Shuru
Apke Nagar Ki App…
ৰঙিয়াৰ হৰিয়ানদাৱত যোৱা নিশা দুৰ্বৃত্তই ৰাজহুৱা পুখুৰীত বিষ দি কেবালক্ষ মূল্যৰ পোহনীয়া মাছ নিধন কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকে আজি পুৱাৰ ভাগত লক্ষাধিক মূল্যৰ মাছ পানীত ভাহি থকা প্ৰত্যক্ষ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। উল্লেখ্য যে, এই ৫ বিঘা ভূমিৰ ৰাজহুৱা পুখুৰীটো স্থানীয় নৱজিত নাথ নামৰ এজন যুৱকে তিনি বছৰৰ বাবে চুক্তিত লৈ মৎস্য পালন কৰি আহিছিল। নিশা কোনো দুৰ্বৃত্তই পুখুৰীৰ পানীত বিষ ঢালি মাছ নিধন কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ ধাৰণা কৰা হৈছে। ইতিমধ্যে ঘটনাৰ বুজ ল'বলৈ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে। কি উদ্দেশ্যৰে দুৰ্বৃত্তই এই দুষ্কাৰ্য সংঘটিত কৰিছে, সেই ৰহস্য আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে।
BHASKAR KALITA

More news from অসম and nearby areas
- ৰঙিয়াৰ হৰিয়ানদাৱত যোৱা নিশা দুৰ্বৃত্তই ৰাজহুৱা পুখুৰীত বিষ দি কেবালক্ষ মূল্যৰ পোহনীয়া মাছ নিধন কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকে আজি পুৱাৰ ভাগত লক্ষাধিক মূল্যৰ মাছ পানীত ভাহি থকা প্ৰত্যক্ষ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। উল্লেখ্য যে, এই ৫ বিঘা ভূমিৰ ৰাজহুৱা পুখুৰীটো স্থানীয় নৱজিত নাথ নামৰ এজন যুৱকে তিনি বছৰৰ বাবে চুক্তিত লৈ মৎস্য পালন কৰি আহিছিল। নিশা কোনো দুৰ্বৃত্তই পুখুৰীৰ পানীত বিষ ঢালি মাছ নিধন কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ ধাৰণা কৰা হৈছে। ইতিমধ্যে ঘটনাৰ বুজ ল'বলৈ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে। কি উদ্দেশ্যৰে দুৰ্বৃত্তই এই দুষ্কাৰ্য সংঘটিত কৰিছে, সেই ৰহস্য আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে।1
- অসমীয়া দৰ্শকৰ বাবে এক নতুন মনোৰঞ্জনৰ খবৰ! অহা ২২ জুনত জনপ্ৰিয় ভিডিঅ' প্লেটফৰ্ম YouTubeত নতুন অসমীয়া ৱেব ছিৰিজ ‘ভাইৰেল কৃষ্ণ’ই মুক্তি লাভ কৰিব। এই ৱেব ছিৰিজখনৰ জৰিয়তে দৰ্শকে এক নতুন ধৰণৰ মনোৰঞ্জন উপভোগ কৰিব পাৰিব, য'ত চফি হিৰোৰ অভিনয়ে বিশেষ আকৰ্ষণ যোগাব। SH Productionsৰ বেনাৰত নিৰ্মিত এই ছিৰিজটোত নয়ন সৌদ, সুৰুজ ডেকা আৰু কুমাৰ চন্দ্ৰ নাৰায়ণ দেৱৰো নাম জড়িত আছে।1
- বাক্সা জিলাত বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গাৰ দ্বাৰা কেইবাটাও নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰা হৈছে।1
- অসমৰ মা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা আৰম্ভ হৈছে। এই মেলালৈ দেশ আৰু বিদেশৰ পৰা অলেখ ভক্তপ্ৰাণ ৰাইজ আৰু সাধু-সন্যাসীসকল গুৱাহাটীত অৱস্থিত মা কামাখ্যা মন্দিৰত উপস্থিত হৈছে।1
- বাক্সা জিলাৰ লাৱদাংগুৰীত পথৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। বিশেষকৈ, লাৱদাংগুৰী বজাৰক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোগ কৰা পথটো বোকাময় হৈ থকাৰ ফলত পথচাৰী আৰু গাঁৱবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই দুৰৱস্থাই অঞ্চলটোৰ লোকসকলক জলাকলা খুৱাইছে।1
- বাক্সাৰ কয়েমাৰীত প্ৰশাসনে বেদখলকাৰীৰ ঘৰত বুলডজাৰ চলাই উচ্ছেদ অভিযান চলালে। এই অভিযানৰ ফলত বহু বছৰৰ আইনী যুঁজৰ অন্তত ৪ কঠা ভূমি বেদখলমুক্ত কৰা হ'ল। এই কাৰ্যসূচীৰ পিছত ভুক্তভোগীসকলে অৱশেষত ন্যায় লাভ কৰিলে, যাৰ বাবে এই ভূমি বহু বছৰ ধৰি বেদখলত আছিল।1
- পলাশবাৰীৰ বলেন দাস বৰ্তমান জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে। নিজৰ চিকিৎসাৰ বাবে তেওঁ ইতিমধ্যে মাটি আৰু অলংকাৰ বিক্ৰী কৰিছে, কিন্তু এতিয়াও তেওঁক সহায়ৰ প্ৰয়োজন। এই সংকটজনক সময়ত, আপোনাৰ ক্ষুদ্ৰ বৰঙণিয়ে বলেন দাসৰ জীৱনত নতুন পোহৰ কঢ়িয়াই আনিব পাৰে। তেওঁক সহায় কৰিবলৈ GPay Number 9706148135 নম্বৰত সাধ্যানুসৰি বৰঙণি আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে। আহক, আমি সকলোৱে মিলি তেওঁক সুস্থ কৰি তোলো।1
- বৰপেটা জিলাৰ ভৈৰাগুৰী গাঁৱৰ এজন উদীয়মান যুৱক শফিকুল ইছলাম মিৰ্দাৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।1