব।
    1
    মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মানস জ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি: ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবী

মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মানস জ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি: ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবী
শিৱসাগৰ জিলাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি, সাহসী যুৱক মানস জ্যোতি চেতিয়া  অস্বাভাৱিক মৃত্যুক লৈ মৰিগাঁও জিলাতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। এই সন্দৰ্ভত মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মৰিগাঁও চহৰৰ মাজমজিয়াত এক বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
কাৰ্যসূচীত মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ বিষয়ববীয়া তথা সদস্যসকলে বন্তি প্ৰজ্বলন কৰি প্ৰয়াত সতীৰ্থ মানস জ্যোতি চেতিয়া  প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।
জিলা সমিতিৰ মূল দাবিসমূহ:
উচ্চ পৰ্যায়ৰ তদন্ত: শিমলুগুৰিৰ সাহসী যুৱ নেতাগৰাকীৰ অস্বাভাৱিক আৰু ৰহস্যজনক মৃত্যুৰ এক নিৰপেক্ষ আৰু দ্ৰুত তদন্ত সম্পন্ন কৰিব লাগিব।
দোষীক দৃষ্টান্তমূলক শাস্তি: এই ঘটনাৰ আঁৰত থকা প্ৰতিগৰাকী অপৰাধীক অনতিপলমে চিনাক্ত কৰি কঠোৰতম আইনী শাস্তি প্ৰদান কৰিব লাগিব।
ন্যায় প্ৰদানৰ দাবী: প্ৰয়াত মানস জ্যোতি বৰাৰ শোকসন্তপ্ত পৰিয়ালক প্ৰশাসনে শীঘ্ৰে উচিত ন্যায় প্ৰদান কৰিব লাগিব।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    20 hrs ago
  • ৰূপহীহাটৰ বেলগুৰি কছাৰী গাঁৱৰ কিশোৰ নিৰুদ্দেশৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা কিশোৰজনৰ নাম আব্দুল চামাদ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, যোৱা শুকুৰবাৰৰ পৰা আব্দুল চামাদৰ কোনো সন্ধান পোৱা হোৱা নাই। কিশোৰজন নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰ, পৰিচিত লোকৰ লগতে সম্ভাব্য বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ চলাই আহিছে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা নাই। কিশোৰজনৰ নিৰুদ্দেশৰ ঘটনাক লৈ পৰিয়ালৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে। কোনো সদাশয় লোকে আব্দুল চামাদৰ সন্ধান পালে ৰূপহীহাট আৰক্ষী থানা বা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। যোগাযোগ নম্বৰ- ৮৪৭২০৩২৯৭০/ ৯৩৯৫২২৭৮৮৩
    1
    ৰূপহীহাটৰ বেলগুৰি কছাৰী গাঁৱৰ কিশোৰ নিৰুদ্দেশৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। 
নিৰুদ্দেশ হোৱা কিশোৰজনৰ নাম আব্দুল চামাদ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, যোৱা শুকুৰবাৰৰ পৰা আব্দুল চামাদৰ কোনো সন্ধান পোৱা হোৱা নাই।
কিশোৰজন নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰ, পৰিচিত লোকৰ লগতে সম্ভাব্য বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ চলাই আহিছে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা নাই।
কিশোৰজনৰ নিৰুদ্দেশৰ ঘটনাক লৈ পৰিয়ালৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে।
কোনো সদাশয় লোকে আব্দুল চামাদৰ সন্ধান পালে ৰূপহীহাট আৰক্ষী থানা বা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
যোগাযোগ নম্বৰ- ৮৪৭২০৩২৯৭০/ ৯৩৯৫২২৭৮৮৩
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    5 min ago
  • Slug:: Eviction laharighat OCVO:: লাহৰীঘাটৰ ভূৰাগাঁও দ্বি সাপ্তাহিক বজাৰৰ পথৰ দুয়ো কাষৰ দোকানলৈ উচ্ছেদৰ জাননী। পথৰ দুয়োকাষে থকা দোকান-পোহাৰলৈ প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতে নিজে নিজে দোকান ভাঙি পথৰ দুয়োকাষ খালী কৰিছে ব্যৱসায়ীসকলে।প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পূৰ্বেই ব্যৱসায়ীসকলে স্বেচ্ছাই দোকানসমূহ আঁতৰাই লোৱা পৰিলক্ষিত হয়। লাহৰীঘাটৰ ভূৰাগাঁও দ্বি সাপ্তাহিক বজাৰৰ পথৰ দুয়ো কাষৰ দোকানলৈ উচ্ছেদৰ জাননী। পথৰ দুয়োকাষে থকা দোকান-পোহাৰলৈ প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতে নিজে নিজে দোকান ভাঙি পথৰ দুয়োকাষ খালী কৰিছে ব্যৱসায়ীসকলে।প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পূৰ্বেই ব্যৱসায়ীসকলে স্বেচ্ছাই দোকানসমূহ আঁতৰাই লোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে পথৰ দুয়োকাষে দোকান -পোহাৰ খোলাৰ ফলত বজাৰত সৃষ্টি হৈছিল তীব্ৰ যান-যটৰ।মাজে মাজে সংঘটিত হৈছিল পথ দূৰ্ঘটনাও।‌ পথৰ দুয়োকাষ মুকলি হোৱাৰ ফলত যাতায়াত ব্যৱস্থা অধিক সুচল হোৱাৰ আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আনহাতে সমগ্ৰ বজাৰখনতেই বিভিন্ন জনে বেদখল কৰি থকা চৰকাৰী মাটি সমূহো খালি কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ‌।
    1
    Slug:: Eviction laharighat 

 
OCVO:: লাহৰীঘাটৰ ভূৰাগাঁও দ্বি সাপ্তাহিক বজাৰৰ পথৰ দুয়ো কাষৰ দোকানলৈ উচ্ছেদৰ জাননী। পথৰ দুয়োকাষে থকা দোকান-পোহাৰলৈ প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতে নিজে নিজে দোকান ভাঙি পথৰ দুয়োকাষ খালী কৰিছে ব্যৱসায়ীসকলে।প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পূৰ্বেই ব্যৱসায়ীসকলে স্বেচ্ছাই দোকানসমূহ আঁতৰাই লোৱা পৰিলক্ষিত হয়।
লাহৰীঘাটৰ ভূৰাগাঁও দ্বি সাপ্তাহিক বজাৰৰ পথৰ দুয়ো কাষৰ দোকানলৈ উচ্ছেদৰ জাননী। পথৰ দুয়োকাষে থকা দোকান-পোহাৰলৈ প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতে নিজে নিজে দোকান ভাঙি পথৰ দুয়োকাষ খালী কৰিছে ব্যৱসায়ীসকলে।প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পূৰ্বেই ব্যৱসায়ীসকলে স্বেচ্ছাই দোকানসমূহ আঁতৰাই লোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে পথৰ দুয়োকাষে দোকান -পোহাৰ খোলাৰ ফলত বজাৰত সৃষ্টি হৈছিল তীব্ৰ যান-যটৰ।মাজে মাজে সংঘটিত হৈছিল পথ দূৰ্ঘটনাও।‌
পথৰ দুয়োকাষ মুকলি হোৱাৰ ফলত যাতায়াত ব্যৱস্থা অধিক সুচল হোৱাৰ আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আনহাতে সমগ্ৰ বজাৰখনতেই বিভিন্ন জনে বেদখল কৰি থকা চৰকাৰী মাটি সমূহো খালি কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ‌।
    user_Khabor 24
    Khabor 24
    Journalist ভূৰাগাঁও, মৰিগাঁও, অসম•
    49 min ago
  • শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল। স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল। স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
    1
    শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে

   ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। 

   জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। 

   অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল।

স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। 

    শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে।

পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। 

   আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
শিঙিমাৰী বজাৰত নিশা চুৰ আটক, টমটম চালকসহ দুজনক ৰাইজে আৰক্ষীক গতালে
ৰূপহীহাটৰ শিঙিমাৰী বজাৰত নিশা চুৰি কৰিবলৈ অহা এজন যুৱকক ৰাইজে আটক কৰাৰ লগতে চুৰিৰ সামগ্ৰী কঢ়িওৱাত সহায় কৰাৰ অভিযোগত এজন টমটম চালককো আটক কৰে। 
জানিব পৰা মতে, পূৱ শিঙিমাৰীৰ আফজালুৰ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। 
অভিযোগ অনুসৰি, মানুহৰ ঘৰৰ লগতে বিদ্যালয়-মাদ্ৰাছাৰ মটৰ, ফেন, দানপাত্ৰ ভাঙি ধন-সম্পত্তি চুৰি কৰিছিল।
স্থানীয় ৰাইজৰ অভিযোগ, চুৰজনৰ সৈতে মিলি একেখন গাঁৱৰে আমিৰ হুছেইন নামৰ টমটম চালকজনে চুৰি কৰা সামগ্ৰী কঢ়িয়াই নিয়াত সহায় কৰিছিল। 
শেহতীয়াকৈ নিশা চুৰি কৰিবলৈ অহাৰ সময়তে ৰাইজে দুয়োজনকে আটক কৰে আৰু কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে।
পিছত আটক দুয়োজনক ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়া হয়। 
আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছত চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ বিষয়েও অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • ৰূপহী মডেল হস্পিতাল কৰ্তৃপক্ষৰ চৰম গাফিলতি কৰাৰ অভিযোগ। প্ৰচণ্ড গৰমৰ মাজতে ৰোগীসকলৰ লগত হেতালি খেলিছে হস্পিতাল কৰ্তৃপক্ষই পুৱাৰে পৰা হস্পিতালখনত বিদ্যুৎ নথকাত চিকিৎসাধীন ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকল যমৰ-যাতনাত ভোগীবলগীয়া হৈছে প্ৰচণ্ড গৰমৰ সময়ত বিদ্যুৎ নথকাৰ ফলত ৰোগীসকল অসহ্য পৰিস্থিতিৰ মাজেৰে সময় কটাবলগীয়া হৈছে উপায় বিহীন হৈ কাৰ্টুন ফালি ৰোগী সকলক বতাহ দিবলগীয়া হৈছে ৰোগী আৰু অভিভাৱকসকলে হস্পিতাল কৰ্তৃপক্ষক অৱগত কৰিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উল্লেখ্য যে হস্পিতালখনত দুটাকৈ জেনেৰেটৰ থকাৰ পিছতো গৰমত চটফটাই থাকিব লগা হৈছে ৰোগী সকল
    1
    ৰূপহী মডেল হস্পিতাল কৰ্তৃপক্ষৰ চৰম গাফিলতি কৰাৰ অভিযোগ।
প্ৰচণ্ড গৰমৰ মাজতে ৰোগীসকলৰ লগত হেতালি খেলিছে হস্পিতাল কৰ্তৃপক্ষই
পুৱাৰে পৰা হস্পিতালখনত বিদ্যুৎ নথকাত চিকিৎসাধীন ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকল যমৰ-যাতনাত ভোগীবলগীয়া হৈছে
প্ৰচণ্ড গৰমৰ সময়ত বিদ্যুৎ নথকাৰ ফলত ৰোগীসকল অসহ্য পৰিস্থিতিৰ মাজেৰে সময় কটাবলগীয়া হৈছে
উপায় বিহীন হৈ কাৰ্টুন ফালি ৰোগী সকলক বতাহ দিবলগীয়া হৈছে
ৰোগী আৰু অভিভাৱকসকলে হস্পিতাল কৰ্তৃপক্ষক অৱগত কৰিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ
উল্লেখ্য যে হস্পিতালখনত দুটাকৈ জেনেৰেটৰ থকাৰ পিছতো গৰমত চটফটাই থাকিব লগা হৈছে ৰোগী সকল
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    1 hr ago
  • Laharighat breaking লাহৰীঘাটৰ ভূৰাগাঁৱত বহু ভূৱা চীম কাৰ্ড সহ দুজনক গ্ৰেপ্তাৰ ।আজি লাহৰীঘাট সমজিলা আৰক্ষী নেতৃত্বত ভূৰাগাঁও পাঁচআলিত এখন কম্পিউটাৰ দোকানত অভিযান চলাই ১০০ ৰ ওপৰত বিভিন্ন কোম্পানীৰ ভূৱা চীম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ইয়াৰ লগতে দোকানৰ স্বত্বাধিকাৰী দুই ভাই ককায়েকক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই ভাই ককায়েক হল জাহিদ আলম আৰু শ্বফিকুল ইছলাম। দুয়ো চাইবাৰ অপৰাধৰ লগত জড়িত আছে বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে লাহৰীঘাটৰ ভূৰাগাঁৱত বহু ভূৱা চীম কাৰ্ড সহ দুজনক গ্ৰেপ্তাৰ ।আজি লাহৰীঘাট সমজিলা আৰক্ষী নেতৃত্বত ভূৰাগাঁও পাঁচআলিত এখন কম্পিউটাৰ দোকানত অভিযান চলাই ১০০ ৰ ওপৰত বিভিন্ন কোম্পানীৰ ভূৱা চীম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ইয়াৰ লগতে দোকানৰ স্বত্বাধিকাৰী দুই ভাই ককায়েকক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই ভাই ককায়েক হল জাহিদ আলম আৰু শ্বফিকুল ইছলাম। দুয়ো চাইবাৰ অপৰাধৰ লগত জড়িত আছে বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।
    1
    Laharighat breaking

লাহৰীঘাটৰ ভূৰাগাঁৱত বহু ভূৱা চীম কাৰ্ড সহ দুজনক গ্ৰেপ্তাৰ ।আজি লাহৰীঘাট সমজিলা আৰক্ষী নেতৃত্বত ভূৰাগাঁও পাঁচআলিত এখন কম্পিউটাৰ দোকানত অভিযান চলাই ১০০ ৰ ওপৰত বিভিন্ন কোম্পানীৰ ভূৱা চীম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ইয়াৰ লগতে দোকানৰ স্বত্বাধিকাৰী দুই ভাই ককায়েকক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই ভাই ককায়েক হল জাহিদ আলম আৰু শ্বফিকুল ইছলাম। দুয়ো চাইবাৰ অপৰাধৰ লগত জড়িত আছে বুলি  সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে
লাহৰীঘাটৰ ভূৰাগাঁৱত বহু ভূৱা চীম কাৰ্ড সহ দুজনক গ্ৰেপ্তাৰ ।আজি লাহৰীঘাট সমজিলা আৰক্ষী নেতৃত্বত ভূৰাগাঁও পাঁচআলিত এখন কম্পিউটাৰ দোকানত অভিযান চলাই ১০০ ৰ ওপৰত বিভিন্ন কোম্পানীৰ ভূৱা চীম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ইয়াৰ লগতে দোকানৰ স্বত্বাধিকাৰী দুই ভাই ককায়েকক গ্ৰেপ্তাৰ কৰে ।ধৃত দুই ভাই ককায়েক হল জাহিদ আলম আৰু শ্বফিকুল ইছলাম। দুয়ো চাইবাৰ অপৰাধৰ লগত জড়িত আছে বুলি  সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।
    user_Khabor 24
    Khabor 24
    Journalist ভূৰাগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • ৰক্ষাবন্ধনক লৈ বৰপেটা ৰোডত উছাহ, ৰাখী কিনিবলৈ বজাৰত ভিৰ ৰক্ষাবন্ধনলৈ মাজত কেইটামান দিন বাকী থকা সময়তে বৰপেটা ৰোডৰ বজাৰসমূহত উৎসৱৰ উছাহ মুখৰ পৰিৱেশ। বিভিন্ন দোকানত ৰঙ-বিৰঙৰ আধুনিক আৰু পৰম্পৰাগত ডিজাইনৰ ৰাখী উপলব্ধ হোৱাত ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হৈছে। ভগ্নীসকলে ভাতৃৰ বাবে পছন্দৰ ৰাখী ক্ৰয় কৰিবলৈ বজাৰলৈ অহাৰ ফলত চহৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।
    1
    ৰক্ষাবন্ধনক লৈ বৰপেটা ৰোডত উছাহ, ৰাখী কিনিবলৈ বজাৰত ভিৰ


ৰক্ষাবন্ধনলৈ মাজত কেইটামান দিন বাকী থকা সময়তে বৰপেটা ৰোডৰ বজাৰসমূহত উৎসৱৰ উছাহ  মুখৰ পৰিৱেশ। বিভিন্ন দোকানত ৰঙ-বিৰঙৰ আধুনিক আৰু পৰম্পৰাগত ডিজাইনৰ ৰাখী উপলব্ধ হোৱাত ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হৈছে। ভগ্নীসকলে ভাতৃৰ বাবে পছন্দৰ ৰাখী ক্ৰয় কৰিবলৈ বজাৰলৈ অহাৰ ফলত চহৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    17 hrs ago
  • বিশ্বনবী হজরত মুহাম্মদ -এর পবিত্র জন্মদিন উপলক্ষে কাছাড় জেলা কেন্দ্রীয় জুলুসে মোহাম্মাদী উদযাপন কমিটির উদ্যোগে বুধবার শিলচরে অনুষ্ঠিত হলো। বিশ্বনবী হজরত মুহাম্মদ -এর পবিত্র জন্মদিন উপলক্ষে কাছাড় জেলা কেন্দ্রীয় জুলুসে মোহাম্মাদী উদযাপন কমিটির উদ্যোগে বুধবার শিলচরে অনুষ্ঠিত হলো।
    4
    বিশ্বনবী হজরত মুহাম্মদ -এর পবিত্র জন্মদিন উপলক্ষে কাছাড় জেলা কেন্দ্রীয় জুলুসে মোহাম্মাদী উদযাপন কমিটির উদ্যোগে বুধবার শিলচরে অনুষ্ঠিত হলো।
বিশ্বনবী হজরত মুহাম্মদ -এর পবিত্র জন্মদিন উপলক্ষে কাছাড় জেলা কেন্দ্রীয় জুলুসে মোহাম্মাদী উদযাপন কমিটির উদ্যোগে বুধবার শিলচরে অনুষ্ঠিত হলো।
    user_Hibjur Rahman Barbhuiya
    Hibjur Rahman Barbhuiya
    শিলচৰ, কাছাৰ, অসম•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.