logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আজি ঘোষণা কৰা নহ’ব HS Examৰ ফলাফল। এয়া এক উৰাবাতৰি। #assamportalnews #bongaigaon_assam #AssamNews #NewsUpdate #BreakingNews #news

7 hrs ago
user_Assam Portal News
Assam Portal News
Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
7 hrs ago
d9936881-5e2e-4e9c-b938-15b142c306c6

আজি ঘোষণা কৰা নহ’ব HS Examৰ ফলাফল। এয়া এক উৰাবাতৰি। #assamportalnews #bongaigaon_assam #AssamNews #NewsUpdate #BreakingNews #news

More news from অসম and nearby areas
  • 📌বাক্সাৰ পূৱ খাগ্ৰাবাৰী নতুন আলিগুৰীত বোৱাৰী নিৰুদ্দেশৰ ঘটনা। 📌নিৰুদ্দেশ হোৱা বোৱাৰী গৰাকী জুনুমনি দাস। 📌কোনো সদাশয় ব্যক্তিয়ে যদি এই বোৱাৰী গৰাকীৰ সন্ধান পায় তেন্তে স্বামীৰ ৮৭৬১০০৯৯৮১নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
    1
    📌বাক্সাৰ পূৱ খাগ্ৰাবাৰী নতুন আলিগুৰীত বোৱাৰী নিৰুদ্দেশৰ ঘটনা।
📌নিৰুদ্দেশ হোৱা বোৱাৰী গৰাকী জুনুমনি দাস।
📌কোনো সদাশয় ব্যক্তিয়ে যদি এই বোৱাৰী গৰাকীৰ সন্ধান পায় তেন্তে স্বামীৰ ৮৭৬১০০৯৯৮১নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    1 hr ago
  • ধুবুৰী জিলাৰ গোলকগঞ্জত দুদিনীয়া কোচ ৰাজবংশীৰ জাতীয় উৎসৱ "বেষমা" আয়োজনৰ প্ৰস্তুতি সম্পূৰ্ণ। আক্ৰাছুৰ উদ্যোগত অনুষ্ঠিত হ’ব এই সাংস্কৃতিক অনুষ্ঠান।অহা ১৮ আৰু ১৯ বহাগ দুদিনীয়া কাৰ্যসূচীৰে গোলকগঞ্জৰ জগমোহন বিদ্যাপীঠত আয়োজন কৰা হব বৰ্ণাঢ্য বেষমা উৎসৱ।এই উৎসৱটো আয়োজন কৰিছে ধুবুৰী জিলা আক্ৰাছুৱে, আৰু সহযোগ আগবঢ়াইছে গোলকগঞ্জ আঞ্চলিক আক্ৰাছুৱে। উৎসৱৰ জৰিয়তে কোচ ৰাজবংশীৰ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য সংৰক্ষণৰ লক্ষ্য লোৱা হৈছে। ইয়াত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, লোকনৃত্য, সংগীত আদি অনুষ্ঠিত হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে।
    1
    ধুবুৰী জিলাৰ গোলকগঞ্জত দুদিনীয়া কোচ ৰাজবংশীৰ জাতীয় উৎসৱ "বেষমা" আয়োজনৰ প্ৰস্তুতি সম্পূৰ্ণ। আক্ৰাছুৰ উদ্যোগত অনুষ্ঠিত হ’ব এই সাংস্কৃতিক অনুষ্ঠান।অহা ১৮ আৰু ১৯ বহাগ দুদিনীয়া কাৰ্যসূচীৰে গোলকগঞ্জৰ জগমোহন বিদ্যাপীঠত আয়োজন কৰা হব বৰ্ণাঢ্য বেষমা উৎসৱ।এই উৎসৱটো আয়োজন কৰিছে ধুবুৰী জিলা আক্ৰাছুৱে,
আৰু সহযোগ আগবঢ়াইছে গোলকগঞ্জ আঞ্চলিক আক্ৰাছুৱে।
উৎসৱৰ জৰিয়তে কোচ ৰাজবংশীৰ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য সংৰক্ষণৰ লক্ষ্য লোৱা হৈছে।
ইয়াত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, লোকনৃত্য, সংগীত আদি অনুষ্ঠিত হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে।
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    20 hrs ago
  • কামৰূপ জিলাৰ ৫৮ সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বছৰটোৰ ব্যক্তি শীৰ্ষক বঁটা প্ৰদান । বঁটা প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী মঃ ছামাদ আলীক । বকোৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰয়াত পিতৃ ৰত্নেশ্বৰ পাটোৱাৰী সোঁৱৰণী বঁটা আগবঢ়ায় জেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে ।
    1
    কামৰূপ জিলাৰ ৫৮ সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বছৰটোৰ ব্যক্তি শীৰ্ষক বঁটা প্ৰদান । বঁটা প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী  মঃ ছামাদ আলীক । বকোৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰয়াত পিতৃ ৰত্নেশ্বৰ পাটোৱাৰী সোঁৱৰণী বঁটা আগবঢ়ায় জেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    3 hrs ago
  • Post by Bijoy mandal
    1
    Post by Bijoy mandal
    user_Bijoy mandal
    Bijoy mandal
    বকো, কামৰূপ, অসম•
    17 hrs ago
  • আনন্দ উল্লাসৰ মাজেৰে তামুলপুৰৰ অময়াপুৰস্থিত 'নিৰ্বাণা বৃদ্ধাৱাস'ত ৰঙালী বিহু উদযাপন।
    1
    আনন্দ উল্লাসৰ মাজেৰে 
তামুলপুৰৰ অময়াপুৰস্থিত 'নিৰ্বাণা বৃদ্ধাৱাস'ত ৰঙালী বিহু উদযাপন।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    6 hrs ago
  • ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা বৰ্ড আৰু তাঁৰ ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত । কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল । ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ সোমাই দেখিলে লুকাই আছে ছাদ্দাম। আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট । অৱশ্যে প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।
    1
    ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ  ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা  বৰ্ড আৰু তাঁৰ  ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত ।
কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল ।
ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ  সোমাই দেখিলে লুকাই আছে ছাদ্দাম। 
আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । 
পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট ।
অৱশ্যে  প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    22 hrs ago
  • ছিপাঝাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষতে থকা (মাত্ৰ ৪০০ মিঃ) নৰেন্দ্ৰ বৰুৱাৰ নঙলাৰ পৰা বাবুল বনিয়াৰ নঙলালৈ (প্ৰায় ২০০ দৈৰ্ঘ) পথছোৱা একেবাৰে পঁয়ালগা অৱস্থা হৈছে । বিগত বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক কৈ কৈ ভাগৰি গ'লোঁ , কোনো ধৰণৰ সঁহাৰি নাপালোঁ...
    1
    ছিপাঝাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষতে থকা (মাত্ৰ ৪০০ মিঃ) নৰেন্দ্ৰ বৰুৱাৰ নঙলাৰ পৰা বাবুল বনিয়াৰ নঙলালৈ (প্ৰায় ২০০ দৈৰ্ঘ) পথছোৱা একেবাৰে পঁয়ালগা অৱস্থা হৈছে । বিগত বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক কৈ কৈ ভাগৰি গ'লোঁ , কোনো ধৰণৰ সঁহাৰি নাপালোঁ...
    user_দিব্যজ্যোতি বনিয়া
    দিব্যজ্যোতি বনিয়া
    শিপাঝাৰ, দৰং, অসম•
    23 hrs ago
  • 📌মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা। 📌পৰ্যটকৰ বাহনলৈ তীব্ৰ চোঁচা এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ। 📌মানাহৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা ।
    1
    📌মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা।
📌পৰ্যটকৰ বাহনলৈ তীব্ৰ চোঁচা এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ।
📌মানাহৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.