logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰহা বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শশীকান্ত দাসৰ বাসগৃহত আনন্দ মুখৰ পৰিবেশ ৰহা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব লাভ শশী দাসৰ। প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পাছতেই শশী দাসৰ ডিমৌ স্থিত বাসভৱনত কৰ্মী সমৰ্থকৰ ভীৰ। ৰহা সমষ্টিত বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা বিজয়ী হৈছিল শশী দাস। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনৰ কাম কাজত সন্তুষ্টহৈ বিজেপি দলত যোগদান কৰা বুলি সাংবাদিকক কয় শশী দাসে। এইবাৰ ৰহাৰ ভোটাৰে অভিলেখ সংখ্যক ভোট দি বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিব বুলি কয় শশী দাসে।

2 hrs ago
user_ৰূপহী অসম দৈনিক
ৰূপহী অসম দৈনিক
Advertising agency Rupahi, Nagaon•
2 hrs ago

ৰহা বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শশীকান্ত দাসৰ বাসগৃহত আনন্দ মুখৰ পৰিবেশ ৰহা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব লাভ শশী দাসৰ। প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পাছতেই শশী দাসৰ ডিমৌ স্থিত বাসভৱনত কৰ্মী সমৰ্থকৰ ভীৰ। ৰহা সমষ্টিত বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা বিজয়ী হৈছিল শশী দাস। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনৰ কাম কাজত সন্তুষ্টহৈ বিজেপি দলত যোগদান কৰা বুলি সাংবাদিকক কয় শশী দাসে। এইবাৰ ৰহাৰ ভোটাৰে অভিলেখ সংখ্যক ভোট দি বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিব বুলি কয় শশী দাসে।

More news from Nagaon and nearby areas
  • ৰহা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব লাভ শশী দাসৰ। প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পাছতেই শশী দাসৰ ডিমৌ স্থিত বাসভৱনত কৰ্মী সমৰ্থকৰ ভীৰ। ৰহা সমষ্টিত বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা বিজয়ী হৈছিল শশী দাস। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনৰ কাম কাজত সন্তুষ্টহৈ বিজেপি দলত যোগদান কৰা বুলি সাংবাদিকক কয় শশী দাসে। এইবাৰ ৰহাৰ ভোটাৰে অভিলেখ সংখ্যক ভোট দি বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিব বুলি কয় শশী দাসে।
    1
    ৰহা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব লাভ শশী দাসৰ। প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পাছতেই শশী দাসৰ ডিমৌ স্থিত বাসভৱনত কৰ্মী সমৰ্থকৰ ভীৰ। ৰহা সমষ্টিত বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা বিজয়ী হৈছিল শশী দাস।
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনৰ কাম কাজত সন্তুষ্টহৈ বিজেপি দলত যোগদান কৰা বুলি সাংবাদিকক কয় শশী দাসে। এইবাৰ ৰহাৰ ভোটাৰে অভিলেখ সংখ্যক ভোট দি বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিব বুলি কয় শশী দাসে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    2 hrs ago
  • ধিঙৰ চলাপথাৰত এ আই ইউ ডি এফৰ বিশাল ইফতাৰ, জনসমুদ্ৰৰ সমাগম নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত চলাপথাৰত এ আই ইউ ডি এ ফৰ উদ্যোগত এক বিশাল ইফতাৰ পাৰ্টি সফলভাৱে অনুষ্ঠিত হয়। এই অনুষ্ঠানটি এ আই ইউ ডি এ ফৰ প্ৰাৰ্থী মতিউৰ ৰহমানৰ বাসগৃহত অনুষ্ঠিত হয়, য’ত বিপুল সংখ্যক ৰাইজৰ উপস্থিতিয়ে স্থানখন জনসমুদ্ৰত পৰিণত কৰে। ইফতাৰ গ্ৰহণৰ পূৰ্বে দেশত শান্তি আৰু সম্প্ৰীতিৰ বাবে বিশেষ দুৱা প্ৰাৰ্থনা কৰা হয়। সমাজৰ লাঞ্চিত, বঞ্চিত, অবহেলিত আৰু নিপীড়িত লোকসকলৰ কল্যাণৰ বাবে সদায় মাত মাতি অহা মতিউৰ ৰহমানৰ আহ্বানত এই অনুষ্ঠানত বিভিন্ন শ্ৰেণীৰ লোকৰ সক্ৰিয় অংশগ্ৰহণ লক্ষ্য কৰা যায়। উল্লেখযোগ্যভাৱে, অনুষ্ঠানটোত এ আই ইউ ডি এ ফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চম্পক কলিতা আৰু চামগুৰি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আব্দুল আজিজ উপস্থিত থাকে। তেওঁলোকে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি এইবাৰ ধিং সমষ্টিত এ আই ইউ ডি এ ফৰ জয় নিশ্চিত বুলি ব্যক্ত কৰে।
    1
    ধিঙৰ চলাপথাৰত এ আই ইউ ডি এফৰ বিশাল ইফতাৰ, জনসমুদ্ৰৰ সমাগম
নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত চলাপথাৰত এ আই ইউ ডি এ ফৰ উদ্যোগত এক বিশাল ইফতাৰ পাৰ্টি সফলভাৱে অনুষ্ঠিত হয়। 
এই অনুষ্ঠানটি এ আই ইউ ডি এ ফৰ প্ৰাৰ্থী মতিউৰ ৰহমানৰ বাসগৃহত অনুষ্ঠিত হয়, য’ত বিপুল সংখ্যক ৰাইজৰ উপস্থিতিয়ে স্থানখন জনসমুদ্ৰত পৰিণত কৰে।
ইফতাৰ গ্ৰহণৰ পূৰ্বে দেশত শান্তি আৰু সম্প্ৰীতিৰ বাবে বিশেষ দুৱা প্ৰাৰ্থনা কৰা হয়। 
সমাজৰ লাঞ্চিত, বঞ্চিত, অবহেলিত আৰু নিপীড়িত লোকসকলৰ কল্যাণৰ বাবে সদায় মাত মাতি অহা মতিউৰ ৰহমানৰ আহ্বানত এই অনুষ্ঠানত বিভিন্ন শ্ৰেণীৰ লোকৰ সক্ৰিয় অংশগ্ৰহণ লক্ষ্য কৰা যায়।
উল্লেখযোগ্যভাৱে, অনুষ্ঠানটোত এ আই ইউ ডি এ ফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চম্পক কলিতা আৰু চামগুৰি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আব্দুল আজিজ উপস্থিত থাকে। 
তেওঁলোকে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি এইবাৰ ধিং সমষ্টিত এ আই ইউ ডি এ ফৰ জয় নিশ্চিত বুলি  ব্যক্ত কৰে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    4 hrs ago
  • 8876445850
    1
    8876445850
    user_Bishu Das
    Bishu Das
    Nagaon, Assam•
    6 hrs ago
  • নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই আকৰ্ষণীয় হৈ পৰিল চামগুৰি সমষ্টি। চামগুৰি সমষ্টিত অনিল শইকীয়াক বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদান। প্ৰাৰ্থীত্ব লাভ কৰিয়েই প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত।
    1
    নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই আকৰ্ষণীয় হৈ পৰিল চামগুৰি সমষ্টি। 
চামগুৰি সমষ্টিত অনিল শইকীয়াক বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদান।
প্ৰাৰ্থীত্ব লাভ কৰিয়েই প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    7 hrs ago
  • চামগুৰিত বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই মুখ্যমন্ত্রী ড'হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনিল শইকীয়াৰ বাসগৃহত আজি দলীয় কৰ্মীৰ আতচবাজী ফুটাই আনন্দ উল্লাস পালন কৰে। চামগুৰি সমষ্টিৰ প্ৰতিটো ঘৰেই অনিল শইকীয়াৰ পৰিয়াল গতিকে ঘৰৰ লৰাক জিকোৱাৰ ক্ষেত্রত সকলোৱে আগ-ভাগ সব বুলি মন্তব্য কৰে। চামগুৰিত এইবাৰ ৰজাঘৰীয়া লৰা আৰু সাধাৰণ ঘৰৰ লৰাৰ মাজত যুঁজ হব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অনিল শইকীয়াই।
    1
    চামগুৰিত বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই মুখ্যমন্ত্রী ড'হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
অনিল শইকীয়াৰ বাসগৃহত আজি দলীয় কৰ্মীৰ আতচবাজী ফুটাই আনন্দ উল্লাস পালন কৰে।
চামগুৰি সমষ্টিৰ প্ৰতিটো ঘৰেই অনিল শইকীয়াৰ পৰিয়াল গতিকে ঘৰৰ লৰাক জিকোৱাৰ ক্ষেত্রত সকলোৱে আগ-ভাগ সব বুলি মন্তব্য কৰে।
চামগুৰিত এইবাৰ ৰজাঘৰীয়া লৰা আৰু সাধাৰণ ঘৰৰ লৰাৰ মাজত যুঁজ হব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অনিল শইকীয়াই।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    11 hrs ago
  • চামগুৰি সমষ্টিত টিকট লাভ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ
    1
    চামগুৰি সমষ্টিত টিকট লাভ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    15 hrs ago
  • প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পাছতেই অনিল শইকীয়াৰ কঢ়ালি গাওঁ স্থিত বাসভৱনত কৰ্মী সমৰ্থকৰ ভীৰ
    1
    প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পাছতেই অনিল শইকীয়াৰ কঢ়ালি গাওঁ স্থিত বাসভৱনত কৰ্মী সমৰ্থকৰ ভীৰ
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    16 hrs ago
  • নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল বিশিষ্ট চিকিৎসক ডাঃ দূৰ্লভ চমুৱা। নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীত্ব লাভ কৰি ডাঃ দুৰ্লভ চমুৱাই তেওঁৰ ভৱিষ্যত আচঁনিৰ সম্পৰ্কত এইদৰে কয়।
    1
    নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল বিশিষ্ট চিকিৎসক ডাঃ দূৰ্লভ চমুৱা।
নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীত্ব লাভ কৰি ডাঃ দুৰ্লভ চমুৱাই তেওঁৰ ভৱিষ্যত আচঁনিৰ সম্পৰ্কত এইদৰে কয়।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.