Shuru
Apke Nagar Ki App…
গোলকগঞ্জৰ আগমনিৰ হত্যা কাণ্ডৰ ৰয়দান ধুবুৰী জিলা সত্ৰ ন্যায়াধীশে আজি এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে। ২০ বছৰ পূৰ্বে ধুবুৰী জিলাৰ আগমনি থানাৰ অন্তৰ্গত ৰতিয়া দহ বেলগুৰিত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰা হয়। উল্লেখযোগ্য যে, ২২ বছৰীয়া যুৱক জামাল আলীক হত্যা কৰাৰ অভিযোগত সত্তাৰ আলীক অভিযুক্ত কৰা হৈছিল। দীৰ্ঘ ২০ বছৰ ধৰি চলি থকা এই গোচৰৰ অন্তত আজি জিলা সত্ৰ ন্যায়াধীশে সত্তাৰ আলীক ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। এই ৰায়দানৰ জৰিয়তে ন্যায় ব্যৱস্থাই বহু বছৰ পিচতো ন্যায় নিশ্চিত কৰা বুলি সচেতন মহলে মন্তব্য কৰিছে। Byte: 1. Govt Advocate 2. অভিযুক্ত সত্তাৰ আলীৰ বাই দেউ
PRESS ANUP GOLAKGANJ DA NEWS PLUS

- User7835Jorhat, Assam🙏on 9 February
- User9059Dhubri, Assam🙏on 7 February
- User9059Dhubri, Assam🙏on 7 February
- User9059Dhubri, Assam🙏on 7 February
- User9059Dhubri, Assam💣on 7 February
- Papu keotTezpur, Sonitpur👏on 6 February
More news from অসম and nearby areas
- আজকে চলে গেলাম কালকে আসবো মোবাইলের এমবি শেষ হয়ে গেছে1
- গৰৈমাৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিশাল নিৰ্বাচনী সভা1
- 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ নিমুৱাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী। 📌সমষ্টিটোৰ এনডিএ সমৰ্থিত বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামা মহিলাৰীৰ । 📌বিটিচিত শান্তি আৰু উন্নয়নেই হৈছে বিপিএফ দলৰ মূল উদ্দেশ্য বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ । 📌বিটিচিত এশ শতাংশই মাটিৰ পট্টা দিম বুলি প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ।1
- ছয়গাঁৱত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। উল্লেখযোগ্য যে ছয়গাঁও বিজেপি প্ৰাৰ্থীৰ হৈ তেওঁ ছয়গাঁৱত বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।1
- কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ মন্তব্যক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ1
- গোৰেশ্বৰ সমষ্টিত বিপুল ভোটত জয়ী হব ভিক্টৰ দাস বুলি দাবী BPF ৰ জ্যেষ্ঠ নেতা তথা কাৰ্যবাহী সদস্য গণেশ কছাৰী।1
- shuru news app4
- ছমৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে এআইইউডিএফ সমৰ্থকৰ সংবাদমেল। Part-11
- 📌মানাহত অখিল গগৈৰ নিৰ্বাচনী হুংকাৰ। 📌কুশল দুৱৰীক সমৰ্থন কৰা ১৪ টাকৈ জাতীয় সংগঠন গণ শত্ৰু সংগঠনহে। 📌আজি ৪১ নং মানাহ সমষ্টিটোৰ চুকে-কোণে সভা আৰু ৰোড শ্ব'ৰ জৰিয়তে অখিল গগৈয়ে ৰাইজৰ কাষ চাপি অঞ্জন তালুকদাৰক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায়।1