logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধিঙৰ AIUDF বিধায়ক হাজী আমিনুল ইছলামে অসম বিধান সভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি সৰৱ হৈছে।

2 hrs ago
user_D Talks Ne
D Talks Ne
Local News Reporter Rupahi, Nagaon•
2 hrs ago

ধিঙৰ AIUDF বিধায়ক হাজী আমিনুল ইছলামে অসম বিধান সভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি সৰৱ হৈছে।

More news from অসম and nearby areas
  • বিতৰ্কিত কংগ্ৰেছী নেতা নূৰুল আমিন চৌধুৰীয়ে অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ সংবাদ কৰ্মীসকলৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই লোৱা বুলি মন্তব্য কৰিছে।
    1
    বিতৰ্কিত কংগ্ৰেছী নেতা নূৰুল আমিন চৌধুৰীয়ে অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ সংবাদ কৰ্মীসকলৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই লোৱা বুলি মন্তব্য কৰিছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    11 hrs ago
  • মৰিগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত জাগীৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে জিলাখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ কেইবাজনো অধিবক্তাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। ইফালে, ১ জুলাইত জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হোৱাক লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ অভিযোগ কৰি কয় যে, নৈৰাজ্যবাদীসকলে অসমৰ উন্নয়ন বিচৰা নাই, আৰু এই পৰিস্থিতিটোক তেওঁ ‘অত্যন্ত দুৰ্ভাগ্যজনক’ বুলি অভিহিত কৰে।
    1
    মৰিগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত জাগীৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে জিলাখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ কেইবাজনো অধিবক্তাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।

ইফালে, ১ জুলাইত জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হোৱাক লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ অভিযোগ কৰি কয় যে, নৈৰাজ্যবাদীসকলে অসমৰ উন্নয়ন বিচৰা নাই, আৰু এই পৰিস্থিতিটোক তেওঁ ‘অত্যন্ত দুৰ্ভাগ্যজনক’ বুলি অভিহিত কৰে।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    6 hrs ago
  • হোজাই জিলাৰ লংকা অঞ্চলত গৰুৰ মাংসক লৈ এক ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে, যাৰ ফলত অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। এই বিতৰ্কৰ মূল কাৰণ হৈছে এক ভাইৰেল হোৱা ফোন কল ৰেকৰ্ডিং। উক্ত ফোন কল ৰেকৰ্ডিংটো সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।
    1
    হোজাই জিলাৰ লংকা অঞ্চলত গৰুৰ মাংসক লৈ এক ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে, যাৰ ফলত অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। এই বিতৰ্কৰ মূল কাৰণ হৈছে এক ভাইৰেল হোৱা ফোন কল ৰেকৰ্ডিং। উক্ত ফোন কল ৰেকৰ্ডিংটো সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    3 hrs ago
  • বিশ্বনাথ চাৰিআলি, চতিয়া আৰু জামুগুৰিহাটৰ একমাত্ৰ ৰক্ষাকৱচস্বৰূপ বিশ্বনাথ পানপুৰ মথাউৰিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে, যি পৰিস্থিতিয়ে নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে। এই সংকটময় পৰিস্থিতিৰ বুজ ল’বলৈ ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিশ্বনাথ পাণপুৰ মথাউৰিৰ তেৱাৰিপাল তিনিআলিৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। উল্লেখ্য যে, ১৯৯১ চনৰে পৰা চতিয়াৰ দক্ষিণ অঞ্চলত বিশ্বনাথ পানপুৰ মথাউৰি গৰাখহনীয়াৰ কবলত পৰি আহিছে। বৰ্তমান সময়ত বিশেষকৈ কলাকাটি গাঁৱত গৰাখহনীয়াই এক ভয়াবহ ৰূপ লৈছে। ব্ৰহ্মপুত্ৰ নদীয়ে বিশ্বনাথ পানপুৰ মথাউৰি স্পৰ্শ কৰিবলৈ মাত্ৰ ২০ মিটাৰ দূৰত্ব বাকী আছে। পৰিদৰ্শনকালত বিধায়ক পদ্ম হাজৰিকাই কয় যে বৰ্তমান অসম চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৬০ কোটি টকা আৱণ্টন দিছে আৰু এই প্ৰতিৰোধৰ কাম তীব্ৰ গতিত চলি আছে। তেওঁ দৃঢ়তাৰে কয় যে যি কোনো প্ৰকাৰে বিশ্বনাথ পানপুৰ মথাউৰি ৰক্ষা কৰিবই লাগিব। ২০১২ চনৰ বানপানীত এই অঞ্চলত যি বৃহৎ ক্ষতি হৈছিল, তাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে ব্যৱস্থা হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে।
    4
    বিশ্বনাথ চাৰিআলি, চতিয়া আৰু জামুগুৰিহাটৰ একমাত্ৰ ৰক্ষাকৱচস্বৰূপ বিশ্বনাথ পানপুৰ মথাউৰিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে, যি পৰিস্থিতিয়ে নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে। এই সংকটময় পৰিস্থিতিৰ বুজ ল’বলৈ ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিশ্বনাথ পাণপুৰ মথাউৰিৰ তেৱাৰিপাল তিনিআলিৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে।

উল্লেখ্য যে, ১৯৯১ চনৰে পৰা চতিয়াৰ দক্ষিণ অঞ্চলত বিশ্বনাথ পানপুৰ মথাউৰি গৰাখহনীয়াৰ কবলত পৰি আহিছে। বৰ্তমান সময়ত বিশেষকৈ কলাকাটি গাঁৱত গৰাখহনীয়াই এক ভয়াবহ ৰূপ লৈছে। ব্ৰহ্মপুত্ৰ নদীয়ে বিশ্বনাথ পানপুৰ মথাউৰি স্পৰ্শ কৰিবলৈ মাত্ৰ ২০ মিটাৰ দূৰত্ব বাকী আছে।

পৰিদৰ্শনকালত বিধায়ক পদ্ম হাজৰিকাই কয় যে বৰ্তমান অসম চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৬০ কোটি টকা আৱণ্টন দিছে আৰু এই প্ৰতিৰোধৰ কাম তীব্ৰ গতিত চলি আছে। তেওঁ দৃঢ়তাৰে কয় যে যি কোনো প্ৰকাৰে বিশ্বনাথ পানপুৰ মথাউৰি ৰক্ষা কৰিবই লাগিব। ২০১২ চনৰ বানপানীত এই অঞ্চলত যি বৃহৎ ক্ষতি হৈছিল, তাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে ব্যৱস্থা হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    11 hrs ago
  • পলাশবাৰীত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ বাবে নিৰ্মাণ কৰা এক অতিৰিক্ত ভৱনৰ শুভ উদ্বোধন সম্পন্ন হৈছে। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত এই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
    1
    পলাশবাৰীত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ বাবে নিৰ্মাণ কৰা এক অতিৰিক্ত ভৱনৰ শুভ উদ্বোধন সম্পন্ন হৈছে। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত এই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
    user_Ne Assam Digital
    Ne Assam Digital
    Local News Reporter শিপাঝাৰ, দৰং, অসম•
    5 hrs ago
  • জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰা হৈছে। এই সন্দৰ্ভত নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।
    1
    জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰা হৈছে। এই সন্দৰ্ভত নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    2 hrs ago
  • ৰাভা দিৱসৰ পবিত্ৰ দিনটোত পলাশবাৰীত অসম যুৱ পৰিষদৰ উদ্যোগত শিল্পী বিচিত্ৰ কুমাৰক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে শিল্পীগৰাকীক সন্মান জনোৱা হয়। #পলাশবাৰী #অসমযুৱপৰিষদ #ৰাভাদিৱস #শিল্পীসম্বৰ্দ্ধনা
    1
    ৰাভা দিৱসৰ পবিত্ৰ দিনটোত পলাশবাৰীত অসম যুৱ পৰিষদৰ উদ্যোগত শিল্পী বিচিত্ৰ কুমাৰক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে শিল্পীগৰাকীক সন্মান জনোৱা হয়।

#পলাশবাৰী #অসমযুৱপৰিষদ #ৰাভাদিৱস #শিল্পীসম্বৰ্দ্ধনা
    user_Ne Assam Digital
    Ne Assam Digital
    Local News Reporter শিপাঝাৰ, দৰং, অসম•
    5 hrs ago
  • সাৰুপথাৰৰ শেহতীয়া এক খবৰ অনুসৰি, এগৰাকী লোকে এক ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। লোকজনে জনোৱা মতে, আন এজনক কাটি থকাৰ সময়তে তেওঁ সেই স্থানলৈ বচাবলৈ গৈছিল। কিন্তু বচাবলৈ যোৱাৰ ফলস্বৰূপে, তেওঁক দা লৈ খেদা হয়।
    1
    সাৰুপথাৰৰ শেহতীয়া এক খবৰ অনুসৰি, এগৰাকী লোকে এক ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। লোকজনে জনোৱা মতে, আন এজনক কাটি থকাৰ সময়তে তেওঁ সেই স্থানলৈ বচাবলৈ গৈছিল। কিন্তু বচাবলৈ যোৱাৰ ফলস্বৰূপে, তেওঁক দা লৈ খেদা হয়।
    user_সৰুপথাৰ Live
    সৰুপথাৰ Live
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    9 hrs ago
  • সৰুপথাৰ সমজিলাৰ সৰু ছেৱাগুৰীত এক লোমহর্ষক হত্যাকাণ্ড সংঘটিত হৈছে। সৰু ছেৱাগুৰীৰ নিৱাসী প্ৰবীন মালাৰৰ পত্নী উৰ্মিলা মালাৰ (৪৫) ক তেওঁৰ সম্বন্ধীয় বৰজনাক ৰবেট তাঁতীয়ে চোকা অস্ত্ৰেৰে হানি-খুচি হত্যা কৰে।
    1
    সৰুপথাৰ সমজিলাৰ সৰু ছেৱাগুৰীত এক লোমহর্ষক হত্যাকাণ্ড সংঘটিত হৈছে। সৰু ছেৱাগুৰীৰ নিৱাসী প্ৰবীন মালাৰৰ পত্নী উৰ্মিলা মালাৰ (৪৫) ক তেওঁৰ সম্বন্ধীয় বৰজনাক ৰবেট তাঁতীয়ে চোকা অস্ত্ৰেৰে হানি-খুচি হত্যা কৰে।
    user_Time18 News
    Time18 News
    Newsagent সৰুপথাৰ, গোলাঘাট, অসম•
    10 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.