Shuru
Apke Nagar Ki App…
বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ নাম পৰিবৰ্তনক লৈ মনিৰুজ্জামানৰ প্ৰতিক্ৰিয়া বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ নাম পৰিবৰ্তন কৰি চৰকাৰে বৰপেটা মেডিকেল কলেজ কৰাক লৈ ৰাইজৰ দলৰ সম্পাদক মনিৰুজ্জামানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম পৰিৱৰ্তন কৰি কুখ্যাত হিমন্ত বিশ্ব শৰ্মা ৰাখিব লাগে।
RECENT TIME
বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ নাম পৰিবৰ্তনক লৈ মনিৰুজ্জামানৰ প্ৰতিক্ৰিয়া বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ নাম পৰিবৰ্তন কৰি চৰকাৰে বৰপেটা মেডিকেল কলেজ কৰাক লৈ ৰাইজৰ দলৰ সম্পাদক মনিৰুজ্জামানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম পৰিৱৰ্তন কৰি কুখ্যাত হিমন্ত বিশ্ব শৰ্মা ৰাখিব লাগে।
More news from অসম and nearby areas
- বৰপেটা জিলাৰ কলগাছিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং সোণাপুৰ ৰুভী গাওঁ পঞ্চায়তত একাংশ বিষয়াই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত হিতাধীকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে। ফলত পঞ্চায়ত খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।1
- অগপ লৈ গমম কৰিব নেকি বিধায়ক জাকিৰ হুছেইন শিকদাৰ! সংবাদ মাধ্যমৰ আগত কি ক'লে বিধায়ক জাকিৰ হুছেইনে?1
- বৰপেটা জিলাৰ আটাইতকৈ চৰ্চিত বিষয় হৈছে বৰপেটা জিলাৰ বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজল । ইতিমধ্যে ৰাজ্যৰ কেবিনেট বৈঠকৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছত বৰপেটা মেডিকেল কলেজৰ নাম সলনিৰ ক্ষেত্ৰত ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ সেই সময়তে বৰপেটা মেডিকেল কলেজৰ বিষয়া সকলে আৰম্ভ কৰিছে মেডিকেল কলেজ হাস্পতাল খনৰ পুৰণি নাম বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজল ৰ নাম সলনি হৈ এতিয়াৰে পৰা হ'ব বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই চৰকাৰ ঘোষণাৰ পিছতে নাম সলনিৰ কাৰ্য আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।1
- Post by Barpeta live1
- Post by Shariful Islam1
- মানাহ বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী হ'ব নেকি ইএম বেগম আখতাৰা আহমেদ! . . . #AssemblyElection2026 #Manas #BPF #ABCNewsAssam1
- ৰঙিয়াত উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন।আজি আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি কাৰ্যালয়টোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত স্থানীয় বিধায়ক ভবেশ কলিতাই মন্ত্ৰী গৰাকীক সংগ দিয়ে। ইফালে উদ্বোধনী অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত কৰা হয় মুকলি সভা। উক্ত সভাত বনমন্ত্ৰী পাটোৱাৰীয়ে অংশগ্ৰহণ কৰি বন সুৰক্ষাৰ লগতে পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব সন্দৰ্ভত ভাষণ প্ৰসঙ্গত আলোকপাত কৰে।একেখন মঞ্চতে স্থানীয় বিধায়ক ভবেশ কলিতাইও ভাষণ ৰাখি নৱনিৰ্মিত কাৰ্যালয়টিৰ জৰিয়তে বিভাগীয় কাম কাজ অধিক সুচাৰুৰূপে সম্পন্ন হোৱাৰ আশা প্ৰকাশ কৰে। সভাত প্ৰধান বন সংৰক্ষক আৰু বন সংৰক্ষণ বাহিনীৰ মুৰব্বী সন্দীপ কুমাৰ, অতিৰিক্ত মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰ প্ৰমুখ্যে আন কেবাগৰাকীও বিভাগীয় উচ্চ পদস্থ বিষয়াই অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উত্তৰ কামৰূপ বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া ৰঞ্জিত ৰামৰ লগতে খণ্ড বন বিষয়া ধীৰাজ দাস, উচ্চ বৰ্গৰ সহায়ক যুগল কলিতা প্ৰমুখ্যে আন বিভাগীয় বিষয়া কৰ্মচাৰী সকলো উপস্থিত থাকে।1
- কণ কণ ছাত্ৰ ছাত্ৰী সকল চৰকাৰী হা সুবিধাৰ পৰা বঞ্চিত হৈ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত ৰূপসী শিশু সংসদ উন্নয়ন সেৱা প্ৰকল্পৰ অন্তৰ্গত ৯০নং বনঘূগী অংগনবাড়ী কেন্দ্ৰত।1