Shuru
Apke Nagar Ki App…
মাকুমত বিজেপি মিত্ৰযোঁতৰ প্ৰাৰ্থী সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলাৰ নৱগঠিত মাকুম বিধানসভা সমষ্টিত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মাকুমৰ বিজেপি মিত্ৰযোঁতৰ প্ৰাৰ্থী সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হয় বজালতলী খেলপথাৰত । ডিগবৈত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছতে পোনেপোনে উপস্থিত হয় মাকুম বিধানসভা সমষ্টিত ৷ মাকুমত নিৰ্বাচনী প্ৰচাৰ সভা সামৰি তিনিচুকীয়া চহৰত বিজেপি মিত্ৰযোঁতৰ প্ৰাৰ্থী পুলক গোঁহাইক লৈ কৰিব ৰ’ড শ্ব’।
Tinsukia TIME

More news from অসম and nearby areas
- চৰাইদেউ জিলাৰ ৯৩ নং সোণাৰি সমষ্টিৰ সাপেখাতী মণ্ডলত আয়োজন বিজেপি দলৰ এক নিৰ্বাচনী প্ৰচাৰ সভা । সভাত দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে এই সভাত অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকে বিজেপিত যোগদান কৰে ।1
- SLUG _MAJULI SENIOR CITIZEN VOTE মাজুলীত ৮৫ উৰ্দ্ধৰ আৰু বিশেষ ভাবে সক্ষম ভোটাৰ ভোটদান। ৯ এপিলত সমগ্ৰ অসমতে হ'বলগীয়া এটা পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাঠো ৮ টা দিন বাকী থকা অৱস্থাত মাজুলী সমষ্টিতো ৮৫ বছৰ উদ্ধৰ পুৰুষ-মহিলা আৰু ৫০% ওপৰৰ বিশেষ ভাবে সক্ষম ভোটাৰ সকলৰ ঘৰে ঘৰে গৈ ভোট সংগ্ৰহ কৰিছে মাজুলী জিলা নিৰ্বাচনী বিভাগে। ৩১ মাৰ্চৰ পৰা ২ এপিললৈ চলিব এই ভোটদান প্ৰক্ৰিয়া। মাজুলীৰ ৫ টা দলে ঘৰে ঘৰে গৈ ৮৫ উৰ্দ্ধৰ পুৰুষ মহিলা আৰু বিশেষ ভাবে সক্ষম ব্যক্তিসকলৰ পোষ্টেল বেলট পেপাৰৰ জড়িয়তে ভোট সংগ্ৰহ কৰিছে। ঘৰতে ভোটদান কৰিবলৈ পাই নিজকে সৌভাগ্যবান বুলি কৈছে ভোটাৰ সকলে। নিজৰ ঘৰতে ভোটদান কৰিবলৈ পাই আনন্দিত ককা আইতা হত। এই ভোট দান প্ৰক্ৰিয়াৰ জড়িয়তে ভোটৰ হাৰ বৃদ্ধি পাব।1
- Post by Mahendra Pqgag1
- খুমটাই বিধান সভা সমষ্টিৰ মৰঙিত ঝাৰখণ্ডৰ মূখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ প্ৰচাৰ সভা। ভাষন প্ৰসংগত মূখ্যমন্ত্ৰী গৰাকীয়ে ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি শাসিত চৰকাৰ খনক।অসমৰ অৱস্থা ডাৱল ইঞ্জিন চৰকাৰৰ দিনত ঝাৰখণ্ড তকৈও শোচনীয়। বিশেষকৈ গাঁও অঞলৰ পথ, মানুহৰ ঘৰ দুৱাৰ, বিজুলী ব্যৱস্থা সকলোৰে অৱস্থা অতিকৈ শোচনীয়। ডাৱল ইঞ্জিন চৰকাৰৰ দিনত চাহ শ্ৰমিকৰ অৱস্থা অতি দুখ লগা।2
- শামুকজুলী গাঁও অংগনা বাঢ়ি আহিছে2
- Post by KHABAR 24 BISWANATH1
- ৰাজ্যত নিৰ্বাচনৰ বতৰ । প্ৰতিকূল বতৰৰ মাজতো নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দল । বিশেষকৈ প্ৰধান প্ৰতিদ্বন্দি কংগ্ৰেছ বিজেপি । বিজেপি দলৰ হৈ এইবাৰ টিকটৰ পৰা বঞ্চিত প্ৰাক্তন যোৰহাট লোকসভা সাংসদ তথা সোণাৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তপন কুমাৰ গগৈয়ে আবেলি আৰু সন্ধিয়া সোণাৰি সমষ্টিৰ টিঙালীবাম চাহ বাগিচা আইদেউ পুখুৰী চাহ বাগিচাৰ লগতে কেইবাটাও স্থানত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ লগত দলৰ হৈ নিৰ্বাচন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে1
- Post by Safik1
- মাদ্ৰাছা মছজিদত এশ টকা আৰু অসম গণ পৰিষদৰ দুৱা পত্ৰৰ জৰিয়তে দুৱা বিচাৰি আৱেদন অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ। সমষ্টিটোৰ কাঠপাৰা পূব লৰিৰমুখত দুৱা বিচাৰি অসম গণ পৰিষদৰ এই আবেদন পত্ৰ। কেশৱ মহন্তৰ দুৰ্গ স্বৰূপ কলিয়াবৰত নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাত অগপই কিছু শংকিত হৈছে তাৰেই বহিঃপ্ৰকাশ প্ৰকাশ পাইছে। নতুনকৈ কলিয়াবৰত অন্তৰ্ভুক্ত হোৱা সংখ্যালঘু অঞ্চলত ভোট বিচাৰি অগপৰ এই পত্ৰ বিতৰণ।1