Shuru
Apke Nagar Ki App…
দুনিয়ার আবো হায়াটা অনেক খারাপ দুনিয়ার আবো হায়াটা অনেক খারাপ
Hafiz asrafulalamin
দুনিয়ার আবো হায়াটা অনেক খারাপ দুনিয়ার আবো হায়াটা অনেক খারাপ
More news from অসম and nearby areas
- आज से असम तथा नॉर्थ ईस्ट के पांच राज्य के HAJI गुवाहाटी लोकप्रिय Gopinath bordoloi एयरपोर्ट से मदीना मक्का के लिए रवाना होंगे #newsreport1
- 📌বাক্সাৰ জালাহ দংপাৰত ৰঙালী বিহু উদযাপন। 📌উদুলি মুদুলি মুকলি বিহুৰ বাকৰি। 📌সমগ্ৰ ৰাজ্যতে ৰঙালী বিহুৰ আনন্দ।1
- ভাৰতীয় শিক্ষা বোৰ্ডৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা: কুমাৰীকাটা আচাৰ্য্যকুলমৰ ছাত্ৰী অস্মিতা বস্নেতৰ সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষস্থান দখল। তামুলপুৰ, ১৮ এপ্ৰিল: ভাৰতীয় শিক্ষা বোৰ্ডৰ অধীনত অনুষ্ঠিত হোৱা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত তামুলপুৰ জিলাৰ কুমাৰীকাটাস্থিত আচাৰ্য্যকুলমে এক গৌৰৱোজ্জ্বল সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে য’ত বিদ্যালয়খনৰ ছাত্ৰী অস্মিতা বস্নেতে ৯৭ শতাংশ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই অভূতপূৰ্ব ফলাফল ঘোষণা হোৱাৰ লগে লগে আজি কুমাৰীকাটা আচাৰ্য্যকুলম বিদ্যালয়ৰ চৌহদত এক উৎসৱমুখৰ তথা আনন্দময় পৰিৱেশৰ সৃষ্টি হয় আৰু বিদ্যালয়খনৰ অধ্যক্ষ নৌজৰ বসুমতাৰীৰ লগতে উপাধ্যক্ষ ৰূপম চৌধুৰীয়ে কৃতী ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ এই অনন্য সফলতাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে, অস্মিতা বস্নেতৰ লগতে বিদ্যালয়খনৰ আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে উন্নত প্ৰদৰ্শনেৰে বিদ্যালয়খনৰ নাম উজলাইছে; যাৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হ’ল সেৱিকা দেৱী (৮৯.৮%), প্ৰিয়া বৈশ্য (৮৯.৪), ৰোচান বস্নেত (৮৯.২), বিশাল পোদ্দাৰ (৮৮.৬), অংশু গজমেৰ (৮৬), হিমা হাজং (৮৬), বাপন পাল (৮৫.৬), গৌৰৱ ছেত্ৰী (৮৪.৪), ৰক্তিম দাস (৮৩.৬), প্ৰসেনজিৎ বৰ্মণ (৮৩.২), ইৰাগদাউ মছাহাৰী (৮১.৪), দেনিয়েল মছাহাৰী (৮০.৬), পাৰঞ্জিৎ বৰ্মণ (৭৯.৪), সুস্মিতা ছেত্ৰী (৭৮.৪), ধৃতিৰাজ নাৰ্জাৰী (৭৭.৮), জুপিতৰা ৰাভা (৭৬.৮), দেভিড বসুমতাৰী (৭৬.৬), ভণিতা ৰাহাং (৭৬.২), বিবেক থাপা (৭৫.৪), কৰেন্দ্ৰ ভৰালী (৭৫.৪), কৃষ্ণ বৈশ্য (৭৫), যশ শৰ্মা (৭৪), বিনা বৰ্মণ (৭১), জ্যোতিকা শৰণীয়া (৭১), বাপ্পা পাল (৭০.৬), ৰাহুল বিশ্বাস (৬৭), বিদ্যুত ৰাভা (৬৪), প্ৰণৱ শৰণীয়া (৬২.৪), বিপ্লৱ বৰ্মণ (৬১), ৰাকেশ আৰ্য (৬০.৮) আৰু ধীৰাজ ৰাভা (৬০.৪) । এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে বিদ্যালয় কৰ্তৃপক্ষই সফলভাৱে উত্তীৰ্ণ হোৱা এই সমগ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱক-অভিভাৱিকা সকলক অসমীয়াৰ স্বাভিমান ফুলাম গামোচা আৰু বড়ো সকলৰ পৰম্পৰাগত আৰণাইৰে উষ্ম আদৰণি জনাই উৎসাহিত কৰে। উল্লেখ্য যে, অস্মিতা বস্নেতৰ এই সাফল্যই কেৱল কুমাৰীকাটা আচাৰ্য্যকুলমৰে নহয়, বৰঞ্চ সমগ্ৰ অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে আৰু বিদ্যালয়খনৰ এনে কৃতিত্বত সমূহ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে হৰ্ষোল্লাস কৰি আনন্দত আত্মহাৰা হৈ পৰা দেখা যায়। বিদ্যালয়খনৰ এই সামগ্ৰিক ফলাফল আৰু বিশেষকৈ শীৰ্ষস্থান প্ৰাপ্ত ছাত্ৰীসকলৰ চমকপ্ৰদ প্ৰদৰ্শনে প্ৰমাণ কৰিছে যে সঠিক মাৰ্গদৰ্শন আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে গ্ৰামাঞ্চলৰ পৰাও ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব অৰ্জন কৰাটো সম্ভৱ।###1
- Post by Mahesh kumar das1
- Post by Mustafa SalimAhmed1
- এটা বিৱাহ অনুষ্ঠানক কেন্দ্ৰকৰি শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা আৰক্ষী থানা এলেকাৰ ভৰাশিঙীৰীত প্ৰচণ্ড মাৰপিটৰ ঘটনা1
- नॉर्थ ईस्ट के पांच राज्य के हाजियों को गुवाहाटी के इस्लामपुर हाजी मुसाफिरखाना से हज रिसेप्शन कमेटी द्वारा अलविदा का खास प्रोग्राम और दुआ किया गया1
- 📌বাক্সাৰ জুৰি মেধি ৰাভাই পঢ়ুৱৈ সকলক দিলে ব'হাগ বিহুৰ উপহাৰ। 📌"আধৰুৱা প্ৰেম'' নামৰ বাস্তৱধৰ্মী উপন্যাস উন্মোচন কৰি পঢ়ুৱৈ সমাজলৈ আগবঢ়াই। 📌বাক্সা জিলাৰ জলাগাঁওৰ সমাজকৰ্মী নৃপেন ৰাভাৰ সহধৰ্মিনী, অসম সাহিত্য সভাৰ আজীৱন সদস্যা জুৰী মেধি ৰাভাৰ দ্বাৰা ৰচিত বাস্তৱধৰ্মী উপন্যাস " আধৰুৱা প্ৰেম " উন্মোচন কৰে বাক্সা জিলা সাহিত্য সভাৰ সম্পাদক, অৱসৰী কৃতী শিক্ষক চন্দন মেধিয়ে।1
- Post by Mahesh kumar das1