logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তামুলপুৰৰ উলুবাৰীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আজি ৰাইজৰ সৈতে মত বিনিময়। তামুলপুৰৰ উলুবাৰীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ​ আজি ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত উলুবাৰীৰ পৱিত্ৰ শ্ৰীশ্ৰী গোপাল মন্দিৰত উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। অধ্যক্ষগৰাকীয়ে মন্দিৰত সেৱা জনোৱাৰ লগতে স্থানীয় ৰাইজৰ সৈতে বিভিন্ন সমস্যা তথা উন্নয়নমূলক বিষয়ত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। নিৰ্বাচনৰ প্ৰাকক্ষণত অধ্যক্ষগৰাকীৰ এই তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰিছে।

on 12 March
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
on 12 March

তামুলপুৰৰ উলুবাৰীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আজি ৰাইজৰ সৈতে মত বিনিময়। তামুলপুৰৰ উলুবাৰীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ​ আজি ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত উলুবাৰীৰ পৱিত্ৰ শ্ৰীশ্ৰী গোপাল মন্দিৰত উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। অধ্যক্ষগৰাকীয়ে মন্দিৰত সেৱা জনোৱাৰ লগতে স্থানীয় ৰাইজৰ সৈতে বিভিন্ন সমস্যা তথা উন্নয়নমূলক বিষয়ত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। নিৰ্বাচনৰ প্ৰাকক্ষণত অধ্যক্ষগৰাকীৰ এই তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰিছে।

More news from অসম and nearby areas
  • আজি চহা অসমীয়া হেপাহৰ গৰু বিহু। পৰম্পৰা ৰক্ষা কৰি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো গৰু বিহু উদযাপন। তামুলপুৰৰ হাহকাটা -বালাবৰী গাঁওৰ ৰাইজেও পৰম্পৰা ৰক্ষা কৰি পাগলদিয়া নদীত ধুৱালে গৰু। 'লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু' গৰু-গাই ধুৱালে ৰাইজে। গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে এনেদৰে হাহকাটা বালাবাৰীৰ ৰাইজে পাগলাদিয়া নৈত লাও বেঙেনা খুৱাই গৰুক গা ধুৱা দেখা যায়। বাইট--
    1
    আজি চহা অসমীয়া হেপাহৰ গৰু বিহু। পৰম্পৰা ৰক্ষা কৰি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো গৰু বিহু উদযাপন।
তামুলপুৰৰ হাহকাটা -বালাবৰী গাঁওৰ ৰাইজেও পৰম্পৰা ৰক্ষা কৰি পাগলদিয়া নদীত ধুৱালে গৰু। 
'লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু' গৰু-গাই ধুৱালে ৰাইজে।
গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে এনেদৰে  হাহকাটা বালাবাৰীৰ ৰাইজে পাগলাদিয়া  নৈত লাও বেঙেনা খুৱাই গৰুক গা ধুৱা দেখা যায়। 
বাইট--
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • বিদ্যা জ্যোতি শিশু নিকেতনত প্ৰাক ৰঙালী বিহু উদযাপন ।উত্তৰ ৰঙিয়াৰ আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান বিদ্যা জ্যোতি শিশু নিকেতনত আজি প্ৰাক‌ ৰঙালী বিহু উদযাপন কৰা হয়। তদুপলক্ষে পুৱা বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম উন্নতি সভাৰ কামৰূপ জিলা সমিতিৰ উপ সভাপতি উমেশ কলিতাই । উদ্বোধনী ভাষণত অসমৰ সাংস্কৃতিক জগতৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান ৰূপে ৰঙালী বিহুক অভিহিত কৰি শিশু ছাত্ৰ -ছাত্ৰী সকলক পালনতে নহয় স্বকীয়তা ৰক্ষাৰ বাবেও সজাগ কৰি তোলাৰ বাবে সৰ্বস্তৰৰ লোকক আহ‌্বান জনায়। প্ৰধান শিক্ষক ভাস্কৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ -ছাত্ৰী, শিক্ষয়িত্ৰী সকলে বিহু নৃত্য প্ৰদৰ্শনকে ধৰি বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি ছাত্ৰ -ছাত্ৰী সকলৰ বৌদ্ধিক জ্ঞানৰ বিকাশৰ লক্ষ্যৰে বিহু ভিত্তিক মুকলি কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।
    1
    বিদ্যা জ্যোতি শিশু নিকেতনত প্ৰাক ৰঙালী বিহু উদযাপন ।উত্তৰ ৰঙিয়াৰ আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান বিদ্যা জ্যোতি শিশু নিকেতনত আজি প্ৰাক‌ ৰঙালী বিহু উদযাপন কৰা হয়। তদুপলক্ষে পুৱা বন্তি প্ৰজ্বলনৰে  কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম উন্নতি সভাৰ কামৰূপ জিলা সমিতিৰ উপ সভাপতি উমেশ কলিতাই । উদ্বোধনী ভাষণত অসমৰ সাংস্কৃতিক জগতৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান ৰূপে ৰঙালী বিহুক অভিহিত কৰি শিশু ছাত্ৰ -ছাত্ৰী সকলক পালনতে নহয় স্বকীয়তা ৰক্ষাৰ বাবেও সজাগ কৰি তোলাৰ বাবে সৰ্বস্তৰৰ লোকক আহ‌্বান জনায়। প্ৰধান শিক্ষক ভাস্কৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ -ছাত্ৰী, শিক্ষয়িত্ৰী সকলে বিহু নৃত্য প্ৰদৰ্শনকে ধৰি বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি ছাত্ৰ -ছাত্ৰী সকলৰ বৌদ্ধিক জ্ঞানৰ বিকাশৰ লক্ষ্যৰে বিহু ভিত্তিক মুকলি কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    21 hrs ago
  • Post by Saiful islam
    1
    Post by Saiful islam
    user_Saiful islam
    Saiful islam
    বৰমা পি টি, বাক্সা, অসম•
    16 hrs ago
  • 📌 ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। 📌তাঁতশালত অন্তিমটো পৰশ দিছে গাঁৱৰ বোৱাৰী-জীয়ৰীয়ে। 📌পৰিয়ালৰ সদস্য তথা আপোনজনক বিহুৱানখন উপহাৰ দিবলৈ তৎপৰ হৈ পৰিছে শিপিনীসকল।
    1
    📌 ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। 
📌তাঁতশালত অন্তিমটো পৰশ দিছে গাঁৱৰ বোৱাৰী-জীয়ৰীয়ে। 
📌পৰিয়ালৰ সদস্য তথা আপোনজনক বিহুৱানখন উপহাৰ দিবলৈ তৎপৰ হৈ পৰিছে শিপিনীসকল।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    17 hrs ago
  • #Indiacapital #ৰাজধানী #Rajdhani #bhaskardas Hajo Sualkuchi
    1
    #Indiacapital
#ৰাজধানী 
#Rajdhani
#bhaskardas Hajo Sualkuchi
    user_Sinaki Tech Media
    Sinaki Tech Media
    হাজো, কামৰূপ, অসম•
    11 hrs ago
  • AIUDF के सुप्रीमो मौलाना बदरुद्दीन अजमल चुनाव के मतदान के बाद पत्रकारों से की खास बातचीत #News report
    1
    AIUDF के सुप्रीमो मौलाना बदरुद्दीन अजमल चुनाव के मतदान के बाद पत्रकारों से की खास बातचीत
#News report
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    35 min ago
  • #KunkhiChoudhury #AssamPolitics #Election2026 #BreakingNews #AssamNews #Axom #ViralNews #TrendingNow #PoliticalDrama
    1
    #KunkhiChoudhury #AssamPolitics #Election2026 #BreakingNews #AssamNews #Axom #ViralNews #TrendingNow #PoliticalDrama
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    20 hrs ago
  • শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা।
    1
    শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.