বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আজি মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত এটা সজাগতা সমদল উলিওৱাৰ লগতে পবিতৰা হাটত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আজি মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত এটা সজাগতা সমদল উলিওৱাৰ লগতে পবিতৰা হাটত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি আৰু ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সহকাৰী আয়ুক্ত সন্তোষ বুঢ়াগোহাঁই আৰু লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা অৰ্চনা শৰ্মাই জিলা ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ন'ডেল বিষয়া ডাঃ জয়া প্ৰভা বড়ো, জ্যোতিষ বৰ্মন তথা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ বিষয়ববীয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত সজাগতা সমদলটোৰ শুভাৰম্ভ কৰে। সমদলত জিএনএম প্ৰশিক্ষণ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে ধঁপাত বিৰোধী বিভিন্ন শ্লোগান আৰু বাৰ্তাসম্বলিত ফলক লৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। ৰেলীৰ অন্তত পবিতৰা হাটত অনুষ্ঠিত সভাত বিভিন্ন সংগঠনৰ সদস্য, অংগনৱাড়ী কৰ্মী, স্থানীয় বাসিন্দা, ছাত্ৰ-ছাত্ৰী আৰু বহু সংখ্যক সাধাৰণ লোক উপস্থিত থাকে। সভাত বক্তব্য ৰাখি ডাঃ জয়া প্ৰভা বড়োৱে ধঁপাত সেৱনৰ ফলত স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কে এক বিস্তৃত অডিঅ'-ভিজুৱেল উপস্থাপন কৰে। তেওঁ উল্লেখ কৰে যে ধঁপাত সেৱন বিশ্বজুৰি অসংক্ৰামক ৰোগৰ অন্যতম মুখ্য কাৰণ আৰু ধঁপাতজনিত বিভিন্ন ৰোগত প্ৰতি বছৰে প্ৰায় ৮০ লাখ লোকৰ মৃত্যু হয়। তেওঁ লগতে কয় যে অসমত প্ৰায় ৪৮.২ শতাংশ প্ৰাপ্তবয়স্ক লোকে কোনো নহয় কোনো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰে, যি এক গুৰুতৰ জনস্বাস্থ্যজনিত সমস্যা। ডাঃ বড়োৱে উপস্থিত সকলোকে ধঁপাতজাতীয় সামগ্ৰী পৰিহাৰ কৰাৰ আহ্বান জনোৱাৰ লগতে পৰিয়াল আৰু সমাজত ধঁপাত বিৰোধী সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। কাৰ্যসূচীৰ অংশৰূপে লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটি পৰিৱেশন কৰে। অনুষ্ঠানৰ সামৰণিত উপস্থিত সকলোৱে ধঁপাত বিৰোধী শপত গ্ৰহণ কৰে। ধঁপাতমুক্ত জীৱন যাপন আৰু এখন সুস্থ, সচেতন তথা ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ সংকল্পৰে কাৰ্যসূচীৰ সফল সামৰণি পৰে।

- বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আজি মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত এটা সজাগতা সমদল উলিওৱাৰ লগতে পবিতৰা হাটত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আজি মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত এটা সজাগতা সমদল উলিওৱাৰ লগতে পবিতৰা হাটত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি আৰু ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সহকাৰী আয়ুক্ত সন্তোষ বুঢ়াগোহাঁই আৰু লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা অৰ্চনা শৰ্মাই জিলা ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ন'ডেল বিষয়া ডাঃ জয়া প্ৰভা বড়ো, জ্যোতিষ বৰ্মন তথা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ বিষয়ববীয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত সজাগতা সমদলটোৰ শুভাৰম্ভ কৰে। সমদলত জিএনএম প্ৰশিক্ষণ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে ধঁপাত বিৰোধী বিভিন্ন শ্লোগান আৰু বাৰ্তাসম্বলিত ফলক লৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। ৰেলীৰ অন্তত পবিতৰা হাটত অনুষ্ঠিত সভাত বিভিন্ন সংগঠনৰ সদস্য, অংগনৱাড়ী কৰ্মী, স্থানীয় বাসিন্দা, ছাত্ৰ-ছাত্ৰী আৰু বহু সংখ্যক সাধাৰণ লোক উপস্থিত থাকে। সভাত বক্তব্য ৰাখি ডাঃ জয়া প্ৰভা বড়োৱে ধঁপাত সেৱনৰ ফলত স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কে এক বিস্তৃত অডিঅ'-ভিজুৱেল উপস্থাপন কৰে। তেওঁ উল্লেখ কৰে যে ধঁপাত সেৱন বিশ্বজুৰি অসংক্ৰামক ৰোগৰ অন্যতম মুখ্য কাৰণ আৰু ধঁপাতজনিত বিভিন্ন ৰোগত প্ৰতি বছৰে প্ৰায় ৮০ লাখ লোকৰ মৃত্যু হয়। তেওঁ লগতে কয় যে অসমত প্ৰায় ৪৮.২ শতাংশ প্ৰাপ্তবয়স্ক লোকে কোনো নহয় কোনো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰে, যি এক গুৰুতৰ জনস্বাস্থ্যজনিত সমস্যা। ডাঃ বড়োৱে উপস্থিত সকলোকে ধঁপাতজাতীয় সামগ্ৰী পৰিহাৰ কৰাৰ আহ্বান জনোৱাৰ লগতে পৰিয়াল আৰু সমাজত ধঁপাত বিৰোধী সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। কাৰ্যসূচীৰ অংশৰূপে লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটি পৰিৱেশন কৰে। অনুষ্ঠানৰ সামৰণিত উপস্থিত সকলোৱে ধঁপাত বিৰোধী শপত গ্ৰহণ কৰে। ধঁপাতমুক্ত জীৱন যাপন আৰু এখন সুস্থ, সচেতন তথা ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ সংকল্পৰে কাৰ্যসূচীৰ সফল সামৰণি পৰে।1
- নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰিগাঁৱৰ গেৰুৱাত প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে এই মৃত্যুক পৰিকল্পিত হত্যা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মৃত যুৱকজন জাজৰি বগৰিগুৰিৰ ৰিংকু দাস বুলি চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি, ৰিংকু দাসৰ মৰিগাঁৱৰ গেৰুৱাৰ অনিতা পাটৰ নামৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। পৰিয়ালৰ দাবী অনুসৰি, ২৫ মে’ তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰত ফুৰিবলৈ গৈছিল, কিন্তু তাৰ পিছতে তেওঁ জীৱিত হৈ ঘৰলৈ উভতি নাহিল আৰু শৱদেহ হিচাপেহে ওভতাই অনা হ'ল। এই ঘটনাক লৈ ৰিংকু দাসৰ পৰিয়াল আৰু স্থানীয় গাঁৱবাসীয়ে অভিযোগ কৰিছে যে, প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰিয়েই প্ৰেমিকাৰ পৰিয়ালে ৰিংকুক পৰিকল্পিতভাৱে হত্যা কৰিছে। ইফালে, ভুক্তভোগী পৰিয়ালে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে। পৰিয়াল আৰু গাঁৱবাসীয়ে উচিত তদন্তৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰি ন্যায় নিশ্চিত কৰিবলৈ দাবী জনাইছে।3
- নিজৰ তৌফিক আৰু জীৱন যাপনৰ ক্ষমতা খোদাৰ ওপৰত নিৰ্ভৰশীল বুলি বিশ্বাস কৰা হৈছে, আৰু এইটোৱেই নিজৰ দৃঢ় বিশ্বাস। সেয়েহে, পথত কিহে বাধা দিছে, এই বিষয়ে প্ৰশ্ন উঠাটো স্বাভাৱিক। কোনো এক মন্তব্যৰ উত্তৰত লিখা কথাখিনিৰ শৈলীকো চমৎকার বুলি অভিহিত কৰা হৈছে। এই প্ৰেক্ষাপটত, উত্তৰ দিনাপুৰৰ জিলা দণ্ডাধীশ মোহন দাস আৰু ‘লৌহ নীতি’ৰ প্ৰৱৰ্তকক নিজৰ পথত বাধা সৃষ্টি কৰা বুলি অভিযোগ কৰা হৈছে।1
- ৰূপহী হাটলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰাক্তন ছাত্ৰী ছাবানা ইয়াছমিনক তেওঁৰ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনত সম্বৰ্ধনা জনোৱা হ'ল। এই উপলক্ষে, প্ৰাক্তন ছাত্ৰীগৰাকীৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ নিজৰ ছাত্ৰী জীৱনৰ বহু কথা আমাৰ আগত প্ৰকাশ কৰে।1
- নগাঁৱৰ জাজৰিত এজন যুৱকৰ প্ৰাণহানিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মৰ্মান্তিক ঘটনাক লৈ ৰিংকু দাস নামৰ যুৱকজনৰ পৰিয়ালে মৰিগাঁৱৰ এগৰাকী প্ৰেমিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ দাবী অনুসৰি, তেওঁলোকে কেতিয়াও ভবা নাছিল যে ভালপোৱা ছোৱালীজনীয়ে এনেধৰণৰ কাম কৰিব পাৰে। পৰিয়ালৰ অভিযোগ অনুসৰি, ৰিংকু দাসে প্ৰেমিকাগৰাকীক নাৰ্চিং পঢ়িবলৈ প্ৰায় ১ লাখ টকা দিছিল। ২৫ মে' তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰলৈ গৈছিল বুলিও পৰিয়ালে জানিবলৈ দিছে। তেওঁলোকে সন্দেহ কৰিছে যে প্ৰেমিকাৰ ঘৰতেই ৰিংকুক শেষ কৰি দিয়া হৈছে। এই সন্দৰ্ভত ন্যায় বিচাৰি ৰিংকু দাসৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছে।1