logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাইত উত্তপ্ত পৰিস্থিতি। মাৰ্ঘেৰিটাত ৰন্ধন গেছৰ তীব্ৰ সংকট! চৰকাৰী আশ্বাস ফুটুকাৰ ফেণ! এফালে চৰকাৰ-প্ৰশাসনে পেট্ৰ’লজাত সামগ্ৰীৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত থকাৰ কথা কয় আনফালে মাৰ্ঘেৰিটাত ৰন্ধন গেছৰ বাবে হাহাকাৰ। মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাইত উত্তপ্ত পৰিস্থিতি। মাৰ্ঘেৰিটাত ৰন্ধন গেছৰ তীব্ৰ সংকট! চৰকাৰী আশ্বাস ফুটুকাৰ ফেণ! এফালে চৰকাৰ-প্ৰশাসনে পেট্ৰ’লজাত সামগ্ৰীৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত থকাৰ কথা কয় আনফালে মাৰ্ঘেৰিটাত ৰন্ধন গেছৰ বাবে হাহাকাৰ। নিশাৰে পৰা গেছৰ বাবে গ্ৰাহকৰ দীঘলীয়া শাৰী। উপায়ন্তৰ হৈ একাংশ গ্ৰাহকে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। পৰিস্থিতি চম্ভালিবলৈ আৰক্ষী-প্ৰশাসনৰ লৰা-ধপৰা। মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাইৰ সন্মুখত এতিয়া বিৰাজ কৰিছে এক উত্তপ্ত পৰিস্থিতিয়ে। চৰকাৰে ইন্ধনৰ নাটনি নাই বুলি দাবী কৰি আহিছে যদিও মাৰ্ঘেৰিটাৰ দৃশ্যই উদঙাই দিছে এক বিপৰীত ছবি। ৰন্ধন গেছৰ চিলিণ্ডাৰ এটাৰ বাবে নিশাৰে পৰা লাইনত থিয় দিছে শ শ গ্ৰাহক। বহুতো গ্ৰাহকে নিশাটো গেছ এজেঞ্চীৰ পদূলিতে কটালে। কিন্তু পুৱা এজেঞ্চী খোলাৰ পাছতে সৃষ্টি হয় এক বিশৃংখল পৰিৱেশৰ। পৰ্যাপ্ত গেছ যোগান ধৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি গ্ৰাহকসকলে এজেঞ্চী কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় যে ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হ’বলগীয়া হয়। গ্ৰাহকৰ গুৰুতৰ অভিযোগ— মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাই কৰ্তৃপক্ষই ইচ্ছাকৃতভাৱে সাধাৰণ গ্ৰাহকক হাৰাশাস্তি কৰিছে। গেছ থকাৰ পাছতো সঠিক বিতৰণ নকৰাৰ অভিযোগ তুলি একাংশ লোকে এজেঞ্চীৰ কাম-কাজত বাধা প্ৰদান কৰে। এতিয়া প্ৰশ্ন হয়, প্ৰশাসনৰ আশ্বাসৰ পাছতো কিয় এইদৰে হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই? মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাইৰ বিৰুদ্ধে উঠা এই অভিযোগৰ তদন্ত হ’বনে? নে গেছৰ বাবে এনেদৰেই উজাগৰী নিশা কটাব লাগিব মাৰ্ঘেৰিটাৰ গ্ৰাহকে?

22 hrs ago
user_জেৰিণা আৰ হাজৰিকা
জেৰিণা আৰ হাজৰিকা
Doom Dooma, Tinsukia•

More news from অসম and nearby areas
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    12 hrs ago
  • আজি বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হ'বলগীয়া স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'ব বঁটাটি। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি। আজিৰ অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া উপস্থিত থাকিব নিৰ্দিষ্ট বক্তা হিচাপে
    1
    আজি বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা  প্ৰদান কৰা হ'ব বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হ'বলগীয়া স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'ব বঁটাটি। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি। আজিৰ অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া উপস্থিত থাকিব নিৰ্দিষ্ট বক্তা হিচাপে
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    19 hrs ago
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    12 hrs ago
  • মোৰ মৰমৰ ৰঙানদী
    1
    মোৰ মৰমৰ ৰঙানদী
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    16 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    23 hrs ago
  • Post by Khipro Jyoti bhuyan
    1
    Post by Khipro Jyoti bhuyan
    user_Khipro Jyoti bhuyan
    Khipro Jyoti bhuyan
    বিহপুৰীয়া, লখিমপুৰ, অসম•
    22 hrs ago
  • মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাইত উত্তপ্ত পৰিস্থিতি। মাৰ্ঘেৰিটাত ৰন্ধন গেছৰ তীব্ৰ সংকট! চৰকাৰী আশ্বাস ফুটুকাৰ ফেণ! এফালে চৰকাৰ-প্ৰশাসনে পেট্ৰ’লজাত সামগ্ৰীৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত থকাৰ কথা কয় আনফালে মাৰ্ঘেৰিটাত ৰন্ধন গেছৰ বাবে হাহাকাৰ। নিশাৰে পৰা গেছৰ বাবে গ্ৰাহকৰ দীঘলীয়া শাৰী। উপায়ন্তৰ হৈ একাংশ গ্ৰাহকে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। পৰিস্থিতি চম্ভালিবলৈ আৰক্ষী-প্ৰশাসনৰ লৰা-ধপৰা। মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাইৰ সন্মুখত এতিয়া বিৰাজ কৰিছে এক উত্তপ্ত পৰিস্থিতিয়ে। চৰকাৰে ইন্ধনৰ নাটনি নাই বুলি দাবী কৰি আহিছে যদিও মাৰ্ঘেৰিটাৰ দৃশ্যই উদঙাই দিছে এক বিপৰীত ছবি। ৰন্ধন গেছৰ চিলিণ্ডাৰ এটাৰ বাবে নিশাৰে পৰা লাইনত থিয় দিছে শ শ গ্ৰাহক। বহুতো গ্ৰাহকে নিশাটো গেছ এজেঞ্চীৰ পদূলিতে কটালে। কিন্তু পুৱা এজেঞ্চী খোলাৰ পাছতে সৃষ্টি হয় এক বিশৃংখল পৰিৱেশৰ। পৰ্যাপ্ত গেছ যোগান ধৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি গ্ৰাহকসকলে এজেঞ্চী কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় যে ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হ’বলগীয়া হয়। গ্ৰাহকৰ গুৰুতৰ অভিযোগ— মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাই কৰ্তৃপক্ষই ইচ্ছাকৃতভাৱে সাধাৰণ গ্ৰাহকক হাৰাশাস্তি কৰিছে। গেছ থকাৰ পাছতো সঠিক বিতৰণ নকৰাৰ অভিযোগ তুলি একাংশ লোকে এজেঞ্চীৰ কাম-কাজত বাধা প্ৰদান কৰে। এতিয়া প্ৰশ্ন হয়, প্ৰশাসনৰ আশ্বাসৰ পাছতো কিয় এইদৰে হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই? মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাইৰ বিৰুদ্ধে উঠা এই অভিযোগৰ তদন্ত হ’বনে? নে গেছৰ বাবে এনেদৰেই উজাগৰী নিশা কটাব লাগিব মাৰ্ঘেৰিটাৰ গ্ৰাহকে?
    1
    মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাইত উত্তপ্ত পৰিস্থিতি। 
মাৰ্ঘেৰিটাত ৰন্ধন গেছৰ তীব্ৰ সংকট! 
চৰকাৰী আশ্বাস ফুটুকাৰ ফেণ! এফালে চৰকাৰ-প্ৰশাসনে পেট্ৰ’লজাত সামগ্ৰীৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত থকাৰ কথা কয় আনফালে মাৰ্ঘেৰিটাত ৰন্ধন গেছৰ বাবে হাহাকাৰ। 
নিশাৰে পৰা গেছৰ বাবে গ্ৰাহকৰ দীঘলীয়া শাৰী। 
উপায়ন্তৰ হৈ একাংশ গ্ৰাহকে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। 
পৰিস্থিতি চম্ভালিবলৈ আৰক্ষী-প্ৰশাসনৰ লৰা-ধপৰা। 
মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাইৰ সন্মুখত এতিয়া বিৰাজ কৰিছে এক উত্তপ্ত পৰিস্থিতিয়ে। 
চৰকাৰে ইন্ধনৰ নাটনি নাই বুলি দাবী কৰি আহিছে যদিও মাৰ্ঘেৰিটাৰ দৃশ্যই উদঙাই দিছে এক বিপৰীত ছবি।
ৰন্ধন গেছৰ চিলিণ্ডাৰ এটাৰ বাবে নিশাৰে পৰা লাইনত থিয় দিছে শ শ গ্ৰাহক। 
বহুতো গ্ৰাহকে নিশাটো গেছ এজেঞ্চীৰ পদূলিতে কটালে। 
কিন্তু পুৱা এজেঞ্চী খোলাৰ পাছতে সৃষ্টি হয় এক বিশৃংখল পৰিৱেশৰ।
পৰ্যাপ্ত গেছ যোগান ধৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি গ্ৰাহকসকলে এজেঞ্চী কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।
পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় যে ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হ’বলগীয়া হয়।
গ্ৰাহকৰ গুৰুতৰ অভিযোগ— মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাই কৰ্তৃপক্ষই ইচ্ছাকৃতভাৱে সাধাৰণ গ্ৰাহকক হাৰাশাস্তি কৰিছে। 
গেছ থকাৰ পাছতো সঠিক বিতৰণ নকৰাৰ অভিযোগ তুলি একাংশ লোকে এজেঞ্চীৰ কাম-কাজত বাধা প্ৰদান কৰে।
এতিয়া প্ৰশ্ন হয়, প্ৰশাসনৰ আশ্বাসৰ পাছতো কিয় এইদৰে হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই? মেচাৰ্চ মাৰ্ঘেৰিটা গেছ চাপ্লাইৰ বিৰুদ্ধে উঠা এই অভিযোগৰ তদন্ত হ’বনে? নে গেছৰ বাবে এনেদৰেই উজাগৰী নিশা কটাব লাগিব মাৰ্ঘেৰিটাৰ গ্ৰাহকে?
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    22 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    13 hrs ago
  • 📌জুবিনক মাৰি পেলোৱাৰ পিছতো আত্মাতো ধৰি আছে অসম বাসিয়ে। 📌সি মৰিলে তাৰ আত্মা আৰু ঘুৰি  নাহে। 📌জুবিন গাৰ্গ আৰু জীৱন বৰঠাকুৰে
    1
    📌জুবিনক মাৰি পেলোৱাৰ পিছতো আত্মাতো ধৰি আছে অসম বাসিয়ে।
📌সি মৰিলে তাৰ আত্মা আৰু ঘুৰি  নাহে।
📌জুবিন গাৰ্গ আৰু জীৱন বৰঠাকুৰে
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.