Shuru
Apke Nagar Ki App…
কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাই শিৱসাগৰত অনুসূচীত জাতিৰ লোকৰ আনন্দ উল্লাস ৰাজ্য চৰকাৰৰ কেবিনেটে অনুসূচীত জাতিৰ উন্নয়ন পৰিষদ গঠনৰ সন্দৰ্ভত গ্ৰহণ কৰা শেহতীয়া সিদ্ধান্তক আদৰণি জনাই আজি শিৱসাগৰত এক উলাহ-মালহপূৰ্ণ পৰিৱেশ বিৰাজ কৰে। ঐতিহাসিক শিৱসাগৰ চহৰৰ দল চাৰিআলিত অনুসূচীত জাতিৰ বিভিন্ন সংগঠন আৰু স্থানীয় ৰাইজ একত্ৰিত হৈ চৰকাৰৰ এই পদক্ষেপক উষ্ম আদৰণি জনায়।
Farid Ali.
কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাই শিৱসাগৰত অনুসূচীত জাতিৰ লোকৰ আনন্দ উল্লাস ৰাজ্য চৰকাৰৰ কেবিনেটে অনুসূচীত জাতিৰ উন্নয়ন পৰিষদ গঠনৰ সন্দৰ্ভত গ্ৰহণ কৰা শেহতীয়া সিদ্ধান্তক আদৰণি জনাই আজি শিৱসাগৰত এক উলাহ-মালহপূৰ্ণ পৰিৱেশ বিৰাজ কৰে। ঐতিহাসিক শিৱসাগৰ চহৰৰ দল চাৰিআলিত অনুসূচীত জাতিৰ বিভিন্ন সংগঠন আৰু স্থানীয় ৰাইজ একত্ৰিত হৈ চৰকাৰৰ এই পদক্ষেপক উষ্ম আদৰণি জনায়।
More news from অসম and nearby areas
- ৰাজ্য চৰকাৰৰ কেবিনেটে অনুসূচীত জাতিৰ উন্নয়ন পৰিষদ গঠনৰ সন্দৰ্ভত গ্ৰহণ কৰা শেহতীয়া সিদ্ধান্তক আদৰণি জনাই আজি শিৱসাগৰত এক উলাহ-মালহপূৰ্ণ পৰিৱেশ বিৰাজ কৰে। ঐতিহাসিক শিৱসাগৰ চহৰৰ দল চাৰিআলিত অনুসূচীত জাতিৰ বিভিন্ন সংগঠন আৰু স্থানীয় ৰাইজ একত্ৰিত হৈ চৰকাৰৰ এই পদক্ষেপক উষ্ম আদৰণি জনায়। 3
- সোণাৰিত বুজন পৰিমাণৰ গুলী জব্দ আৰক্ষীৰ।সোণাৰি নামতোলা পথৰ পানীগছ অঞ্চলত আৰক্ষীয়ে তালাচী চলাই ডিমাপুৰৰ পৰা নাগালেণ্ডৰ মনলৈ গৈ থকা এন এল ০৪ চি ৩৫৯৮ নম্বৰৰ এখন বলেৰ বাহনৰ পৰা পইণ্ট ২২ৰ এশ ৰাউণ্ড সজীৱ গুলীৰ লগতে পইণ্ট ৩২ৰ পঞ্চাশ ৰাউণ্ড সজীৱ গুলী জব্দ কৰিছে।এইদৰে অবৈধ ভাবে গুলী সৰবৰাহ কৰা নাগালেণ্ডৰ টিংয়ন কন্যাক নামৰ লোকজনক চৰাইদেউ আৰক্ষীয়ে আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।1
- ঐতিহাসিক মইনাপৰীয়া নামঘৰত অতিথিশালা উদ্ধোধন কৰি নেদেখা জনৰ ওচৰত আশিষ ল'লে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই*1
- Swraj Udyan Central Jail Jorhat1
- দেৰগাঁৱত ভয়ংকৰ পথ দুৰঘটনা। দেৰগাঁৱৰ ৰজাবাহৰ ন- গোঁসাই টোলত সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনাটো। লক্ষ্মীনাথ ফুকন পথত নাৰিকলগুৰি দিশৰ পৰা এখন দ্ৰুতবেগী পালছাৰ বাইকে পথৰ কাষতে থকা গছত খুন্দা মাৰে।ফলত মটৰ চাইকেল আৰোহী বিচিত্ৰ বৰা গুৰুত্বৰ ভাবে আহত হয়। আৰোহী বিচিত্ৰ বৰাৰ ঘৰ দেৰগাঁৱৰ সমীপবৰ্তী বৰপুখুৰী পাৰ গুৱালগাঁৱৰ । দুৰ্ঘতনাত পতিত হোৱা বাইক খনৰ নম্বৰ - AS-05 L/0298 ঘটনাস্থলীত দেৰগাঁও যান বাহন আৰক্ষী উপস্থিত হৈ আহত যুৱক জনক দেৰগাঁৱৰ সামূহিক চিকিৎসালৈ প্ৰেৰণ কৰে।1
- নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত নিহত এজন।বকিয়ালৰ বুঢ়াগোহাঁইখাটত বন্যহস্তীৰ আক্ৰমণত নিহত হয় লোকজনৰ। এটা অকলশৰীয়া বন্যহস্তীৰ আক্ৰমণত নিহত হয় লোকজন। নিহত লোকজনৰ নাম ৰাজীৱ গোৱালা বুলি জানিব পৰা গৈছে।1
- মাকুম বাইপাছৰ সমীপত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় শিৱানী হোটেল নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান। স্থানীয় ৰাইজে অগ্নি নিৰ্বাপিত কৰিবলৈ চেষ্টা চলাই যদিও বিফল হয় ৷ অগ্নিকাণ্ডত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাই জুইয়ে অধিক বিধ্বংসী ৰূপ লয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও ইতিমধ্যে জাহ যায় ব্যৱসায়িক প্ৰতিষ্ঠানখন।1
- সোণাৰিত আটছাৰ চৰাইদেউ জিলা সমিটিয়ে আয়োজন কৰে এখনি সংবাদমেল । এই সংবাদমেলত কেইবাটাও বিষয় সংগঠনটোৱে উত্থাপন কৰাৰ লগতে দুয়োটা ৰাজনৈতিক দলে আমাক প্ৰতাৰণা কৰিছে... পঞ্চায়ত নিৰ্বাচনত গোটেই জিলাতে আমাৰ জনগোষ্ঠীৰ কিন্তু এজন সভাপতি বিচাৰি নাপাও...এই মন্তব্য আটছাৰ।1