Shuru
Apke Nagar Ki App…
আজি ছয়গাঁৱত লোক সংস্কৃতিৰ সাধক সুকুমাৰ মেধিৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। এই সভাত সুকুমাৰ মেধীক মৰম কৰা হাজাৰ হাজাৰ লোকে তেওঁৰ ভূয়সী প্ৰশংসাৰে উপচাই পেলায়। বিধায়ক হিমাংশু শেখৰ বৈশ্যই সুকুমাৰ মেধিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ স্থায়ীভাৱে বিশেষ পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰে।
TIME OF ASSAM
আজি ছয়গাঁৱত লোক সংস্কৃতিৰ সাধক সুকুমাৰ মেধিৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। এই সভাত সুকুমাৰ মেধীক মৰম কৰা হাজাৰ হাজাৰ লোকে তেওঁৰ ভূয়সী প্ৰশংসাৰে উপচাই পেলায়। বিধায়ক হিমাংশু শেখৰ বৈশ্যই সুকুমাৰ মেধিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ স্থায়ীভাৱে বিশেষ পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰে।
More news from অসম and nearby areas
- নলবাৰী জিলাৰ বৰক্ষেত্ৰী অঞ্চলৰ মুকালমুৱাৰ ২ নং জয়সাগৰ গাঁৱৰ এজন যুৱক সন্ধানহীন হৈছে।1
- জয় মা সহযোগ সেৱা সংস্থা'ই তৃতীয়বাৰৰ বাবে অন্ন ভাণ্ডাৰৰ আয়োজন কৰিছে।1
- জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰা হৈছে। এই সন্দৰ্ভত নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।1
- তৰালী শৰ্মাৰ সুমধুৰ কণ্ঠৰে নিগৰি অহা এক মনোমোহা গীত “আহিবা তুমি দুপৰ নিশা”ই শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিছে। এই গীতটি সংগীতপ্ৰেমীসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।1
- কলগাছিয়াৰ তালেব আলীৰ পুত্ৰ, মানসিক বিকাৰগ্ৰস্ত আব্বাছ আলীয়ে গুৱাহাটীত চুৰি কাণ্ড সংঘটিত কৰি ভাইৰেল হৈছিল। এই ঘটনাৰ পিছতে তেওঁৰ হেনো কোটি টকীয়া সম্পত্তি আছে বুলি এক বাতৰি প্ৰচাৰ হৈছিল। কিন্তু প্ৰকৃততে তেওঁৰ অৱস্থা সম্পূৰ্ণ বেলেগ। কলগাছিয়াত অৱস্থিত আব্বাছ আলীৰ ঘৰটো দেখিলে স্পষ্ট হয় যে তেওঁৰ কোটি টকীয়া সম্পত্তিৰ দাবী ভিত্তিহীন। ঘৰটোৰ অৱস্থা অতি শোচনীয়, য'ত শুবলৈ এখন বিছনাও নাই। ভাইৰেল হোৱা চোৰ আব্বাছ আলীৰ এই তথাকথিত কোটি টকীয়া ঘৰটোৰ প্ৰকৃত ছবি দেখিলে মানুহে তেওঁৰ বাস্তৱিক পৰিস্থিতি সম্পৰ্কে পুনৰ বিবেচনা কৰিবলৈ বাধ্য হ'ব।1
- পলাশবাৰীত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ বাবে নিৰ্মাণ কৰা এক অতিৰিক্ত ভৱনৰ শুভ উদ্বোধন সম্পন্ন হৈছে। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত এই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।1
- বাক্সাৰ শালবাৰী মহাবিদ্যালয়ত 'নিচামুক্ত ভাৰত অভিযান' শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অভিযানৰ অংশ হিচাপে মহাবিদ্যালয়খনত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এখন সভা অনুষ্ঠিত হোৱাৰ লগতে এখন বাটৰ নাটও প্ৰদৰ্শন কৰা হয়।1
- বৰপেটাৰ ভক্তৰডবা নলীগাঁও কলেজ চাৰিআলিত এটা পাৱাৰ চাব-ষ্টেচন স্থাপন কৰা হ'ব বুলি ঘোষণা কৰিছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে। এই ঘোষণা অনুসৰি উক্ত স্থানত নতুন পাৱাৰ চাব-ষ্টেচনটো স্থাপনৰ ব্যৱস্থা কৰা হ'ব।1