logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মাজুলী কংগ্ৰেছত মোক্ষম আঘাত: জ্যেষ্ঠ কংগ্ৰেছ নেতা বিমল দলে (মন্টু দলে)ৰ বিজেপি গমন: ভুবন গামৰ ঘৰত আনুষ্ঠানিকভাৱে যোগদান কৰিলে কৰতিপাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিজনে মাজুলীত এইবাৰ হাই প্ৰফাইল কংগ্ৰেছ নেতাই পিন্ধিলে গেৰুৱা বসন। মাজুলীত কংগ্ৰেছ দলত মোক্ষম আঘাত হানি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মাজুলী জিলা কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিমল দলেয়ে (মন্টু দলে) আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিমল দলেয়ে মাজুলী জিলা কংগ্ৰেছ সমিতিক সন্মূখৰ পৰা নেতৃত্ব লৈ সমগ্ৰ জিলাখনতে কংগ্ৰেছ দলক শক্তিশালী আৰু গতিশীলতা প্ৰদান কৰিছিল। বিমল দলেক সমাগত বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী সমিতিৰো সম্পাদকৰ দৰে গুৰু দায়িত্ব দলটোৱে প্ৰদান কৰিছিল। কিন্তু, বিমল দলেয়ে যোৱা কিছুদিন ধৰি কংগ্ৰেছ দলৰ পৰা আতৰি থাকি এক সুবিধাজনক স্থিতিৰ সন্ধানত অৱস্থান কৰিছিল। মাজুলীৰ জিলা কংগ্ৰেছৰ বিভিন্ন দায়িত্বত থকা আজীৱন কংগ্ৰেছ নেতা বিমল দলেয়ে সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ নিৰ্বাচনী সমিতিৰো সম্পাদকৰ দৰে দায়িত্ব গ্ৰহণ কৰিও নিৰ্বাচনৰ আগমুহূৰ্তত দলটোক বিপদত পেলাই ভাৰতীয় জনতা পাৰ্টিলৈ ঢাপলি মেলাত নেতাজনক বিভিন্ন পক্ষই সুবিধাবাদী বুলি অভিহিত কৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নামনি মণ্ডলৰ তেওঁ দীৰ্ঘদিন ধৰি সভাপতিৰ গুৰু দায়িত্ব পালন কৰিছিল। কিন্তু ,কালি তেওঁ আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিলে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী ভুবন গামৰ বাসগৃহত গৈ বিমল দলেয়ে বিজেপিত যোগদান কৰে। উক্ত , যোগদান কাৰ্যসূচীত প্ৰাৰ্থী ভুবন গামৰ লগতে মাজুলী জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দীপক গোস্বামী, ভাৰতীয় জনতা পাৰ্টিৰ নামনি মণ্ডলৰ সভাপতি প্ৰেম কান্ত মেধিৰ লগতে মিত্ৰ জোঁটৰ বহুতো নেতা কৰ্মী উপস্থিত আছিল। গেৰুৱা বসন পৰিধান কৰাই বিধায়ক ভুবন গাম, জিলা সভাপতিয়ে বিমল দলেক বিজেপিলৈ আদৰণী জনায়। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ নেতাজনে দল ত্যাগ কৰাত মাজুলীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাজুলী কংগ্ৰেছত মোক্ষম আঘাত: জ্যেষ্ঠ কংগ্ৰেছ নেতা বিমল দলে (মন্টু দলে)ৰ বিজেপি গমন: ভুবন গামৰ ঘৰত আনুষ্ঠানিকভাৱে যোগদান কৰিলে কৰতিপাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিজনে মাজুলীত এইবাৰ হাই প্ৰফাইল কংগ্ৰেছ নেতাই পিন্ধিলে গেৰুৱা বসন। মাজুলীত কংগ্ৰেছ দলত মোক্ষম আঘাত হানি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মাজুলী জিলা কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিমল দলেয়ে (মন্টু দলে) আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিমল দলেয়ে মাজুলী জিলা কংগ্ৰেছ সমিতিক সন্মূখৰ পৰা নেতৃত্ব লৈ সমগ্ৰ জিলাখনতে কংগ্ৰেছ দলক শক্তিশালী আৰু গতিশীলতা প্ৰদান কৰিছিল। বিমল দলেক সমাগত বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী সমিতিৰো সম্পাদকৰ দৰে গুৰু দায়িত্ব দলটোৱে প্ৰদান কৰিছিল। কিন্তু, বিমল দলেয়ে যোৱা কিছুদিন ধৰি কংগ্ৰেছ দলৰ পৰা আতৰি থাকি এক সুবিধাজনক স্থিতিৰ সন্ধানত অৱস্থান কৰিছিল। মাজুলীৰ জিলা কংগ্ৰেছৰ বিভিন্ন দায়িত্বত থকা আজীৱন কংগ্ৰেছ নেতা বিমল দলেয়ে সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ নিৰ্বাচনী সমিতিৰো সম্পাদকৰ দৰে দায়িত্ব গ্ৰহণ কৰিও নিৰ্বাচনৰ আগমুহূৰ্তত দলটোক বিপদত পেলাই ভাৰতীয় জনতা পাৰ্টিলৈ ঢাপলি মেলাত নেতাজনক বিভিন্ন পক্ষই সুবিধাবাদী বুলি অভিহিত কৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নামনি মণ্ডলৰ তেওঁ দীৰ্ঘদিন ধৰি সভাপতিৰ গুৰু দায়িত্ব পালন কৰিছিল। কিন্তু ,কালি তেওঁ আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিলে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী ভুবন গামৰ বাসগৃহত গৈ বিমল দলেয়ে বিজেপিত যোগদান কৰে। উক্ত , যোগদান কাৰ্যসূচীত প্ৰাৰ্থী ভুবন গামৰ লগতে মাজুলী জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দীপক গোস্বামী, ভাৰতীয় জনতা পাৰ্টিৰ নামনি মণ্ডলৰ সভাপতি প্ৰেম কান্ত মেধিৰ লগতে মিত্ৰ জোঁটৰ বহুতো নেতা কৰ্মী উপস্থিত আছিল। গেৰুৱা বসন পৰিধান কৰাই বিধায়ক ভুবন গাম, জিলা সভাপতিয়ে বিমল দলেক বিজেপিলৈ আদৰণী জনায়। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ নেতাজনে দল ত্যাগ কৰাত মাজুলীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

17 hrs ago
user_SANJIT SAIKIA
SANJIT SAIKIA
Video Creator মাজুলী, মাজুলী, অসম•
17 hrs ago
57863284-9e9b-44d4-887c-10dea672e8de

মাজুলী কংগ্ৰেছত মোক্ষম আঘাত: জ্যেষ্ঠ কংগ্ৰেছ নেতা বিমল দলে (মন্টু দলে)ৰ বিজেপি গমন: ভুবন গামৰ ঘৰত আনুষ্ঠানিকভাৱে যোগদান কৰিলে কৰতিপাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিজনে মাজুলীত এইবাৰ হাই প্ৰফাইল কংগ্ৰেছ নেতাই পিন্ধিলে গেৰুৱা বসন। মাজুলীত কংগ্ৰেছ দলত মোক্ষম আঘাত হানি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মাজুলী জিলা কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিমল দলেয়ে (মন্টু দলে) আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিমল দলেয়ে মাজুলী জিলা কংগ্ৰেছ সমিতিক সন্মূখৰ পৰা নেতৃত্ব লৈ সমগ্ৰ জিলাখনতে কংগ্ৰেছ দলক শক্তিশালী আৰু গতিশীলতা প্ৰদান কৰিছিল। বিমল দলেক সমাগত বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী সমিতিৰো সম্পাদকৰ দৰে গুৰু দায়িত্ব দলটোৱে প্ৰদান কৰিছিল। কিন্তু, বিমল দলেয়ে যোৱা কিছুদিন ধৰি কংগ্ৰেছ দলৰ পৰা আতৰি থাকি এক সুবিধাজনক স্থিতিৰ সন্ধানত অৱস্থান কৰিছিল। মাজুলীৰ জিলা কংগ্ৰেছৰ বিভিন্ন দায়িত্বত থকা আজীৱন কংগ্ৰেছ

4035c603-9acf-4772-b8aa-b3a946d54717

নেতা বিমল দলেয়ে সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ নিৰ্বাচনী সমিতিৰো সম্পাদকৰ দৰে দায়িত্ব গ্ৰহণ কৰিও নিৰ্বাচনৰ আগমুহূৰ্তত দলটোক বিপদত পেলাই ভাৰতীয় জনতা পাৰ্টিলৈ ঢাপলি মেলাত নেতাজনক বিভিন্ন পক্ষই সুবিধাবাদী বুলি অভিহিত কৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নামনি মণ্ডলৰ তেওঁ দীৰ্ঘদিন ধৰি সভাপতিৰ গুৰু দায়িত্ব পালন কৰিছিল। কিন্তু ,কালি তেওঁ আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিলে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী ভুবন গামৰ বাসগৃহত গৈ বিমল দলেয়ে বিজেপিত যোগদান কৰে। উক্ত , যোগদান কাৰ্যসূচীত প্ৰাৰ্থী ভুবন গামৰ লগতে মাজুলী জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দীপক গোস্বামী, ভাৰতীয় জনতা পাৰ্টিৰ নামনি মণ্ডলৰ সভাপতি প্ৰেম কান্ত মেধিৰ লগতে মিত্ৰ জোঁটৰ বহুতো নেতা কৰ্মী উপস্থিত আছিল। গেৰুৱা বসন পৰিধান কৰাই বিধায়ক ভুবন গাম, জিলা সভাপতিয়ে বিমল দলেক বিজেপিলৈ আদৰণী জনায়। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ নেতাজনে দল ত্যাগ কৰাত মাজুলীত ব্যাপক প্ৰতিক্ৰিয়াৰ

c1f753ea-8846-405d-bbef-692356d4f0b0

সৃষ্টি হৈছে। মাজুলী কংগ্ৰেছত মোক্ষম আঘাত: জ্যেষ্ঠ কংগ্ৰেছ নেতা বিমল দলে (মন্টু দলে)ৰ বিজেপি গমন: ভুবন গামৰ ঘৰত আনুষ্ঠানিকভাৱে যোগদান কৰিলে কৰতিপাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিজনে মাজুলীত এইবাৰ হাই প্ৰফাইল কংগ্ৰেছ নেতাই পিন্ধিলে গেৰুৱা বসন। মাজুলীত কংগ্ৰেছ দলত মোক্ষম আঘাত হানি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মাজুলী জিলা কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিমল দলেয়ে (মন্টু দলে) আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিমল দলেয়ে মাজুলী জিলা কংগ্ৰেছ সমিতিক সন্মূখৰ পৰা নেতৃত্ব লৈ সমগ্ৰ জিলাখনতে কংগ্ৰেছ দলক শক্তিশালী আৰু গতিশীলতা প্ৰদান কৰিছিল। বিমল দলেক সমাগত বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী সমিতিৰো সম্পাদকৰ দৰে গুৰু দায়িত্ব দলটোৱে প্ৰদান কৰিছিল। কিন্তু, বিমল দলেয়ে যোৱা কিছুদিন ধৰি কংগ্ৰেছ দলৰ পৰা আতৰি থাকি এক সুবিধাজনক স্থিতিৰ সন্ধানত অৱস্থান কৰিছিল। মাজুলীৰ জিলা কংগ্ৰেছৰ বিভিন্ন দায়িত্বত থকা আজীৱন কংগ্ৰেছ

005785b4-6dde-4e8d-8ac5-a89a5ff133c0

নেতা বিমল দলেয়ে সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ নিৰ্বাচনী সমিতিৰো সম্পাদকৰ দৰে দায়িত্ব গ্ৰহণ কৰিও নিৰ্বাচনৰ আগমুহূৰ্তত দলটোক বিপদত পেলাই ভাৰতীয় জনতা পাৰ্টিলৈ ঢাপলি মেলাত নেতাজনক বিভিন্ন পক্ষই সুবিধাবাদী বুলি অভিহিত কৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নামনি মণ্ডলৰ তেওঁ দীৰ্ঘদিন ধৰি সভাপতিৰ গুৰু দায়িত্ব পালন কৰিছিল। কিন্তু ,কালি তেওঁ আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিলে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী ভুবন গামৰ বাসগৃহত গৈ বিমল দলেয়ে বিজেপিত যোগদান কৰে। উক্ত , যোগদান কাৰ্যসূচীত প্ৰাৰ্থী ভুবন গামৰ লগতে মাজুলী জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দীপক গোস্বামী, ভাৰতীয় জনতা পাৰ্টিৰ নামনি মণ্ডলৰ সভাপতি প্ৰেম কান্ত মেধিৰ লগতে মিত্ৰ জোঁটৰ বহুতো নেতা কৰ্মী উপস্থিত আছিল। গেৰুৱা বসন পৰিধান কৰাই বিধায়ক ভুবন গাম, জিলা সভাপতিয়ে বিমল দলেক বিজেপিলৈ আদৰণী জনায়। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ নেতাজনে দল ত্যাগ কৰাত মাজুলীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

More news from অসম and nearby areas
  • লখিমপুৰ জিলাৰ ঙানদীত NDA প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ প্ৰচাৰ অভিযান।
    1
    লখিমপুৰ জিলাৰ ঙানদীত  NDA  প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ প্ৰচাৰ অভিযান।
    user_পুৰন্দৰ গগৈ
    পুৰন্দৰ গগৈ
    Graphic designer ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    2 hrs ago
  • জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ প্ৰসংগত আজি শিৱসাগৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন কৃষক মুক্তিৰ ঐক্যমঞ্চৰ আহ্বায়ক সমিতিৰ সদস্য দুলু হাজৰিকাই। হাজৰিকাই স্পষ্টকৈ জনাইছে যে জুবিন গাৰ্গৰ দৰে এজন জাতীয় শিল্পীক লৈ কোনো ধৰণৰ ৰাজনীতি কৰাটো গ্ৰহণযোগ্য নহয়। ন্যায়িক বিষয়ত ৰাজনৈতিক মেৰপেঁচ সৃষ্টি নকৰিবলৈ সকীয়নি দি তেওঁ বিভিন্ন ৰাজনৈতিক দলক ক্ষুৰধাৰ সমালোচনা কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোত সকলোকে একগোট হৈ কাম কৰিবলৈ আহ্বান জনাই তেওঁ ইয়াত ৰাজনৈতিক স্বাৰ্থ নিহিত নাৰাখিবলৈ সতৰ্ক কৰি দিয়ে।
    1
    জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ প্ৰসংগত আজি শিৱসাগৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন কৃষক মুক্তিৰ ঐক্যমঞ্চৰ আহ্বায়ক সমিতিৰ সদস্য দুলু হাজৰিকাই। হাজৰিকাই স্পষ্টকৈ জনাইছে যে জুবিন গাৰ্গৰ দৰে এজন জাতীয় শিল্পীক লৈ কোনো ধৰণৰ ৰাজনীতি কৰাটো গ্ৰহণযোগ্য নহয়। ন্যায়িক বিষয়ত ৰাজনৈতিক মেৰপেঁচ সৃষ্টি নকৰিবলৈ সকীয়নি দি তেওঁ বিভিন্ন ৰাজনৈতিক দলক ক্ষুৰধাৰ সমালোচনা কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোত সকলোকে একগোট হৈ কাম কৰিবলৈ আহ্বান জনাই তেওঁ ইয়াত ৰাজনৈতিক স্বাৰ্থ নিহিত নাৰাখিবলৈ সতৰ্ক কৰি দিয়ে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • তিনিদিনে বোলে গা ধোৱা নাই বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে সময় নাই জিকিব লাগিব, সমষ্টিৰ উন্নয়ন কৰিব লাগিব সমষ্টিলৈ ন ন আঁচনি আনিব লাগিব ৷ সেয়ে দিনে-নিশাই খাটিছে— ক’লে #ৰূপজ্যোতি কুৰ্মীয়ে ইপিনে শাস্ত্ৰ সন্মত কথাও অৱতাৰণা কৰি ৰূপজ্যোতিয়ে ক'লে ৰাম-ৰাৱণ দুয়োৱে পূজা কৰিছিল যদিও কৰ্মফল পালে ৰামেহে। বিপক্ষৰ প্ৰাৰ্থী ড০ জ্ঞানশ্ৰী বৰাক কতাৰ্ক্ষ কৰি কয় যে, তেওঁ পৰিভ্ৰমী পক্ষী। এতিয়া আহিছে সময়ত পুনৰ উৰি যাব টীয়কত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ বুথ কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি ৰূপজ্যোতি কুৰ্মীয়ে এইদৰে মন্তব্য কৰে
    2
    তিনিদিনে বোলে গা ধোৱা  নাই বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে
সময় নাই জিকিব লাগিব, সমষ্টিৰ উন্নয়ন কৰিব লাগিব সমষ্টিলৈ ন ন আঁচনি আনিব লাগিব ৷ সেয়ে দিনে-নিশাই খাটিছে— ক’লে #ৰূপজ্যোতি কুৰ্মীয়ে
ইপিনে শাস্ত্ৰ সন্মত কথাও অৱতাৰণা কৰি ৰূপজ্যোতিয়ে ক'লে ৰাম-ৰাৱণ দুয়োৱে পূজা কৰিছিল যদিও কৰ্মফল পালে ৰামেহে।
বিপক্ষৰ প্ৰাৰ্থী ড০ জ্ঞানশ্ৰী বৰাক কতাৰ্ক্ষ কৰি কয় যে, তেওঁ পৰিভ্ৰমী পক্ষী। এতিয়া আহিছে সময়ত পুনৰ উৰি যাব
টীয়কত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ বুথ কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি ৰূপজ্যোতি কুৰ্মীয়ে এইদৰে মন্তব্য কৰে
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    4 hrs ago
  • মেৰাপানীত এগৰাকী মহিলাক ঘৰলৈ মাতি ডিঙি চেপি মাৰ পিট কৰাৰ গুৰুত্বৰ অভিযোগ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে l মেৰাপানীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মেৰাপানীৰ ৰামপুৰ গাঁৱত এগৰাকী মহিলাক মাৰপিটৰ ঘটনাৰ গুৰুত্বৰ অভিযোগ এজন লোকৰ বিৰুদ্ধে l বৃহস্পতি বাৰে নিশা ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে মাৰ পিটৰ গুৰুত্বৰ অভিযোগ ভুক্তভোগীৰ গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে গোলাঘাট শ্বহীদ কোশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকে প্ৰেৰন কৰিছে
    1
    মেৰাপানীত এগৰাকী মহিলাক ঘৰলৈ মাতি ডিঙি চেপি  মাৰ পিট  কৰাৰ গুৰুত্বৰ অভিযোগ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে l   মেৰাপানীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মেৰাপানীৰ ৰামপুৰ গাঁৱত এগৰাকী মহিলাক মাৰপিটৰ ঘটনাৰ গুৰুত্বৰ অভিযোগ এজন লোকৰ বিৰুদ্ধে l বৃহস্পতি বাৰে নিশা ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ   আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইদুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে মাৰ পিটৰ গুৰুত্বৰ অভিযোগ ভুক্তভোগীৰ গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে গোলাঘাট শ্বহীদ কোশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকে প্ৰেৰন কৰিছে
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    2 hrs ago
  • খুমটাই বিধান সভা সমষ্টিৰ মৰঙিত ঝাৰখণ্ডৰ মূখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ প্ৰচাৰ সভা। ভাষন প্ৰসংগত মূখ্যমন্ত্ৰী গৰাকীয়ে ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি শাসিত চৰকাৰ খনক।অসমৰ অৱস্থা ডাৱল ইঞ্জিন চৰকাৰৰ দিনত ঝাৰখণ্ড তকৈও শোচনীয়। বিশেষকৈ গাঁও অঞলৰ পথ, মানুহৰ ঘৰ দুৱাৰ, বিজুলী ব্যৱস্থা সকলোৰে অৱস্থা অতিকৈ শোচনীয়। ডাৱল ইঞ্জিন চৰকাৰৰ দিনত চাহ শ্ৰমিকৰ অৱস্থা অতি দুখ লগা।
    2
    খুমটাই  বিধান  সভা সমষ্টিৰ  মৰঙিত ঝাৰখণ্ডৰ  মূখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ প্ৰচাৰ  সভা। ভাষন  প্ৰসংগত  মূখ্যমন্ত্ৰী গৰাকীয়ে ক্ষুৰধাৰ সমালোচনা  কৰে  বিজেপি  শাসিত চৰকাৰ খনক।অসমৰ  অৱস্থা  ডাৱল  ইঞ্জিন  চৰকাৰৰ দিনত ঝাৰখণ্ড তকৈও  শোচনীয়। বিশেষকৈ  গাঁও অঞলৰ পথ, মানুহৰ ঘৰ দুৱাৰ, বিজুলী ব্যৱস্থা  সকলোৰে  অৱস্থা  অতিকৈ  শোচনীয়। ডাৱল ইঞ্জিন চৰকাৰৰ দিনত  চাহ শ্ৰমিকৰ অৱস্থা অতি  দুখ লগা।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    29 min ago
  • Assam dhamaji Ranjit Roy nirdal party balak bormacery Thakur kirtan 2no Karan basti sila pathar
    1
    Assam dhamaji Ranjit Roy nirdal party balak bormacery Thakur kirtan 2no Karan basti sila pathar
    user_Surjo Raj
    Surjo Raj
    চিচিবাৰগাঁও, ধেমাজি, অসম•
    3 hrs ago
  • কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিধায়ক তথা মন্ত্ৰী গ্ৰেবিয়েল ডি ৱাংচুৱে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ সোণাৰি সমষ্টিৰ কাণুবাৰীত নিৰ্বাচন প্ৰচাৰ চলাই ।
    1
    কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিধায়ক তথা মন্ত্ৰী গ্ৰেবিয়েল ডি ৱাংচুৱে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ সোণাৰি সমষ্টিৰ কাণুবাৰীত নিৰ্বাচন প্ৰচাৰ চলাই ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    4 hrs ago
  • ভোটাৰৰ লগত নিৰ্বাচনী প্ৰচাৰত নহয় !কাহিলী পুৱাতে এজাক কনকণ শিশুক লগত লৈ চাইকেল চলাই ভ্ৰমণ কৰিছে ইখনৰ পিছত সিখন গাঁও। মূলত পাৰ্থী গৰাকীয়ে বৰ্তমান সমাজ তথা যুৱ সমাজক,শিশু সকলক চাইকেল চলোৱাৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ বাবে এনেদৰে চাইকেল চলোৱাৰ প্ৰদক্ষেপ গ্ৰহন কৰিছে বুলি জানিব দিয়ে। এই সন্দৰ্ভত চাওক আমাৰ নুমলীগড়ৰ সাংবাদিক ভৰত দাসৰ এক প্ৰতিবেদন।
    1
    ভোটাৰৰ  লগত  নিৰ্বাচনী প্ৰচাৰত নহয় !কাহিলী পুৱাতে এজাক  কনকণ শিশুক লগত  লৈ  চাইকেল চলাই ভ্ৰমণ  কৰিছে ইখনৰ  পিছত  সিখন  গাঁও। মূলত  পাৰ্থী গৰাকীয়ে বৰ্তমান সমাজ তথা  যুৱ  সমাজক,শিশু  সকলক চাইকেল চলোৱাৰ  প্ৰতি  আগ্ৰহী  কৰি তুলিবৰ বাবে  এনেদৰে  চাইকেল চলোৱাৰ প্ৰদক্ষেপ গ্ৰহন কৰিছে বুলি  জানিব  দিয়ে। এই সন্দৰ্ভত চাওক আমাৰ নুমলীগড়ৰ সাংবাদিক ভৰত দাসৰ এক প্ৰতিবেদন।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.