logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত প্ৰাক ৰঙালী চ'ৰা উদযাপন। উল্লেখযোগ্য যে ৰঙালী বিহু লৈ মাজত মাথোঁ কেইটামান দিন বাকী তেনে ক্ষেত্ৰত ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত উদযাপন কৰা হৈছে প্ৰাক ৰঙালী চ'ৰা। ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। তাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বিহু নৃত্যৰ প্ৰতিযোগিতা। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁৱৰ বহু কেইগৰাকী জেষ্ঠ ব্যক্তি। ছাৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলোৱে অংশগ্ৰহণ কৰে এই অনুষ্ঠানটোত।

on 11 April
user_TIME OF ASSAM
TIME OF ASSAM
ছয়গাঁও, কামৰূপ, অসম•
on 11 April

ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত প্ৰাক ৰঙালী চ'ৰা উদযাপন। উল্লেখযোগ্য যে ৰঙালী বিহু লৈ মাজত মাথোঁ কেইটামান দিন বাকী তেনে ক্ষেত্ৰত ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত উদযাপন কৰা হৈছে প্ৰাক ৰঙালী চ'ৰা। ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। তাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বিহু নৃত্যৰ প্ৰতিযোগিতা। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁৱৰ বহু কেইগৰাকী জেষ্ঠ ব্যক্তি। ছাৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলোৱে অংশগ্ৰহণ কৰে এই অনুষ্ঠানটোত।

More news from অসম and nearby areas
  • 🔹সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত সন্তোষ প্ৰকাশ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষ। 🔹৯৪ শতাংশ উত্তীৰ্ণৰ সংখ্যাৰে উজলিল চৰকাৰী বিদ্যালয়খন। ইয়াৰে প্ৰথম ৮ গৰাকী দ্বিতীয় ৯৪ আৰু তৃতীয় বিভাগত ৪৪ গৰাকী উৰ্ত্তীণ। 🔹ইয়াৰে এৰাবিকত ৩ বুৰঞ্জীত ২ ভূগোলত ১ আৰু ৰিটেইলত এজনে লেটাৰ নম্বৰ পাবলৈ সক্ষম হয়।
    1
    🔹সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত সন্তোষ প্ৰকাশ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষ।
🔹৯৪ শতাংশ উত্তীৰ্ণৰ সংখ্যাৰে উজলিল চৰকাৰী বিদ্যালয়খন। ইয়াৰে প্ৰথম ৮ গৰাকী দ্বিতীয় ৯৪ আৰু তৃতীয় বিভাগত ৪৪ গৰাকী উৰ্ত্তীণ।
🔹ইয়াৰে এৰাবিকত ৩ বুৰঞ্জীত ২ ভূগোলত ১ আৰু ৰিটেইলত এজনে লেটাৰ নম্বৰ পাবলৈ সক্ষম হয়।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    16 hrs ago
  • गुवाहाटी के स्थानीय लोग सरकार से गुहार लगा रहे हैं कि गुवाहाटी में जो आर्टिफिशियल फ्लड होता है उसको इस बार सरकार नियंत्रित करें 4 तारीख के बाद जो भी सरकार हो।। #NewsReport
    1
    गुवाहाटी के स्थानीय लोग सरकार से गुहार लगा रहे हैं कि गुवाहाटी में जो आर्टिफिशियल फ्लड होता है उसको इस बार सरकार नियंत्रित करें 4 तारीख के बाद जो भी सरकार हो।।
#NewsReport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    13 hrs ago
  • Post by Hii
    1
    Post by Hii
    user_Hii
    Hii
    বৰপেটা, বৰপেটা, অসম•
    2 hrs ago
  • Post by Sahanur Hosen
    1
    Post by Sahanur Hosen
    user_Sahanur Hosen
    Sahanur Hosen
    মাওথাড্ৰাইছান, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    2 hrs ago
  • চিকিৎসক হোৱাৰ সপোন বৰপেটাৰ নলীগাওঁৰ ছালমা আখতাৰাৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৬.২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ছালমা আখতাৰা।
    1
    চিকিৎসক হোৱাৰ সপোন বৰপেটাৰ নলীগাওঁৰ ছালমা আখতাৰাৰ।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৬.২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ছালমা আখতাৰা।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    13 hrs ago
  • তামুলপুৰৰ ডিমিলাপাৰত তিনিদিনীয়া কাৰ্যসূচীৰে ৫৭৭ বৰ্ষীয় শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ সবাহ মহোৎসৱত আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত Blood Donation Camp ৰ আয়োজন কৰা হয়। অৰ্ধশতাধিক লোকে Blood Donation কৰে।
    1
    তামুলপুৰৰ ডিমিলাপাৰত তিনিদিনীয়া কাৰ্যসূচীৰে ৫৭৭ বৰ্ষীয়  শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ সবাহ মহোৎসৱত আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত Blood Donation Camp ৰ আয়োজন কৰা হয়। অৰ্ধশতাধিক লোকে Blood Donation কৰে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    13 hrs ago
  • ৰাজ্যৰ ভিতৰতেই কলা শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম বাক্সা
    1
    ৰাজ্যৰ ভিতৰতেই কলা শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম বাক্সা
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    16 hrs ago
  • কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে স্বাহানাজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছানিদুল ইছলামে ।
    1
    কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে স্বাহানাজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছানিদুল ইছলামে ।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.