logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰিগাওঁ জিলাৰ বাখৰবড়ীত ২৮ তম্ ৰঙালী বিহু সন্মিলন উদযাপন সমিতিয়ে বিহু লগত সংগতি ৰাখি অনুষ্ঠিত কৰিলে মাৰাথান দৌৰ প্ৰতিযোগিতা। *মৰিগাঁও জিলাৰ বাখৰবড়ীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৮ সংখ্যক ৰঙালী বিহু সন্মিলন উদযাপন কৰা হয়। এই সন্মিলনটো বাখৰবড়ী জ্ঞানোদয় জ্যোতিসংঘ আৰু পুথিভঁৰালৰ উদ্যোগত, লগতে স্বৰ্গীয় দেবেন হাজৰিকা খেলপথাৰ উন্নয়ন সমিতিৰ সহযোগত আয়োজন কৰা হয়।* *আজি ব'হাগৰ তিনি তাৰিখে অৰ্থাৎ শেষৰ দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা ৫ বজাত দন্দুৱা চাৰিআলি পৰা মৰিগাওঁ বৰঙাবাৰী হৈ বাখৰবড়ী স্বৰ্গীয় দেবেন হাজৰিকা খেল পথাৰলৈ মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত মাৰাথান দৌৰ প্ৰতিযোগিতা শুভ উদ্বোধন কৰে মৰিগাওঁ কলেজিয়েট হাইস্কুলৰ সহকাৰী শিক্ষক তথা বিশিষ্ট ক্ৰীয়াবিদ জিতু মনি বৰদলৈয়ে । প্ৰায় ১৬ কিলোমিটাৰ এই মাৰাথান দৌৰ প্ৰতিযোগিতাত ৫২ মিনিটত নিদিষ্ট স্থানত উপস্থিত হৈ প্ৰথম থান অধিকাৰ কৰে কামৰূপ জিলাৰ ক্ষেত্ৰীৰ কুম্ভ দেউৰীয়ে, ৫৮ মিনিটত দ্বিতীয় স্থান অধিকাৰ কৰিছে সীমান্ত বৰদলৈ হাৰীয়াবড়ী, আৰু ৬০ মিনিটত তৃতীয় স্থান অধিকাৰ কৰিছে হিতেশ্বৰ বড়ো চেংমাৰা । এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০০ ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতা শেষত স্বৰ্গীয় দেবেন হাজৰিকা খেল পথাৰত এখন সভা অনুষ্ঠিত কৰি স্থান প্ৰাপ্ত খেলুৱৈ সকলক পুৰস্কাৰ প্ৰদান কৰা হয়। সভা শেষত বিহু উদযাপন সমিতি সভাপতি মহেন্দ্ৰ দাসে সংবাদ মাধ্যমৰ আগত কি কলে শুনো আহক...

2 hrs ago
user_Mahesh kumar das
Mahesh kumar das
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•

More news from অসম and nearby areas
  • এই নতুন বছৰটি আপোনাৰ কেনে যাব? ব্যৱসায় বানিজ্য, পাৰিবাৰিক সমস্যা, মেল মুকৰ্দ্দমা, গৃহদোষ, কালদোষ, ৰাহু, কেতু , শণিৰ প্ৰভাৱ পৰিব নেকি আহি থকা বছৰটিত? আপুনি যদি ইয়াকে লৈ সমস্যাত পৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষতে আছে Astrologer Sulman ওৰফে চুলমান কবিৰাজ।
    1
    এই নতুন বছৰটি আপোনাৰ কেনে যাব? ব্যৱসায় বানিজ্য, পাৰিবাৰিক সমস্যা, মেল মুকৰ্দ্দমা, গৃহদোষ, কালদোষ, ৰাহু, কেতু , শণিৰ প্ৰভাৱ পৰিব নেকি আহি থকা বছৰটিত? 
আপুনি যদি ইয়াকে লৈ সমস্যাত পৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষতে আছে Astrologer Sulman ওৰফে চুলমান কবিৰাজ।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    16 hrs ago
  • ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা বৰ্ড আৰু তাঁৰ ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত । কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল । ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ সোমাই দেখিলে লুকাই আছে ছাদ্দাম। আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট । অৱশ্যে প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।
    1
    ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ  ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা  বৰ্ড আৰু তাঁৰ  ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত ।
কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল ।
ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ  সোমাই দেখিলে লুকাই আছে ছাদ্দাম। 
আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । 
পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট ।
অৱশ্যে  প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    19 hrs ago
  • আনন্দ উল্লাসৰ মাজেৰে তামুলপুৰৰ অময়াপুৰস্থিত 'নিৰ্বাণা বৃদ্ধাৱাস'ত ৰঙালী বিহু উদযাপন।
    1
    আনন্দ উল্লাসৰ মাজেৰে 
তামুলপুৰৰ অময়াপুৰস্থিত 'নিৰ্বাণা বৃদ্ধাৱাস'ত ৰঙালী বিহু উদযাপন।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • Post by অঞ্জন শ‌ইকীয়া
    1
    Post by অঞ্জন শ‌ইকীয়া
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    1 hr ago
  • 4video.mmmmmmmmmmm
    4
    4video.mmmmmmmmmmm
    user_9864552610
    9864552610
    Security Guard মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    12 hrs ago
  • কামৰূপ জিলাৰ ৫৮ সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বছৰটোৰ ব্যক্তি শীৰ্ষক বঁটা প্ৰদান । বঁটা প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী মঃ ছামাদ আলীক । বকোৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰয়াত পিতৃ ৰত্নেশ্বৰ পাটোৱাৰী সোঁৱৰণী বঁটা আগবঢ়ায় জেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে ।
    1
    কামৰূপ জিলাৰ ৫৮ সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বছৰটোৰ ব্যক্তি শীৰ্ষক বঁটা প্ৰদান । বঁটা প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী  মঃ ছামাদ আলীক । বকোৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰয়াত পিতৃ ৰত্নেশ্বৰ পাটোৱাৰী সোঁৱৰণী বঁটা আগবঢ়ায় জেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    10 min ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    2 hrs ago
  • ৰংজালী বৈছাগু উৎসৱ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীতৰে মুখৰিত হৈ উঠিছে তামুলপুৰ জিলা বগাঔজাৰগুৰীত।
    1
    ৰংজালী বৈছাগু উৎসৱ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীতৰে  মুখৰিত হৈ উঠিছে তামুলপুৰ জিলা বগাঔজাৰগুৰীত।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    18 hrs ago
  • 📌মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা। 📌পৰ্যটকৰ বাহনলৈ তীব্ৰ চোঁচা এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ। 📌মানাহৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা ।
    1
    📌মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা।
📌পৰ্যটকৰ বাহনলৈ তীব্ৰ চোঁচা এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ।
📌মানাহৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.