logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন গৰু সৰবৰাহকাৰীক লগতে জব্দ কৰে বাহন পুনৰ বুধবাৰে মাজনিশা ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজন গৰু সৰবৰাহকাৰীক ।ছয়গাঁৱৰ উকিয়াম পথেৰে চোৰাং গৰু লৈ যোৱাৰ খবৰ লাভ কৰি মাজনিশা অভিযানলৈ ৰাওনা হয় ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দুৱাৰাই ।ছয়গাঁও আৰক্ষীৰ বৃহৎ এটা দলে নিশা হোৱাৰ লগে লগে দৈনিক চোৰাং গৰুৰ বিৰুদ্ধে চলাই আহিছে অভিযান । ইতিমধ্যে ছয়গাঁও আৰক্ষীয়ে নিদ্ৰা হৰণ কৰিছে গৰু চোৰৰ । AS-01, HC- 9647 নম্বৰৰ DI গাড়ীখনত ৮ টা বলধ গৰু আৰু গাড়ীখনৰ পিছে পিছে কেইজনমান লোকে ৬ টা গৰু মেঘালয়লৈ নি থাকোতে আৰক্ষীয়ে গাড়ীখন ৰবলৈ সংকেত দিয়ে । পিছে আৰক্ষীক দেখি গাড়ীখনৰ পিছে পিছে আহি থকা গৰু সৰবৰাহকাৰী কেইজনে গৰু এৰি আন্ধাৰ সুযোগ লৈ জংঘল মাজলৈ পলায়ন কৰে । লগে লগে ছয়গাঁও আৰক্ষীয়ে D.I গাড়ীখন জব্দ কৰি চালক পান্টানৰ অঞ্জন ৰাভা(২৮) আৰু হেন্দিমেন ৰীহাবাৰীৰ মৃদুল বড়ো(২৫)ক আটক কৰি ছয়গাঁও থানালৈ লৈ আহে । সম্প্ৰতি ছয়গাঁও আৰক্ষীয়ে গৰু সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে ।

9 hrs ago
user_TIME OF ASSAM
TIME OF ASSAM
ছয়গাঁও, কামৰূপ, অসম•
9 hrs ago

ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন গৰু সৰবৰাহকাৰীক লগতে জব্দ কৰে বাহন পুনৰ বুধবাৰে মাজনিশা ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজন গৰু সৰবৰাহকাৰীক ।ছয়গাঁৱৰ উকিয়াম পথেৰে চোৰাং গৰু লৈ যোৱাৰ খবৰ লাভ কৰি মাজনিশা অভিযানলৈ ৰাওনা হয় ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দুৱাৰাই ।ছয়গাঁও আৰক্ষীৰ বৃহৎ এটা দলে নিশা হোৱাৰ লগে লগে দৈনিক চোৰাং গৰুৰ বিৰুদ্ধে চলাই আহিছে অভিযান । ইতিমধ্যে ছয়গাঁও আৰক্ষীয়ে নিদ্ৰা হৰণ কৰিছে গৰু চোৰৰ । AS-01, HC- 9647 নম্বৰৰ DI গাড়ীখনত ৮ টা বলধ গৰু আৰু গাড়ীখনৰ পিছে পিছে কেইজনমান লোকে ৬ টা গৰু মেঘালয়লৈ নি থাকোতে আৰক্ষীয়ে গাড়ীখন ৰবলৈ সংকেত দিয়ে । পিছে আৰক্ষীক দেখি গাড়ীখনৰ পিছে পিছে আহি থকা গৰু সৰবৰাহকাৰী কেইজনে গৰু এৰি আন্ধাৰ সুযোগ লৈ জংঘল মাজলৈ পলায়ন কৰে । লগে লগে ছয়গাঁও আৰক্ষীয়ে D.I গাড়ীখন জব্দ কৰি চালক পান্টানৰ অঞ্জন ৰাভা(২৮) আৰু হেন্দিমেন ৰীহাবাৰীৰ মৃদুল বড়ো(২৫)ক আটক কৰি ছয়গাঁও থানালৈ লৈ আহে । সম্প্ৰতি ছয়গাঁও আৰক্ষীয়ে গৰু সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে ।

More news from Kamrup Metro and nearby areas
  • 📌দ্বীপেন বড়োয়ে BPFৰ একো ক্ষতি কৰিব নোৱাৰে” — হাগ্ৰামা মহিলাৰীৰ সোজা চেলেঞ্জ! 📌ABSUৰ সভাপতি দ্বীপেন বড়োক লৈ হাগ্ৰামা মহিলাৰীৰ তীব্ৰ মন্তব্য 📌কংগ্ৰেছ, বিজেপি বা UPPLলৈ যাওক… BPFক একো নহয়!” — হাগ্ৰামা মহিলাৰী #HagramaMohilary #DipenBoro #ABSU #BPF #BodolandPolitics #AssamPolitics #UPPL #Congress #BJPAssam #NewsAssam #AssamNews #ViralNews
    1
    📌দ্বীপেন বড়োয়ে BPFৰ একো ক্ষতি কৰিব নোৱাৰে” — হাগ্ৰামা মহিলাৰীৰ সোজা চেলেঞ্জ!
📌ABSUৰ সভাপতি দ্বীপেন বড়োক লৈ হাগ্ৰামা মহিলাৰীৰ তীব্ৰ মন্তব্য
📌কংগ্ৰেছ, বিজেপি বা UPPLলৈ যাওক… BPFক একো নহয়!” — হাগ্ৰামা মহিলাৰী
#HagramaMohilary
#DipenBoro
#ABSU
#BPF
#BodolandPolitics
#AssamPolitics
#UPPL
#Congress
#BJPAssam
#NewsAssam
#AssamNews
#ViralNews
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    10 hrs ago
  • Madhya Ming Mang gaon Panchayat . Village: No 1 Dharmapur PO : Kadamguri District: Dhemaji Block: Bordoloni PIN: 787034
    4
    Madhya Ming Mang gaon Panchayat .
Village: No 1 Dharmapur 
PO : Kadamguri 
District: Dhemaji
Block: Bordoloni 
PIN: 787034
    user_Migom tayung
    Migom tayung
    মাওথাড্ৰাইছান, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    11 hrs ago
  • Post by Shariful Islam
    1
    Post by Shariful Islam
    user_Shariful Islam
    Shariful Islam
    Wedding service বৰপেটা, বৰপেটা, অসম•
    20 hrs ago
  • মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক। মেঘালয়ৰ তুৰাত সংঘটিত অপ্ৰীতিকৰ ঘটনাত আৱদ্ধ হৈ পৰিছে তামুলপুৰ জিলাৰ নাৰায়ণপুৰ গাঁওৰ প্ৰায় ১১ গৰাকী শ্ৰমিক। ভয়,শংকা আতংকৰ মাজত দিন কটাব লগা হৈছে শ্ৰমিক কেইজনৰ।নিৰাপত্তাহীনতাত ভুগি পৰিয়ালক ফোন অসহায় শ্ৰমিক সকলৰ। ঘটনাৰ শিহৰণ বৰ্ণনা শুনি অধিক চিন্তিত শ্ৰমিক পৰিয়ালৰ লোকৰ। শ্ৰমিক কেইজনৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। যিকোনো প্ৰকাৰে অসমৰ শ্ৰমিক কেইজনক সুকলমে নিজ ঘৰলৈ অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ লগতে তামুলপুৰ আৰক্ষী প্ৰশাসনকো জনাইছে কাতৰ আহ্বান। নিজ সন্তান,স্বামীক সুৰক্ষিত ভাৱে ঘৰলৈ অনাৰ বাবে ইতিমধ্যে স্থানীয় প্ৰশাসনৰ সৈতেও কৰিছে যোগাযোগ। চিন্তিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। আৱদ্ধ হৈ পৰা শ্ৰমিক সকলৰ নাম ৰঞ্জিত তালুকদাৰ,উদয় দাস,হৰকুমাৰ দাস,আকাশ দাস,সুকুমাৰ দাস,অনিল দাস,শহাদেৱ দাস,প্ৰাণজিত দাস,মদন বিশ্বাস,অমৰ বিশ্বাস,ৰূপম বিশ্বাস।
    3
    মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক। মেঘালয়ৰ তুৰাত সংঘটিত অপ্ৰীতিকৰ ঘটনাত আৱদ্ধ হৈ পৰিছে তামুলপুৰ জিলাৰ নাৰায়ণপুৰ গাঁওৰ প্ৰায় ১১ গৰাকী শ্ৰমিক। 
ভয়,শংকা আতংকৰ মাজত দিন কটাব লগা হৈছে শ্ৰমিক কেইজনৰ।নিৰাপত্তাহীনতাত ভুগি পৰিয়ালক ফোন অসহায় শ্ৰমিক সকলৰ। ঘটনাৰ শিহৰণ বৰ্ণনা শুনি অধিক চিন্তিত শ্ৰমিক পৰিয়ালৰ লোকৰ। শ্ৰমিক কেইজনৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। যিকোনো প্ৰকাৰে অসমৰ শ্ৰমিক কেইজনক সুকলমে  নিজ ঘৰলৈ অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ লগতে তামুলপুৰ আৰক্ষী প্ৰশাসনকো জনাইছে কাতৰ আহ্বান। 
নিজ সন্তান,স্বামীক সুৰক্ষিত ভাৱে ঘৰলৈ অনাৰ বাবে ইতিমধ্যে স্থানীয় প্ৰশাসনৰ সৈতেও কৰিছে যোগাযোগ। চিন্তিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। 
আৱদ্ধ হৈ পৰা শ্ৰমিক সকলৰ নাম ৰঞ্জিত তালুকদাৰ,উদয় দাস,হৰকুমাৰ দাস,আকাশ দাস,সুকুমাৰ দাস,অনিল দাস,শহাদেৱ দাস,প্ৰাণজিত দাস,মদন বিশ্বাস,অমৰ বিশ্বাস,ৰূপম বিশ্বাস।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    7 hrs ago
  • কলগাছিয়াৰ টাপেশ্বৰাত ৰাস্তা নিৰ্মাণৰ কাম উদ্বোধন বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ। তাপেশ্বৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত অৰুণোদয় হাইস্কুলৰ পৰা লাকী বজাৰ (গৰম বজাৰ) লৈ যোৱা ৰাস্তাৰ SOPD-G ২০২৫-২৬ ৰ অধীনত কামৰ শুভ উদ্বোধন কৰে বিধায়ক হাফিজ ৰফিকুল ইছলামে আৰু উক্ত সভাত উপস্থিত থাকে তাপেশ্বৰা গাওঁ পঞ্চায়তৰ সভাপতি ছাইফুল ইছলামৰ লগতে গণ্য মান্য ব্যক্তি সকল।
    1
    কলগাছিয়াৰ টাপেশ্বৰাত ৰাস্তা নিৰ্মাণৰ কাম উদ্বোধন বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ। তাপেশ্বৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত অৰুণোদয় হাইস্কুলৰ পৰা লাকী বজাৰ (গৰম বজাৰ) লৈ যোৱা ৰাস্তাৰ SOPD-G ২০২৫-২৬ ৰ অধীনত কামৰ শুভ উদ্বোধন কৰে বিধায়ক হাফিজ ৰফিকুল ইছলামে আৰু উক্ত সভাত উপস্থিত থাকে তাপেশ্বৰা গাওঁ পঞ্চায়তৰ সভাপতি ছাইফুল ইছলামৰ লগতে গণ্য মান্য ব্যক্তি সকল।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    8 hrs ago
  • -মৰিগাঁৱত দ্বিতীয় দিনা কৃষক মেলা আৰু কৃষি সামগ্ৰী প্ৰদৰ্শনী অনুষ্ঠান* -মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত CSS_ ATMA আচনিৰ অধীনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৃষক মেলাৰ আজি দ্বিতীয় দিন।* কৃষক মেলাত কৃষক সকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ যাতে বজাৰত উচিত মূল্য পাই তাৰ বাবে এক প্ৰশিক্ষণৰো ব্যবস্থা কৰা হয়। থলুৱা কৃষক সকলে যাতে ডিজিটেল মাৰ্কেটিং কৰিব পাৰে তাৰ বাবে এক ডিজিটেল এপৰ ব্যবস্থা কৰে কৃষি বিভাগে।* *জিলা কৃষি বিষয়া দিব্যজ্যোতি হাজৰিকা আৰু কৃষক মানস কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়
    1
    -মৰিগাঁৱত দ্বিতীয় দিনা কৃষক মেলা আৰু কৃষি সামগ্ৰী প্ৰদৰ্শনী অনুষ্ঠান*
-মৰিগাঁও জিলা কৃষি বিভাগৰ  উদ্যোগত CSS_ ATMA আচনিৰ  অধীনত  দুদিনীয়া  কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৃষক  মেলাৰ আজি দ্বিতীয় দিন।*
কৃষক মেলাত কৃষক সকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ যাতে বজাৰত উচিত মূল্য পাই তাৰ বাবে এক প্ৰশিক্ষণৰো ব্যবস্থা কৰা হয়। থলুৱা কৃষক সকলে যাতে ডিজিটেল মাৰ্কেটিং কৰিব পাৰে তাৰ বাবে এক ডিজিটেল এপৰ ব্যবস্থা কৰে কৃষি বিভাগে।*
*জিলা কৃষি বিষয়া দিব্যজ্যোতি হাজৰিকা আৰু কৃষক মানস কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    9 hrs ago
  • 📌বৰপেটা মেডিকেল কলেজৰ নাম বিতৰ্ক! ফখৰুদ্দিন আলী আহমেদৰ নাম বাদত শ্বেৰমান আলীৰ নাতিশীতোষ্ণ প্ৰতিক্ৰিয়া 📌 ফখৰুদ্দিন আলী আহমেদৰ নাম বাদ! কি ক’লে বিধায়ক শ্বেৰমান আলীয়ে? 📌 বৰপেটা মেডিকেল কলেজৰ নামক লৈ নতুন বিতৰ্ক, শ্বেৰমান আলীৰ গুৰুত্বপূৰ্ণ মন্তব্য #BarpetaMedicalCollege #ShermanAli #AssamPolitics #AssamNews #FakhruddinAliAhmed #HimantaBiswaSarma #BreakingNewsAssam #NewsAssam #ViralNews #Assam
    1
    📌বৰপেটা মেডিকেল কলেজৰ নাম বিতৰ্ক! ফখৰুদ্দিন আলী আহমেদৰ নাম বাদত শ্বেৰমান আলীৰ নাতিশীতোষ্ণ প্ৰতিক্ৰিয়া
📌 ফখৰুদ্দিন আলী আহমেদৰ নাম বাদ! কি ক’লে বিধায়ক শ্বেৰমান আলীয়ে?
📌 বৰপেটা মেডিকেল কলেজৰ নামক লৈ নতুন বিতৰ্ক, শ্বেৰমান আলীৰ গুৰুত্বপূৰ্ণ মন্তব্য
#BarpetaMedicalCollege
#ShermanAli
#AssamPolitics
#AssamNews
#FakhruddinAliAhmed
#HimantaBiswaSarma
#BreakingNewsAssam
#NewsAssam
#ViralNews
#Assam
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    10 hrs ago
  • তামুলপুৰৰ পশ্চিম বগাজুলিৰ চেগুনবাৰীত বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন। আজি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে প্ৰতিমূৰ্তিটো। প্ৰায় ৭ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তি এক মাংগলিক পৰিৱেশত উন্মোচন কৰাৰ পিছতে দল সংগঠনৰ লোক সকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে একতাৰ বান্ধোনেৰে সকলোয়ে এক গোট হোৱা দেখা যায়।অনুষ্ঠানত মুণ্ডাৰী সাহিত্য সভা,আদিবাসী ছাত্ৰ সন্থা, চাউতাল ছাত্ৰ সন্থা, আছু,আটছাৰ কর্মী বৃন্দই উপস্থিত থাকি বিৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৰ্বাত্মক বিপ্লৱেৰে ব্ৰিটিছৰ সবল ভেটি কঁপাই তোলা মহান সেনানি গৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মানৰ দ্বাৰা তেখেতৰ জীৱনগাঁথাৰে অঞ্চলটোলৈ এক নতুন উৎসাহ প্ৰদান কৰিব বুলি উল্লেখ স্থানীয় বিধায়কৰ।ইপিনে, ৰঙিয়া-ভূটান পথৰ কাষতে নিৰ্মান কৰি উলিওৱা এই প্ৰতিমূৰ্তিয়ে জনজাতি গৌৰৱৰ এক প্ৰতীক হৈ ৰব বুলিও উপস্থিত লোকে মন্ত্যৱ আগবঢ়াই।
    4
    তামুলপুৰৰ পশ্চিম বগাজুলিৰ চেগুনবাৰীত বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন। আজি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে প্ৰতিমূৰ্তিটো। প্ৰায় ৭ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তি এক মাংগলিক পৰিৱেশত উন্মোচন কৰাৰ পিছতে দল সংগঠনৰ লোক সকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে একতাৰ বান্ধোনেৰে সকলোয়ে এক গোট হোৱা দেখা যায়।অনুষ্ঠানত মুণ্ডাৰী সাহিত্য সভা,আদিবাসী ছাত্ৰ সন্থা, চাউতাল ছাত্ৰ সন্থা, আছু,আটছাৰ কর্মী বৃন্দই উপস্থিত থাকি বিৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 
সৰ্বাত্মক বিপ্লৱেৰে ব্ৰিটিছৰ সবল ভেটি কঁপাই তোলা মহান সেনানি গৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মানৰ দ্বাৰা তেখেতৰ জীৱনগাঁথাৰে অঞ্চলটোলৈ এক নতুন উৎসাহ প্ৰদান কৰিব বুলি উল্লেখ স্থানীয় বিধায়কৰ।ইপিনে, ৰঙিয়া-ভূটান পথৰ কাষতে নিৰ্মান কৰি উলিওৱা এই প্ৰতিমূৰ্তিয়ে জনজাতি গৌৰৱৰ এক প্ৰতীক হৈ ৰব বুলিও উপস্থিত লোকে মন্ত্যৱ  আগবঢ়াই।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    7 hrs ago
  • ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি কৰা সন্দৰ্ভত অধিবক্তা নুৰজামালৰ মন্তব্যঃ #Barpetakhabar #বৰপেটাখবৰ #NewsUpdate
    1
    ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি কৰা সন্দৰ্ভত অধিবক্তা নুৰজামালৰ মন্তব্যঃ
#Barpetakhabar #বৰপেটাখবৰ #NewsUpdate
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.