Shuru
Apke Nagar Ki App…
মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণত ভষ্মিভুত বাসগৃহ। মাৰ্ঘেৰিটাৰ হিলভিউত আজি এক ভয়ংকৰ অগ্নিকাণ্ডই ত্ৰাসৰ সৃষ্টি কৰে। মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণত ভষ্মিভুত বাসগৃহ। মাৰ্ঘেৰিটাৰ হিলভিউত আজি এক ভয়ংকৰ অগ্নিকাণ্ডই ত্ৰাসৰ সৃষ্টি কৰে।
Md shorif NE degitalnews
মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণত ভষ্মিভুত বাসগৃহ। মাৰ্ঘেৰিটাৰ হিলভিউত আজি এক ভয়ংকৰ অগ্নিকাণ্ডই ত্ৰাসৰ সৃষ্টি কৰে। মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণত ভষ্মিভুত বাসগৃহ। মাৰ্ঘেৰিটাৰ হিলভিউত আজি এক ভয়ংকৰ অগ্নিকাণ্ডই ত্ৰাসৰ সৃষ্টি কৰে।
More news from অসম and nearby areas
- বানপানী বিধস্ত অঞ্চলসমূহত সাহায্য উদেশ্য ৰাইজৰ লগত লৈ প্ৰাক্তন আলফা সমন্বয় সমিতিৰ বিশেষ পদক্ষেপ1
- বানে বিধ্বস্ত কৰিলে বানাক্ৰান্তক । বানে উটোৱাই নিলে সকলো সামগ্ৰী , ভড়াঁলত গজিলে কঠিয়া । বানে বিধ্বস্ত কৰিলে বানাক্ৰান্তক । বানে উটোৱাই নিলে সকলো সামগ্ৰী , ভড়াঁলত গজিলে কঠিয়া । চৰাইদেউ জিলাত বহু অঞ্চল বানে বিধ্বস্ত কৰি পেলাই । মাহমৰা সমষ্টিৰ টেঙাপুখুৰী চোমনী গাঁও খনো বানে বিধ্বস্ত কৰে । কেইবাদিনো বানত ডুবি থকাৰ পাছত পানী শুকোৱাত গাঁওৰ ৰাইজে কিদৰে জীৱন নিৰ্বাহ কৰিব তাকে ভাবি উৱাদিহ পোৱা নাই। গাঁও খনৰ অধিকাংশ লোকেই খেতি , পশু পালন , মুগা শিল্পৰ লগত জড়িত। বিধ্বংসী বানে ঘৰ দুৱাৰ পলসে পুতি পেলোৱাৰ লগতে পশু সমুহ উটোৱাই নিলে । কিতাপ পত্ৰও , বাচন বৰ্তন, আচবাব উটোৱাই নিলে নতুবা পলসত পোত গল । বছৰজোৰা শ-শ ধান ভড়াঁলতে তিতি গজালি মেলি কঠীয়াতলি হল । বানত সৰ্বস্বান্ত হৈ দিকহাৰা ৰাইজ।1
- লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । 📌 বানপীড়িত জিলাৰ দুৰ্গতজনৰ কাষত বিভিন্নজন। শিৱসাগৰ, চৰাইদেউৰ বানাক্ৰান্তৰ চুলি, দাড়ি বিনামূলীয়াকৈ কাটিছে লখিমপুৰৰ এজন যুৱকে। লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । যুৱকজনৰ মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।1
- শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা । শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা ।1
- বন্যাৰ্তৰ কাষত ঘুৰি আছে।কিছু কিছু অঞ্চলত পানী কমিছে যদিও শিৱসাগৰ সমষ্টিৰ বহু অঞ্চলৰ অৱস্থা অপৰিৱৰ্তিত হৈয়ে আছে।1
- লালুক মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গৌড়ক আদিবাসী সমাজৰ উষ্ম আদৰণি মাউণ্ট এভাৰেষ্ট বিজয়ী অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক আজি লালুকত সম্বৰ্দ্ধনা জনোৱা হয়৷ ৰঙানদী যুৱ সমাজৰ উদ্যোগত সদৌ অসম আদিবাসী মহিলা এচচিয়েছন,দ’লহাট আৰু আদিবাসী জানি শক্তি সংগতি, লখিমপুৰৰ সহযোগত লালুক গণ ভৱন প্ৰাংগনত আয়োজিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত ৰূপামণি গড়ক বিপুল ভাৱে সম্বৰ্দ্ধনা জনায়৷ মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড় লালুক খেলপথাৰত উপস্থিত হোবাত উপস্থিত ৰাইজে ফুল ছটিয়াই আদৰণি জনায়৷ লালুক গণ ভৱন প্ৰাংগণত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানৰ আতধৰে ৰঙানদী যুৱ সমাজৰ সভাপতি কমল বাৰ্লাই৷ অনুষ্ঠানত ৰূপামণি গড়ক ভৰি ধুৱাই,আদিবাসী গামোছা পিন্ধাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায়৷ আনহাতে অনুষ্ঠানত উপস্থিত আদিবাসী সমাজৰ বিভিন্ন অনুষ্ঠানে পৃথকে পৃথকে ৰূপামণি গড়ক সম্বৰ্দ্ধনা জনায়৷1
- তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা : চেক্স ৰেকেটৰ লগত জড়িত তিনি মহিলা মাষ্টাৰমাইণ্ড কৰায়ত্ত #AssamNews #viralreelschallenge #assam তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা : চেক্স ৰেকেটৰ লগত জড়িত তিনি মহিলা মাষ্টাৰমাইণ্ড কৰায়ত্ত #AssamNews #viralreelschallenge #assam1
- বিদপুৰীয়াত সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ শৈক্ষিক জলপানী বিতৰণ সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ *শিক্ষা বিভাগ* ৰ উদ্যোগত *শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা -২০২শুভ৬ৰ অধিনত শৈক্ষিক জলপানি বিতৰণ অনুষ্ঠানখনি বিহপুৰীয়া পৰিষদীয়* *সমষ্টিৰ বিহপুৰীয়াস্থ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত কৰা হয় ঃ* #অনুষ্ঠানত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা " উচ্চতৰ মাধ্যমিক আৰু উচ্চ শিক্ষাত উত্তীৰ্ণ হোৱা সোনোৱাল কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাএী সকলক সম্বৰ্ধনা মান প্ৰত্ৰ সহ জলপানি প্ৰদান কৰা হয়। # ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক জীৱন আৰু সোনোৱাল কছাৰী সকলৰ উত্তৰণৰ চিন্তা চৰ্চাৰে APSC ' NEET ' JEE ' ADRC আদি পৰীক্ষাসমূহত সুখ্যাতিৰে উত্তীৰ্ণ হব পৰাকৈ ক'চিং চেণ্টাৰৰ ব্যৱস্থা আছে বুলি সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ৰ্কয্যবাহী সদস্য খনীন্দ্ৰ সোনোৱালে জানিবলৈ দিয়ে । #এই সম্বৰ্ধনা অনুষ্ঠানত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰাৰ উপৰিও পৰিষদৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা ৰ্কায্যবাহী সদস্য সকল " উন্নয়ন সমিতিৰ বিষয় ববীয়া সকল সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰিক্ষীত সোনোৱালৰ লগতে বহু কেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে । নৱজ্যোতি শৰ্মা বিহপুৰীয়াৰ4
- শলগুৰি পঞ্চায়তৰ গায়ন গাঁওত বন্যাৰ্তৰ কাষত akhil gogoi1