logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

পলাশবাৰীত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ বাবে নিৰ্মাণ কৰা এক অতিৰিক্ত ভৱনৰ শুভ উদ্বোধন সম্পন্ন হৈছে। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত এই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

1 hr ago
user_Ne Assam Digital
Ne Assam Digital
Local News Reporter শিপাঝাৰ, দৰং, অসম•
1 hr ago

পলাশবাৰীত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ বাবে নিৰ্মাণ কৰা এক অতিৰিক্ত ভৱনৰ শুভ উদ্বোধন সম্পন্ন হৈছে। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত এই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

More news from অসম and nearby areas
  • পলাশবাৰীত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ বাবে নিৰ্মাণ কৰা এক অতিৰিক্ত ভৱনৰ শুভ উদ্বোধন সম্পন্ন হৈছে। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত এই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
    1
    পলাশবাৰীত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ বাবে নিৰ্মাণ কৰা এক অতিৰিক্ত ভৱনৰ শুভ উদ্বোধন সম্পন্ন হৈছে। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত এই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
    user_Ne Assam Digital
    Ne Assam Digital
    Local News Reporter শিপাঝাৰ, দৰং, অসম•
    1 hr ago
  • ব্যৱসায়ী গৌতম বৰুৱা উৰণসেতুৰ মাজত পত্নীৰ জন্মদিন উদযাপন কৰিবলৈ কেক কটাৰ ফলত বিপদত পৰিছে। দেওবাৰে নিশা কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতুৰ ওপৰত ৰেড কাৰ্পেট পাৰি বৰুৱা দম্পতীয়ে পত্নীৰ জন্মদিন পালন কৰিছিল। এই উদযাপনৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সচেতন মহলৰ ৰোষত পৰিছে গৌতম বৰুৱা আৰু তেওঁৰ পত্নী।
    1
    ব্যৱসায়ী গৌতম বৰুৱা উৰণসেতুৰ মাজত পত্নীৰ জন্মদিন উদযাপন কৰিবলৈ কেক কটাৰ ফলত বিপদত পৰিছে। দেওবাৰে নিশা কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতুৰ ওপৰত ৰেড কাৰ্পেট পাৰি বৰুৱা দম্পতীয়ে পত্নীৰ জন্মদিন পালন কৰিছিল। এই উদযাপনৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সচেতন মহলৰ ৰোষত পৰিছে গৌতম বৰুৱা আৰু তেওঁৰ পত্নী।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    21 hrs ago
  • ৰঙিয়াৰ হৰিয়ানদাৱত যোৱা নিশা দুৰ্বৃত্তই ৰাজহুৱা পুখুৰীত বিষ দি কেবালক্ষ মূল্যৰ পোহনীয়া মাছ নিধন কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকে আজি পুৱাৰ ভাগত লক্ষাধিক মূল্যৰ মাছ পানীত ভাহি থকা প্ৰত্যক্ষ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। উল্লেখ্য যে, এই ৫ বিঘা ভূমিৰ ৰাজহুৱা পুখুৰীটো স্থানীয় নৱজিত নাথ নামৰ এজন যুৱকে তিনি বছৰৰ বাবে চুক্তিত লৈ মৎস্য পালন কৰি আহিছিল। নিশা কোনো দুৰ্বৃত্তই পুখুৰীৰ পানীত বিষ ঢালি মাছ নিধন কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ ধাৰণা কৰা হৈছে। ইতিমধ্যে ঘটনাৰ বুজ ল'বলৈ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে। কি উদ্দেশ্যৰে দুৰ্বৃত্তই এই দুষ্কাৰ্য সংঘটিত কৰিছে, সেই ৰহস্য আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে।
    1
    ৰঙিয়াৰ হৰিয়ানদাৱত যোৱা নিশা দুৰ্বৃত্তই ৰাজহুৱা পুখুৰীত বিষ দি কেবালক্ষ মূল্যৰ পোহনীয়া মাছ নিধন কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকে আজি পুৱাৰ ভাগত লক্ষাধিক মূল্যৰ মাছ পানীত ভাহি থকা প্ৰত্যক্ষ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহে।

উল্লেখ্য যে, এই ৫ বিঘা ভূমিৰ ৰাজহুৱা পুখুৰীটো স্থানীয় নৱজিত নাথ নামৰ এজন যুৱকে তিনি বছৰৰ বাবে চুক্তিত লৈ মৎস্য পালন কৰি আহিছিল। নিশা কোনো দুৰ্বৃত্তই পুখুৰীৰ পানীত বিষ ঢালি মাছ নিধন কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ ধাৰণা কৰা হৈছে।

ইতিমধ্যে ঘটনাৰ বুজ ল'বলৈ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে। কি উদ্দেশ্যৰে দুৰ্বৃত্তই এই দুষ্কাৰ্য সংঘটিত কৰিছে, সেই ৰহস্য আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    23 hrs ago
  • লাহৰিঘাটৰ হাঁহচৰাত বিগত ২৫ বছৰ ধৰি অৰ্ধনিৰ্মিত অৱস্থাত থকা এখন দলং অৱশেষত পুনৰ নিৰ্মাণ কৰা হ'ব। প্ৰায় ২৫ বছৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই দলংখনৰ খুটি পুতিব নোৱাৰাৰ বাবে নিৰ্মাণৰ কাম আধাতে সামৰিছিল। স্থানীয় ৰাইজৰ বিশ্বাস অনুসৰি, যেতিয়া খুটি পুতিবলৈ চেষ্টা কৰা হৈছিল, তেতিয়াই সেইবোৰ পানীৰ তলত পুত গৈছিল আৰু বহু চেষ্টাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষ বিফল হৈছিল। ফলস্বৰূপে, দলংখনৰ নিৰ্মাণৰ কাম বন্ধ ৰখা হৈছিল। এতিয়া, এই অৰ্ধনিৰ্মিত দলংখন সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা লোক নিৰ্মাণ বিভাগে আজি উক্ত স্থান পৰিদৰ্শন কৰে। চৰকাৰী নিৰ্দেশনা অনুসৰি, কাৰ্যবাহী অভিযন্তা ইছতিয়াক আহমেদ, সহকাৰী কাৰ্যবাহী অভিযন্তা ছফিকুল ইছলাম মামুদ, আৰু সহকাৰী অভিযন্তা কবিৰ প্ৰসাদ ডেকাই আজি ক্ষেত্ৰ পৰিদৰ্শনৰ লগতে মেপিং আৰু টেষ্টিং সম্পন্ন কৰে। এই দলংখন পূৰ্বৰ ধিং সমষ্টি আৰু বৰ্তমানৰ লাহৰিঘাট সমষ্টিৰ অন্তৰ্গত হাঁহচৰাত নগাঁও-ভূৰাগাওঁ মূল পথৰ ওপৰত অৱস্থিত।
    1
    লাহৰিঘাটৰ হাঁহচৰাত বিগত ২৫ বছৰ ধৰি অৰ্ধনিৰ্মিত অৱস্থাত থকা এখন দলং অৱশেষত পুনৰ নিৰ্মাণ কৰা হ'ব। প্ৰায় ২৫ বছৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই দলংখনৰ খুটি পুতিব নোৱাৰাৰ বাবে নিৰ্মাণৰ কাম আধাতে সামৰিছিল। স্থানীয় ৰাইজৰ বিশ্বাস অনুসৰি, যেতিয়া খুটি পুতিবলৈ চেষ্টা কৰা হৈছিল, তেতিয়াই সেইবোৰ পানীৰ তলত পুত গৈছিল আৰু বহু চেষ্টাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষ বিফল হৈছিল। ফলস্বৰূপে, দলংখনৰ নিৰ্মাণৰ কাম বন্ধ ৰখা হৈছিল।

এতিয়া, এই অৰ্ধনিৰ্মিত দলংখন সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা লোক নিৰ্মাণ বিভাগে আজি উক্ত স্থান পৰিদৰ্শন কৰে। চৰকাৰী নিৰ্দেশনা অনুসৰি, কাৰ্যবাহী অভিযন্তা ইছতিয়াক আহমেদ, সহকাৰী কাৰ্যবাহী অভিযন্তা ছফিকুল ইছলাম মামুদ, আৰু সহকাৰী অভিযন্তা কবিৰ প্ৰসাদ ডেকাই আজি ক্ষেত্ৰ পৰিদৰ্শনৰ লগতে মেপিং আৰু টেষ্টিং সম্পন্ন কৰে। এই দলংখন পূৰ্বৰ ধিং সমষ্টি আৰু বৰ্তমানৰ লাহৰিঘাট সমষ্টিৰ অন্তৰ্গত হাঁহচৰাত নগাঁও-ভূৰাগাওঁ মূল পথৰ ওপৰত অৱস্থিত।
    user_Tufail Ahmed
    Tufail Ahmed
    Local News Reporter লাহৰিঘাট, মৰিগাঁও, অসম•
    11 min ago
  • মৰিগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত জাগীৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে জিলাখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ কেইবাজনো অধিবক্তাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰা দেখিবলৈ পোৱা যায়। ইফালে, অহা ১ জুলাইত জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হোৱাৰ বিষয়টোক লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই এক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে নৈৰাজ্যবাদীসকলে অসমৰ উন্নয়ন নিবিচাৰে, আৰু এইয়া অত্যন্ত দুৰ্ভাগ্যজনক।
    1
    মৰিগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত জাগীৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে জিলাখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ কেইবাজনো অধিবক্তাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰা দেখিবলৈ পোৱা যায়।

ইফালে, অহা ১ জুলাইত জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হোৱাৰ বিষয়টোক লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই এক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে নৈৰাজ্যবাদীসকলে অসমৰ উন্নয়ন নিবিচাৰে, আৰু এইয়া অত্যন্ত দুৰ্ভাগ্যজনক।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    40 min ago
  • লহৰীঘাটত বিজেপি দলৰ এক বিশাল যোগদান সভা অনুষ্ঠিত হয়, য'ত কংগ্ৰেছ দলৰ তিনিজন জিলা পৰিষদ সদস্যই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। এই অনুষ্ঠানত মন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত আছিল। জিলা পৰিষদৰ সদস্যসকলৰ উপৰিও, কংগ্ৰেছ দলৰ বিভিন্ন পদত থকা সহশ্ৰাধিক কংগ্ৰেছ কৰ্মীয়েও দল ত্যাগ কৰি বিজেপিত চামিল হয়। এই যোগদানৰ ফলত মন্ত্ৰী পিয়ুষ হাজৰিকাই নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন বিজেপি দলৰ দখললৈ আহিব বুলি আশাবাদী বুলি মন্তব্য কৰে।
    1
    লহৰীঘাটত বিজেপি দলৰ এক বিশাল যোগদান সভা অনুষ্ঠিত হয়, য'ত কংগ্ৰেছ দলৰ তিনিজন জিলা পৰিষদ সদস্যই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। এই অনুষ্ঠানত মন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত আছিল।

জিলা পৰিষদৰ সদস্যসকলৰ উপৰিও, কংগ্ৰেছ দলৰ বিভিন্ন পদত থকা সহশ্ৰাধিক কংগ্ৰেছ কৰ্মীয়েও দল ত্যাগ কৰি বিজেপিত চামিল হয়। এই যোগদানৰ ফলত মন্ত্ৰী পিয়ুষ হাজৰিকাই নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন বিজেপি দলৰ দখললৈ আহিব বুলি আশাবাদী বুলি মন্তব্য কৰে।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    2 hrs ago
  • ৰাভা দিৱসৰ পবিত্ৰ দিনটোত পলাশবাৰীত অসম যুৱ পৰিষদৰ উদ্যোগত শিল্পী বিচিত্ৰ কুমাৰক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে শিল্পীগৰাকীক সন্মান জনোৱা হয়। #পলাশবাৰী #অসমযুৱপৰিষদ #ৰাভাদিৱস #শিল্পীসম্বৰ্দ্ধনা
    1
    ৰাভা দিৱসৰ পবিত্ৰ দিনটোত পলাশবাৰীত অসম যুৱ পৰিষদৰ উদ্যোগত শিল্পী বিচিত্ৰ কুমাৰক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে শিল্পীগৰাকীক সন্মান জনোৱা হয়।

#পলাশবাৰী #অসমযুৱপৰিষদ #ৰাভাদিৱস #শিল্পীসম্বৰ্দ্ধনা
    user_Ne Assam Digital
    Ne Assam Digital
    Local News Reporter শিপাঝাৰ, দৰং, অসম•
    1 hr ago
  • বন বিভাগে পৰ্যাপ্ত অস্ত্ৰ-সঁজুলিৰ অভাৱত গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ ফলত বনকৰ্মীসকলে বহু প্ৰতিকূল পৰিস্থিতিত নিজৰ কৰ্তব্য পালন কৰিবলগীয়া হৈছে। বিশেষকৈ মানুহ-হাতী সংঘাত বৃদ্ধি পোৱা অঞ্চলসমূহত বনকৰ্মীসকলে নিজৰ জীৱনৰ ঝুঁকি লৈ দিনে-নিশাই হাতী খেদাৰ কামত নিয়োজিত হৈ আছে। প্ৰতিকূল বতৰ, ধাৰাসাৰ বৰষুণ আৰু গভীৰ অৰণ্যৰ মাজতো তেওঁলোকে প্ৰায় বিনা অস্ত্ৰৰে বনৰীয়া হাতীৰ জাকক জনবসতিপূৰ্ণ অঞ্চলৰ পৰা আঁতৰাই নিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। পৰ্যাপ্ত সুৰক্ষা সামগ্ৰী আৰু আধুনিক সঁজুলিৰ অভাৱৰ বাবে বনকৰ্মীসকলে বহু সময়ত বিপদসংকুল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়।
    1
    বন বিভাগে পৰ্যাপ্ত অস্ত্ৰ-সঁজুলিৰ অভাৱত গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ ফলত বনকৰ্মীসকলে বহু প্ৰতিকূল পৰিস্থিতিত নিজৰ কৰ্তব্য পালন কৰিবলগীয়া হৈছে। বিশেষকৈ মানুহ-হাতী সংঘাত বৃদ্ধি পোৱা অঞ্চলসমূহত বনকৰ্মীসকলে নিজৰ জীৱনৰ ঝুঁকি লৈ দিনে-নিশাই হাতী খেদাৰ কামত নিয়োজিত হৈ আছে।

প্ৰতিকূল বতৰ, ধাৰাসাৰ বৰষুণ আৰু গভীৰ অৰণ্যৰ মাজতো তেওঁলোকে প্ৰায় বিনা অস্ত্ৰৰে বনৰীয়া হাতীৰ জাকক জনবসতিপূৰ্ণ অঞ্চলৰ পৰা আঁতৰাই নিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। পৰ্যাপ্ত সুৰক্ষা সামগ্ৰী আৰু আধুনিক সঁজুলিৰ অভাৱৰ বাবে বনকৰ্মীসকলে বহু সময়ত বিপদসংকুল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.