logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

এই দৃশ্য, বোকাখাট সমষ্টিৰ কমাৰগাঁওৰ "বৰাইখোৱা" অঞ্চলৰ। বাৰিষাৰ আগমনৰ লগে লগে এতিয়া বিল, নৈপৰীয়া তথা বানপীড়িত অঞ্চলসমূহত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। বানপানী আৰু বাৰিষাত যোগাযোগৰ বাবে নাওখনেই হৈ পৰে একমাত্ৰ ভৰসা বা সম্বল, সেয়েহে এতিয়া ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে থলুৱা নাও নিৰ্মাণকাৰী সকলৰ।বাৰিষাৰ সময়ছোৱাত নৈপৰীয়া ৰাইজৰ বাবে নাওখনেই হৈ পৰে জীৱনৰেখা। এনেদৰে শাল,আজাৰ কাঠেৰে তৈয়াৰ কৰা নাৱেৰে কেৱল যাতায়তে নহয়, বাৰিষা মাছ ধৰা, দোকান বজাৰলৈ যোৱা, জৰুৰীকালীন অৱস্থাত নাৱেই একমাত্ৰ সমল হৈ পৰে। মুঠতে নাৱৰ গুৰুত্ব অপৰিসীম। নিশ্চয়কৈ বাৰিষাৰ সংগ্ৰামী জীৱনত নাও এখন কেৱল কাঠৰ সঁজুলিয়েই নহয়, ই হ'ল ৰাইজৰ জীৱন আৰু জীৱিকাৰ আধাৰ। এই সন্দৰ্ভত চাওক আমাৰ নুমলীগড়ৰ সাংবাদিক ভৰত দাসৰ এক প্ৰতিবেদন।

4 hrs ago
user_D B
D B
সাংবাদিক মৰঙী, গোলাঘাট, অসম•
4 hrs ago

এই দৃশ্য, বোকাখাট সমষ্টিৰ কমাৰগাঁওৰ "বৰাইখোৱা" অঞ্চলৰ। বাৰিষাৰ আগমনৰ লগে লগে এতিয়া বিল, নৈপৰীয়া তথা বানপীড়িত অঞ্চলসমূহত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। বানপানী আৰু বাৰিষাত যোগাযোগৰ বাবে নাওখনেই হৈ পৰে একমাত্ৰ ভৰসা বা সম্বল, সেয়েহে এতিয়া ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে থলুৱা নাও নিৰ্মাণকাৰী সকলৰ।বাৰিষাৰ সময়ছোৱাত নৈপৰীয়া ৰাইজৰ বাবে নাওখনেই হৈ পৰে জীৱনৰেখা। এনেদৰে শাল,আজাৰ কাঠেৰে তৈয়াৰ কৰা নাৱেৰে কেৱল যাতায়তে নহয়, বাৰিষা মাছ ধৰা, দোকান বজাৰলৈ যোৱা, জৰুৰীকালীন অৱস্থাত নাৱেই একমাত্ৰ সমল হৈ পৰে। মুঠতে নাৱৰ গুৰুত্ব অপৰিসীম। নিশ্চয়কৈ বাৰিষাৰ সংগ্ৰামী জীৱনত নাও এখন কেৱল কাঠৰ সঁজুলিয়েই নহয়, ই হ'ল ৰাইজৰ জীৱন আৰু জীৱিকাৰ আধাৰ। এই সন্দৰ্ভত চাওক আমাৰ নুমলীগড়ৰ সাংবাদিক ভৰত দাসৰ এক প্ৰতিবেদন।

More news from অসম and nearby areas
  • নুমলীগড় আৰক্ষীয়ে NRL ৰ মাৰ্কেটিং টাৰ্মিনেলত দীৰ্ঘদিন ধৰি চলি থকা এক অবৈধ তেল চুৰি চক্ৰৰ এজন সদস্যক হাতেলোটে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে তেল চুৰি কৰি থকা অৱস্থাতে গোলাপ থাপা নামৰ এজন লোকক আটক কৰে। আৰক্ষীয়ে এই অভিযানত AS-02EC-3984 নম্বৰৰ এখন টেংকাৰ আৰু প্ৰায় ৮০ লিটাৰ ডিজেল জব্দ কৰে। আৰক্ষীৰ এই অভিযানৰ সময়ত তেল চুৰি চক্ৰৰ আন প্ৰায় ৬-৭ জনকৈ লোক পলাই যাবলৈ সক্ষম হয়। এই ঘটনাৰ সন্দৰ্ভত নুমলীগড় আৰক্ষীয়ে আটক কৰা লোকজনৰ সৈতে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।
    2
    নুমলীগড় আৰক্ষীয়ে NRL ৰ মাৰ্কেটিং টাৰ্মিনেলত দীৰ্ঘদিন ধৰি চলি থকা এক অবৈধ তেল চুৰি চক্ৰৰ এজন সদস্যক হাতেলোটে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে তেল চুৰি কৰি থকা অৱস্থাতে গোলাপ থাপা নামৰ এজন লোকক আটক কৰে। আৰক্ষীয়ে এই অভিযানত AS-02EC-3984 নম্বৰৰ এখন টেংকাৰ আৰু প্ৰায় ৮০ লিটাৰ ডিজেল জব্দ কৰে।

আৰক্ষীৰ এই অভিযানৰ সময়ত তেল চুৰি চক্ৰৰ আন প্ৰায় ৬-৭ জনকৈ লোক পলাই যাবলৈ সক্ষম হয়। এই ঘটনাৰ সন্দৰ্ভত নুমলীগড় আৰক্ষীয়ে আটক কৰা লোকজনৰ সৈতে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    4 hrs ago
  • লালুক তেল ডিপোৰ সন্মূখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনা দুখন মটৰচাইকেলৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলত হৈছিল। ফলত নাওবৈচা আৰু বগলীজানৰ মুঠ চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ লালুক আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
    1
    লালুক তেল ডিপোৰ সন্মূখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনা দুখন মটৰচাইকেলৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলত হৈছিল। ফলত নাওবৈচা আৰু বগলীজানৰ মুঠ চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ লালুক আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    22 hrs ago
  • অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক সকলোৰে হিয়াৰ আমঠু আৰু প্ৰাণৰ সত্তা বুলি অভিহিত কৰিছে। বিৰোধী মঞ্চলৈ এটা বিশেষ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই কয়, "পলিটিক্স নকৰিবা বন্ধু।"
    1
    অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক সকলোৰে হিয়াৰ আমঠু আৰু প্ৰাণৰ সত্তা বুলি অভিহিত কৰিছে। বিৰোধী মঞ্চলৈ এটা বিশেষ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই কয়, "পলিটিক্স নকৰিবা বন্ধু।"
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    52 min ago
  • মখদুমপুৰ ব্লকৰ ধৰনৈ গাঁৱত অচিনাক্ত চোৰে একে নিশা চাৰিটা ঘৰত চুৰি কৰি লক্ষাধিক টকাৰ সম্পত্তি লুণ্ঠন কৰে। এই ঘটনাই সমগ্ৰ গাঁৱতে এক আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে। গাওঁবাসীৰ মতে, চোৰে ৰামায়ণ শৰ্মা, সহজানন্দ শৰ্মা, অখিলেশ মালাকাৰ আৰু বংগট ঠাকুৰৰ ঘৰত প্ৰৱেশ কৰি নগদ ধনসহ কেইবাটাও মূল্যৱান সামগ্ৰী চুৰি কৰে। ৰামায়ণ শৰ্মাৰ ঘৰৰ পৰা প্ৰায় ৩০ হাজাৰ টকা নগদ চুৰি হোৱাৰ বিপৰীতে সহজানন্দ শৰ্মাৰ তলা লগোৱা ঘৰৰ তলা ভাঙি চুৰি কৰা হয়, য'ৰ পৰা কুল দেৱতাৰ প্ৰতিমাও সন্ধানহীন হৈছে। অখিলেশ মালাকাৰৰ ঘৰৰ পৰা হাজাৰ হাজাৰ টকাৰ সামগ্ৰী চুৰি হোৱাৰ লগতে বংগট ঠাকুৰৰ ঘৰৰ পৰা প্ৰায় ৪০ হাজাৰ টকা নগদ ধনসহ আন মূল্যৱান সামগ্ৰী চোৰে লৈ উৰি যায়। ঘটনাৰ খবৰ পোৱাৰ পিছতে উমতা-ধৰনৈ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি অধিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে।
    1
    মখদুমপুৰ ব্লকৰ ধৰনৈ গাঁৱত অচিনাক্ত চোৰে একে নিশা চাৰিটা ঘৰত চুৰি কৰি লক্ষাধিক টকাৰ সম্পত্তি লুণ্ঠন কৰে। এই ঘটনাই সমগ্ৰ গাঁৱতে এক আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে। গাওঁবাসীৰ মতে, চোৰে ৰামায়ণ শৰ্মা, সহজানন্দ শৰ্মা, অখিলেশ মালাকাৰ আৰু বংগট ঠাকুৰৰ ঘৰত প্ৰৱেশ কৰি নগদ ধনসহ কেইবাটাও মূল্যৱান সামগ্ৰী চুৰি কৰে। ৰামায়ণ শৰ্মাৰ ঘৰৰ পৰা প্ৰায় ৩০ হাজাৰ টকা নগদ চুৰি হোৱাৰ বিপৰীতে সহজানন্দ শৰ্মাৰ তলা লগোৱা ঘৰৰ তলা ভাঙি চুৰি কৰা হয়, য'ৰ পৰা কুল দেৱতাৰ প্ৰতিমাও সন্ধানহীন হৈছে। অখিলেশ মালাকাৰৰ ঘৰৰ পৰা হাজাৰ হাজাৰ টকাৰ সামগ্ৰী চুৰি হোৱাৰ লগতে বংগট ঠাকুৰৰ ঘৰৰ পৰা প্ৰায় ৪০ হাজাৰ টকা নগদ ধনসহ আন মূল্যৱান সামগ্ৰী চোৰে লৈ উৰি যায়।

ঘটনাৰ খবৰ পোৱাৰ পিছতে উমতা-ধৰনৈ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি অধিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে।
    user_वाणावर न्यूज़
    वाणावर न्यूज़
    पत्रकार Aquqhnaqua•
    8 hrs ago
  • যোৰহাট জিলা সমিতিয়ে অসমীয়া যুৱ মঞ্চৰ এখন কাৰ্য-নিৰ্বাহক সভা অনুষ্ঠিত কৰিছে, য'ত নতুন সমিতি গঠন কৰা হয়। এই সভাৰ জৰিয়তে অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক স্পষ্টভাৱে সকীয়নি দিছে যে মূল্যবৃদ্ধিৰ বাবে তীব্ৰ প্ৰতিবাদ সংঘটিত হ'ব।
    1
    যোৰহাট জিলা সমিতিয়ে অসমীয়া যুৱ মঞ্চৰ এখন কাৰ্য-নিৰ্বাহক সভা অনুষ্ঠিত কৰিছে, য'ত নতুন সমিতি গঠন কৰা হয়। এই সভাৰ জৰিয়তে অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক স্পষ্টভাৱে সকীয়নি দিছে যে মূল্যবৃদ্ধিৰ বাবে তীব্ৰ প্ৰতিবাদ সংঘটিত হ'ব।
    user_Khabar 24x7 Assam
    Khabar 24x7 Assam
    Local News Reporter টীয়ক, যোৰহাট, অসম•
    9 hrs ago
  • বিশ্বনাথ জিলাৰ বৃহত্তৰ বাঘমাৰী অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবাৰ ঈদ উদযাপনৰ সময়ত গো-ধন কুৰবাণী নকৰাকৈ পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সন্মান জনাই এই গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে।
    1
    বিশ্বনাথ জিলাৰ বৃহত্তৰ বাঘমাৰী অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবাৰ ঈদ উদযাপনৰ সময়ত গো-ধন কুৰবাণী নকৰাকৈ পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সন্মান জনাই এই গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    10 hrs ago
  • ৰাজ্যপালগৰাকীয়ে আজি জাগাৰা দুৰ্গা মন্দিৰৰ প্ৰাংগণত ''জা গা ৰা কৃষি আদৰ্শ গাঁও'' প্ৰকল্প উদ্বোধন কৰে।
    1
    ৰাজ্যপালগৰাকীয়ে আজি জাগাৰা দুৰ্গা মন্দিৰৰ প্ৰাংগণত ''জা গা ৰা কৃষি আদৰ্শ গাঁও'' প্ৰকল্প উদ্বোধন কৰে।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    2 hrs ago
  • এই দৃশ্য, বোকাখাট সমষ্টিৰ কমাৰগাঁওৰ "বৰাইখোৱা" অঞ্চলৰ। বাৰিষাৰ আগমনৰ লগে লগে এতিয়া বিল, নৈপৰীয়া তথা বানপীড়িত অঞ্চলসমূহত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। বানপানী আৰু বাৰিষাত যোগাযোগৰ বাবে নাওখনেই হৈ পৰে একমাত্ৰ ভৰসা বা সম্বল, সেয়েহে এতিয়া ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে থলুৱা নাও নিৰ্মাণকাৰী সকলৰ।বাৰিষাৰ সময়ছোৱাত নৈপৰীয়া ৰাইজৰ বাবে নাওখনেই হৈ পৰে জীৱনৰেখা। এনেদৰে শাল,আজাৰ কাঠেৰে তৈয়াৰ কৰা নাৱেৰে কেৱল যাতায়তে নহয়, বাৰিষা মাছ ধৰা, দোকান বজাৰলৈ যোৱা, জৰুৰীকালীন অৱস্থাত নাৱেই একমাত্ৰ সমল হৈ পৰে। মুঠতে নাৱৰ গুৰুত্ব অপৰিসীম। নিশ্চয়কৈ বাৰিষাৰ সংগ্ৰামী জীৱনত নাও এখন কেৱল কাঠৰ সঁজুলিয়েই নহয়, ই হ'ল ৰাইজৰ জীৱন আৰু জীৱিকাৰ আধাৰ। এই সন্দৰ্ভত চাওক আমাৰ নুমলীগড়ৰ সাংবাদিক ভৰত দাসৰ এক প্ৰতিবেদন।
    2
    এই দৃশ্য, বোকাখাট সমষ্টিৰ কমাৰগাঁওৰ "বৰাইখোৱা" অঞ্চলৰ। বাৰিষাৰ আগমনৰ লগে লগে এতিয়া বিল, নৈপৰীয়া তথা বানপীড়িত অঞ্চলসমূহত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। 
বানপানী আৰু বাৰিষাত যোগাযোগৰ বাবে নাওখনেই হৈ পৰে একমাত্ৰ ভৰসা বা সম্বল, সেয়েহে এতিয়া ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে থলুৱা নাও নিৰ্মাণকাৰী সকলৰ।বাৰিষাৰ সময়ছোৱাত নৈপৰীয়া ৰাইজৰ বাবে নাওখনেই হৈ পৰে জীৱনৰেখা। এনেদৰে শাল,আজাৰ কাঠেৰে তৈয়াৰ কৰা নাৱেৰে কেৱল যাতায়তে নহয়, বাৰিষা মাছ ধৰা, দোকান বজাৰলৈ যোৱা, জৰুৰীকালীন অৱস্থাত নাৱেই একমাত্ৰ সমল হৈ পৰে। মুঠতে নাৱৰ গুৰুত্ব অপৰিসীম। নিশ্চয়কৈ বাৰিষাৰ সংগ্ৰামী জীৱনত নাও এখন কেৱল কাঠৰ সঁজুলিয়েই নহয়, ই হ'ল ৰাইজৰ জীৱন আৰু জীৱিকাৰ আধাৰ। এই সন্দৰ্ভত চাওক আমাৰ নুমলীগড়ৰ সাংবাদিক ভৰত দাসৰ এক প্ৰতিবেদন।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.