Shuru
Apke Nagar Ki App…
বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ ল’বলৈ বেতবাৰী বেতনিগাঁৱত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। শিৱসাগৰৰ বেতবাৰী বেতনিগাঁও বানৰ কৱলত 🛑 বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ ল’বলৈ বেতবাৰী বেতনিগাঁৱত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। 🛑 বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰি সমস্যাৰ বুজ লয় নেতাগৰাকীয়ে। বানাক্ৰান্ত ৰাইজক প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়। News Desk Report | Focus Axom 24 . . . . #FocusAxom24 #nonfollowers #AssamFlood #LurinjyotiGogoi #FloodNews
ভাস্কৰ জ্যোতি দত্ত
বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ ল’বলৈ বেতবাৰী বেতনিগাঁৱত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। শিৱসাগৰৰ বেতবাৰী বেতনিগাঁও বানৰ কৱলত 🛑 বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ ল’বলৈ বেতবাৰী বেতনিগাঁৱত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। 🛑 বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰি সমস্যাৰ বুজ লয় নেতাগৰাকীয়ে। বানাক্ৰান্ত ৰাইজক প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়। News Desk Report | Focus Axom 24 . . . . #FocusAxom24 #nonfollowers #AssamFlood #LurinjyotiGogoi #FloodNews
More news from অসম and nearby areas
- কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। দুখীয়াৰ দুখ নুগুছে… 💔 🛑 কামৰ সন্ধানত কেৰেলালৈ যোৱা দীপাংকৰ শইকীয়াৰ ঘৰত নামি আহিল বিপদ। 🛑 কামত যোগ দিয়াৰ দুদিন পিছতে পানীত পৰি সন্ধানহীন তেওঁৰ জ্যেষ্ঠ পুত্ৰ। ঘৰলৈ উভতি যাবলৈ এতিয়া আৰ্থিক সহায়ৰ প্ৰয়োজন। 🙏 যিয়ে যেনেকৈ পাৰে—১০, ২০ টকা বা সামৰ্থ্য অনুসৰি সহায় কৰক। 📢 ভিডিঅ’টো অধিক শ্বেয়াৰ কৰি এই অসহায় পিতৃগৰাকীৰ কাষত থিয় দিয়ক। . . . . #AssamNews #HelpNeeded #HumanityFirst #Kerala #FocusAxom241
- BREAKING নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে ১ নং পংকা গ্ৰাণ্ট ৰ ঔগুৰি চাপৰিৰ মনি প্ৰসাদ দুচাৰ নামৰ এজন লোকৰ এটা বাসগৃহ। নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে ১ নং পংকা গ্ৰাণ্ট ৰ ঔগুৰি চাপৰিৰ মনি প্ৰসাদ দুচাৰ নামৰ এজন লোকৰ এটা বাসগৃহ। নিশা এনআৰএলত নাইট ডিউটি কৰি আহি শুই আছিল পৰিয়ালটোৰ লোকসকল । হঠাতে জুইৰ সূত্ৰপাত হৈ ঘৰখন নিমিষতে ভস্মীভূত হয়। কথমপি প্ৰাণৰক্ষা পৰে এজন যুৱকৰ। স্থানীয় লোকৰ তত্পৰতাত জুই নিৰ্বাপিত হয় যদিও অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়।2
- 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।1
- দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।। 🔻 দৈয়াং কৃষক ৰাইজৰ মাটিৰ পট্টাৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ "সদৌ দৈয়াং কৃষক সন্থাৰ" ।।1
- বিশ্বনাথ চাৰিআলিত আঘাতপ্ৰাপ্ত মলুৱা বান্দৰ উদ্ধাৰ। বিশ্বনাথ চাৰিআলিৰ ভোৱালৰাম পেট্ৰল পাম্পৰ পিছফালে থকা আউট ইঞ্চি অঞ্চলৰ শেষৰ দেবৰ বাসগৃহত আজি পুৱাৰে পৰা এটা আঘাতপ্ৰাপ্ত মতা মলুৱা বান্দৰে বিচৰণ কৰি থকা দেখা যায়। ঘৰৰ লোকে কেইবাবাৰো বান্দৰটো খেদিবলৈ চেষ্টা কৰে যদিও বান্দৰটো ঘৰখনৰ পৰা ওলাই নগ'ল। অৱশেষত ঘৰৰ গৰাকী মানৱদৰদী ব্যক্তি শেষৰ দেবে তৎক্ষণাত বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ কেন্দ্ৰীয় বনাঞ্চলৰ উদ্ধাৰকাৰী দলক খবৰ দিয়ে। খবৰ লাভ কৰাৰ লগে লগে বন বিভাগৰ উদ্ধাৰকাৰী দলৰ অজয় দাস ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত মলুৱা বান্দৰটো সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। বন বিভাগৰ সূত্ৰ অনুসৰি উদ্ধাৰ কৰা বান্দৰটো অসুস্থ হৈ আছে। ইয়াক অতি সোনকালে চিকিৎসাৰ বাবে লৈ যোৱা হ'ব। চিকিৎসাৰ অন্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন অঞ্চলত প্ৰকৃতিৰ বুকুলৈ মুকলি কৰি দিয়া হ'ব।4
- মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই... মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।" অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে। মামা মোক ভাল কৰি দিয়া, মই স্কুল যাব পৰা নাই... মই তোমাৰ চৰণত ধৰিছোঁ, মোক ভাল কৰি দিয়া।" অশ্ৰুসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে আকুল আহ্বান জনাইছে জটিল ৰোগত আক্ৰান্ত এগৰাকী ১১ বছৰীয়া কণমানিয়ে।1
- মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব। মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব।1
- লংকাৰ টেঙৰা বস্তিত আৰক্ষীৰ বৃহৎ সফলতা! ধাৰাবাহিক অভিযানত দুই ড্ৰা/গ/ছ/ মা/ফি/য়া আটক 🛑 লংকাৰ টেঙৰা বস্তিত আৰক্ষীৰ বৃহৎ সফলতা! ধাৰাবাহিক অভিযানত দুই ড্ৰা/গ/ছ/ মা/ফি/য়া আটক 🛑 লংকাৰ টেঙৰা বস্তিত আৰক্ষীৰ ড্ৰা/গ/ছ/বিৰোধী অভিযানত দুজন কুখ্যাত ড্ৰা/গ/ছ/ সৰবৰাহকাৰী আটক। আৰক্ষীৰ অভিযানক লৈ অঞ্চলটোত চাঞ্চল্য। 🛑 চলিত সপ্তাহতে আৰক্ষীয়ে এই সফলতা অৰ্জন কৰিছিল। আহি পৰিছে আমাৰ হাতত এই বিশেষ তথ্য। . . . . #nonfollowers #everyonefollowers #DrugFreeAssam #AssamPolice #FocusAxom241