Shuru
Apke Nagar Ki App…
যোৰহাটত কৰুণ দৃশ্য: ভোগদৈ নৈত দুবছৰীয়া সন্তানসহ জাঁপ দিলে মহিলাই | যোৰহাটৰ শ'লমৰা মালৌপাম অঞ্চলত আজি এক হৃদয়বিদাৰক অঘটন সংঘটিত হয়। জানিব পৰা মতে, কৃষ্ণা বৰা নামৰ এগৰাকী বিবাহিত মহিলাই নিজৰ মাত্ৰ দুবছৰীয়া শিশুটিক লগত লৈ উত্তাল ভোগদৈ নদীত জাঁপ দিয়ে।
Farid Ali.
যোৰহাটত কৰুণ দৃশ্য: ভোগদৈ নৈত দুবছৰীয়া সন্তানসহ জাঁপ দিলে মহিলাই | যোৰহাটৰ শ'লমৰা মালৌপাম অঞ্চলত আজি এক হৃদয়বিদাৰক অঘটন সংঘটিত হয়। জানিব পৰা মতে, কৃষ্ণা বৰা নামৰ এগৰাকী বিবাহিত মহিলাই নিজৰ মাত্ৰ দুবছৰীয়া শিশুটিক লগত লৈ উত্তাল ভোগদৈ নদীত জাঁপ দিয়ে।
More news from অসম and nearby areas
- বন্যাৰ্তৰ কাষত ঘুৰি আছে।কিছু কিছু অঞ্চলত পানী কমিছে যদিও শিৱসাগৰ সমষ্টিৰ বহু অঞ্চলৰ অৱস্থা অপৰিৱৰ্তিত হৈয়ে আছে।1
- মাহমৰা সমষ্টিৰ ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিজেই টেক্টৰ চলাই কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰীজনৰ সৈতে কঠিয়া সিঁচা কাৰ্যসূচীত ভাগ লয় বিধায়ক সুৰুজ দিহিঙীয়া আৰু সাংসদ যোগেন মহনে । মন্ত্ৰী পীযুষ হাজৰিকাই কঠিয়া সিঁচাৰ পিছতে ডবা অঞ্চলৰ বহু বান বিধ্বস্ত কৃষকক কঠিয়া বিতৰণ কৰে ।1
- চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা দলক টাইপাৰ আদৰণি বিপদৰ সময়ত উত্তৰাখণ্ডৰ পৰা চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা এটি দলক টাইপাৰ তৰফৰ পৰা অলপ মৰম যাচে কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ আৰু কাৰ্য্যকৰ্তাসকলে1
- বানপানী বিধস্ত অঞ্চলসমূহত সাহায্য উদেশ্য ৰাইজৰ লগত লৈ প্ৰাক্তন আলফা সমন্বয় সমিতিৰ বিশেষ পদক্ষেপ1
- লালুক মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গৌড়ক আদিবাসী সমাজৰ উষ্ম আদৰণি মাউণ্ট এভাৰেষ্ট বিজয়ী অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক আজি লালুকত সম্বৰ্দ্ধনা জনোৱা হয়৷ ৰঙানদী যুৱ সমাজৰ উদ্যোগত সদৌ অসম আদিবাসী মহিলা এচচিয়েছন,দ’লহাট আৰু আদিবাসী জানি শক্তি সংগতি, লখিমপুৰৰ সহযোগত লালুক গণ ভৱন প্ৰাংগনত আয়োজিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত ৰূপামণি গড়ক বিপুল ভাৱে সম্বৰ্দ্ধনা জনায়৷ মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড় লালুক খেলপথাৰত উপস্থিত হোবাত উপস্থিত ৰাইজে ফুল ছটিয়াই আদৰণি জনায়৷ লালুক গণ ভৱন প্ৰাংগণত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানৰ আতধৰে ৰঙানদী যুৱ সমাজৰ সভাপতি কমল বাৰ্লাই৷ অনুষ্ঠানত ৰূপামণি গড়ক ভৰি ধুৱাই,আদিবাসী গামোছা পিন্ধাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায়৷ আনহাতে অনুষ্ঠানত উপস্থিত আদিবাসী সমাজৰ বিভিন্ন অনুষ্ঠানে পৃথকে পৃথকে ৰূপামণি গড়ক সম্বৰ্দ্ধনা জনায়৷1
- বিদপুৰীয়াত সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ শৈক্ষিক জলপানী বিতৰণ সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ *শিক্ষা বিভাগ* ৰ উদ্যোগত *শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা -২০২শুভ৬ৰ অধিনত শৈক্ষিক জলপানি বিতৰণ অনুষ্ঠানখনি বিহপুৰীয়া পৰিষদীয়* *সমষ্টিৰ বিহপুৰীয়াস্থ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত কৰা হয় ঃ* #অনুষ্ঠানত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা " উচ্চতৰ মাধ্যমিক আৰু উচ্চ শিক্ষাত উত্তীৰ্ণ হোৱা সোনোৱাল কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাএী সকলক সম্বৰ্ধনা মান প্ৰত্ৰ সহ জলপানি প্ৰদান কৰা হয়। # ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক জীৱন আৰু সোনোৱাল কছাৰী সকলৰ উত্তৰণৰ চিন্তা চৰ্চাৰে APSC ' NEET ' JEE ' ADRC আদি পৰীক্ষাসমূহত সুখ্যাতিৰে উত্তীৰ্ণ হব পৰাকৈ ক'চিং চেণ্টাৰৰ ব্যৱস্থা আছে বুলি সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ৰ্কয্যবাহী সদস্য খনীন্দ্ৰ সোনোৱালে জানিবলৈ দিয়ে । #এই সম্বৰ্ধনা অনুষ্ঠানত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰাৰ উপৰিও পৰিষদৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা ৰ্কায্যবাহী সদস্য সকল " উন্নয়ন সমিতিৰ বিষয় ববীয়া সকল সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰিক্ষীত সোনোৱালৰ লগতে বহু কেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে । নৱজ্যোতি শৰ্মা বিহপুৰীয়াৰ4
- যোৰহাটত কৰুণ দৃশ্য: ভোগদৈ নৈত দুবছৰীয়া সন্তানসহ জাঁপ দিলে মহিলাই | যোৰহাটৰ শ'লমৰা মালৌপাম অঞ্চলত আজি এক হৃদয়বিদাৰক অঘটন সংঘটিত হয়। জানিব পৰা মতে, কৃষ্ণা বৰা নামৰ এগৰাকী বিবাহিত মহিলাই নিজৰ মাত্ৰ দুবছৰীয়া শিশুটিক লগত লৈ উত্তাল ভোগদৈ নদীত জাঁপ দিয়ে। 4