#বিশ্বনাথত জয়ন্ত বৰুৱাৰ স্মৃতিচাৰণ অনুষ্ঠান ,ৰ'দৰ জয়ন্ত বৰুৱা বিশেষ শ্ৰদ্ধাৰ্ঘ সংখ্যা সহ চাৰিখন গ্ৰন্থ উন্মোচন #সোমবাৰে বিশ্বনাথত বিশিষ্ট সাহিত্যিক ৰ'দ গোষ্ঠীৰ প্ৰধান সম্পাদক জয়ন্ত বৰুৱাৰ স্মৃতিচাৰণ অনুষ্ঠান ,ৰ'দৰ জয়ন্ত বৰুৱা বিশেষ শ্ৰদ্ধাৰ্ঘ সংখ্যা সহ চাৰিখন গ্ৰন্থ উন্মোচন কৰা হয়।জয়ন্ত বৰুৱাৰ মাজ বাঘমৰা গাঁৱৰ বাসগৃহত হয় এই অনুষ্ঠান। সভাৰ আৰম্ভণিতে জয়ন্ত বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰুৱাৰ সহধৰ্মিনী তথা ৰ'দৰ ভাৰপ্ৰাপ্ত সম্পাদক নিকুমণি বৰুৱা , ৰ'দ গোষ্ঠীৰ সভাপতি নিৰঞ্জন হাজৰিকা, বিশিষ্ট ব্যক্তি সকল আৰু পৰিয়াল বৰ্গই। ইয়াৰ পিছতে ৰ'দ গোষ্ঠীৰ সভাপতি নিৰঞ্জন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হয় জয়ন্ত বৰুৱাৰ স্মৃতিচাৰণ সভা আৰু গ্ৰন্থ উন্মোচনী সভা। সভাৰ আঁত ধৰে আৰু উদ্দেশ্য ব্যাখ্যা কৰে ৰ'দ গোষ্ঠীৰ সহকাৰী সম্পাদক বিশ্বজিত সূতে। এই অনুষ্ঠানত যুৱ সাহিত্যিক নয়নমনি বৰাৰ গ্ৰন্থ "আমি পোহৰ বিচাৰি যাওঁ"উন্মোচন কৰে বিশ্বনাথ জিলা কবি সন্মিলন অঞ্জনা ভাগৱতীযে । ৰ'দৰ জয়ন্ত বৰুৱা বিশেষ শ্ৰদ্ধাৰ্ঘ সংখ্যা উন্মোচন কৰে বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি দিলীপ কুমাৰ বৰুৱাই। নবীন কবি প্ৰজ্ঞান বৰুৱাৰ কাব্য গ্ৰন্থ "প্ৰথম ৰাগিণী" উন্মোচন কৰে নিৰঞ্জন হাজৰিকাই। নয়নমনি বৰাৰ আন গ্ৰন্থ "অনুভৱৰ দলিছাত গল্পৰ সঁফুৰা"উন্মোচন কৰে বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অঞ্জন বৰুৱা আৰু আমন্ত্ৰিত ব্যক্তি সকলেঅনুষ্ঠানত জয়ন্ত বৰুৱাৰ জীৱনৰ ওপৰত চমু আলোকপাত কৰে উন্মোচন কৰে অঞ্জনা ভাগৱতী, অঞ্জন বৰুৱা ,জমিৰ আহমদ,কমল চন্দ্ৰ ভুঞা, খগেন বৰা, উপদেষ্টা সোমেশ্বৰ ওৰাং, গোপাল শৰ্মা,ডেইজী কটকী গগৈ ,ৰুমী ভুঞা, ৰীণা গোস্বামী, অৰ্চনা শৰ্মা, নয়ন মনি বৰা,তপ্তিদ্যুতি বৰা, মিনু বৰুৱা, পূৰ্বালী বৰা,আদিয়ে। অনুষ্ঠানত বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ সভাপতি পুলক হাজৰিকা,সম্পাদক আমিৰ খান, বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ উপ সভাপতি খগেন মটক, জ্যেষ্ঠ সাংবাদিক পংকজ বৰুৱা, বিনীত ঝাঁ, হোমেন বৰ্মন, ভাস্কৰ জ্যোতি দাস, জেইডুল ইছলাম আদি উপস্থিত থাকে।শলাগ জ্ঞাপন জ্ঞাপন কৰে সহ সম্পাদক দুলাল বৰাই।
#বিশ্বনাথত জয়ন্ত বৰুৱাৰ স্মৃতিচাৰণ অনুষ্ঠান ,ৰ'দৰ জয়ন্ত বৰুৱা বিশেষ শ্ৰদ্ধাৰ্ঘ সংখ্যা সহ চাৰিখন গ্ৰন্থ উন্মোচন #সোমবাৰে বিশ্বনাথত বিশিষ্ট সাহিত্যিক ৰ'দ গোষ্ঠীৰ প্ৰধান সম্পাদক জয়ন্ত বৰুৱাৰ স্মৃতিচাৰণ অনুষ্ঠান ,ৰ'দৰ জয়ন্ত বৰুৱা বিশেষ শ্ৰদ্ধাৰ্ঘ সংখ্যা সহ চাৰিখন গ্ৰন্থ উন্মোচন কৰা হয়।জয়ন্ত বৰুৱাৰ মাজ বাঘমৰা গাঁৱৰ বাসগৃহত হয় এই অনুষ্ঠান। সভাৰ আৰম্ভণিতে জয়ন্ত বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰুৱাৰ সহধৰ্মিনী তথা ৰ'দৰ ভাৰপ্ৰাপ্ত সম্পাদক নিকুমণি বৰুৱা , ৰ'দ গোষ্ঠীৰ সভাপতি নিৰঞ্জন হাজৰিকা, বিশিষ্ট ব্যক্তি সকল আৰু পৰিয়াল বৰ্গই। ইয়াৰ পিছতে ৰ'দ গোষ্ঠীৰ সভাপতি নিৰঞ্জন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত
হয় জয়ন্ত বৰুৱাৰ স্মৃতিচাৰণ সভা আৰু গ্ৰন্থ উন্মোচনী সভা। সভাৰ আঁত ধৰে আৰু উদ্দেশ্য ব্যাখ্যা কৰে ৰ'দ গোষ্ঠীৰ সহকাৰী সম্পাদক বিশ্বজিত সূতে। এই অনুষ্ঠানত যুৱ সাহিত্যিক নয়নমনি বৰাৰ গ্ৰন্থ "আমি পোহৰ বিচাৰি যাওঁ"উন্মোচন কৰে বিশ্বনাথ জিলা কবি সন্মিলন অঞ্জনা ভাগৱতীযে । ৰ'দৰ জয়ন্ত বৰুৱা বিশেষ শ্ৰদ্ধাৰ্ঘ সংখ্যা উন্মোচন কৰে বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি দিলীপ কুমাৰ বৰুৱাই। নবীন কবি প্ৰজ্ঞান বৰুৱাৰ কাব্য গ্ৰন্থ "প্ৰথম ৰাগিণী" উন্মোচন কৰে নিৰঞ্জন হাজৰিকাই। নয়নমনি বৰাৰ আন গ্ৰন্থ "অনুভৱৰ দলিছাত গল্পৰ সঁফুৰা"উন্মোচন কৰে বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অঞ্জন বৰুৱা
আৰু আমন্ত্ৰিত ব্যক্তি সকলেঅনুষ্ঠানত জয়ন্ত বৰুৱাৰ জীৱনৰ ওপৰত চমু আলোকপাত কৰে উন্মোচন কৰে অঞ্জনা ভাগৱতী, অঞ্জন বৰুৱা ,জমিৰ আহমদ,কমল চন্দ্ৰ ভুঞা, খগেন বৰা, উপদেষ্টা সোমেশ্বৰ ওৰাং, গোপাল শৰ্মা,ডেইজী কটকী গগৈ ,ৰুমী ভুঞা, ৰীণা গোস্বামী, অৰ্চনা শৰ্মা, নয়ন মনি বৰা,তপ্তিদ্যুতি বৰা, মিনু বৰুৱা, পূৰ্বালী বৰা,আদিয়ে। অনুষ্ঠানত বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ সভাপতি পুলক হাজৰিকা,সম্পাদক আমিৰ খান, বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ উপ সভাপতি খগেন মটক, জ্যেষ্ঠ সাংবাদিক পংকজ বৰুৱা, বিনীত ঝাঁ, হোমেন বৰ্মন, ভাস্কৰ জ্যোতি দাস, জেইডুল ইছলাম আদি উপস্থিত থাকে।শলাগ জ্ঞাপন জ্ঞাপন কৰে সহ সম্পাদক দুলাল বৰাই।
- 📌আজি পৱিত্ৰ হৰতালিকা তীজ। 📌বিশ্বনাথ চাৰিআলি নগৰ অঞ্চলত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু আৰ্থিক বিকাশৰ লক্ষ্যৰে ২০১৩ চনত গঠিত গোৰ্খা সমন্বয় সমিতিৰ উদ্যোগত ১৩ সংখ্যক তীজ পালন কৰা হয়।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ কাৰ্যালৰ সন্মুখত আমছুৰ প্ৰতিবাদ1
- পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।1
- পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।1
- ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌 এতিয়ালৈ হাতী খেদাত বিফল বনবিভাগ 📌 বিগত ৪-৫ দিনৰ পৰা কৃষকৰ কুহিয়াঁৰ খেতি, ধান আদিকে কৰি বিভিন্ন খেতিত অনিষ্ট সাধন কৰি আছে । 📌স্থানীয় জনসাধাৰণৰ লগতে কৃষকসকলেও বন বিভাগত খবৰ দিছে যদিও বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ1
- লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ACS বিষয়া দেৱেশ্বৰ বৰাৰ গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ অভিযান 🔴 লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ACS বিষয়া দেৱেশ্বৰ বৰাৰ গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ অভিযান লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে আয়-বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগক কেন্দ্ৰ কৰি তদন্ত অব্যাহত ৰখাৰ মাজতে গোলাঘাটতো তৎপৰতা বৃদ্ধি কৰিছে CM Vigilanceয়ে। আজি গোলাঘাটৰ চন্দন নগৰস্থিত বিষয়াগৰাকীৰ বাসগৃহত CM Vigilanceৰ এটা দলে অভিযান চলায়। অভিযোগ অনুসৰি, বিষয়াগৰাকীৰ পত্নী ড০ চিৰঞ্জীতা বৰুৱা ওৰফে জোনটিৰ নামত থকা চন্দন নগৰৰ বাসগৃহত দেৱেশ্বৰ বৰাই এটা বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে। লখিমপুৰৰ পৰা গ্ৰেপ্তাৰৰ পাছত দেৱেশ্বৰ বৰাৰ সম্পত্তিৰ সন্দৰ্ভত তদন্ত চলি থকাৰ সময়তে গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ এই অভিযান বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। অভিযানত কি কি নথি-পত্ৰ বা তথ্য উদ্ধাৰ হৈছে, সেই বিষয়ে অভিযান সম্পূৰ্ণ হোৱাৰ পাছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। চুমী দত্তৰ ৰিপ’ৰ্ট Focus Axom 24 — Truth, Time, and Trust . . . . #everyonefollowers #FocusAxom24 #nonfollowers #follower #highlightseveryone1
- বিহপুৰীয়া কলেজ পথৰ সন্মুখত ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থীত দিহা নাম বিহপুৰীয়াঃআজি সন্ধিয়া ৮ বজাৰ পৰা বিহপুৰীয়া কলেজ পথৰ সন্মুখত অনুস্হিত কৰা ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থী ত দিনৰ ভাগত মূৰ্তি ৰ সন্মুখত পূজা অৰ্চনাৰ অন্তত সন্ধিয়া ৰ ভাগত ধেমাজীৰ এটি দলে সুন্দৰ দিহানাম প্ৰদৰ্শন কৰে৷ পাচ শতাধিক ৰাইজে এই দিহা নাম উপভোগ কৰি ধন্য হয়৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷4
- ঢেকীয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য সহায়ক সঞ্জীৱ বৰাক শোণিতপুৰ জিলা আয়ুক্তৰ বিশেষ সন্মান1