Shuru
Apke Nagar Ki App…
লখিমপুৰ জিলাৰ চাউলধোৱাত ভুৱা পুলিচৰ চাঞ্চল্যকৰ কাণ্ড।জিন্টু চেতিয়া নামৰ এটা প্ৰবঞ্চকে নিজকে আৰক্ষী বিষয়া বুলি চিনাকি দি বুধি কৰি সৰকাই নিলে সোণৰ গঢ়না লখিমপুৰ জিলাৰ চাউলধোৱাত ভুৱা পুলিচৰ চাঞ্চল্যকৰ কাণ্ড।জিন্টু চেতিয়া নামৰ এটা প্ৰবঞ্চকে নিজকে আৰক্ষী বিষয়া বুলি চিনাকি দি চল কৰি সৰকাই নিলে সোণৰ গঢ়না। ইতিমধ্যে ভুৱা পুলিচটোৰ বিপক্ষে ৰুজু হৈছে গোচৰ। বিভিন্ন ঠাইত মুৱা পুলিচটোৱে কৰি আহিছে এই দুষ্কাৰ্য। #ShuruNews
Dip Pratim borah
লখিমপুৰ জিলাৰ চাউলধোৱাত ভুৱা পুলিচৰ চাঞ্চল্যকৰ কাণ্ড।জিন্টু চেতিয়া নামৰ এটা প্ৰবঞ্চকে নিজকে আৰক্ষী বিষয়া বুলি চিনাকি দি বুধি কৰি সৰকাই নিলে সোণৰ গঢ়না লখিমপুৰ জিলাৰ চাউলধোৱাত ভুৱা পুলিচৰ চাঞ্চল্যকৰ কাণ্ড।জিন্টু চেতিয়া নামৰ এটা প্ৰবঞ্চকে নিজকে আৰক্ষী বিষয়া বুলি চিনাকি দি চল কৰি সৰকাই নিলে সোণৰ গঢ়না। ইতিমধ্যে ভুৱা পুলিচটোৰ বিপক্ষে ৰুজু হৈছে গোচৰ। বিভিন্ন ঠাইত মুৱা পুলিচটোৱে কৰি আহিছে এই দুষ্কাৰ্য। #ShuruNews
More news from অসম and nearby areas
- তিনিচুকীয়াত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷ মাৰাত্মক ড্ৰাগছে চানি ধৰিছে চৌদিশে, ভয়াৱহ দিশে গতি কৰিছে নৱপ্ৰজন্মই৷ তাৰ মাজতে আজি তিনিচুকীয়াত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবাদী কায্যসূচীৰ জৰিয়তে দাবী উত্থাপন কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷ মাৰাত্মক ড্ৰাগছৰ কাৰণে তিনিচুকীয়া জিলাত এতিয়া HIV সংক্ৰমণৰ ক্ষেত্ৰত Red Zone হিচাপে পৰিণত হৈছ৷ গতিকে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পুলিয়ে পোখাই উৎখাত কৰিবলৈ দাবী জনাইছে তিনিচুকীয়া আছুৱে৷1
- তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ষ্ট্ৰেচাৰৰ অভাৱ । ৰোগীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰাৰ অভিযোগ । তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগী সেৱাৰ ক্ষেত্ৰত পুনৰ পোহৰলৈ আহিছে এক গুৰুতৰ অভিযোগ। চিকিৎসালয়খনত পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাৰ ফলত ৰোগীক লৈ দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ অহা এগৰাকী ৰোগীক ভিতৰলৈ নিয়াৰ বাবে ষ্ট্ৰেচাৰৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত ষ্ট্ৰেচাৰ উপলব্ধ নোহোৱাত ৰোগীগৰাকীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়। ফলত অসুস্থ ৰোগীগৰাকীৰ লগতে পৰিয়ালৰ লোকসকলেও যথেষ্ট কষ্টৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে। এনে পৰিস্থিতিয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী সেৱা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ৰোগীৰ সুবিধাৰ্থে পৰ্যাপ্ত সংখ্যক ষ্ট্ৰেচাৰ উপলব্ধ কৰাৰ লগতে এনে সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। প্ৰশ্ন হৈছে—এখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰী সময়ত ৰোগীক নিয়াৰ বাবে পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাটো কিমানদূৰ গ্ৰহণযোগ্য? তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ষ্ট্ৰেচাৰৰ অভাৱ । ৰোগীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰাৰ অভিযোগ । তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগী সেৱাৰ ক্ষেত্ৰত পুনৰ পোহৰলৈ আহিছে এক গুৰুতৰ অভিযোগ। চিকিৎসালয়খনত পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাৰ ফলত ৰোগীক লৈ দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ অহা এগৰাকী ৰোগীক ভিতৰলৈ নিয়াৰ বাবে ষ্ট্ৰেচাৰৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত ষ্ট্ৰেচাৰ উপলব্ধ নোহোৱাত ৰোগীগৰাকীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়। ফলত অসুস্থ ৰোগীগৰাকীৰ লগতে পৰিয়ালৰ লোকসকলেও যথেষ্ট কষ্টৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে। এনে পৰিস্থিতিয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী সেৱা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ৰোগীৰ সুবিধাৰ্থে পৰ্যাপ্ত সংখ্যক ষ্ট্ৰেচাৰ উপলব্ধ কৰাৰ লগতে এনে সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। প্ৰশ্ন হৈছে—এখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰী সময়ত ৰোগীক নিয়াৰ বাবে পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাটো কিমানদূৰ গ্ৰহণযোগ্য?1
- বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী। তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী। ২৫ বছৰীয়া গৌৰৱময় পৰিক্ৰমা সম্পূৰ্ণ কৰি এই বিশেষ উপলক্ষে আয়োজন কৰা হয় বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী। ভক্তি আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ পৰিৱেশেৰে মুখৰিত হৈ পৰিল তিনিচুকীয়া জিলাৰ বাৰ্মা কেম্প। লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত এইবাৰ বিশেষ উলহ-মালহেৰে অনুষ্ঠিত হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী উদযাপন। দীৰ্ঘ ২৫ বছৰে চলি অহা এই গণেশ পূজাই অঞ্চলটোৰ ৰাইজৰ মাজত এক বিশেষ স্থান দখল কৰি আহিছে। এইবাৰ ছিলভাৰ জুবিলী উপলক্ষে পূজা-অৰ্চনা, ধৰ্মীয় অনুষ্ঠান আৰু বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এই বিশেষ দিনটো। গণেশ দেৱতাৰ পূজা-অৰ্চনাত অংশগ্ৰহণ কৰি ভক্তসকলে সমাজৰ শান্তি, সমৃদ্ধি আৰু মংগল কামনা কৰে। অনুষ্ঠানত স্থানীয় ৰাইজ, ভক্ত আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক কৰি তোলে অধিক আকৰ্ষণীয়। পূজাৰ পৰিৱেশত দেখা যায় ভক্তি, আনন্দ আৰু উৎসাহৰ এক অপূৰ্ব সমাহাৰ। আয়োজকসকলে কয় যে, বিগত ২৫ বছৰ ধৰি চলি অহা এই পূজাই ধৰ্মীয় পৰম্পৰা অটুট ৰখাৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু সম্প্ৰীতি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ছিলভাৰ জুবিলীৰ এই বিশেষ আয়োজনৰ জৰিয়তে পুৰণি স্মৃতি সুঁৱৰি নতুন প্ৰজন্মকো এই পৰম্পৰাৰ সৈতে জড়িত কৰাৰ এক প্ৰয়াস কৰা হয়।1
- পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।1
- পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ কাৰ্যালৰ সন্মুখত আমছুৰ প্ৰতিবাদ1
- গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ ব’নাচ সজাগতা সভা big braking 🔴 গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ ব’নাচ সজাগতা সভা ব’নাচক কেন্দ্ৰ কৰি সংঘাত পৰিহাৰ কৰি শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাৰ আহ্বান AC: গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ উদ্যোগত অনুষ্ঠিত হয় ব’নাচ সজাগতা সাধাৰণ সভা। আজি গোলাঘাট শাখা সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সভাখনত অনাগত সময়ত ব’নাচ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অতীতত ব’নাচক কেন্দ্ৰ কৰি বিভিন্ন বাগিচাৰ মাজত সৃষ্টি হোৱা সংঘাত যাতে পুনৰ সংঘটিত নহয়, তাৰ বাবে সকলো পক্ষকে শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ আহ্বান জনোৱা হয়। গোলাঘাটৰ পৰা চুমী দত্তৰ ৰিপোৰ্ট। . . . . #highlightseveryone #everyonefollowers #follower #facebookvideo #FocusAxom241
- ডুমডুমাৰ কুমাৰীপট্টিৰ ব্যতিক্ৰমী গণেশ পূজা। বিগত ৪২ বছৰ ধৰি কোনো লোকৰ পৰা চান্দা সংগ্ৰহ নকৰাকৈ নিজৰ উপাৰ্জনৰ ধনেৰে অতি জাকজমকতাৰে গণেশ পূজা পালন কৰি আহিছে এগৰাকী ব্যক্তিয়ে। জানিব পৰা মতে, যুৱক অৱস্থাত গণেশ পূজাৰ বাবে চান্দা বিচাৰি ওলাইছিল তেওঁ। কিন্তু কোনো লোকে মনত আঘাত লগা কথা কোৱাত নিজৰ উপাৰ্জনেৰে পূজা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেতিয়াৰ পৰাই প্ৰতি বছৰে নিজা খৰচত ভক্তি-আস্থাৰে অনুষ্ঠিত কৰি আহিছে গণেশ পূজা। পূজা আয়োজন কৰাটো কেৱল পৰম্পৰা নহয়, তেওঁৰ বাবে এয়া এক আত্মিক শান্তিৰ মাধ্যম। গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰি বিশেষ মানসিক শান্তি লাভ কৰে বুলি জানিবলৈ দিয়ে তেওঁ। ডুমডুমাৰ কুমাৰীপট্টিৰ ব্যতিক্ৰমী গণেশ পূজা। বিগত ৪২ বছৰ ধৰি কোনো লোকৰ পৰা চান্দা সংগ্ৰহ নকৰাকৈ নিজৰ উপাৰ্জনৰ ধনেৰে অতি জাকজমকতাৰে গণেশ পূজা পালন কৰি আহিছে এগৰাকী ব্যক্তিয়ে। জানিব পৰা মতে, যুৱক অৱস্থাত গণেশ পূজাৰ বাবে চান্দা বিচাৰি ওলাইছিল তেওঁ। কিন্তু কোনো লোকে মনত আঘাত লগা কথা কোৱাত নিজৰ উপাৰ্জনেৰে পূজা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেতিয়াৰ পৰাই প্ৰতি বছৰে নিজা খৰচত ভক্তি-আস্থাৰে অনুষ্ঠিত কৰি আহিছে গণেশ পূজা। পূজা আয়োজন কৰাটো কেৱল পৰম্পৰা নহয়, তেওঁৰ বাবে এয়া এক আত্মিক শান্তিৰ মাধ্যম। গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰি বিশেষ মানসিক শান্তি লাভ কৰে বুলি জানিবলৈ দিয়ে তেওঁ।1
- ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌 এতিয়ালৈ হাতী খেদাত বিফল বনবিভাগ 📌 বিগত ৪-৫ দিনৰ পৰা কৃষকৰ কুহিয়াঁৰ খেতি, ধান আদিকে কৰি বিভিন্ন খেতিত অনিষ্ট সাধন কৰি আছে । 📌স্থানীয় জনসাধাৰণৰ লগতে কৃষকসকলেও বন বিভাগত খবৰ দিছে যদিও বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ1