logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তামুলপুৰৰ পশ্চিম বগাজুলিৰ চেগুনবাৰীত বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন। তামুলপুৰৰ পশ্চিম বগাজুলিৰ চেগুনবাৰীত বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন। আজি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে প্ৰতিমূৰ্তিটো। প্ৰায় ৭ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তি এক মাংগলিক পৰিৱেশত উন্মোচন কৰাৰ পিছতে দল সংগঠনৰ লোক সকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে একতাৰ বান্ধোনেৰে সকলোয়ে এক গোট হোৱা দেখা যায়।অনুষ্ঠানত মুণ্ডাৰী সাহিত্য সভা,আদিবাসী ছাত্ৰ সন্থা, চাউতাল ছাত্ৰ সন্থা, আছু,আটছাৰ কর্মী বৃন্দই উপস্থিত থাকি বিৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৰ্বাত্মক বিপ্লৱেৰে ব্ৰিটিছৰ সবল ভেটি কঁপাই তোলা মহান সেনানি গৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মানৰ দ্বাৰা তেখেতৰ জীৱনগাঁথাৰে অঞ্চলটোলৈ এক নতুন উৎসাহ প্ৰদান কৰিব বুলি উল্লেখ স্থানীয় বিধায়কৰ।ইপিনে, ৰঙিয়া-ভূটান পথৰ কাষতে নিৰ্মান কৰি উলিওৱা এই প্ৰতিমূৰ্তিয়ে জনজাতি গৌৰৱৰ এক প্ৰতীক হৈ ৰব বুলিও উপস্থিত লোকে মন্ত্যৱ আগবঢ়াই।

9 hrs ago
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
9 hrs ago

তামুলপুৰৰ পশ্চিম বগাজুলিৰ চেগুনবাৰীত বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন। তামুলপুৰৰ পশ্চিম বগাজুলিৰ চেগুনবাৰীত বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন। আজি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে প্ৰতিমূৰ্তিটো। প্ৰায় ৭ ফুট উচ্চতাৰ

এই প্ৰতিমূৰ্তি এক মাংগলিক পৰিৱেশত উন্মোচন কৰাৰ পিছতে দল সংগঠনৰ লোক সকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে একতাৰ বান্ধোনেৰে সকলোয়ে এক গোট হোৱা দেখা যায়।অনুষ্ঠানত মুণ্ডাৰী সাহিত্য সভা,আদিবাসী ছাত্ৰ সন্থা, চাউতাল

ছাত্ৰ সন্থা, আছু,আটছাৰ কর্মী বৃন্দই উপস্থিত থাকি বিৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৰ্বাত্মক বিপ্লৱেৰে ব্ৰিটিছৰ সবল ভেটি কঁপাই তোলা মহান সেনানি গৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মানৰ দ্বাৰা তেখেতৰ জীৱনগাঁথাৰে অঞ্চলটোলৈ

এক নতুন উৎসাহ প্ৰদান কৰিব বুলি উল্লেখ স্থানীয় বিধায়কৰ।ইপিনে, ৰঙিয়া-ভূটান পথৰ কাষতে নিৰ্মান কৰি উলিওৱা এই প্ৰতিমূৰ্তিয়ে জনজাতি গৌৰৱৰ এক প্ৰতীক হৈ ৰব বুলিও উপস্থিত লোকে মন্ত্যৱ আগবঢ়াই।

More news from অসম and nearby areas
  • মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক। মেঘালয়ৰ তুৰাত সংঘটিত অপ্ৰীতিকৰ ঘটনাত আৱদ্ধ হৈ পৰিছে তামুলপুৰ জিলাৰ নাৰায়ণপুৰ গাঁওৰ প্ৰায় ১১ গৰাকী শ্ৰমিক। ভয়,শংকা আতংকৰ মাজত দিন কটাব লগা হৈছে শ্ৰমিক কেইজনৰ।নিৰাপত্তাহীনতাত ভুগি পৰিয়ালক ফোন অসহায় শ্ৰমিক সকলৰ। ঘটনাৰ শিহৰণ বৰ্ণনা শুনি অধিক চিন্তিত শ্ৰমিক পৰিয়ালৰ লোকৰ। শ্ৰমিক কেইজনৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। যিকোনো প্ৰকাৰে অসমৰ শ্ৰমিক কেইজনক সুকলমে নিজ ঘৰলৈ অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ লগতে তামুলপুৰ আৰক্ষী প্ৰশাসনকো জনাইছে কাতৰ আহ্বান। নিজ সন্তান,স্বামীক সুৰক্ষিত ভাৱে ঘৰলৈ অনাৰ বাবে ইতিমধ্যে স্থানীয় প্ৰশাসনৰ সৈতেও কৰিছে যোগাযোগ। চিন্তিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। আৱদ্ধ হৈ পৰা শ্ৰমিক সকলৰ নাম ৰঞ্জিত তালুকদাৰ,উদয় দাস,হৰকুমাৰ দাস,আকাশ দাস,সুকুমাৰ দাস,অনিল দাস,শহাদেৱ দাস,প্ৰাণজিত দাস,মদন বিশ্বাস,অমৰ বিশ্বাস,ৰূপম বিশ্বাস।
    3
    মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক। মেঘালয়ৰ তুৰাত সংঘটিত অপ্ৰীতিকৰ ঘটনাত আৱদ্ধ হৈ পৰিছে তামুলপুৰ জিলাৰ নাৰায়ণপুৰ গাঁওৰ প্ৰায় ১১ গৰাকী শ্ৰমিক। 
ভয়,শংকা আতংকৰ মাজত দিন কটাব লগা হৈছে শ্ৰমিক কেইজনৰ।নিৰাপত্তাহীনতাত ভুগি পৰিয়ালক ফোন অসহায় শ্ৰমিক সকলৰ। ঘটনাৰ শিহৰণ বৰ্ণনা শুনি অধিক চিন্তিত শ্ৰমিক পৰিয়ালৰ লোকৰ। শ্ৰমিক কেইজনৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। যিকোনো প্ৰকাৰে অসমৰ শ্ৰমিক কেইজনক সুকলমে  নিজ ঘৰলৈ অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ লগতে তামুলপুৰ আৰক্ষী প্ৰশাসনকো জনাইছে কাতৰ আহ্বান। 
নিজ সন্তান,স্বামীক সুৰক্ষিত ভাৱে ঘৰলৈ অনাৰ বাবে ইতিমধ্যে স্থানীয় প্ৰশাসনৰ সৈতেও কৰিছে যোগাযোগ। চিন্তিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। 
আৱদ্ধ হৈ পৰা শ্ৰমিক সকলৰ নাম ৰঞ্জিত তালুকদাৰ,উদয় দাস,হৰকুমাৰ দাস,আকাশ দাস,সুকুমাৰ দাস,অনিল দাস,শহাদেৱ দাস,প্ৰাণজিত দাস,মদন বিশ্বাস,অমৰ বিশ্বাস,ৰূপম বিশ্বাস।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    9 hrs ago
  • ৰঙিয়াত ৪০ কোটি টকা ব্যয়সাপেক্ষে ‘অসম মালা ৩.০’ আঁচনিৰ অধীনত চেপ্তি চ 'কৰ পৰা কুলহাটী পথ নিৰ্মাণৰ শিলান্যাস। দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে অসম মালা ৩.০ অধীনত অসমৰ ৭০ টাকৈ বৃহৎ পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভনী কৰাৰ অংশস্বৰূপে ৰঙিয়াৰ চেপ্তি চ'ক-কুলহাটী পথ সংযোগী পথ চোৱা সৱলীকৰণ আৰু বহলীকৰণ জৰিয়তে ৪০ কোটি টকা ব্যয় সাপেক্ষে ১০ কিলোমিটাৰ দৈঘ্যৰ বৃহৎ পথটি নিৰ্মাণ কাৰ্যৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভনী কৰে । তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক ভবেশ কলিতাই পথটিৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
    1
    ৰঙিয়াত ৪০ কোটি টকা ব্যয়সাপেক্ষে ‘অসম মালা ৩.০’ আঁচনিৰ অধীনত চেপ্তি চ 'কৰ পৰা কুলহাটী পথ নিৰ্মাণৰ শিলান্যাস।
দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে অসম মালা ৩.০  অধীনত অসমৰ ৭০ টাকৈ বৃহৎ পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভনী কৰাৰ অংশস্বৰূপে ৰঙিয়াৰ চেপ্তি চ'ক-কুলহাটী পথ সংযোগী পথ চোৱা সৱলীকৰণ আৰু বহলীকৰণ জৰিয়তে ৪০ কোটি টকা ব্যয় সাপেক্ষে ১০ কিলোমিটাৰ দৈঘ্যৰ বৃহৎ পথটি নিৰ্মাণ কাৰ্যৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভনী কৰে । তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক ভবেশ কলিতাই পথটিৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    3 hrs ago
  • Post by Rabinrda Gour
    9
    Post by Rabinrda Gour
    user_Rabinrda Gour
    Rabinrda Gour
    বৰমা (পিটি), নলবাৰী, অসম•
    17 hrs ago
  • Bazar Video News Live
    2
    Bazar Video  News Live
    user_Jamil Ahmed
    Jamil Ahmed
    বজালী (পিটি), বজালী, অসম•
    10 hrs ago
  • 📌অনুপ্ৰৱেশকাৰীৰ লগত কংগ্ৰেছ! অসমৰ সভাত মোদীৰ তীব্ৰ আক্ৰমণ” 📌‘কংগ্ৰেছে ভূমিপুত্ৰক পট্টা নিদিলে’ — অসমত মোদীৰ ডাঙৰ অভিযোগ” 📌“অসমত মোদীৰ তীব্ৰ ৰাজনৈতিক আঘাত! কংগ্ৰেছক অনুপ্ৰৱেশকাৰীৰ সহায়ক বুলি কটাক্ষ” #NarendraModi #PMModi #AssamWithModi #AssamPolitics #AssamNews #BreakingNews #ViralNews #PoliticalNews #NewsAssam #BJP
    1
    📌অনুপ্ৰৱেশকাৰীৰ লগত কংগ্ৰেছ! অসমৰ সভাত মোদীৰ তীব্ৰ আক্ৰমণ”
📌‘কংগ্ৰেছে ভূমিপুত্ৰক পট্টা নিদিলে’ — অসমত মোদীৰ ডাঙৰ অভিযোগ”
📌“অসমত মোদীৰ তীব্ৰ ৰাজনৈতিক আঘাত! কংগ্ৰেছক অনুপ্ৰৱেশকাৰীৰ সহায়ক বুলি কটাক্ষ”
#NarendraModi #PMModi #AssamWithModi #AssamPolitics #AssamNews #BreakingNews #ViralNews #PoliticalNews #NewsAssam #BJP
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    5 hrs ago
  • ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিল-বৰষুণ, ধুমুহা। ঘাইপথত বাগৰি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ, ব্যাহত বিদ্যুৎ যোগান ।
    1
    ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিল-বৰষুণ, ধুমুহা। ঘাইপথত বাগৰি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ, ব্যাহত বিদ্যুৎ যোগান ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    5 hrs ago
  • পুনৰ বুধবাৰে মাজনিশা ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজন গৰু সৰবৰাহকাৰীক ।ছয়গাঁৱৰ উকিয়াম পথেৰে চোৰাং গৰু লৈ যোৱাৰ খবৰ লাভ কৰি মাজনিশা অভিযানলৈ ৰাওনা হয় ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দুৱাৰাই ।ছয়গাঁও আৰক্ষীৰ বৃহৎ এটা দলে নিশা হোৱাৰ লগে লগে দৈনিক চোৰাং গৰুৰ বিৰুদ্ধে চলাই আহিছে অভিযান । ইতিমধ্যে ছয়গাঁও আৰক্ষীয়ে নিদ্ৰা হৰণ কৰিছে গৰু চোৰৰ । AS-01, HC- 9647 নম্বৰৰ DI গাড়ীখনত ৮ টা বলধ গৰু আৰু গাড়ীখনৰ পিছে পিছে কেইজনমান লোকে ৬ টা গৰু মেঘালয়লৈ নি থাকোতে আৰক্ষীয়ে গাড়ীখন ৰবলৈ সংকেত দিয়ে । পিছে আৰক্ষীক দেখি গাড়ীখনৰ পিছে পিছে আহি থকা গৰু সৰবৰাহকাৰী কেইজনে গৰু এৰি আন্ধাৰ সুযোগ লৈ জংঘল মাজলৈ পলায়ন কৰে । লগে লগে ছয়গাঁও আৰক্ষীয়ে D.I গাড়ীখন জব্দ কৰি চালক পান্টানৰ অঞ্জন ৰাভা(২৮) আৰু হেন্দিমেন ৰীহাবাৰীৰ মৃদুল বড়ো(২৫)ক আটক কৰি ছয়গাঁও থানালৈ লৈ আহে । সম্প্ৰতি ছয়গাঁও আৰক্ষীয়ে গৰু সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে ।
    1
    পুনৰ বুধবাৰে মাজনিশা ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজন গৰু সৰবৰাহকাৰীক ।ছয়গাঁৱৰ উকিয়াম পথেৰে  চোৰাং গৰু লৈ যোৱাৰ খবৰ লাভ কৰি মাজনিশা অভিযানলৈ ৰাওনা হয় ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দুৱাৰাই ।ছয়গাঁও আৰক্ষীৰ বৃহৎ এটা দলে নিশা হোৱাৰ লগে লগে দৈনিক চোৰাং গৰুৰ বিৰুদ্ধে চলাই আহিছে অভিযান । ইতিমধ্যে ছয়গাঁও আৰক্ষীয়ে  নিদ্ৰা হৰণ কৰিছে গৰু চোৰৰ । AS-01, HC- 9647 নম্বৰৰ DI গাড়ীখনত ৮ টা বলধ গৰু আৰু গাড়ীখনৰ পিছে পিছে কেইজনমান লোকে ৬ টা গৰু মেঘালয়লৈ নি থাকোতে  আৰক্ষীয়ে গাড়ীখন ৰবলৈ সংকেত দিয়ে । পিছে আৰক্ষীক দেখি গাড়ীখনৰ পিছে পিছে আহি থকা গৰু সৰবৰাহকাৰী কেইজনে গৰু এৰি আন্ধাৰ সুযোগ লৈ জংঘল মাজলৈ পলায়ন কৰে । লগে লগে ছয়গাঁও আৰক্ষীয়ে D.I গাড়ীখন জব্দ কৰি চালক পান্টানৰ অঞ্জন ৰাভা(২৮) আৰু হেন্দিমেন ৰীহাবাৰীৰ মৃদুল বড়ো(২৫)ক আটক কৰি ছয়গাঁও থানালৈ লৈ আহে ।
সম্প্ৰতি ছয়গাঁও আৰক্ষীয়ে গৰু সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে ।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    10 hrs ago
  • তামুলপুৰৰ পশ্চিম বগাজুলিৰ চেগুনবাৰীত বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন। আজি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে প্ৰতিমূৰ্তিটো। প্ৰায় ৭ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তি এক মাংগলিক পৰিৱেশত উন্মোচন কৰাৰ পিছতে দল সংগঠনৰ লোক সকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে একতাৰ বান্ধোনেৰে সকলোয়ে এক গোট হোৱা দেখা যায়।অনুষ্ঠানত মুণ্ডাৰী সাহিত্য সভা,আদিবাসী ছাত্ৰ সন্থা, চাউতাল ছাত্ৰ সন্থা, আছু,আটছাৰ কর্মী বৃন্দই উপস্থিত থাকি বিৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৰ্বাত্মক বিপ্লৱেৰে ব্ৰিটিছৰ সবল ভেটি কঁপাই তোলা মহান সেনানি গৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মানৰ দ্বাৰা তেখেতৰ জীৱনগাঁথাৰে অঞ্চলটোলৈ এক নতুন উৎসাহ প্ৰদান কৰিব বুলি উল্লেখ স্থানীয় বিধায়কৰ।ইপিনে, ৰঙিয়া-ভূটান পথৰ কাষতে নিৰ্মান কৰি উলিওৱা এই প্ৰতিমূৰ্তিয়ে জনজাতি গৌৰৱৰ এক প্ৰতীক হৈ ৰব বুলিও উপস্থিত লোকে মন্ত্যৱ আগবঢ়াই।
    4
    তামুলপুৰৰ পশ্চিম বগাজুলিৰ চেগুনবাৰীত বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন। আজি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে প্ৰতিমূৰ্তিটো। প্ৰায় ৭ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তি এক মাংগলিক পৰিৱেশত উন্মোচন কৰাৰ পিছতে দল সংগঠনৰ লোক সকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে একতাৰ বান্ধোনেৰে সকলোয়ে এক গোট হোৱা দেখা যায়।অনুষ্ঠানত মুণ্ডাৰী সাহিত্য সভা,আদিবাসী ছাত্ৰ সন্থা, চাউতাল ছাত্ৰ সন্থা, আছু,আটছাৰ কর্মী বৃন্দই উপস্থিত থাকি বিৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 
সৰ্বাত্মক বিপ্লৱেৰে ব্ৰিটিছৰ সবল ভেটি কঁপাই তোলা মহান সেনানি গৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মানৰ দ্বাৰা তেখেতৰ জীৱনগাঁথাৰে অঞ্চলটোলৈ এক নতুন উৎসাহ প্ৰদান কৰিব বুলি উল্লেখ স্থানীয় বিধায়কৰ।ইপিনে, ৰঙিয়া-ভূটান পথৰ কাষতে নিৰ্মান কৰি উলিওৱা এই প্ৰতিমূৰ্তিয়ে জনজাতি গৌৰৱৰ এক প্ৰতীক হৈ ৰব বুলিও উপস্থিত লোকে মন্ত্যৱ  আগবঢ়াই।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.