logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ডিব্ৰুগড় জিলাৰ সাধাৰণ জাতি ছাত্ৰীৰ সফলতাঃ সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ অভিনন্দন ডিব্ৰুগড়ৰ জিলাৰ মেধাৱী ছাত্ৰী #অনুৰাধা কাকতিয়ে জেনেভাৰ "ৱৰ্ল্ড ইক’নমিক ফ’ৰাম" World Economic Forum ত Consultant হিচাপে নিযুক্তি লাভ কৰি জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ উল্লেখ যে, মেধাৱী ছাত্ৰীগৰাকীৰ সফলতাত "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম" উৎফুল্লিত হৈ পৰিছে ৷ সংবাদমাধ্যমৰ যোগেদি ডিব্ৰুগড় জিলা সাধাৰণ জাতি সুৰক্ষা সন্মিলন, তিনিচুকীয়া জিলা সাধাৰণ জাতি সুৰক্ষা সন্মিলন এ মেধাৱী ছাত্ৰী অনুৰাধা কাকতিক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ৷ শুক্ৰবাৰে ডিব্ৰুগড়ৰ যুৱতীগৰাকীয়ে উক্ত প্রতিষ্ঠানত যোগদান কৰিছে। নতুন দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা স্নাতক, জেনেভাৰ এখন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰা অনুৰাধা কাকতি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি আৰু মৌচুমী কাকতিৰ কন্যা।

on 10 March
user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
সাংবাদিক Sivasagar, Assam•
on 10 March
fd466165-b694-411f-a29a-cf08ad0edb8a

ডিব্ৰুগড় জিলাৰ সাধাৰণ জাতি ছাত্ৰীৰ সফলতাঃ সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ অভিনন্দন ডিব্ৰুগড়ৰ জিলাৰ মেধাৱী ছাত্ৰী #অনুৰাধা কাকতিয়ে জেনেভাৰ "ৱৰ্ল্ড ইক’নমিক ফ’ৰাম" World Economic Forum ত Consultant হিচাপে নিযুক্তি লাভ কৰি জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ উল্লেখ যে, মেধাৱী ছাত্ৰীগৰাকীৰ সফলতাত "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম" উৎফুল্লিত হৈ পৰিছে ৷ সংবাদমাধ্যমৰ যোগেদি ডিব্ৰুগড় জিলা সাধাৰণ জাতি সুৰক্ষা সন্মিলন, তিনিচুকীয়া জিলা সাধাৰণ জাতি সুৰক্ষা সন্মিলন এ মেধাৱী ছাত্ৰী অনুৰাধা কাকতিক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ৷ শুক্ৰবাৰে ডিব্ৰুগড়ৰ যুৱতীগৰাকীয়ে উক্ত প্রতিষ্ঠানত যোগদান কৰিছে। নতুন দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা স্নাতক, জেনেভাৰ এখন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰা অনুৰাধা কাকতি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি আৰু মৌচুমী কাকতিৰ কন্যা।

More news from অসম and nearby areas
  • বিহুৰ আনন্দত মতলীয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ককাল ঘুৰাই নাছিলে এপাক
    1
    বিহুৰ আনন্দত মতলীয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ককাল ঘুৰাই নাছিলে এপাক
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    18 hrs ago
  • MAJULI BREAKING @  ৰঙালী বিহুৰ  আনন্দৰ উল্লাসৰ  মাজতে মাজুলীত দুৰ্ভাগ্যজনক ঘটনা ।।  ফেৰী পৰা পানীত পৰা  যুৱক জনৰ কোনো তথ্য নাই আভ্যান্ত্ৰৰীণ জল পৰিৱহণ বিভাগৰ হাতত। যুৱক জনলৈ পৰিয়ালৰ লোকে ফোন কৰি নোপোৱাত হে গম পোৱা গৈছে যে যুৱক জন যে পানীত পৰিল। প্ৰীতিস নামৰ ফেৰী খনে অত্যাধিক যাত্ৰী কঢ়িয়াই নিছিল। ইমান ডাঙৰ ঘটনাৰ পিছতো কিন্তু কমলাবাৰী নিমাতী ঘাটত দায়িত্বত থকা অভিযন্ত্ৰা গৰাকী কনী আমলেত কৰি ভাত খোৱা ব্যস্ত ফেৰী পৰা পানীত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা বুলি জানিব পৰা গৈছে। পানীত পৰা যুৱক জনৰ ঘৰ মাজুলী বৰতানী গাৱঁৰ বুলি জানিব পৰা গৈছে। কমলাবাৰী পাৰঘাটৰ পৰা নিমাতী ঘাট অভিমুখী যাত্ৰীবাহী নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা।. @ কমলাবাৰী পাৰঘাটৰ পৰা ১০ বজাত নিমাতী ঘাটলৈ গৈ থকা  এছ বি প্ৰীতিস নামৰ নাওখনৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল  যুৱক জন । @ SDRF বাহিনী ঘটনা স্থলীলৈ ৰাওনা হৈ বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যুৱক জন।
    1
    MAJULI BREAKING
@  ৰঙালী বিহুৰ  আনন্দৰ উল্লাসৰ  মাজতে মাজুলীত দুৰ্ভাগ্যজনক ঘটনা ।। 
ফেৰী পৰা পানীত পৰা  যুৱক জনৰ কোনো তথ্য নাই আভ্যান্ত্ৰৰীণ জল পৰিৱহণ বিভাগৰ হাতত।
যুৱক জনলৈ পৰিয়ালৰ লোকে ফোন কৰি নোপোৱাত হে গম পোৱা গৈছে যে যুৱক জন যে পানীত পৰিল।
প্ৰীতিস নামৰ ফেৰী খনে অত্যাধিক যাত্ৰী কঢ়িয়াই নিছিল।
ইমান ডাঙৰ ঘটনাৰ পিছতো কিন্তু কমলাবাৰী নিমাতী ঘাটত দায়িত্বত থকা অভিযন্ত্ৰা গৰাকী কনী আমলেত কৰি ভাত খোৱা ব্যস্ত
ফেৰী পৰা পানীত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা বুলি জানিব পৰা গৈছে।
পানীত পৰা যুৱক জনৰ ঘৰ মাজুলী বৰতানী গাৱঁৰ বুলি জানিব পৰা গৈছে।
কমলাবাৰী পাৰঘাটৰ পৰা নিমাতী ঘাট অভিমুখী যাত্ৰীবাহী নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা।.
@ কমলাবাৰী পাৰঘাটৰ পৰা ১০ বজাত নিমাতী ঘাটলৈ গৈ থকা  এছ বি প্ৰীতিস নামৰ নাওখনৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল  যুৱক জন ।
@ SDRF বাহিনী ঘটনা স্থলীলৈ ৰাওনা হৈ বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যুৱক জন।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    18 hrs ago
  • ইংৰাজী, অসমীয়া, গণিত, সাধাৰণ বিজ্ঞান, সমাজবিজ্ঞান আৰু আই,টি আদি প্ৰতিটো বিষয়তে নব্বৈ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ফাৰজানা তাচনিম নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ তাৰাবাৰীৰ অৱসৰ প্ৰাপ্ত শিক্ষক উবাইদুল্লাহৰ কণ্যা ফাৰজানা তাচনিমে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা। আমাৰ সাংবাদিকে প্ৰাঞ্জল শইকীয়াই এই কৃতি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এই প্ৰতিবেদন যুগুত কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।
    1
    ইংৰাজী, অসমীয়া, গণিত, সাধাৰণ বিজ্ঞান, সমাজবিজ্ঞান আৰু আই,টি আদি প্ৰতিটো বিষয়তে নব্বৈ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ফাৰজানা তাচনিম নামৰ এগৰাকী ছাত্ৰীয়ে।
ৰূপহীহাটৰ তাৰাবাৰীৰ অৱসৰ প্ৰাপ্ত  শিক্ষক উবাইদুল্লাহৰ কণ্যা ফাৰজানা তাচনিমে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা। আমাৰ সাংবাদিকে প্ৰাঞ্জল শইকীয়াই এই কৃতি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এই প্ৰতিবেদন যুগুত কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • 📌লোকসভাৰ অধিবেশনত মহিলা সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ বিধেয়কক লৈ বিজেপিক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ 📌মহিলাৰ সংৰক্ষণ বিধেয়কক লৈ বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ 📌মহিলাক প্ৰতিনিধিত্ব দিয়াৰ পৰিৱৰ্তে বিধেয়কখনক লৈ ৰাজনীতি কৰাৰ ইংগিত বিজেপিৰ বিৰুদ্ধে #LokSabha #WomenReservation #GauravGogoi
    1
    📌লোকসভাৰ অধিবেশনত মহিলা সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ বিধেয়কক লৈ বিজেপিক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ
📌মহিলাৰ সংৰক্ষণ বিধেয়কক লৈ বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ
📌মহিলাক প্ৰতিনিধিত্ব দিয়াৰ পৰিৱৰ্তে বিধেয়কখনক লৈ ৰাজনীতি কৰাৰ ইংগিত বিজেপিৰ বিৰুদ্ধে
#LokSabha #WomenReservation #GauravGogoi
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    15 hrs ago
  • ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত । উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।
    1
    ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত
ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। 
কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া  ডকাইতৰ দলে চলাইছিল লুট-পাত । 
উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    20 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত ছাগলী চোৰৰ সন্দেহত এগৰাকী যুৱকক আটক কৰি উত্তমমাধ্যম দিলে ৰাইজে ৷ যুৱকজনক উত্তমমাধ্যম দি পিছলৈ ঢেকীয়াজুলি আৰক্ষীক গতালে ক্ষোভিত ৰাইজে
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত ছাগলী চোৰৰ সন্দেহত এগৰাকী যুৱকক আটক কৰি উত্তমমাধ্যম দিলে ৰাইজে ৷ যুৱকজনক উত্তমমাধ্যম দি পিছলৈ ঢেকীয়াজুলি আৰক্ষীক গতালে ক্ষোভিত ৰাইজে
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    15 hrs ago
  • এই নতুন বছৰটি আপোনাৰ কেনে যাব? ব্যৱসায় বানিজ্য, পাৰিবাৰিক সমস্যা, মেল মুকৰ্দ্দমা, গৃহদোষ, কালদোষ, ৰাহু, কেতু , শণিৰ প্ৰভাৱ পৰিব নেকি আহি থকা বছৰটিত? আপুনি যদি ইয়াকে লৈ সমস্যাত পৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষতে আছে Astrologer Sulman ওৰফে চুলমান কবিৰাজ।
    1
    এই নতুন বছৰটি আপোনাৰ কেনে যাব? ব্যৱসায় বানিজ্য, পাৰিবাৰিক সমস্যা, মেল মুকৰ্দ্দমা, গৃহদোষ, কালদোষ, ৰাহু, কেতু , শণিৰ প্ৰভাৱ পৰিব নেকি আহি থকা বছৰটিত? 
আপুনি যদি ইয়াকে লৈ সমস্যাত পৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষতে আছে Astrologer Sulman ওৰফে চুলমান কবিৰাজ।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    13 hrs ago
  • সমূহ অসমবাসী ৰাইজলৈ চলমান এষ্ট্ৰ'লজাৰে অসমীয়া নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে #viralpost #ytshort
    1
    সমূহ অসমবাসী ৰাইজলৈ চলমান এষ্ট্ৰ'লজাৰে অসমীয়া নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে 
#viralpost #ytshort
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    23 hrs ago
  • Post by Arun Ali
    1
    Post by Arun Ali
    user_Arun Ali
    Arun Ali
    ছাগলাগাম চাৰ্কল, আঞ্জাও, অৰুণাচল প্ৰদেশ•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.