Shuru
Apke Nagar Ki App…
আজিৰ এই দুখলগা খবৰটোৱে সচাকে মমাৰ্হত কৰিছে, জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, ছাত্র, যতীন, আৰু আমাৰ লগত Union bodyt থকা নিশান্ত আজি পুখুৰীত গা ধুব গৈ মৃত্যু হৈছে। লৰা দুজন সচাকে বহুত ভাল আছিল।
Faris Ahmed .M F ASSAM TV
আজিৰ এই দুখলগা খবৰটোৱে সচাকে মমাৰ্হত কৰিছে, জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, ছাত্র, যতীন, আৰু আমাৰ লগত Union bodyt থকা নিশান্ত আজি পুখুৰীত গা ধুব গৈ মৃত্যু হৈছে। লৰা দুজন সচাকে বহুত ভাল আছিল।
More news from Nagaon and nearby areas
- জুৰীয়া চামধৰাত দুই যুৱকৰ পানীত ডুব গৈ মৃত্যু1
- বানৰ পিছতেই কামপুৰত জাপানিজ এনকেফেলাইটিছে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। কামপুৰ অঞ্চলত বৰ্তমানলৈকে দুজন লোকৰ লগত কৰুণ ঘটনা...1
- বানৰ পাছতে কঠিয়াতলীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ দ্বিতীয় গৰাকী ৰোগীৰ মৃত্যু হৈছে কঠিয়াতলীত ৷ মৃত্যু হোৱা মহিলা গৰাকী কঠিয়াতলী পশ্চিম কাৱৈমাৰীৰ মৰমী দেৱী বৰা বুলি জানিব পৰা গৈছে ৷ নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু মহিলা গৰাকীৰ ৷ ইফালে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আন তিনি গৰাকী ৰোগী বৰ্তমানো চিকিৎসাধীন ৷ চিকিৎসাধীন কামপুৰ তেতেলীসৰাৰ পল্লৱ হাজৰিকা, নিজ কঠিয়াতলীৰ আছান হ'ক আৰু ৰাঙলুৰ ৰহিমা খাতুন ৷ সম্প্ৰতি GMCH ত চিকিৎসাধীন অৱস্থাত আছে আক্ৰান্ত সকল ৷ স্বাস্থ্য বিভাগে গাঁৱে গাঁৱে ধোৱা দি ম'হ খেদাৰ বিশেষ ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হৈছে ৷1
- Raha News : ৰহা আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াৰ দাদাগিৰি ! N18V1
- 📍📍স্প্ৰে চোৰৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ নগাঁৱৰ ধিং আৰক্ষীৰ ।📍📍1
- 🔴 ধিং আৰক্ষীৰ জালত চাৰি স্প্ৰে চোৰ1
- #watch শোণিতপুৰ জিলাই অহা ৩ আগষ্টৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে জিলা দিৱস পালন কৰিব। এই জিলা দিৱসৰ লগত সংগতি ৰাখি মন্ত্ৰী পীযুষ হাজৰিকাই জয়পুৰ ফুট কেম্পটো মুকলি কৰিব।1
- ‘আজি আমাৰ দলত অগপ, বিজেপি আৰু আম আদমী পাৰ্টীৰ পৰা বহুকেইজনে যোগদান কৰিছে’ ‘এইবাৰ আমি টিকট দিয়া, প্ৰাৰ্থী বাচনি কৰা প্ৰক্ৰিয়াটো জিলাই জিলাই কৰিম’ শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ1