logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বন্যাৰ্তৰ কাষত ঘুৰি আছে।কিছু কিছু অঞ্চলত পানী কমিছে যদিও শিৱসাগৰ সমষ্টিৰ বহু অঞ্চলৰ অৱস্থা অপৰিৱৰ্তিত হৈয়ে আছে।

2 hrs ago
user_Assam Update
Assam Update
Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
2 hrs ago

বন্যাৰ্তৰ কাষত ঘুৰি আছে।কিছু কিছু অঞ্চলত পানী কমিছে যদিও শিৱসাগৰ সমষ্টিৰ বহু অঞ্চলৰ অৱস্থা অপৰিৱৰ্তিত হৈয়ে আছে।

More news from অসম and nearby areas
  • বন্যাৰ্তৰ কাষত ঘুৰি আছে।কিছু কিছু অঞ্চলত পানী কমিছে যদিও শিৱসাগৰ সমষ্টিৰ বহু অঞ্চলৰ অৱস্থা অপৰিৱৰ্তিত হৈয়ে আছে।
    1
    বন্যাৰ্তৰ কাষত ঘুৰি  আছে।কিছু কিছু অঞ্চলত পানী কমিছে যদিও শিৱসাগৰ সমষ্টিৰ বহু অঞ্চলৰ অৱস্থা অপৰিৱৰ্তিত হৈয়ে আছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    2 hrs ago
  • লালুক মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গৌড়ক আদিবাসী সমাজৰ উষ্ম আদৰণি মাউণ্ট এভাৰেষ্ট বিজয়ী অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক আজি লালুকত সম্বৰ্দ্ধনা জনোৱা হয়৷ ৰঙানদী যুৱ সমাজৰ উদ্যোগত সদৌ অসম আদিবাসী মহিলা এচচিয়েছন,দ’লহাট আৰু আদিবাসী জানি শক্তি সংগতি, লখিমপুৰৰ সহযোগত লালুক গণ ভৱন প্ৰাংগনত আয়োজিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত ৰূপামণি গড়ক বিপুল ভাৱে সম্বৰ্দ্ধনা জনায়৷ মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড় লালুক খেলপথাৰত উপস্থিত হোবাত উপস্থিত ৰাইজে ফুল ছটিয়াই আদৰণি জনায়৷ লালুক গণ ভৱন প্ৰাংগণত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানৰ আতধৰে ৰঙানদী যুৱ সমাজৰ সভাপতি কমল বাৰ্লাই৷ অনুষ্ঠানত ৰূপামণি গড়ক ভৰি ধুৱাই,আদিবাসী গামোছা পিন্ধাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায়৷ আনহাতে অনুষ্ঠানত উপস্থিত আদিবাসী সমাজৰ বিভিন্ন অনুষ্ঠানে পৃথকে পৃথকে ৰূপামণি গড়ক সম্বৰ্দ্ধনা জনায়৷
    1
    লালুক মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গৌড়ক আদিবাসী সমাজৰ উষ্ম আদৰণি 
মাউণ্ট এভাৰেষ্ট বিজয়ী অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক আজি লালুকত সম্বৰ্দ্ধনা জনোৱা হয়৷ ৰঙানদী যুৱ সমাজৰ উদ্যোগত সদৌ অসম আদিবাসী মহিলা এচচিয়েছন,দ’লহাট আৰু আদিবাসী জানি শক্তি সংগতি, লখিমপুৰৰ সহযোগত লালুক গণ ভৱন প্ৰাংগনত আয়োজিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত ৰূপামণি গড়ক বিপুল ভাৱে সম্বৰ্দ্ধনা জনায়৷ মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড় লালুক খেলপথাৰত উপস্থিত হোবাত উপস্থিত ৰাইজে ফুল ছটিয়াই আদৰণি জনায়৷ লালুক গণ ভৱন প্ৰাংগণত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানৰ আতধৰে ৰঙানদী যুৱ সমাজৰ সভাপতি কমল বাৰ্লাই৷ অনুষ্ঠানত ৰূপামণি গড়ক ভৰি ধুৱাই,আদিবাসী গামোছা পিন্ধাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায়৷ আনহাতে অনুষ্ঠানত উপস্থিত আদিবাসী সমাজৰ বিভিন্ন অনুষ্ঠানে পৃথকে পৃথকে ৰূপামণি গড়ক সম্বৰ্দ্ধনা জনায়৷
    user_মনোজ বৰপাত্ৰ গোহাঁই
    মনোজ বৰপাত্ৰ গোহাঁই
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    1 hr ago
  • বিদপুৰীয়াত সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ শৈক্ষিক জলপানী বিতৰণ সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ *শিক্ষা বিভাগ* ৰ উদ্যোগত *শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা -২০২শুভ৬ৰ অধিনত শৈক্ষিক জলপানি বিতৰণ অনুষ্ঠানখনি বিহপুৰীয়া পৰিষদীয়* *সমষ্টিৰ বিহপুৰীয়াস্থ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত কৰা হয় ঃ* #অনুষ্ঠানত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা " উচ্চতৰ মাধ্যমিক আৰু উচ্চ শিক্ষাত উত্তীৰ্ণ হোৱা সোনোৱাল কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাএী সকলক সম্বৰ্ধনা মান প্ৰত্ৰ সহ জলপানি প্ৰদান কৰা হয়। # ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক জীৱন আৰু সোনোৱাল কছাৰী সকলৰ উত্তৰণৰ চিন্তা চৰ্চাৰে APSC ' NEET ' JEE ' ADRC আদি পৰীক্ষাসমূহত সুখ্যাতিৰে উত্তীৰ্ণ হব পৰাকৈ ক'চিং চেণ্টাৰৰ ব্যৱস্থা আছে বুলি সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ৰ্কয্যবাহী সদস্য খনীন্দ্ৰ সোনোৱালে জানিবলৈ দিয়ে । #এই সম্বৰ্ধনা অনুষ্ঠানত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰাৰ উপৰিও পৰিষদৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা ৰ্কায্যবাহী সদস্য সকল " উন্নয়ন সমিতিৰ বিষয় ববীয়া সকল সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰিক্ষীত সোনোৱালৰ লগতে বহু কেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে । নৱজ্যোতি শৰ্মা বিহপুৰীয়াৰ
    4
    বিদপুৰীয়াত সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ শৈক্ষিক জলপানী বিতৰণ
সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ *শিক্ষা বিভাগ* ৰ উদ্যোগত *শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা -২০২শুভ৬ৰ অধিনত শৈক্ষিক জলপানি বিতৰণ অনুষ্ঠানখনি বিহপুৰীয়া পৰিষদীয়* *সমষ্টিৰ  বিহপুৰীয়াস্থ  জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত  কৰা হয় ঃ* 
#অনুষ্ঠানত  উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা " উচ্চতৰ মাধ্যমিক আৰু উচ্চ শিক্ষাত উত্তীৰ্ণ হোৱা সোনোৱাল কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাএী সকলক  সম্বৰ্ধনা মান প্ৰত্ৰ সহ জলপানি প্ৰদান কৰা হয়।
# ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক জীৱন আৰু সোনোৱাল কছাৰী সকলৰ উত্তৰণৰ চিন্তা চৰ্চাৰে  APSC ' NEET ' JEE '  ADRC  আদি পৰীক্ষাসমূহত সুখ্যাতিৰে উত্তীৰ্ণ হব পৰাকৈ ক'চিং চেণ্টাৰৰ ব্যৱস্থা আছে বুলি  সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ৰ্কয্যবাহী সদস্য খনীন্দ্ৰ সোনোৱালে জানিবলৈ দিয়ে ।
#এই  সম্বৰ্ধনা অনুষ্ঠানত  বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰাৰ উপৰিও পৰিষদৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা  ৰ্কায্যবাহী সদস্য সকল " উন্নয়ন সমিতিৰ বিষয় ববীয়া সকল সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ  সাধাৰণ সম্পাদক পৰিক্ষীত সোনোৱালৰ লগতে বহু কেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে  ।
নৱজ্যোতি শৰ্মা 
বিহপুৰীয়াৰ
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    6 hrs ago
  • 🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।। 🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।। 🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।। 🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।।
    1
    🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।।
🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।।
🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।।
🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।।
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    3 hrs ago
  • 🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।। 🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।। #golaghatখবৰ #todaynews #vauna #childvauna #fallagoni Golaghat খবৰ #assamnews 🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।। 🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।। #golaghatখবৰ #todaynews #vauna #childvauna #fallagoni Golaghat খবৰ #assamnews
    1
    🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।।
🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।।

#golaghatখবৰ #todaynews #vauna #childvauna #fallagoni Golaghat খবৰ  #assamnews
🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।।
🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।।
#golaghatখবৰ #todaynews #vauna #childvauna #fallagoni Golaghat খবৰ  #assamnews
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter গোলাঘাট, গোলাঘাট, অসম•
    4 hrs ago
  • মাহমৰা সমষ্টিৰ ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিজেই টেক্টৰ চলাই কঠিয়া সিঁ‌চিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰীজনৰ সৈতে কঠিয়া সিঁ‌চা কাৰ্যসূচীত ভাগ লয় বিধায়ক সুৰুজ দিহিঙীয়া আৰু সাংসদ যোগেন মহনে । মন্ত্ৰী পীযুষ হাজৰিকাই কঠিয়া সিঁ‌চাৰ পিছতে ডবা অঞ্চলৰ বহু বান বিধ্বস্ত কৃষকক কঠিয়া বিতৰণ কৰে ।
    1
    মাহমৰা সমষ্টিৰ ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিজেই টেক্টৰ চলাই কঠিয়া সিঁ‌চিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰীজনৰ সৈতে কঠিয়া সিঁ‌চা কাৰ্যসূচীত ভাগ লয় বিধায়ক সুৰুজ দিহিঙীয়া আৰু সাংসদ যোগেন মহনে । মন্ত্ৰী পীযুষ হাজৰিকাই কঠিয়া সিঁ‌চাৰ পিছতে ডবা অঞ্চলৰ বহু বান বিধ্বস্ত কৃষকক কঠিয়া বিতৰণ কৰে ।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    2 hrs ago
  • যোৰহাটত কৰুণ দৃশ্য: ভোগদৈ নৈত দুবছৰীয়া সন্তানসহ জাঁপ দিলে মহিলাই | যোৰহাটৰ শ'লমৰা মালৌপাম অঞ্চলত আজি এক হৃদয়বিদাৰক অঘটন সংঘটিত হয়। জানিব পৰা মতে, কৃষ্ণা বৰা নামৰ এগৰাকী বিবাহিত মহিলাই নিজৰ মাত্ৰ দুবছৰীয়া শিশুটিক লগত লৈ উত্তাল ভোগদৈ নদীত জাঁপ দিয়ে। ​
    4
    যোৰহাটত কৰুণ দৃশ্য: ভোগদৈ নৈত দুবছৰীয়া সন্তানসহ জাঁপ দিলে মহিলাই |
যোৰহাটৰ শ'লমৰা মালৌপাম অঞ্চলত আজি এক হৃদয়বিদাৰক অঘটন সংঘটিত হয়। জানিব পৰা মতে, কৃষ্ণা বৰা নামৰ এগৰাকী বিবাহিত মহিলাই নিজৰ মাত্ৰ দুবছৰীয়া শিশুটিক লগত লৈ উত্তাল ভোগদৈ নদীত জাঁপ দিয়ে।
​
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.