লখিমপুৰ জিলাৰ ২নং ঢেকীয়াজুলিৰ বামুণ গাঁৱত বন্য হস্তীৰ উপদ্ৰৱ: লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিগত কিছু দিন ধৰি বন্য হস্তীৰ উপদ্ৰৱে জ্বলাকলা খুৱাইছে ৰাইজক। বন বিভাগৰ নাই গুৰুত্ব।যোৱা পুৱতি নিশা নৱগঠিত ৰঙানদী সমষ্টিৰ উত্তৰ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং ঢেকীয়াজুলিৰ বামুণ গাঁৱৰ পাপু ভূঞাৰ ঘৰত বন্য হস্তীয়ে উপদ্ৰৱ চলাই ঘৰ ভঙাৰ লগতে বিভিন্ন সা-সামগ্ৰী নষ্ট কৰে।স্থানীয় ৰাইজে জানিব দিয়া মতে এদিন পূৰ্বে গাঁওখনৰ তীৰ্থ শইকীয়াৰ গৃহত বন্য হস্তী প্ৰবেশ কৰি ঘৰ ভাঙি ধান খাই নষ্ট কৰে ।ইয়াৰ উপৰিও গাঁওখনৰ বহুজনৰ বাৰীত গছ গছনি নষ্ট কৰে।ৰাইজে জানিব দিয়া মতে অৰুণাচলী ব্যক্তিয়ে ৰঙা বন সংৰক্ষিত এলেকাৰ গছ গছনি কাটি এফালৰ পৰা নষ্ট কৰি গৈছে।সেয়ে পাহাৰৰ পৰা বন্য হস্তী ভৈয়ামলৈ নামি আহি মানুহৰ ঘৰ ভঙাৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী আৰু গছ গছনি নষ্ট কৰি গৈছে।ৰাইজে বাৰম্বাৰ বন বিভাগক বিষয়টো অৱগত কৰি আহিছে যদিওঁ বন বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।জানিব পৰা মতে এজনীয়া বন্য হস্তীয়ে ৰঙা বন সংৰক্ষিত এলেকাৰ কাছজুলি,শান্তিপুৰ,শান্তিপুৰ মাজগাঁও,বৈঞ্চৱপুৰ,২ন বামুণ গাঁৱ,ধোৱাপাৰা আদি গাঁও সমূহত বন্য হস্তীয়ে উপদ্ৰৱ চলাই বহু ক্ষতি কৰিছে।ৰাইজৰ অভিযোগ বন বিভাগ আহি একপি ফটো মাৰি নি দায়িত্ব সামৰি গৈছে।ৰাইজে দাবী জনাই যে চৰকাৰ তথা বন বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈ বন্য হস্তীয়ে অনিষ্ট কৰা ৰাইজক ক্ষতিপুৰণ দিয়াৰ লগতে স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে। লখিমপুৰ জিলাৰ ২নং ঢেকীয়াজুলিৰ বামুণ গাঁৱত বন্য হস্তীৰ উপদ্ৰৱ: লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিগত কিছু দিন ধৰি বন্য হস্তীৰ উপদ্ৰৱে জ্বলাকলা খুৱাইছে ৰাইজক। বন বিভাগৰ নাই গুৰুত্ব।যোৱা পুৱতি নিশা নৱগঠিত ৰঙানদী সমষ্টিৰ উত্তৰ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং ঢেকীয়াজুলিৰ বামুণ গাঁৱৰ পাপু ভূঞাৰ ঘৰত বন্য হস্তীয়ে উপদ্ৰৱ চলাই ঘৰ ভঙাৰ লগতে বিভিন্ন সা-সামগ্ৰী নষ্ট কৰে।স্থানীয় ৰাইজে জানিব দিয়া মতে এদিন পূৰ্বে গাঁওখনৰ তীৰ্থ শইকীয়াৰ গৃহত বন্য হস্তী প্ৰবেশ কৰি ঘৰ ভাঙি ধান খাই নষ্ট কৰে ।ইয়াৰ উপৰিও গাঁওখনৰ বহুজনৰ বাৰীত গছ গছনি নষ্ট কৰে।ৰাইজে জানিব দিয়া মতে অৰুণাচলী ব্যক্তিয়ে ৰঙা বন সংৰক্ষিত এলেকাৰ গছ গছনি কাটি এফালৰ পৰা নষ্ট কৰি গৈছে।সেয়ে পাহাৰৰ পৰা বন্য হস্তী ভৈয়ামলৈ নামি আহি মানুহৰ ঘৰ ভঙাৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী আৰু গছ গছনি নষ্ট কৰি গৈছে।ৰাইজে বাৰম্বাৰ বন বিভাগক বিষয়টো অৱগত কৰি আহিছে যদিওঁ বন বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।জানিব পৰা মতে এজনীয়া বন্য হস্তীয়ে ৰঙা বন সংৰক্ষিত এলেকাৰ কাছজুলি,শান্তিপুৰ,শান্তিপুৰ মাজগাঁও,বৈঞ্চৱপুৰ,২ন বামুণ গাঁৱ,ধোৱাপাৰা আদি গাঁও সমূহত বন্য হস্তীয়ে উপদ্ৰৱ চলাই বহু ক্ষতি কৰিছে।ৰাইজৰ অভিযোগ বন বিভাগ আহি একপি ফটো মাৰি নি দায়িত্ব সামৰি গৈছে।ৰাইজে দাবী জনাই যে চৰকাৰ তথা বন বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈ বন্য হস্তীয়ে অনিষ্ট কৰা ৰাইজক ক্ষতিপুৰণ দিয়াৰ লগতে স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে।

- লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত SFT টিমৰ অভিযান বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই প্রতি খন বাহনত চলাইছে পৰীক্ষা।1
- সংকটজনক অৱস্থাত ২ জনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ1
- গোলাঘাট সমষ্টি বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ প্ৰথম প্ৰতিক্ৰিয়া। উন্নয়ন বি জে পি চৰকাৰৰ প্ৰথম চিন্তা,যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি এখন সুন্দৰ গোলাঘাট গঢ় দিয়া এইবাৰ নিৰ্বাচনৰ মূল লক্ষ্য হব বুলি বৃহস্পতি বাৰে মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ1
- Post by KHABAR 24 BISWANATH1
- নিৰ্বাচনী বতাহে গৰম কৰি তোলা ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত এইবাৰ বিশেষ চৰ্চালৈ আহিছে ডিমৌ বিধানসভা সমষ্টি। ডিমৌত এতিয়া সক্ৰিয় ৰূপত দেখা গৈছে ৰাইজৰ দলক। আজি সমষ্টিটোত ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে এক উষ্ম পৰিৱেশৰ সৃষ্টি হয়। ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে আজিৰ পৰাই নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ তীব্ৰতৰ কৰি তুলিছে।1
- ছয় মাহ ওকলি যোৱাৰ পাছতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় নোপোৱা আৰু জুবিন ক্ষেত্ৰ বিশ্বৰ মানদণ্ডত প্ৰতিষ্ঠা কৰাৰ দাবী মৌন শিখা সমদল কাৰ্যসূচী ৰূপায়ণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ1
- বিজেপিৰ নেতা সুৰুয দিহিঙ্গীয়াই মাহমৰা বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভৰ পাছতেই উৎফুল্লিত সমৰ্থক সকল। বিহুনাম জুৰিলে সমৰ্থকে। পিতৃয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ আনন্দত এপাক নাচিলে জিয়ৰীয়ে।1
- ৰঙানদীৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে বিশেষ পণ ল'লে যুৱনেতা ঋষিৰাজ হাজৰিকাই।1